@@ritupanmedhi6397 apnako lagibo naki ?Mamai 1500 tka diye ami pao monthly 1 lakh ke .Neurologist tok dakhai lbo brain2 .Surgery krile val hb val sinta ontoto braint Thai pabo ,Hindu ,Christian, Muslimr rajniti bad dibo.Stool pass,Urine pass and khwato rajniti aru kt kribo rajniti .Ga- Pa dhuwato Raj niti korok .Hindu a ga dhui ,Christian and muslim me ga nudhui buli .
কিছুমান মানুহে comment দিবলৈ পইচা দিয়ে । Comment bur sob videot aketa id re diye . কিছুমান বন্ধুৱে খিষ্টান school t pohi msz diye . Per comment 100 pai . কৃষ্ণ কৃপা কৰক । Brainwash r pra basauk .
Aikhn hindustaan, ru hindur dekh, hindur history ase, kintu tohotr convert huwa Christan dhormor bhartt ba axomr history tu alp kobo nki, krn amr hindur bhagavaan r history ase, provu Shri ram, sri krishna, xoklore history bharatt ase, jisur ase nki, yat, jodi xosa ktha olai pore tetya convert huwa olai poribo history sabo gole, jay shree ram 🙏
কিছুমান মানুহে comment দিবলৈ পইচা দিয়ে । Comment bur sob videot aketa id re diye . কিছুমান বন্ধুৱে খিষ্টান school t pohi msz diye . Per comment 100 pai . কৃষ্ণ কৃপা কৰক । Brainwash r pra basauk
Praise the lord .Thank U himanta mama and assam news channels for Goodnews .Jesus loves all assam people and CM of assam .I bless you and pray for you in the name of jesus .
Himanta biswasarma ai dekha paisel niki church Pani logot paracetamol milai kuwa teneke kobo napai abar hahi Sabo church ot miracle hoi praise the Lord
স্বৰ্গৰ তলত মানুহৰ মাজত এনে আন কোনো নাম নাই যাৰ নাম যীচু খৃষ্ট যিয়ে দিয়ে পাপৰ পৰা পৰিত্ৰাণ কোনোবা আছেনে এই পৃথিৱীত আপোনালোকে চিন্তা কৰি চাওক যিমানেই হেচিব সিমানেই বৃদ্ধি হ'ব ধন্যবাদেই ভাই সকল
কিছুমান মানুহে comment দিবলৈ পইচা দিয়ে । Comment bur sob videot aketa id re diye . কিছুমান বন্ধুৱে খিষ্টান school t pohi msz diye . Per comment 100 pai . কৃষ্ণ কৃপা কৰক । Brainwash r pra basauk
Cm ye ki beya kole nu..? tohote tu dukhiya manuhok proluvon di loihe dhormantor koruwa. Aru swargot jaboloi hole manuhor mon xuddho hb lagibo prothom kotha..aibur misa misi kotha koi lav ny amak. jisuw ajon hindu bhoktoi asil..aibur missionary hokole tohotok nokoy..jisur nam isha nath asil.
Ata samay t Uttar purbanchal t Brahmon Dharma nasil. Ahom rojai Bamun khakal k konujrpora mati ani ijor murat kuthar mari lua babe aji Ahom khakalr panit hah nasora laolua abostha aru matra 2% Bamun Assamr uthi roja bohi roja.
Fake news,christian people never ask anybody to accept christian religion but prays for all people all community's of world....praise the lord in Jesus name, amen.
Dhunia Gutai prithibi Christian hbo aru jldi howk. Amew full dedication d asu khokoluke Christ bikhoye jonabole. Gemn paru khokolu jagate prosal solise aru solibo
"At the name of Jesus, every knee will bow, and every tongue will confess that Jesus Christ is Lord, to God's glory. (Philippians 2:10-11)" "যীচুৰ নামত সকলো মূৰ নত কৰিব আৰু সকলো জিভাই কব যে যীচু খ্ৰীষ্ট প্ৰভু, আৰু এই সকলোৰে দ্বাৰা ঈশ্বৰৰ মহিমা হ'ব। (ফিলিপীয় ২:১০-১১)" Amen!✝️✝️
Dhormo nirokphekhyo korar karon tu Christian convert hoboloi xongbidhanot nai diya,agor pora thoka hindu , muslim,sikh,budh ,jain adik xoman odhikare palon koriboloi diya hoisil tare xubidha loi tengor missionary xokol amar xohoj xorol manuh khinik Christian convert korale goi
য'ত শান্তি আছে য'ত সত্য আছে ।য'ত অনন্ত জীৱন আছে ।তালৈ পৰিতান বিছাৰি মানুহ যাব টো। মই য়ো গলো।আমেন।
Praise the Lord....God is good....aji jisur naam hokolu Thai te ...ghuhona hoi ase.
Praise the lord
প্ৰভু যীচু আপোনালোকক ক্ষমা কৰক যিমান মিছা কৱ সিমান প্ৰভু যীচুৰ ৰাজ্য বৃদ্ধি হব
সিহঁতৰ কথা কি কব ওকল ক্ৰিষ্টেন এণ্ড মুছলিম কোৰি থাকিব
তোমালোক গুৰি কি আছিল প্ৰথম? 😂... কেইটামান পইছা ৰ লালচত পৰি বিক্ৰি গৈ হিন্দু ৰ পৰা খ্ৰীষ্টান হৈছা । চিঃ
Bhejal Christian
@@ritupanmedhi6397 oo mamai diye 1500 ami pao 1 month 1 lakh .Lagibo naki ? Apnak bc ke dbo pare mamai .
@@ritupanmedhi6397 apnako lagibo naki ?Mamai 1500 tka diye ami pao monthly 1 lakh ke .Neurologist tok dakhai lbo brain2 .Surgery krile val hb val sinta ontoto braint Thai pabo ,Hindu ,Christian, Muslimr rajniti bad dibo.Stool pass,Urine pass and khwato rajniti aru kt kribo rajniti .Ga- Pa dhuwato Raj niti korok .Hindu a ga dhui ,Christian and muslim me ga nudhui buli .
খ্ৰীষ্টিয়ানৰ লগত কিয় লাগি আছে তেওঁলোকে আপোনালোকক মাৰিছে নে পিটিছে যিটো বিচাৰ কৰিব লাগে সেইটো কৰক ইমান যে ধৰ্ষণবোৰ হৈ আছে সেইবোৰৰ বিচাৰ কিয় নলয় মন্দিৰত ও হৈছে কিন্তু গীৰ্জা ঘৰত সেইবোৰ হোৱা হোনিছে জানো? যিবোৰ বিচাৰ লব লাগে সেইবোৰ লওক।
Merry Christmas 🎄
MAMA❤
Jesur kripa apunar logot hodai thake jen🎉🎉🎉🎉🎉
Bohut dhunia ke mediai bilake Jisu christor prosar kori ase Amen. Jai jisu.
Praise the lord 🙏
Thanks mama❤❤
প্ৰলুভনৰ Evidence আছে যদি দিয়ক না মিছা মিছি বতৰি প্ৰছাৰ কৰি আছে mind was কৰিছে media. 2025ত বহুত মানুহে যীশু খ্ৰীষ্টক গ্ৰহণ কৰিব কাৰণ যীশু খ্ৰীষ্ট হৈছে সত্য ঈশ্বৰ আমেন ।
Praise the Lord hallelujah I love Jesus Christ
😂😂
Nam hindu nam ve jesus jusss rakh😂😂
@@MichaelAxombordoloi likha baad diya boston likha
Joi jishu
Thank you Jesus.🙏🙏🙏
যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা কব, তেতিয়া তোমালোক ধন্য। 12 আনন্দ কৰা আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বতে যি ভাববাদী সকল আছিল, তেওঁলোককো লোক সকলে সেইদৰে তাড়না কৰিছিল।
এই পৃথিৱীত অশান্তি আৰু পৰিয়ালৰ মাজত ভেদভাৱ সৃষ্টি কৰিবলৈ আহিলে আৰু অন্য কাম নেপালে নেকি?🤔
মথি 10:34 মই পৃথিৱীত শান্তি দিবলৈ আহিলোঁ বুলি নাভাবিবা; শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলোঁ। 35 বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলোঁ
এশ গুণ বেচি পাব, এই শোভ কামটো আজিয়েই কৰক🤗
মথি 19:29 যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই, ভনী, পিতৃ, মাতৃ, সন্তান, বা মাটিকে এৰে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হব।
প্ৰলোভন দি ধৰ্মান্তৰিত কৰা সমাজৰ বাবে বিশাক্ত৷ নিজ ইচ্ছাত কৰক কোনে কি ক’ব৷ ঠিকেই কৈছে তেওঁ৷
Amen Amen Amen🙏🙏💐💐❤❤❤
যিমানে খ্ৰীষ্টিয়ানক বিৰুদ্ধিতা কৰিব সিমানে গিৰ্জাঘৰ বাৰিব জনসংখ্যা বৃদ্ধি হব
Lag ngle tor ajo koka Ki asil , nati natini ki hol xahog aise jdi Tittal bad di Ali, Rahman likhok
Zinda kuhda yesus mashi i love jesus ❤❤❤ from assam lakhimpur
কিছুমান মানুহে comment দিবলৈ পইচা দিয়ে । Comment bur sob videot aketa id re diye . কিছুমান বন্ধুৱে খিষ্টান school t pohi msz diye . Per comment 100 pai .
কৃষ্ণ কৃপা কৰক । Brainwash r pra basauk .
Zinda Khuda SHRI KRISHNA ZINDA KHUDA SHRI RAM ZINDA KHUDA SHRI HANUMAAN
যীচু- এজন নাথ যোগী
পানী, জুই, পোহৰ- এইটো পোহৰ আৰু শব্দৰ বাপ্তিস্ম। ওম কৌশল হৈছে বাপ্তিস্ম কৌশল, য’ত আপুনি পোহৰ আৰু শব্দৰে বাপ্তিস্ম লয়। যেতিয়া যোহন-বাপ্তিস্মদাতাই যৰ্দ্দন নদীত লোকসকলক বাপ্তিস্ম দি থাকোঁতে ক’লে, “মই তোমালোকক পানীৰে বাপ্তিস্ম দিওঁ; কিন্তু মোৰ পাছত যি আহিব, তেওঁ পোহৰ আৰু অগ্নিৰে বাপ্তিস্ম দিব।” কিন্তু ইয়াত যীচুৰ কোনো উল্লেখ নাই; তেতিয়া তেওঁ ক’ত আছিল?
এই সময়ত যীচু ভাৰতত আছিল, পোহৰ আৰু অগ্নিৰ বাপ্তিস্মৰ কৌশল-অংকাৰ কৌশল শিকিছিল ভাৰতীয় যোগী- চেতন নাথৰ লগত যিয়ে যীচুৰ নাম ৰাখিছিল -ঈশা নাথ; সেয়েহে ভাৰতত তেওঁ ঈশ্বৰ নামেৰে পৰিচিত হ’ল। ঈশ্বৰৰ অৰ্থ হ’ল ঐশ্বৰিক প্ৰভুৰ পুত্ৰ বা ঈশ্বৰ। গতিকে “ যোগীৰ আত্মজীৱনী” গ্ৰন্থখনত উল্লেখ কৰা মতে- ক্ৰিয়া যোগ অনুশীলন কৰোঁতে কি কৰি আছে?
-আপুনি পবিত্ৰ আত্মাৰ ঐশ্বৰিক পোহৰত গা ধুই আছে।
যীচুৰ আগমনৰ সময়লৈকে নাথৰ যোগ পৰম্পৰা ম্লান প্ৰাচীন আছিল। ই যীচুৰ যোগাসন আৰু ধ্যান-ধাৰণাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।
লগতে “যীচু ভাৰতত বাস কৰিছিল”ত উল্লেখ কৰা মতে- যীচুৱে ইজৰাইললৈ উভতি অহালৈকে প্ৰায় পোন্ধৰ বছৰ, চৈধ্য বছৰ বয়সৰ পৰা প্ৰায় ত্ৰিশ বছৰ বয়সলৈকে ভাৰতত বাস কৰিছিল বুলি বিশ্বাস কৰা হয়।তাতেই তেওঁ ধৰ্ম শিকাইছিল, যিটো তেওঁ ভাৰতত শিকিছিল। কিন্তু ইয়াৰ ফলত ধৰ্মীয় কৰ্তৃপক্ষই তীব্ৰ বিৰক্তিৰ সৃষ্টি কৰিছিল আৰু পিছলৈ ইজৰাইল দখল কৰি ৰোমানসকলে তেওঁৰ মৃত্যুৰ পৰিকল্পনা কৰিছিল।
নাথ যোগী সম্প্ৰদয়ৰ আগশাৰীৰ সত্তা চেতন নাথক যীচুৰ গুৰু বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে ক্ৰুচবিদ্ধ হোৱাৰ পিছত তেওঁ যীচুক যোগ শক্তিৰে পুনৰুজ্জীৱিত কৰিছিল আৰু ভাৰতলৈ উভতি আহি যীচুৱে গোটেই জীৱন কাশ্মীৰৰ হিমালয়ত বাস কৰিছিল। অৱশেষত যীচুৱে চেতন নাথৰ পৰা ক্ৰিয়া যোগ কৌশল শিকিলে।
Aikhn hindustaan, ru hindur dekh, hindur history ase, kintu tohotr convert huwa Christan dhormor bhartt ba axomr history tu alp kobo nki, krn amr hindur bhagavaan r history ase, provu Shri ram, sri krishna, xoklore history bharatt ase, jisur ase nki, yat, jodi xosa ktha olai pore tetya convert huwa olai poribo history sabo gole, jay shree ram 🙏
@@MinuBania-s8xSri Krishna Ram Hanuman eibilak sob kalponik name aru character.
Jesus christ is the best 👍world dor sobot koi dangor Raja hoi jesus 🙏🙏🙏praise the Lord lve from Tezpur Assam
Maybe jesus Christ is one of the best personality but not the religion Christianity.
@@RKD745-RuWhy? Pls elaborate,
Praise the Lord❤
Praise the Lord 🙏⛪ Amen
*Trending ত গৰুৰ মাংস আছিল....এতিয়া খ্ৰীষ্টান ধৰ্ম লৈ আহিলি... মানে ধৰ্ম থাকিবই বিজেপিৰ ৰাজনীতিত...এইবিলাক ধৰ্ম ছৰ্ম বাদ দিবি নে নাই? বস্তুৰ দাম কম কৰিব নে নাই কেলা?*
কিছুমান মানুহে comment দিবলৈ পইচা দিয়ে । Comment bur sob videot aketa id re diye . কিছুমান বন্ধুৱে খিষ্টান school t pohi msz diye . Per comment 100 pai .
কৃষ্ণ কৃপা কৰক । Brainwash r pra basauk
Dhormo poriboton korile sc/st pora bohiskar koribo lage
Salute you Bro🎉🎉🎉
Missionarry bilake kihor karone dhormantoron kri ase teolok a kio baad dbo para nai . Olp gaau a bhui a saai aibhi ki kri ase kune .
@@Hardbuttrue1991salute tu dibi a karon ty o eke khetir a maal
যি কেইখন ৰাজ্যৰ বিষয়ে উল্লেখ কৰিছিল, আমাৰ অসমত কৈ বহুত
গুনে উন্নত,বোপাই, আৰু টেঙা
বাতৰি নিদিব, ইমান তে সামৰণি
মাৰিব, মোৰ তিনি হাল গৰু আছে,
বৰ্তমান এইটো লৈ চিন্তা,যদি
আপুনি বেপাৰী চিনি পায়, মোৰ
ঘৰত পঠিয়াই দিব। যদি তুমি অসমিয়া, তেন্তে বৰ্তমান সময়ত
সেইটো বিষয়ত আলোচনা কৰিব।
ধন্যবাদ
যীচু- এজন নাথ যোগী
পানী, জুই, পোহৰ- এইটো পোহৰ আৰু শব্দৰ বাপ্তিস্ম। ওম কৌশল হৈছে বাপ্তিস্ম কৌশল, য’ত আপুনি পোহৰ আৰু শব্দৰে বাপ্তিস্ম লয়। যেতিয়া যোহন-বাপ্তিস্মদাতাই যৰ্দ্দন নদীত লোকসকলক বাপ্তিস্ম দি থাকোঁতে ক’লে, “মই তোমালোকক পানীৰে বাপ্তিস্ম দিওঁ; কিন্তু মোৰ পাছত যি আহিব, তেওঁ পোহৰ আৰু অগ্নিৰে বাপ্তিস্ম দিব।” কিন্তু ইয়াত যীচুৰ কোনো উল্লেখ নাই; তেতিয়া তেওঁ ক’ত আছিল?
এই সময়ত যীচু ভাৰতত আছিল, পোহৰ আৰু অগ্নিৰ বাপ্তিস্মৰ কৌশল-অংকাৰ কৌশল শিকিছিল ভাৰতীয় যোগী- চেতন নাথৰ লগত যিয়ে যীচুৰ নাম ৰাখিছিল -ঈশা নাথ; সেয়েহে ভাৰতত তেওঁ ঈশ্বৰ নামেৰে পৰিচিত হ’ল। ঈশ্বৰৰ অৰ্থ হ’ল ঐশ্বৰিক প্ৰভুৰ পুত্ৰ বা ঈশ্বৰ। গতিকে “ যোগীৰ আত্মজীৱনী” গ্ৰন্থখনত উল্লেখ কৰা মতে- ক্ৰিয়া যোগ অনুশীলন কৰোঁতে কি কৰি আছে?
-আপুনি পবিত্ৰ আত্মাৰ ঐশ্বৰিক পোহৰত গা ধুই আছে।
যীচুৰ আগমনৰ সময়লৈকে নাথৰ যোগ পৰম্পৰা ম্লান প্ৰাচীন আছিল। ই যীচুৰ যোগাসন আৰু ধ্যান-ধাৰণাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।
লগতে “যীচু ভাৰতত বাস কৰিছিল”ত উল্লেখ কৰা মতে- যীচুৱে ইজৰাইললৈ উভতি অহালৈকে প্ৰায় পোন্ধৰ বছৰ, চৈধ্য বছৰ বয়সৰ পৰা প্ৰায় ত্ৰিশ বছৰ বয়সলৈকে ভাৰতত বাস কৰিছিল বুলি বিশ্বাস কৰা হয়।তাতেই তেওঁ ধৰ্ম শিকাইছিল, যিটো তেওঁ ভাৰতত শিকিছিল। কিন্তু ইয়াৰ ফলত ধৰ্মীয় কৰ্তৃপক্ষই তীব্ৰ বিৰক্তিৰ সৃষ্টি কৰিছিল আৰু পিছলৈ ইজৰাইল দখল কৰি ৰোমানসকলে তেওঁৰ মৃত্যুৰ পৰিকল্পনা কৰিছিল।
নাথ যোগী সম্প্ৰদয়ৰ আগশাৰীৰ সত্তা চেতন নাথক যীচুৰ গুৰু বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে ক্ৰুচবিদ্ধ হোৱাৰ পিছত তেওঁ যীচুক যোগ শক্তিৰে পুনৰুজ্জীৱিত কৰিছিল আৰু ভাৰতলৈ উভতি আহি যীচুৱে গোটেই জীৱন কাশ্মীৰৰ হিমালয়ত বাস কৰিছিল। অৱশেষত যীচুৱে চেতন নাথৰ পৰা ক্ৰিয়া যোগ কৌশল শিকিলে।
❤
Thank you Mama, hodai anekoi takiba. Kunu dharmor logt agat nanibo. Tetiya hokolu manuhe hantit jubon japon koribo.
গৰু ৰাজনীতি সমান্তৰাল ভাৱে এতিয়া খ্ৰীষ্টান ধৰ্মৰ সন্দৰ্ভত ৰাজনীতি কুড বি জে পি RSS.
আপোনালোকৰ কেনেকুৱা ধৰ্ম যে মানুহবোৰ বেৰ ভাঙি ওলাই যায় আন ধৰ্মলৈ😅।
এইবোৰ ফকটিয়া বাতৰি। মানুহৰ ধৰ্ম হল মনৰ লগত ।
Jiman dormantron hoyse sobei dukiya Manu neki emanje misoliya news debalage neki ?
Great mama
Praise the lord 🎉❤
Praise the lord 🙏 provu jisur mohima houk
Tumi ahom nohoi goru
Assomot 90% hobo lage
Assam spelling lekhibo nejane haijone kuise dharmor kotha
১ বোকা চুদা পৃথিবীৰ তুমিয়ে আছা....
বৰ্তমান Meghalaya ৰ Christian 75% ৰ অতিক , Nagaland 87.93% , Mizoram 87.16% , Manipur 41.29% , Arunachal Pradesh 30.26 , এইবাৰ Arunachal Pradesh o Christian State হ'বলৈ গৈ আছে । 😂😂😂
Praise the lord .Thank U himanta mama and assam news channels for Goodnews .Jesus loves all assam people and CM of assam .I bless you and pray for you in the name of jesus .
Praise the Lord
এই বিলাক নিজৰ নিজৰ ইচ্ছা হয়। মই আহোম কিন্তু খৃষ্টান আজি।কিয়। মোক সুধিলোৱা।
Kio okora hua babe😂
Karon toi murkho
Toi j christian keneke gom pam
Why
Praise God, Hallelujah
Assam CM❌,Hindu CM✔️
মাননীয় মূখ্যমন্ত্ৰীয়ে সদায়ে মুছলমান জন সংখ্যা বাঢ়িজুয়া সদায়ে দেখে এতিয়া খৃষ্টান বাঢ়িযোৱাটু যে দেখিছে তেওঁলৈ ধন্যবাদ থাকিল
Himanta biswasarma ai dekha paisel niki church Pani logot paracetamol milai kuwa teneke kobo napai abar hahi Sabo church ot miracle hoi praise the Lord
Kimn tokat convert hole 😂😂 ...
Tere me dam hai to paise dehke convert kar apni daram me , ab pata chala 24 subscribe study hub
@@namasteindia9168toka pale he convert hoi neki
১ বতল চোলাই দিয়ে বিক্ৰী হোৱা মনোহ তহঁতে.......
Praise the lord,, hallelujah amen
I'm proud to be a Christian catholic
মুখেৰে ক'লে নহ'ব, হাতে কামে কৰিব লাগিব; আজিয়েই জীৱন উৎসর্গ কৰক!🤗
Matthew 10:37 যি কোনোৱে মোতকৈয়ো নিজৰ পিতৃ বা মাতৃক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়; আৰু যি কোনোৱে মোতকৈ নিজৰ পুতেক বা জীয়েকক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়। 39 যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব বিচাৰে, তেওঁ জীৱন হেৰুৱাব; আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন উৎসর্গ কৰে, তেওঁ জীৱন পাব।
ভাল খবৰ দিলা ককাই ❤
স্বৰ্গৰ তলত মানুহৰ মাজত এনে আন কোনো নাম নাই যাৰ নাম যীচু খৃষ্ট যিয়ে দিয়ে পাপৰ পৰা পৰিত্ৰাণ কোনোবা আছেনে এই পৃথিৱীত আপোনালোকে চিন্তা কৰি চাওক যিমানেই হেচিব সিমানেই বৃদ্ধি হ'ব ধন্যবাদেই ভাই সকল
আজিৰ যুগত মানুহ অশিক্ষিত নহয় যে মানুহে কাৰোবাৰ প্ৰলোভনেৰে ধৰ্ম সলনি কৰিব। সচাঁ কথা টো কক না। আজি অসত্য পথ ত্যাগ কৰি সত্য পথলৈ গমন কৰিব ধৰিছে। যীচু কৈছে যে-বাট পথ আৰু জীৱন মযেই ,মোৰ অবিহনে কোনেও স্বৰ্গলৈ যাব নোৱাৰে। হয মানুহে দিনক দিনে যীচুৰ বিশ্বাসী হৈ গৈ আছে আৰু গৈ থাকিব ইযাক বাধা দিব কোনেও নোৱাৰে এইটো সচাঁ কথা । কিন্তু তাৰ মাজত মিছা কথা লগাই কিয মানুহে খ্ৰীষ্টান বিৰোধী কথা কয? মিছা কথা কোৱাই সিহঁতৰ ধৰ্ম নেকি? যি ধৰ্মত সত্য নাই তাত মানুহ কিয থাকিব । আপুনি হে অসত্যক ভাল পায়,সকলোৱে তো নাপায। যীচুৰ মহিমা
হওক।আমিন।
ND24 anti-christian channel hoi
Rss k thika dise nki tribal xomaje ? Tribal manu ami ji morji heitu dhrmo lom ami hindu nohoi
কিছুমান মানুহে comment দিবলৈ পইচা দিয়ে । Comment bur sob videot aketa id re diye . কিছুমান বন্ধুৱে খিষ্টান school t pohi msz diye . Per comment 100 pai .
কৃষ্ণ কৃপা কৰক । Brainwash r pra basauk
Cm ye ki beya kole nu..? tohote tu dukhiya manuhok proluvon di loihe dhormantor koruwa. Aru swargot jaboloi hole manuhor mon xuddho hb lagibo prothom kotha..aibur misa misi kotha koi lav ny amak. jisuw ajon hindu bhoktoi asil..aibur missionary hokole tohotok nokoy..jisur nam isha nath asil.
যীচু- এজন নাথ যোগী
পানী, জুই, পোহৰ- এইটো পোহৰ আৰু শব্দৰ বাপ্তিস্ম। ওম কৌশল হৈছে বাপ্তিস্ম কৌশল, য’ত আপুনি পোহৰ আৰু শব্দৰে বাপ্তিস্ম লয়। যেতিয়া যোহন-বাপ্তিস্মদাতাই যৰ্দ্দন নদীত লোকসকলক বাপ্তিস্ম দি থাকোঁতে ক’লে, “মই তোমালোকক পানীৰে বাপ্তিস্ম দিওঁ; কিন্তু মোৰ পাছত যি আহিব, তেওঁ পোহৰ আৰু অগ্নিৰে বাপ্তিস্ম দিব।” কিন্তু ইয়াত যীচুৰ কোনো উল্লেখ নাই; তেতিয়া তেওঁ ক’ত আছিল?
এই সময়ত যীচু ভাৰতত আছিল, পোহৰ আৰু অগ্নিৰ বাপ্তিস্মৰ কৌশল-অংকাৰ কৌশল শিকিছিল ভাৰতীয় যোগী- চেতন নাথৰ লগত যিয়ে যীচুৰ নাম ৰাখিছিল -ঈশা নাথ; সেয়েহে ভাৰতত তেওঁ ঈশ্বৰ নামেৰে পৰিচিত হ’ল। ঈশ্বৰৰ অৰ্থ হ’ল ঐশ্বৰিক প্ৰভুৰ পুত্ৰ বা ঈশ্বৰ। গতিকে “ যোগীৰ আত্মজীৱনী” গ্ৰন্থখনত উল্লেখ কৰা মতে- ক্ৰিয়া যোগ অনুশীলন কৰোঁতে কি কৰি আছে?
-আপুনি পবিত্ৰ আত্মাৰ ঐশ্বৰিক পোহৰত গা ধুই আছে।
যীচুৰ আগমনৰ সময়লৈকে নাথৰ যোগ পৰম্পৰা ম্লান প্ৰাচীন আছিল। ই যীচুৰ যোগাসন আৰু ধ্যান-ধাৰণাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।
লগতে “যীচু ভাৰতত বাস কৰিছিল”ত উল্লেখ কৰা মতে- যীচুৱে ইজৰাইললৈ উভতি অহালৈকে প্ৰায় পোন্ধৰ বছৰ, চৈধ্য বছৰ বয়সৰ পৰা প্ৰায় ত্ৰিশ বছৰ বয়সলৈকে ভাৰতত বাস কৰিছিল বুলি বিশ্বাস কৰা হয়।তাতেই তেওঁ ধৰ্ম শিকাইছিল, যিটো তেওঁ ভাৰতত শিকিছিল। কিন্তু ইয়াৰ ফলত ধৰ্মীয় কৰ্তৃপক্ষই তীব্ৰ বিৰক্তিৰ সৃষ্টি কৰিছিল আৰু পিছলৈ ইজৰাইল দখল কৰি ৰোমানসকলে তেওঁৰ মৃত্যুৰ পৰিকল্পনা কৰিছিল।
নাথ যোগী সম্প্ৰদয়ৰ আগশাৰীৰ সত্তা চেতন নাথক যীচুৰ গুৰু বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে ক্ৰুচবিদ্ধ হোৱাৰ পিছত তেওঁ যীচুক যোগ শক্তিৰে পুনৰুজ্জীৱিত কৰিছিল আৰু ভাৰতলৈ উভতি আহি যীচুৱে গোটেই জীৱন কাশ্মীৰৰ হিমালয়ত বাস কৰিছিল। অৱশেষত যীচুৱে চেতন নাথৰ পৰা ক্ৰিয়া যোগ কৌশল শিকিলে।
Congratulations Cristian religion in Assam
Ata samay t Uttar purbanchal t Brahmon Dharma nasil. Ahom rojai Bamun khakal k konujrpora mati ani ijor murat kuthar mari lua babe aji Ahom khakalr panit hah nasora laolua abostha aru matra 2% Bamun Assamr uthi roja bohi roja.
Technically comment mama❤
Nonsense news
Dhanyvad mama happy 🎄🎄🎄🎄🎄❤u
Bohut bhal lagese kobor tu pai Joy JISU
Prase the lord
❤jai mashi praise the Lord amen 🙏
Praise the lord Amen Halleluyah.
ধাৰ্মন্ত ঈশ্বৰে কৰে। কোনেও আনক ধৰ্মান্তৰিত কৰিব নোৱাৰে। ঈশ্বৰে কৰে।
Prise the lord .i love yesu
মুখ্যমন্ত্ৰীয়ে সঠিক কথাকে কৈছে।
খৃষ্টান হোৱাতে কিবা খতি হ্য় নেকি পেৰাচিতামল খায় ৰোগ নিৰাময় হ'লে কিয় ভেলৰলৈ যাব লাগে মানুহে।
Thank you lord for your love of Assam.,..... thank you for everything.
সংবিধান, ধৰ্ম গ্ৰন্থ আদিত ধৰি ধৰ্ম নিৰপেক্ষতাৰ সপথ খোৱা চৰকাৰে কেলেই মাত্ৰ এটা নিৰ্দিষ্ট ধৰ্মকহে সুৰক্ষা প্ৰদানৰ কাৰণে কাম কৰাটো নিউজ চেনেল বিলাকে আশা কৰে - নিৰপেক্ষতাৰ এয়াই নেকি আৰ্হি?!
ৰাজনীতি আৰু ধৰ্ম একে নহয় ।
I love you Jesus
Bolne lagi...😂..Mera yassu yassu Mera yassu yassu 🕺🕺🕺
Fake news,christian people never ask anybody to accept christian religion but prays for all people all community's of world....praise the lord in Jesus name, amen.
নিউজ টো সম্পূৰ্ণ দেখোৱাক, মিছাতে মন্ত্রীক বদনাম নকৰিব। মন্ত্রী খৃষ্টানক বদনাম কৰা নাই।
Amen jesus i love you ❤❤❤
Yes mama is right..
Merry Christmas to all of you
Apunar percentage tu pai bhal lagil.
আমি সৰু হৈ থাকোতে মাটি, শিল , ফটো পূজা কৰে বুলি হাহিছিল।
Joy jisu
Cm sir dhanyabad .Becouse he have no objection.May the God bless you
নিশ্চয় ।ঠিকেই কোনোবাই স্বইচ্ছাই কিবা ধৰ্ম লয় তাত কবলগীয়া একো নাই এয়া যিয়েই ধৰ্ম নহওক । কিন্তু দুখীয়া দুৰ্বলতাৰ সুযোগ লৈ প্ৰলোভন দেখুৱাই অন্য এটা ধৰ্মলৈ টানি আনাটো কেতিয়াও গ্ৰহণযোগ্য নহয় ।শতাংশ বৃদ্ধিলৈ মন কৰিলে এটা কথা অনুমান কৰিব পাৰি ধৰ্মাকৰনৰ বিষবাষ্প বিয়পোৱা শিপাবোৰ অসমত বহু আগৰপৰাই বিস্তাৰিত হৈ খুব সূক্ষ্মভাবে ক্ৰিয়া কৰি আছিল যাৰ বাবে কেঞ্চাৰ সদৃশ এই ভাইৰাছবোৰ এতিয়াহে জলজলপটপটকৈ ওলাই আহিছে ।
প্ৰলোভন দি কাকো ধৰ্মান্তৰিত কৰিব নোৱাৰে। যদি পাৰিলে অসমত অন্য ধৰ্ম নাথাকিলে হয়
Praise the Lord....
Bartaman homoyat Mediya hokole Prabhu Jesus chritor bihoye prosar kori ase .
Always can win the truth.
Dhunia Gutai prithibi Christian hbo aru jldi howk. Amew full dedication d asu khokoluke Christ bikhoye jonabole. Gemn paru khokolu jagate prosal solise aru solibo
Jodi jisu hoitya nohoi tente apunaluke birudh nokorileu nije nije lupto hobo. Kintu jodi hoitya hoi tente manuhor hoktire rokhabo ba lupto koribo nuare. Aru 1ta kotha apunak jisue bosaboloi atiyau batsai ase apuni shikar kori ghuri ahok ,jisue apunak bohut prem kore. Praise the Lord.
ভাল ধৰনে জানিহে নিউজ প্ৰচাৰ কৰিব লাগে।আমেন।
Mama probhu Jisuk grohon koribo moi tetiyahe vote dim. Apuni koribo neki?
Himanta mamau prosar kori ase
"At the name of Jesus, every knee will bow, and every tongue will confess that Jesus Christ is Lord, to God's glory. (Philippians 2:10-11)"
"যীচুৰ নামত সকলো মূৰ নত কৰিব আৰু সকলো জিভাই কব যে যীচু খ্ৰীষ্ট প্ৰভু, আৰু এই সকলোৰে দ্বাৰা ঈশ্বৰৰ মহিমা হ'ব। (ফিলিপীয় ২:১০-১১)"
Amen!✝️✝️
Assamot 95%hobo kristan like Nagaland, mizoram
মোৰ মতে যাৰ যি ইচ্ছা!কোনোবাই ইচ্ছা কৰিলে লব পাৰে! ভাৰত যদি ধৰ্ম নিৰপেক্ষ দেশ হয়;তেন্তে ভুল কিহৰ?হিন্দু ধৰ্মত বৰ খেলি মেলি আছে কিন্তু অইন ধৰ্মত নাই।হিন্দু ধৰ্মতহে আছে কোনোবাই কাৰোবাৰ হাতে খাব পায়/নাপায়।নেতাবোৰে ধৰ্মৰ লগত লাগি নাথাকিব! ইয়াত কাৰো দাইল নেগেলে।আমিযে অধিক কৰৰ বোজা বহন কৰিছো তাতহে আমাৰ মহা চিন্তা! কোনোবাই কিবা"ধৰ্ম লৈছে সেইবোৰত গুৰুত্ব নিদিবলৈ মোৰ অনুৰোধ।সেইটোৱে কাৰো ক্ষতি কৰা নাই।সেইবুলি মই কোনো ধৰ্মলৈ যাৱা নাই।কিন্তু সুবিধা পালে বৌদ্ধলৈ যোৱাৰ ইচ্ছা!
Dhormo nirokphekhyo korar karon tu Christian convert hoboloi xongbidhanot nai diya,agor pora thoka hindu , muslim,sikh,budh ,jain adik xoman odhikare palon koriboloi diya hoisil tare xubidha loi tengor missionary xokol amar xohoj xorol manuh khinik Christian convert korale goi
Hallelujah
হিন্দু ধৰ্মৰ নামত ৰাজনীতিৰ বজাৰ লগাইছে BJP য়ে । I love Christian people. হিন্দুৰ জালত নপৰিব আদিবাসী ৰাইজ ।
Jesus said, I am the way and the truth and the life,no one comes to the father except through me. John 14:6
2006 চনত অসমত প্ৰাইভেট নিউজ চেনেল আছিল এটা
2024 চনত নিউজ চেনেল কেতিয়া বাৰু
So change' hoboi aru কিনু বৰ ডাঙৰ কথা হৈ গল ।
Cristian Luka Apuna lukok kiba distap desa nki kuwok ?
Hahahahahaha jay jesus
ধৰ্ম ত কৈ ধাৰ্মিকতা শ্ৰেষ্ঠ..
Atiya arunachal ot 80% hoise
Amen Jesus ✝️🛐
যিচু খ্ৰীষ্ট কোন জানে নে?
উত্তৰ __ অতিত, বৰ্তমান, ভৱিষ্যত হৈ।
Langta kora provu, langta hobo past ,present, future
@hnd8030 চুৰ দগাবাজ লোকৰ মাইকি গা ধুওৱা চাই থকা বোৰেহে তহতৰ প্ৰভূ।
God bless you Amen
God bless you all Amen
Amen
Jesus is living God
😂
Jesus is great
Good sir
Hoytoi hodai joy
Kuneu polubon nidiye nis ehamote jusuk gorson kore❤❤❤
Jesus h zinda huda hai amen hallelujah hallelujah
Kiman taka paisa ty
@@bepositive5692laura toi hindu hobole kiman poisa paiso kuwa agote
Poisa loi dhrmo lowa mnu nhy ami bkasda. Ji dhrmo loi jnmo loisu xitay dhrmo . Ty kiman paisa nilaaj . Tr eko dhrmo nai leora.
@@bepositive5692 lagibo naki ?
১ বতল চোলাই দিয়ে বিক্ৰী হোৱা মানুহ তহতে......লেউৰা
অতি সোনকালে অসমত 90% hobo lage
100 % habo Amen