শিৱসাগৰ পিয়লি ফুখন ষ্টেডিয়াম। পানীৰ লগত মাধৰ্মাৰ।

Поділитися
Вставка
  • Опубліковано 10 січ 2025

КОМЕНТАРІ • 24

  • @bantisonowal5535
    @bantisonowal5535 24 дні тому +1

    সচাঁই পানী পিয়াহ বহুত লাগিছিল । হয়তো তিনি ঘণ্টাৰ ওপৰত ৰদত বহি থাকি অবস্থা বেয়া হৈ গৈছিল । ফিল্ডৰ পৰা ওলাই আহি পানী কিনি খাইহে ৰক্ষা পাইছোঁ ।মইও এগৰাকী তিনিচুকীয়াৰ পৰা যোৱা অংশ গ্ৰহণ কাৰি হৈ ভুক্তভোগী ।

    • @ayanrongpurvlog210
      @ayanrongpurvlog210 22 дні тому +1

      একো নাই দিয়ক সেই ভগৱানৰ শক্তি

    • @ayanrongpurvlog210
      @ayanrongpurvlog210 22 дні тому

      একো নাই দিয়ক সেই ভগৱানৰ শক্তি

  • @asbgamer8823
    @asbgamer8823 24 дні тому +1

    Kirshnaa aaisokoll vall hook jatrra love u all women❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉😅

  • @Astha_Ashim_vlogs_123
    @Astha_Ashim_vlogs_123 25 днів тому +1

    Kor pora ahisil alunaluk moiu goisilu♥️

    • @borakhagogoi3300
      @borakhagogoi3300 23 дні тому

      moran or pora goisil , mur maa hoi

    • @MonjuGogoi-os6ub
      @MonjuGogoi-os6ub  23 дні тому

      আমি মৰাণৰ পৰা গৈছিলো আমাৰ বৰ আশৰা ভিডিঅ'টো চাব চাই ভাল পাব

  • @binubori
    @binubori 25 днів тому +1

    বহুত ভাল লাগিল বাইদেউ আপোনাৰ কথা শুনি ❤মোৰ ভিডিঅ চাব বুলি আশা কৰিলো 🙏🙏🙏

  • @ayanrongpurvlog210
    @ayanrongpurvlog210 22 дні тому

    O baideu পিয়লি ফুখন নহয় ফুকন

  • @nijuduttakalita9193
    @nijuduttakalita9193 24 дні тому +1

    আমিও নাপালোঁ পানী কিনি খাইছোঁ আৰু পেকেট lunce দিয়া ফালেই চাই ভয় খাই Golu হেইয়াও kini khalu

  • @sweetigogoi7312
    @sweetigogoi7312 26 днів тому +1

    vl hoise

  • @Rashmilifestyle-dk8pn
    @Rashmilifestyle-dk8pn 26 днів тому +1

    Xundor video🙏friend hoi asu muru sabo❤

  • @popisvlog-xq8ve
    @popisvlog-xq8ve 25 днів тому +1

    Nice video

  • @renuphukon3590
    @renuphukon3590 24 дні тому +1

    আমাৰ পেকেত লান্সৰ কাৰনে ৰবলৈ ধয্য নহল আৰু পানী কিনিহে খালো । ৰ'দত বৰ কষ্ট পালো আৰু অলপ সময় থকা হলে মূৰ ঘূৰাই পৰিলো হেতেন ।

    • @borakhagogoi3300
      @borakhagogoi3300 23 дні тому

      takeii ❤

    • @MonjuGogoi-os6ub
      @MonjuGogoi-os6ub  23 дні тому

      মুৰ ঘূৰাই পৰিছে, মই খাবলৈ যাওতে হাততে চাৰিগিলাছ আনি দিছিলো বেয়াই লাগিছিল মুঠ ওচৰত থকা কেইগৰাকী মান লক্ষিমপুৰৰ আছিল নিশা দেৰ বজাত আহিছিল

  • @sangitabharali1915
    @sangitabharali1915 22 дні тому

    Pakat.lanse.gonduha.bor.ba..a.pali dilu

  • @mousumiboruah8400
    @mousumiboruah8400 25 днів тому +2

    আমি ও পানী কিনি খালো

  • @PrabitraDeuri-m4j
    @PrabitraDeuri-m4j 26 днів тому

    Baidew ketiya olp plm hoi plz bea napaba

    • @MonjuGogoi-os6ub
      @MonjuGogoi-os6ub  23 дні тому

      বৰ ভাল লাগিল তেনেকৈ কোৱাৰ বাবে মই ধৰি থকা নাই কাৰণ আগলৈ কোনেও তেনে কোৱা নকৰে যেন তাৰেই কামনা কৰিলো।