Apunar ai video tu sai bar bhal lagise.akedare Moize /gom dhan khetit khar prayog aru rog niramoyar karan aru upaye buror shabisesh janai ati video tu upload kari dile bishesh labhawan ham.Thank you.
Sir moi kotha ata hudhibo bisarisu.. ata project ase: Development of superior haplotype based near isogenic lines(haplo-Nils) for enhance genetic gain in rice.. mane ki bujaise koi diwksn plz plz riply
@@krishiaruvigyan1464 thanks sir apunak bohut bohut dhoinabad bihut hokah palu karon aitur uporot mur ata interview ase so confused hoi asilu thank u sir
@@krishiaruvigyan1464 Dada dhan rungte ako xar diya nai , atiya xar dibo parim ne . Jodi dibo parim tante poriman-to jonabosun , ki ki xar dibo lagibo . Joha dhan 3 bigha , Bahadur dhan 4bigha . Oti Xonkale Reply Dibosun . Dhanyabad
Oi vidiyoto bohut vahal lagise ai vidiyoto kotiya pelar agot lagishil kamod lagishil
Apuni hodai enekuwa kotha khetiyoko jonai thakibo
🇮🇳💚
Thank you sir
Welcome
আপোনা উপদেস বোৰ বহুত ভাল লাগিল আগলৈ এধৰন উপদেস দিব ❤❤❤
Da boro dhanar oparat ata video lge
Thank you so much sir ❤
বহুত ধন্যবাদ ।
ভাল লাগিল।
ধন্যবাদ থাকিল ।
Bohut kotha sikilu apuna pora. Thnkyou so much ❤️❤️
My pleasure, Thank you Sarat Das.
বৰ ভাল লাগিল। ধন্যবাদ।
Your speech is absolutely right,Sir.Nice video.Thanks.
সুন্দৰ লিখনি
Very very nice 🎉❤❤
Bhut val lagil❤❤
Apunar ai video tu sai bar bhal lagise.akedare Moize /gom dhan khetit khar prayog aru rog niramoyar karan aru upaye buror shabisesh janai ati video tu upload kari dile bishesh labhawan ham.Thank you.
অশেষ ধন্যবাদ । আপুনি আমাৰ ফেচবুক পেজ krishi aru vigyan ত গৈ সুধিব পাৰে জানিব বিচৰা কথা খিনি ।
Bahut bhaal lagil,.. Dhanyavaad
Thank you for this type of video.
জৈৱিক সাৰ বেৱহাৰৰ বিষয়ে জনাবচোন।
ধন্যবাদ 🙏। মাকৈ আৰু শৰিয়হ খেতিৰ বিষয়ে জনোৱা 🙏
Bon nulua upai dibosun dada
কৃষি সম্পৰ্কীয় কথাখিনিৰ পৰা উপকৃত হ'লো।
Thank you
From Barpeta 👍
Apunar Paramarsha bhal lagise
Arize 6444 dhan bidhor bihoye jonabo....
Bayer কোম্পানীৰ ধানৰ জাত । ভাল জাত । 140 দিনীয়া । হাইব্ৰীড জাত হোৱা কাৰণে পথাৰত প্ৰয়োজন অনুসাৰে সাৰ প্ৰয়োগ কৰাৰ দৰকাৰ তেতিয়া ভাল উৎপাদন পোৱা দেখা যায় ।
val lagil video tu sai
Next ane dharanor v d o pam
buli asa rakhilo
ধন্যবাদ ।
Tea cultivation. Thanks
Ranjeet bosumotary Rangapara Sonitpur Assam village no-2 Torabill
Raam prosad dhanbidh kenedharanar matit hoi
Good job
Thank you so much.
Dhan khetir utpadawnat assamawr sthan unnitaw hawbaw
Dada pls jonabo mur dhan gor halodhiya hoi ase ki khar dile val hobo
গোটেই পথাৰ খনৰে পাত হালধীয়া পৰিছে নে মাজে মাজে হৈছে ?
@@krishiaruvigyan1464 maje maje dada
কুমলীয়া পাতবোৰ হালধীয়া পৰিছে নে বুঢ়া পাতবোৰ হালধীয়া পৰিছে ? আপুনি নহ'লে এটা কাম কৰিব, আমাৰ ফেচবুকত krishi aru vigyan বুলি পেজ এটা আছে, তাত আপুনি পথাৰ খনৰ ভাল ফটো কেইখন মান পঠাব । দুখন মান পথাৰ খনৰ, দুখন মান পাতৰ ওচৰৰ । চাই পেলাই জনাম ।
we have been known more information from your teaching.
Dada apunar aneka bujai dia video aji moi prothom bar salu dhanor bikhoyat
Swarna dhanor bikhoye jonabosun .khar kiman dim.
স্বৰ্ণ দীৰ্ঘ দিনীয়া (১৪০-১৪৫ দিন) ধানৰ জাত । এইটো video তে ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে ।
Ok
ভিডিঅ'টো ভাল লাগিল।
দাদা আপোনাৰ বহুমূলীয়া ভিদিও চাই বহুতো নজনা কথা শিকিলোঁ । আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ । শেষৰ চাহ হাল বোৱাৰ পাছত অৰ্থাৎ কঠীয়া ৰোৱাৰ আগেয়ে আপোনি কোৱাৰ দৰেই পথাৰত সাৰ প্ৰয়োগ কৰা হৈছিল । অবশ্যে সাৰ প্ৰয়োগ কৰাৰ আগতে পথাৰত থকা অতিৰিক্ত পানী খিনি বাহিৰলৈ উলিয়াই লোৱা হৈছিল । কিন্তু বৰ্তমান নেৰা নেপেৰা বৰষুণৰ বাবে পথাৰত যথেষ্ট পৰিমাণে পানী জমা হৈ পৰে ! প্ৰায় ৫ - ৬ ইঞ্চি মান হ'ব । মই জানিব বিচৰা কথাতো হল যদি পানী খিনি বাহিৰলৈ উলিয়াই দিওঁ প্ৰয়োগ কৰা ৰাসায়নিক সাৰখিনি পানীৰ লগত ওলাই যাব নেকি ? আৰু যদি অতিৰিক্ত পানী খিনি আবদ্ধ কৰি ৰখা হয় তেন্তে ৰোৱা বিলাকৰ বিশেষ কিবা অসুবিধা হ'ব নেকি বাৰু ?
Video তো চাই ভাল পোৱা বুলি জানিব পায় সুখী হ'লো । পানী উলিয়াই নিদিব । সিমান পানী থাকিলে একো অসুবিধা নাই ।সাধাৰণতে ইউৰিয়া সাৰহে পানীৰ লগত মিহলিহৈ ওলাব পাৰে বাকী বোৰৰ ইমান সহজে ঘোল নাখায় । কঠীয়া যদি পানীত সম্পূৰ্ণ ভাবে ডুব নাযায় তেনেহ'লে একো অসুবিধা নাই, সেয়া মন কৰিলে হ'ল । যদি এসপ্তাহ বা তাতকৈ বেছিদিন ডুব গৈ থাকে তেতিয়াহে কঠীয়াবোৰ গেলিব পাৰে । আজি কালি ৰঞ্জিত চাব 1, বাহাদুৰ চাব 1, স্বৰ্ণ চাব 1 নামৰ ধানৰ জাত ওলাইছে যিবোৰ ১০ দিনৰ ওপৰত পানীৰ তলত ডুবগৈ থাকিলেও একো অনিষ্ট নহয় ।
@@krishiaruvigyan1464 বহুতো ধন্যবাদ থাকিল ।
@@krishiaruvigyan1464 কোন বিধ সাৰ কিমান দিন কাৰ্য ক্ষম হৈ থাকে৷
চুপাৰ আৰু পটাছ ধান কটাৰ পাছলৈকে থাকিব । ইউৰীয়াহে মাটিত বেছি দিন নাথাকে । গতিকে ভাগ ভাগ কৰি দিব কোৱা হয় ।
@@krishiaruvigyan1464 ধন্যবাদ৷
ধানৰ গৰ্ভধাৰণ সময়ত বতৰৰ সাপেক্ষ বৰষুণ বতৰত কি ৰাসায়নিক সাৰ দিব পাৰি।
Thanks
আহাৰ মাহত ধান দাবলৈ হলে কি ধান উপযোগী আৰু কোন মাহত কঠীয়া পাৰিব লাগে জনাব চোন ৷
মীন পালন আৰু পুখুৰী নিৰ্মাণৰ ওপৰত সঠিক তথ্যৰ আধাৰত ভিডিঅ এটা বনাবচোন ।🙏
Val lagil vediotu sai bohu kotha xikibo parilu. Moi u ajon krihok
ধন্যবাদ Atikur ডাঙৰীয়া, সকলোৰে মূল কৃষিয়ে । শুভকামনা থাকিল ।
অনুগ্ৰহ কৰি share আৰু subscribe কৰিব ।
@@krishiaruvigyan1464 agoloi aru val val poramorxo pai thakim buli axa korilu. Karon khetiok hisape bohu kotha jana dorkar.
bali matit ki har matiboa laga
বালিয়া মাটিত প্ৰচুৰ পৰিমাণে পচন সাৰ বা গোবৰ জাতীয় সাৰ দিয়ক । তাৰ পিছতহে অন্য সাৰে কাম কৰিব।
Sir moi kotha ata hudhibo bisarisu.. ata project ase: Development of superior haplotype based near isogenic lines(haplo-Nils) for enhance genetic gain in rice.. mane ki bujaise koi diwksn plz plz riply
Haplotype meaning টো আপুনি জানে বুলি ধৰিলৈছো, project টোত তেওঁলোকে ধানৰ "line" (বুজিবলৈ variety বুলি ধৰি লওক) কিছুমান বনাব গৈছে যিবোৰৰ অনুবংশীক মিল থাকিব । আৰু ইয়াৰ উদ্দেশ্য হ'ব ধানৰ গুণাগুণ যেনে উৎপাদন, সোৱাদ, বেমাৰ কীট পতংগৰ বা অন্যান্য প্ৰয়োজনীয় চৰিত্ৰৰ সংযোজন ঘটোৱা ।
@@krishiaruvigyan1464 thanks sir apunak bohut bohut dhoinabad bihut hokah palu karon aitur uporot mur ata interview ase so confused hoi asilu thank u sir
Ok, ভালকৈ দিবা । All the Best.
@@krishiaruvigyan1464 Thank u sir.. heitu topicr uport kiba akonman holeu video pam ni sir bohut help hobo mur
👍gr8 work, keep it up
ধন্যবাদ মেধি ডাঙৰীয়া ।
Sir soil health card janabo plz
ৰয় ডাঙৰীয়া আপোনাৰ পথাৰৰ মাটি পৰীক্ষা কৰাৰ পিছত তাত কি কি মৌলৰ অভাৱ আছে আৰু কেনেকৈ সেইবোৰ ঠিক কৰিব পাৰি তাৰ ওপৰত এখন ৰিপৰ্ট দিয়ে, সেইখনকে soil health card বুলি কয় । আপুনি আপোনাৰ জিলাত থকা কৃষি বিজ্ঞান কেন্দ্ৰ অথবা কৃষি উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰিলে জানিব পাৰিব । বিনামূলীয়াকৈ বনায় দিয়া হয় ।
Ranglaw kheti bi khaye jonabo sun
National center of organic farming ghaziabad utter Pradesh Govt of India পৰা আনক waste decomposer ঢালি দিয়ক । পৃথিৱী বিখ্যাত জৈৱিক অনুঘটক হিচাপে ক্ৰিয়া কৰে । ফচল ৰ সোৱাদ ঘূৰাই পাব ৬০ দশকৰ ।
Sir ahpuner vedio bilaak sai vaal laage . Mai ahpuner vedior paraa bahoot khikisoo .mai ajoon farmer hai. Ahpuni khitir bikhai vedio banai thakiboo. Bahoot vaal laage.
আমাৰ video চাই ভাল পোৱা বুলি জানি উৎসাহ পালোঁ । আৰু Video বনাই থাকিম, আমি জনা কথাবোৰ আপোনালোকক জনাবলৈ চেষ্টাহে কৰিলোঁ । ধন্যবাদ ।
Dhanor diha. Diyar bawe dhonya bat 🏓
Great Job, much needed video with helpful information
Thank you so much for inspiring us. Please do recommend this video to others.
Check my other videos too, you may find interesting.
Apunr channel 2 Sai khub bhal lagise, apunk bohut bohut dhonyobad, akha koru apuni enekoi agoloi Kam Kori jai , dhanyabad
আশীৰ্বাদ কৰিব, আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰি যাম । ধন্যবাদ শইকীয়া ডাঙৰীয়া ।
দাদা পাণ গছ আৰু অমিতাৰ ওপৰত ভিডিঅ' এটা বনাব চোন
আমি চেষ্টা কৰিম ।
পানী তলত তিনি দিন বুৰ গৈ থকা ৰোৱা পানী শুকাই যোৱা পিচত কি কৰিব লাগিব
You have presented the words in a very beautiful way. There was hope for more advice.
Thanks a lot for the inspiring words.
😊😊😊😊😊😊😊😊😊😊😅😅😊 1:16 😊😊😊😊😊😊😊p😊😊😊😊😊@@krishiaruvigyan1464
😊p😊😊😊😅😊 1:34 😊😊😊😊
1:58
sir ৰঙালাও বিষয়ে জনাবচোন
ৰঙালাওৰ বিষয়ে কি জানিব বিচাৰিছে, ক'লে কব ভাল হয় ।
কি কি সাৰ প্ৰয়োগ কৰিব লাগে
September month last ki dhan ruly Val hb
Dada khoriho khetir bikhoye video Bobbi.
Sir boro dhanor karone ki car dibo lagibo Priti bigha Mattit
Dada amar potharot dhan ulowar agot bohut jegai jegai dangor gol glo hoi dhan mori jay.eyar karon jonabo neki?
আপোনাৰ তাত ফটো আছে নেকি ? আছে যদি আমাৰ ফেচবুক পেজত দিব চাই জনাম ।
ৰঙালাউ খেতিৰ ওপৰত বিতং ভাবে video এটা বনাবচুন । ধন্যবাদ।
হয় আমি চেষ্টা কৰিম । ৰঙালাও ৰুৱাৰ সময় হৈছে পিছে, ছেপ্টেম্বৰ -অক্টোবৰ মাহত লগাব পাৰে নহ'লে জানুৱাৰী -মাৰ্চ/এপ্ৰিলত ।
ধন্যবাদ ।
@@krishiaruvigyan1464 ধন্যবাদ। Video টোৰ বাবে অপেক্ষা কৰিম।
😅😅😅😅😅😅😅😅😅😅😅😊😅😅😅😅@@krishiaruvigyan1464
@@krishiaruvigyan1464😅😅😅😅 17:42 😅😅😅
ঘাহ বন কেনেকৈ মাৰিব পাৰি দৰবৰ নামটো দিয়কচোন
দাদা বৰ্তমান বজাৰত ইউৰীয়া সাৰৰ নাটনি হৈ আছে । যাৰ কাৰণে পথাৰত Top dressing কৰিব পৰা নাই ।গতিকে ইউৰিয়া সাৰৰ পৰিবতে DAP প্ৰয়োগ কৰিব পাৰিনে আৰু যদি পাৰে তেন্তে বিঘাত কিমান পৰিমাণে প্ৰয়োগ কৰিব লাগিব । মোৰ ৰনজিৎ ধান ৰোৱা আজি ৪৫ দিন হ'ল আৰু ৰোৱাৰ সময়ত আপুনি দিয়া পৰামৰ্শ অনুসৰিয়েই সাৰ প্ৰয়োগ কৰা হৈছিল ।
DAP top dressing সাধাৰণতে কৰা নহয় । আপুনি চাওক যদি ধানৰ পাতবোৰ গাঢ় সেউজীয়া ধৰণৰহৈ আছে তেনেহলে আপুনি ইউৰিয়া নিদিলে ও হ'ব ।
যদি পাত গাঢ় সেউজীয়া নহৈ হালধীয়া পৰিছে বিশেষকৈ তলৰ পাতবোৰ তেনেহলে মোক জনাব মই বেলেগ এটা উপায় দিম ।
@@krishiaruvigyan1464 ধন্যবাদ দাদা ৰোৱা বিলাক গাঢ় সেউজীয়া হৈ বৰ্তমান পাতল সেউজীয়া হৈ পৰিছে । আৰু মাজে মাজে দুই এগোছাৰ পাত বিলাক নুৰ খাই গেৰুৱা ৰঙৰ হৈ পৰিছে । মই ফটো মাৰি থৈছো আপোনাৰ
ই মেইল টো পালে পঠিয়াই দিব পাৰিম ।
আপুনি krishi aru vigyan ফেচবুক পেজ টোত inbox কৰি পঠাই দিব ।
দাদা মই কঠিয়া ৰোৱাৰ সময়ত কোনো ধৰণৰ সাৰ ব্যৱহাৰ কৰা নাই। কঠিয়া ৰোৱা এমাহ হ'ল এতিয়া কি সাৰ কিমান পৰিমাণ ত প্ৰয়োগ কৰিব পাৰিম আৰু সুফল পাম জনাবচোন এবাৰ।
Video টোত সাৰৰ বিষয়ে ভালকৈ আলোচনা কৰা হৈছে। মাটি যদি সাৰুৱা আৰু খেতি ডৰা যদি ভালে আছে তেনেহ'লে একো সাৰ নিদিলেও হ'ব । কিয়নো চুপাৰ আৰু পটাছ সাৰ দিয়াৰ সময় পাৰ হল। সেইবোৰ মাটি ৰোৱা আগতে দিয়া হয় । বাকী থাকিল ইউৰিয়া, ইয়াক অকলে দিলে সিমান সুফল নাপায়। যদি পাত হালধীয়া পৰা যেন হৈছে তেন্তে দিব পাৰে বিঘাই প্ৰতি ৩ কেজি।
Dada pukhe khaise pat bur ki dorop dile val hbo
বহুত বেছি যদি নাই খোৱা পোকে তেনেহ'লে দৰব নামাৰিলেও হ'ব । কঠীয়াবোৰ যেতিয়া ঠন ধৰিব নিজে ঠিক হ'ব । যদি বেছিকৈ হৈছে তেনেহ'লে Chlorantranilliprole 18.5% SC নামৰ দৰবটো 1 মিলিলিটাৰ 2 লিটাৰ পানীত মিহলাই স্প্রে কৰিব ।
@@krishiaruvigyan1464 dada price tu kiman poribo
এইটোৰ অলপ দাম লয়, আপুনি ইয়াৰ ঠাইত Tricel বুলি এটা আছে সেইটো ও মাৰিব পাৰে । 2 মিলিটাৰ প্ৰতি লিটাৰ পানীৰ হিচাপত ।
@@krishiaruvigyan1464 ধন্যবাদ দাদা
New video lage dada
Dada moi mars mahot kheti koribo bisaru. pora hobone
কিহৰ খেতি কৰিব বিচাৰিছে সেইটো জনালে ভাল হয়
Ahu dhanr kheti.
আহু ধান দুই ধৰণে কৰা হয়,
১) Direct পথাৰত গুটি সিঁচি (এই পদ্ধতিত কঠীয়া নাপাৰি direct গুটি সিঁচা হয় । বীজ সিঁচা সময় : মাৰ্চ -এপ্ৰিল)
২) কঠীয়া ৰুই কৰা (এই পদ্ধতিত আমি কঠীয়া ৰুই কৰো । কঠীয়া পৰা সময় : মাৰ্চ -এপ্ৰিল)
আহু ধান কৰাৰ আটাইতকৈ ডাঙৰ অসুবিধা হৈছে ঘাঁহ বনৰ উপদ্ৰৱ খুব বেছি হয় । গতিকে যদি আহু ধান কৰে তেনেহলে শাৰী শাৰীকে ৰুব লাগে যাতে ঘাঁহ বন চিকুনাবলৈ সুবিধা হয় । আপুনি অকলে যদি আহু খেতি কৰে তেনেহলে চৰাইয়ে বহুত অনিষ্ট কৰিব পাৰে । আৰু এটা কথা আহু ধান পাৰিলে ৯০-১০০ দিনীয়া জাতবোৰ কৰিব । তেতিয়া শালি ধানৰ কাৰণে আপোনাৰ মাটি আকৌ Ready কৰিব পাৰিব ।
আপুনি আমাৰ FACEBOOK PAGE "KRISHI ARU VIGYAN" তগৈ আপোনাৰ যিকোনো প্ৰশ্ন সুধিব পাৰে ।
ধন্যবাদ ।
Dada 1 bigha matit jode 15 ltr Boric Acid mix kora pani lagy tytiya holy holy 15ltr panir baby kiman parimanor boric acid lagibo
😂hjhhttddvbhiiytfghmkjh
Hello sir
Hello 🖐️
Spray tu Kam koribo nai aibar rua dari hol banpani karona
ধানৰ জাতটো কি আছিল ?
ৰঞ্জিত ধানত বিঘা কিমান সাৰ দিব পাৰি
ৰঞ্জীতৰ দৰে দীর্ঘদিনীয়া জাতৰ কাৰণে ইউৰিয়া 18, চুপাৰ 17, আৰু পটাছ 9 kg প্ৰতি বিঘা । video টোত সকলো কোৱা হৈছে । আকৌ এবাৰ ভালকৈ চালে দেখিব । ধন্যবাদ ।
@@krishiaruvigyan1464 Dada dhan rungte ako xar diya nai , atiya xar dibo parim ne . Jodi dibo parim tante poriman-to jonabosun , ki ki xar dibo lagibo . Joha dhan 3 bigha , Bahadur dhan 4bigha . Oti Xonkale Reply Dibosun . Dhanyabad
কঠীয়া ৰুৱা ২০-৩০ দিনৰ ভিতৰত আপুনি ইউৰীয়া আৰু পটাছ ছটিয়াই দিব পাৰে প্ৰতি বিঘাত 5 কেজি হিচাপত । চুপাৰ পিছত দি বৰ এটা লাভ নহয় ।
Bohut val lagile
ভাল লাগিল, আমাৰ ঘৰত ২০ বিঘা ৰঞ্জিত ধানৰ খেতি কৰিছো, আৰু এটা কথা আছিল mop ৰ বেলেগ কিবা থলুৱা উৎস আছে নেকি , mop ৰ বজাৰ মূল্য যিহেতু ৫০ কেজি বেগত ১৮০০ টকা,
Sir বৰ্তমান ধান বোৰ কিয় ৰঙা ৰঙা পাত হৈ আছে । কাৰণটো জনাব নে ?
পাত ৰঙা পৰাৰ বহুতো কাৰণ থাকে । পাত আৰু গছৰ ফটো দুখনমান পঠিয়াব krishi aru vigyan ফেচবুক পেজটোত, চাই জনাম ।
মহাশয়,মই ন কৈ খেতিত লাগিছোঁ। মোৰ "ৰঞ্জিত" ধাননি দৰাত বহু পৰিমানে ঘাঁহ বন গজিছে ।মই 2,4-D Agan By ADAMA ব্যৱহাৰ কৰিব ওলাইছোঁ।ব্যৱহাৰ কৰিলে সুফল পাম নে?লগতে জিংক ৩৩%,ইউৰিয়া আৰু পটাছ ব্যৱহাৰ কৰিলে সুফল পামনে?জনালে উপকৃত হ'ম।
ৰুৱা এমাহ মান হোৱা পাছত সাধাৰণতে ঘাঁহ মৰা দৰব মাৰিলে সুফল নাপাব । তাৰ সলনি হাতেৰে নিৰণি কৰিব । জিংক পটাছ আপুনি সাৰ হিচাপে দিব বিচাৰে যদি দিব পাৰে । কিন্তু মনত ৰাখিব একেলগে মিহলি কৰি নিদিব, নহলে ইউৰিয়া বোৰ গলি পানী হৈ যাব । আপুনি একেদিনাই দিব পাৰে খালি বেলেগ বেলেগ কৈ চটিয়াই দিব ।
@@krishiaruvigyan1464 ধন্যবাদ।
@@krishiaruvigyan1464মহাশয়, ঘাঁহ বন নাশক ঔষধ প্ৰয়োগৰ কমান ঘণ্টা/দিন পিছত সাৰ প্ৰয়োগ কৰিব পাৰিম।
মোৰ জহা ধাননিদৰাত(৪বিঘা)কঠিয়া ৰুৱাৰ সময়ত ডি এ পি ৫ কেজিকৈ আৰু পটাছ ১ কেজিকৈ প্ৰতি বিঘাত প্ৰয়োগ কৰিছো।পুনৰ এমাহ মান পিছত ৪ কেজিকৈ প্ৰতি বিঘিত ইউৰিয়া আৰু কম পৰিমানে পটাছ পয়োগ কৰিছোঁ।বয়স প্ৰায় দুমাহ হ'ওঁ হওঁ।
এতিয়া কি সাৰ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যাব।
ডি এ পি আৰু ইউৰিয়া কিমান দিনলৈ কাৰ্য্যক্ষম হৈ থাকে ।জনালে উপকৃত হম।
ধন্যবাদ।
দাদা মই ধান ৰোৱা সময়ত DAP খাৰ কম পৰিমাণে প্ৰয়োগ কৰিছোঁ কিন্তু পাথৰ দৰাত পানী নৰয় মানে পানী বেছি হল 4দিন মান পানী বৈ থাকিল এতিয়া খাৰ খিনি পথাৰ দৰাত থাকিব নে? নে পানীৰ লগত খাৰখিনি গুচি গল plz plz জনাওক চোন
আপুনি এনেয়ে চিন্তা কৰিছে । একো নহয় । কঠীয়া পানীত ডুবি নষ্ট হ'লেহে চিন্তা কৰিব লগা কথা ।
@@krishiaruvigyan1464 ধন্যবাদ দাদা
১ একৰ মাটিত কিমান বিঘা থাকে ?
প্ৰায় 3 বিঘা ।
@@krishiaruvigyan1464 ধন্যবাদ
মহাশয়,জিংক,পটাছ আৰু ইউৰিয়া একেলগে প্ৰয়োগ কৰিব পাৰিম নে।
একেলগে মিহলাই নিদিব, বেলেগ বেলেগকৈ চটিয়াই দিব ।
@@krishiaruvigyan1464 ধন্যবাদ।
আপোনাৰ নম্বৰ টু দিয়ক চোন
পটাছ কেতিয়াও মাটিত পোক পতঙ্গ হ্ৰাস নকৰে ।।।ভুল তথ্য
ধন্যবাদ আমাৰ video চোৱা বাবে ।
ভুল তথ্য দিয়া নাই, আপুনি বেলেগ ধৰণে বুজিছে । পটাছ মৌলয়ে গা গছজোপাক মজবুত কৰে যাৰ বাবে কীট পতংগৰ আৰু বেমাৰৰ আক্ৰমণ কম হয় । অধিক জানিবৰ বাবে যিকোনো কৃষি বিষয়ক কিতাপ বা Google ৰ সহায় ল'ব পাৰে ।
ধন্যবাদ ।
@@krishiaruvigyan1464hmm ryt ..Agreed ...Potash e hokti jugay
@@krishiaruvigyan1464মহাশয়, ধান খেতিৰ দিহা থকা কিতাপ পামনে বাৰু।মোৰ চুবৰীয়া কৃষক সকল 'যি হয় হ'ব মনোভাৱৰ' ।মোৰ ওলপ অসুবিধা হয়।কাৰণ মই হ'লো চুকানীলৈখেতি কৰা মানুহ।
আপুনি যদি ভালকৈ শিকিব বিচাৰে তেনেহলে আপোনাৰ জিলাত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰত এবাৰ যাওক, তাত আপুনি সকলো ধৰণৰ খেতি বাতি, পশুপালন, আৰু অন্যান্য বিষয়ৰ ওপৰত দিহা পৰামৰ্শ আৰু প্ৰশিক্ষণ লব পাৰিব সম্পূৰ্ণ বিনামূল্যে । লগতে তাৰ বিজ্ঞানী সকলে আপোনাৰ পথাৰ খনো চাই যাব পাৰিব ।
@@krishiaruvigyan1464 ধন্যবাদ।
মহাশয় । ইউৰিয়া আৰু DAP একেলগে mix কৰি দিব পাৰিনে । আৰু এটা কথা মোৰ মাটি খিনি অলপ বালি চহিয়া । পাঞ্জাব লাহি ধান লগাইছো ৩বিঘা মাটিত ইউৰিয়া আৰু DAP কিমান দিব লাগিব জনাবছোন !
Bodo dhan kheti