যি মানুহৰ এই ৩টা গুণ আছে তেওঁক ভগৱানে শতকোটি বিপদৰ পৰা ৰক্ষা কৰে | best assamese motivational video

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 525

  • @dipugogoi3016
    @dipugogoi3016 Рік тому +5

    🙏. Hosai bohut mulyabaan.aapunar video._______3.no ____.aase 🙏

    • @Princyananyamech
      @Princyananyamech 20 днів тому +1

      সঁচাকৈয়ে আপোনাৰ দিয়া উপদেশ বোৰে মোৰ অন্ত ৰ চুই যায়

  • @xopunorprithibi3605
    @xopunorprithibi3605 Рік тому +1

    Val lagil dada

  • @irenicc223
    @irenicc223 Рік тому +16

    মই সকলো ভগৱানৰ চৰণত এৰি দিওঁ🙏তেওঁ যি দিছে তাতেই সন্তুষ্ট হওঁ🙏কিয়নো ভগৱানৰ বাহিৰে সুৰক্ষা দিব পৰা কোনো নাই। তেওঁ যেনেদৰে চলাইছে তেনেকৈয়ে চলি আছো🙏দুখটো ভাঙি নপৰো,সুখটো উত্তাৱল নহওঁ। আপোনাৰ কথাখিনিয়ে অন্তৰ চুই গৈছে। কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @BobiPhukan
    @BobiPhukan Рік тому +1

    Bahut dhuniya lagile 👍❤️

  • @nibeditabharali531
    @nibeditabharali531 Рік тому +1

    সুন্দৰ বিশ্লেষণ

  • @chandralahkar2220
    @chandralahkar2220 11 місяців тому +1

    মই ভগবানৰ ওচৰত দাস হিছাপে প্ৰাৰ্থনা কৰোঁ।

  • @abinashbordoloi7516
    @abinashbordoloi7516 Рік тому +3

    2/khodai ভগবানৰ চৰণত অৰ্পন নিজকে কৰিছোঁ জয় শ্ৰী কৃষ্ণ

  • @kuluboruah8577
    @kuluboruah8577 10 місяців тому +1

    হে প্রভু তুমি কৃপা কৰিবা ❤🙏🙏🙏

  • @purabidoleypurabidoley8934
    @purabidoleypurabidoley8934 11 місяців тому +1

    Bhogabanor uporot hoday bissakh ase kirishna ❤❤

  • @neanatumung8292
    @neanatumung8292 Рік тому +2

    আমাৰ কিমান জটিল সময়ছা আহিলে কিন্তু কেতিয়াও ভগৱানক দুক নিদিও কাৰণ ভগৱানৰ ওপৰত সদায় বিশ্বাস আছে আজি আমাৰ সময়ছা আহিছে কালিলৈ ভাল হব ভগৱানৰ ওপৰত ভৰসা আছে.. 🙏🙏🙏🙏

  • @krishnaartcraft5393
    @krishnaartcraft5393 Рік тому +1

    আপোনাৰ ভিডিঅ'টো চাই বৰ ভাল লাগিছে ।

  • @binitaphukan562
    @binitaphukan562 Рік тому +1

    মইও ভগৱানৰ ওচৰত কিবা বিচাৰি হে প্ৰাৰ্থনা কৰোঁ

  • @ksmhzrk4274
    @ksmhzrk4274 5 місяців тому +1

    ভগৱানক মই খুৱ ভাল পাঁও , সেইকাৰনে প্ৰাৰ্থণা কৰো । ভিডিও টো ভাল লাগিল ।

  • @padmalalung5688
    @padmalalung5688 Рік тому +1

    নমস্কাৰ আপোনাৰ নীতি কথা শুনি ভাল লাগিল ।জীৱনত হাজাৰ বাৰ বিপদত পৰিছো । নেদেখা জনৰ ওপৰত বিশ্বাস ৰাখি ধৈৰ্য্য সহকাৰে কৰ্ম প্ৰতি শ্ৰদ্ধা ৰাখি আগুৱাই আছো ।বহুত ভাল ।

  • @someswariborah8239
    @someswariborah8239 Рік тому +23

    একেবাৰে সচাঁ কথা কৈছে।ভগৱানৰ ওপৰত অচলা ভক্তি ৰাখি জীৱন পথত আগবাঢ়ি যাওতে তেওঁ পদে পদে সহায় কৰি আহিছে। কৃষ্ণ,🙏

  • @pritiborah2241
    @pritiborah2241 Рік тому +1

    Bhagwan k bohut biswash koru aru bipodor xomoyat xohai u pau.
    Dhanyawad
    Apunar xundor paribekhon e aru olp biswas borhai dile

  • @dipasaikia1613
    @dipasaikia1613 Рік тому +1

    Bhut val lagil video to sai hosa kotha apunar kotha huni bhut hukh paw monto hosai bhut val lage apunar video sai sable mon goi thake hodai apekhat thaku

  • @kanthamardi4227
    @kanthamardi4227 Рік тому +1

    Apunar video sai bhout bhall lage apunar logot vogban hodai thakibo joi shiri krishna

  • @junalitaye2151
    @junalitaye2151 Рік тому +1

    apunr video aji pothom saisu apunr video sai kiba eta mnt hanti paisu vl lgise apunr kthabur huni🙏🙏

  • @avaranihazarika1730
    @avaranihazarika1730 Рік тому +1

    ইমান সুন্দৰ কথা কৈছে ৷একেবাৰে সত্য কথা ৷ভগৱানক বিশ্বাস কৰিবলৈ অকনমান স্মৰণ কৰিবলৈ সময়ৰ প্ৰয়োজন নাই ৷কামৰ মাজতেই বিপদ আপদৰ মাজেৰেই আমি ভগৱানক চিন্তা কৰিব পাৰি ৷তেওঁ ৰক্ষা কৰিবই ৷ফলৰ আশাত বস্তু দিয়াসকল ভগৱানৰ প্ৰতি বিশ্বাসেই নাই ৷ অতি সুন্দৰ কথা ৷ভগৱানক আমি বিশ্বাস কৰি অন্তৰত স্হাপিত কৰিব লাগে ""কৃষ্ণ ""নামেৰে তেওঁৰ প্ৰতিচ্ছবি ৷ মই নিজে কোনজন নাজানো কিন্ত ভগৱানক বিশ্বাস কৰোঁ বিপদত পৰিলেও সম্পদত পৰিলেও ৷বিপদত কিন্ত সদায় ৰক্ষা কৰে তেওঁ ৷বিপদ আপদ আহিবই মানুহৰ জীৱনত ৷কিন্ত আমি ভগৱানক বিশ্বাস ৰাখি তেওকেইঁ স্মৰণ কৰিলে তেওঁ উদ্ধাৰ কৰে ৷

  • @DhrubaSarma-op5co
    @DhrubaSarma-op5co Рік тому +1

    ভগৱানক নিচ্চাৰ্থা ভাবে প্ৰাৰ্থনা কৰিব লাগে । এইটো ‌সত্য।

  • @ranjitpauldada8585
    @ranjitpauldada8585 Рік тому +1

    দাদা আপোনাৰ Video বোৰ চাই বহুত ভাল লাগে৷ ধন্যবাদ দাদা

  • @bubulsarmah1349
    @bubulsarmah1349 Рік тому +1

    ময়ো ভগৱানক বশুত বিছশাহ কৰো মোক ভগৱানে মূতুৰ দোৱাৰ দলিৰ পৰা বছাইছে

  • @anjanagogoi4838
    @anjanagogoi4838 Рік тому +1

    নিস্বাৰ্থ ভাবে ভগৱানক সেৱা জনাও কৃষ্ণ

  • @JayshreeKalita-cl3je
    @JayshreeKalita-cl3je Рік тому +1

    সচাকে বহুত ভাল কথা জানিব পাৰোঁ আপোনাৰ ভিদিও বুৰ চাই। বহুত ভাল লাগিল দেই আৰু আগলৈ এনেকুৱা পৰামৰ্শ পাই থাকিম বুলি আশা ৰাখিলোঁ ।

  • @amritborthakur9523
    @amritborthakur9523 Рік тому +1

    Bohut Val Kotha Hunilu Val Lagil Montu

  • @ranjitsarma3474
    @ranjitsarma3474 7 місяців тому +1

    ❤️om namah shivay❤️ har har mahadev❤️ jay bhole baba ki jay ❤️jay mata parvati ma ki jay ❤️

  • @mainaborah6443
    @mainaborah6443 Рік тому +2

    Bor Val lagil dada.Mane prane moiou kebl vagabanr sarante aashroi bisari.

  • @anjalibaishya2287
    @anjalibaishya2287 Рік тому +1

    আমিও সদায় পুৱা গধূলি ভগৱান ক স্মৰন কৰো

  • @makanhazarika9359
    @makanhazarika9359 Рік тому

    বহুতো ধন্যবাদ ভাল লাগিছে

  • @momigogoi7343
    @momigogoi7343 Рік тому +1

    ভগৱানক বিশ্বাস কৰো

  • @rajeshdewri3555
    @rajeshdewri3555 Рік тому

    Hundor

  • @jinubarman5479
    @jinubarman5479 Рік тому +1

    হে প্ৰভু তুমি আমাক সদায় কৃপা কৰি ৰাখিব আৰু সদায় তোমাৰ প্ৰিয় পাত্ৰ হবলৈ কৃপা কৰি ৰাখিব।

  • @rajadityamdj7
    @rajadityamdj7 Рік тому +1

    সৃষ্টিকৰ্তা আৰু স্বৰ্জনকৰ্তা বেলেগ নেকি জনাবছোন🙏

  • @manikanath8866
    @manikanath8866 Рік тому

    Jai sri krishnA🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @khirojsvlog7180
    @khirojsvlog7180 Рік тому +9

    সুন্দৰ বিশ্লেষণ,সৃষ্টিকৰ্তা ভগৱানক পবিত্ৰ মনেৰে প্ৰতিদিনে প্ৰাৰ্থনা কৰিৱ লাগে ,

  • @dimpibora9868
    @dimpibora9868 Рік тому +1

    একেবাৰে সচাঁ কথা । ভাল বেয়া সকলো সময়তে ভগৱানৰ নাম লওঁ, ভক্তি কৰো ।জীৱন পথত আগবাঢ়ি যাবলে সদায় ভগৱানে সহায় কৰি আহিছে মোক

  • @animadas9703
    @animadas9703 Рік тому

    I'man sundar advice......moi bhagabanak bishas kuru thanks.......❤❤❤❤❤

  • @saraswatibhokta6002
    @saraswatibhokta6002 Рік тому

    Bhut val lagil dada huni aneka video bur pothiyai thakibo

  • @musicaxom2576
    @musicaxom2576 Рік тому +1

    Apunar vdo suwar past mantu Shanti ahi Jai.apunak Bahu bahut dhanyabad.aru banab buli akhabadi.❤❤❤

  • @bijukhanikar
    @bijukhanikar Рік тому +1

    কৃষ্ণ সুন্দৰ ব্যাখ্যা । আপোনাৰ পদপঙকজত সেৱা ‌ জনালো ।

  • @jayamalakar1332
    @jayamalakar1332 Рік тому +1

    মোক অকল ভগবানৰ শ্ৰীচৰনত শৰন লবলৈ অকনমান শক্তি লাগে আৰু একোৱেই নালাগে

  • @deepakbharali450
    @deepakbharali450 7 місяців тому

    Krishno Krishno

  • @binuprovaboruahborphukan3916
    @binuprovaboruahborphukan3916 Рік тому +5

    শুপ্ৰভাত ৷আপোনাৰ প্ৰতিটো শব্দ সত্য ৷ ভক্তক ভগৱানে ভালদৰে পৰীক্ষা লয়৷সেই পৰীক্ষাত হতাস হ’ব নালাগে ৷যিমানেই ডাঙৰ বিপদ হ’ওক কিন্তু ভগৱানে ভকক সময়ত হাত পাতি ধৰে৷ শ্ৰীসত্য সাই ৱাবাৰ এষাৰ বাণী “ তুমি কৰ্ম কৰি যোৱা ফল আশা নকৰিবা , ভগৱানক সকলো অৰ্পিত কৰা “ ৷ ধন্যবাদ৷

  • @animakalita6075
    @animakalita6075 Рік тому +1

    Very nice video

  • @Bidbeast
    @Bidbeast Рік тому +1

    গোটেই বিশ্বজুৰি সকলো জীৱ চৰাই পোক পতংগ গছ লতিকা সকলো মানুহ মংগল থাকক ।তাকেই কামনা কৰিলো।

  • @jasmabegum1188
    @jasmabegum1188 Рік тому

    Bohut Val lagise video tu sai 👍👍👍👍

  • @bishnujyotieborkataki7223
    @bishnujyotieborkataki7223 Рік тому +1

    সুন্দৰ লাগিল। ভগৱানক সদায় নিস্বাৰ্থভাবে পূজন কৰিব লাগে।

  • @borokhagogoi5985
    @borokhagogoi5985 Рік тому

    জয় গুৰু শংকৰ 🙏🙏

  • @chandralahkar5175
    @chandralahkar5175 Рік тому +1

    মই ভগৱানক তাহানিৰ পৰা কোনো স্বাৰ্থনথকাকৈ প্ৰাৰ্থনা কৰিচিলো মাত্ৰ তেওঁ মোৰ সকলো পৰিয়ালৰে মঙ্গল কৰক আৰু লৰাটোৰ বিদ্যাত আগবাঢ়ক ৷ সকলো দিচিল প্ৰভুৱে মোক একো বাকী নাচিল মোক দিবলৈ ৷ কষ্টও কৰিছিলো মই ৷ কিন্ত্ু যোৱা ৫ ডিচেম্বৰৰ দিনা ইমান কষ্ট কৰি ৬ বছৰ বাহিৰত পঢ়ি অহা লৰাটো ৫ টা দিন মোৰ লগত নাথাকিলে ৷ মই এতিয়া কি কৰো ৷ এতিয়া মই প্ৰভুক বিচাৰিচো তাক ঘুৰাই দিয়ক ৷ সেই লিখা পঢ়া নালাগে মাত্ৰ চেহেৰাটো লাগে ৷ পামনে ?

  • @nivagogoi2825
    @nivagogoi2825 Рік тому +8

    Jai shree Krishna bohut bhal lagil dhonybad

  • @manashbordoloi3944
    @manashbordoloi3944 Рік тому +8

    ধন্যবাদ আপোনাৰ কথা বোৰ শুনি বহুত ভাল লাগিল মোৰ ৩ গুণে আছে আৰু এটা কথা মই এনেকুৱা এজন বন্ধু বিচাৰোঁ কটো নেপাও সেই বাবে মই অকলে থাকি ভাল পাওঁ ১/ বেয়া কথা নোকোৱাকৈ থকা ২/ মিছা কথা নোকোৱাকৈ থকা আৰু ৩/ বেয়া বস্তু নোকোৱাকৈ থকা কটো নেপাওঁ কিবা নহয় কিবা এটা গুণ থাকিব সেই বাবে মই অকলে থাকি ভাল পাওঁ

  • @bornalibarua9089
    @bornalibarua9089 Рік тому

    Apunak bohut bohut dhoinybad jonaisu sir,

  • @rupamonigogoi592
    @rupamonigogoi592 Рік тому +6

    ভগৱান আশীৰ্বাদত বৰ্তমান আগুৱাই গৈছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ,🙏🙏

  • @imjustapixiedust6306
    @imjustapixiedust6306 Рік тому

    Kun bhal lagila.thank you.

  • @jaminikalita4575
    @jaminikalita4575 10 місяців тому

    He antarjyami raksha kori asa aye mor prarthana joy narayan prabhu

  • @mukuldevrabha6723
    @mukuldevrabha6723 Рік тому

    Dhanyabad aponar ai mohan banir pora muio kisu kotha xikilu hare Krishna, hare Krishna, Krishna, Krishna, hare, hare! hare rama, hare rama, rama, rama hare rama...

  • @nirmalarabha9882
    @nirmalarabha9882 Рік тому

    Thanks----moi onubhob korisu--- kisu---paisu nupuwa nohoi.

  • @pronitashyam-yw4be
    @pronitashyam-yw4be Рік тому

    Je kotha koise dada sasa koise🙏video tu sai bohut val lagele 🙏🙏🙏

  • @ushasaikia1553
    @ushasaikia1553 6 місяців тому

    Bohut val lagil Thanks a lot

  • @gitugoswami3402
    @gitugoswami3402 Рік тому

    Vogobanok Bohut boswas koru🙏🙏🙏🙏

  • @bhaskarmohan4040
    @bhaskarmohan4040 Рік тому

    jai shree krishna radhee radhee jai ho provo

  • @sumibora4485
    @sumibora4485 Рік тому

    My xosa kotha koisa apuni..bhut vl Lage apunr advice.. Krishna Krishna,,,,

  • @MunuSunar-oh6sq
    @MunuSunar-oh6sq Рік тому

    Yes bohut Val Kotha koisa 🙂💟❤️

  • @mitalibaishya7552
    @mitalibaishya7552 Рік тому

    Apunar kotha xuni bohut val lage apunar kotha xuni kiba nohoi kiba ata janibo paru vogoban a Mur xokolu 🙏🙏

  • @rumibegum611
    @rumibegum611 Рік тому +5

    আল্লাই যিখিনি দিছে তাতে সুখী ভাইজান , আপোনাক হে এদিন লগ পাব বহুত ইচ্ছা আছে কত থাকে আপুনি । story টো শুনি বহুত ভাল লাগিল ধন্যবাদ ভাইজান 🙏🙏

  • @MonojRabha-eb4hx
    @MonojRabha-eb4hx Рік тому

    Xsakoi kothabr khuni bohut vl lagil gotike kothabr xoto

  • @kanikakumar4235
    @kanikakumar4235 7 місяців тому

    Ati Sundar ❤

  • @bitulkonwar1099
    @bitulkonwar1099 Рік тому +6

    ধন্যবাদ দেই চাৰ। কাহিনীটো শুনি অনুভৱ কৰিছো।।🙏🙏🙏

  • @ranjanaborah4504
    @ranjanaborah4504 Рік тому

    ধন্যবাদ বহুত ভাল লাগিল আপোনাৰলৈ বহুত বহুত শুভেচ্ছা থাকিল

  • @puspadhardowarah1932
    @puspadhardowarah1932 Рік тому +11

    মই প্ৰথম জন হম বুলিয়েই ভাবিছো।কাৰণ সাধাৰণ মানুহ যেনেতেনে চলি আছো।ধনলৈও হেপাহ নাই ।পৰিশ্ৰমো কৰো।অৰ্হনিশে তেওকে চিন্তা কৰো।কোনো উদেশ্য নাই।কাৰোবাক উপকাৰ কৰিলেও প্ৰতিদান নিবিচিৰো।

  • @narayanray8691
    @narayanray8691 6 місяців тому

    Joi shri krisno

  • @bhaijandoley4483
    @bhaijandoley4483 Рік тому

    কৃষ্ণ কৃষ্ণ 🙏এ ভগৱান বিশ্বাস কৰো আৰু বিশ্বাস কৰি আগুৱাই জাম ❤️❤️🙏

  • @MinatiBoro
    @MinatiBoro Рік тому

    Jai...Sri...Krishna 💐💐💐💐💐💐

  • @koilandeka6136
    @koilandeka6136 Рік тому +1

    Ei duniyat mur bulibloi eku nai, mur nijor bulibloi mathu mur aradhy vogwan hor hor mohadev

  • @anugogoi6890
    @anugogoi6890 Рік тому

    Val lagil bohut kotha hikibo parilu dhanyabad 🙏🙏

  • @lakhipatar6362
    @lakhipatar6362 Рік тому

    Thanku bap mai khadai nirsathabhabe Parthana karu.❤

  • @tutumonibora2753
    @tutumonibora2753 Рік тому +2

    Mai vogabank bohut,bishakh,Karu,mum,Sokalu,somrte,soku,meli,sai❤❤❤

  • @manjulabora8219
    @manjulabora8219 Рік тому +31

    ❤❤❤ ভগৱান ৰ কৃপা লাভ কৰিছোঁ । একেবাৰে সত্য শুদ্ধ ❤❤ নিশ্চয়

  • @archanadas9300
    @archanadas9300 Рік тому

    Really nice and good video .jai shree krishna

  • @GitaDeka-qq1tt
    @GitaDeka-qq1tt Рік тому +1

    আপুনি যেন এখন পবিত্র পুথি বৰ্ণনা কৰি গৈছে মোৰ এনেকুৱা অনুভয় হৈছে,

  • @nirubora3660
    @nirubora3660 Рік тому

    তিনিওটা সম্পূর্ণ নহব পাৰে। কৰবাত কেতয়াবা আধৰোরা হব পাৰে। চেষ্টা কৰিম। ধন্যবাদ।

  • @bobitagoswami438
    @bobitagoswami438 Рік тому

    Vl lagile video to sai friend holu।

  • @kalicharandas6276
    @kalicharandas6276 Рік тому

    Xosa kotha... krishna 🙏

  • @raja143ff8
    @raja143ff8 Місяць тому

    Jai shree krishna

  • @Babuhazarika131
    @Babuhazarika131 Рік тому

    1 nmbr2 hoi vgobanr proti hosa orthot biswakh rokha2

  • @mondirabezborah9457
    @mondirabezborah9457 Рік тому +1

    Dhanyabad Dada . Bahut bhal lagile ,videotu .

  • @Ishita_kemprai...
    @Ishita_kemprai... 2 місяці тому

    1no or 2no....jai shree krishna 🙏🙏

  • @protimasarkarsarkar1295
    @protimasarkarsarkar1295 Рік тому

    Val lagise aponar dia speech.God always bless u

  • @DigantaHazarika-pm9hd
    @DigantaHazarika-pm9hd Рік тому +1

    verynice ❤

  • @Rei-tb8rp
    @Rei-tb8rp Рік тому +1

    Moi bhogobank bhut bishakh kru aru niz bhalei jogot val

  • @BiswajitNeog
    @BiswajitNeog Рік тому

    Bhagavanar ati priya jon hol , jiyei nijar paribarak loi kamat busy thake aru ketiaow dukh nidie , . The Almighty God bless him .

  • @prathanaVLOG-ff8ms
    @prathanaVLOG-ff8ms 5 місяців тому

    jay sre kresna

  • @NanditarayChoudhary
    @NanditarayChoudhary Рік тому

    Jai shree krishna🙏🙏🙏

  • @kunjachoudhury3155
    @kunjachoudhury3155 Рік тому +1

    Val lageli

  • @simadeka9014
    @simadeka9014 Рік тому +1

    Hodai jen positive sinta dhara monot loi hodai hothik pothere jen aagbarhi jabo paru jibontut vogobane heihini giyan hubudhi aamak diye jen. Kripa koriba provu

  • @niutondas9747
    @niutondas9747 Рік тому +1

    Mojja

  • @DoloiramTerang-fc8gt
    @DoloiramTerang-fc8gt 11 місяців тому +1

    Thankful

  • @harakantadeka7715
    @harakantadeka7715 Рік тому +2

    ভগবান, সদায় পাথনা,কৰিব, লাগে, কিন্তু আত্ম,মন,বিবেক,ধৈয, আৰু বিশ্বাস

  • @mamonirava6122
    @mamonirava6122 Рік тому +13

    হৰ হৰ মহাদেৱ ❤🙏