ট্ৰেডিং কেলেকাৰিক লৈ একপ্ৰকাৰ ল’ৰাধেমালি কৰিছে জি পি সিঙৰ স্মাৰ্ট অসম আৰক্ষীয়ে
Вставка
- Опубліковано 19 вер 2024
- ট্ৰেডিং কেলেকাৰিক লৈ একপ্ৰকাৰ ল’ৰাধেমালি কৰিছে জি পি সিঙৰ স্মাৰ্ট অসম আৰক্ষীয়ে ৷ প্ৰৱঞ্চনাৰ গোচৰত জড়িত চুমি বৰাৰ বৌয়েক জিংকি মিলিৰ নামে এজাহাৰত অন্তৰ্ভুক্ত নকৰিলে ডিব্ৰুগড় আৰক্ষীয়ে
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews #scam #trading #assam
মূৰ্খৰ দেশত ভাল মানুহৰ বিপদ কিন্তু বেয়া কাম আৰু বেয়া মানুহৰ একো বিপদ নাই ।
কলিৰ কালত এইটোৱেই সঁচা, যাৰ টকা আছে তেওঁৰ সকলো আছে, টকা খৰচ কৰিব পাৰিলে সকলো দায় দোষৰ পৰা মুক্ত হৈ যায়
পুলিচক টকা ধালিছে বাবে জামিন পাইছে
চুমি আৰু বিশালে বাতৰি শিৰোনামা দখল কৰিছে আৰু বাতৰিৰ মুখ্য কাৰণ হৈ পৰিছে। জনসাধাৰণৰ টকা লুণ্ঠন কৰি ব্যয়বহুল জীৱন যাপন কৰিছে। ইয়াতকৈ লাজৰ কথা কি হ'ব পাৰে। ৰাইজৰ টকাবোৰ ঘূৰাই পাবনে? এইটো ডাঙৰ প্ৰশ্ন।তাৰ কাৰণে বাতৰি পৰিৱেশন কৰক।
Eitu CM sir r aakhirba Jamin paboi
কালি বাতৰিতো দেখোতেই উপাধী বিলাক শুনুতেই উমান পালো😂
উকিলক বৰ্খাস্ত কৰা টো এটা নাটক
I love the background music of all assamese news channels
Hokolo cm sir r natok asirbad, hokolo teor hatot, teorei natok eibor
Rocky bhai .. kune resign dibo lage ??? Tumi kintu val comedian dei jomai disa.
Bail tohotor channel e dibo niki iman confident keneke
Mony Power😅
Oh ai hb ami jani Assam Sarkar
এয়ে টকাৰ পাৱাৰ
Ki koribo cm Sir try korise but advocate hokol Law point jane Ipc crpc thakilew advocate hokole jikunu Case simple kori diye aru ata Kotha criminal bell puwatu right so upay nai
Taka Aru taka
Jodi ulai ahe moi bjp vote nedu daik kotha horu manu hole kosto dia poisa thakila ki ulai jai
Bhal khabar ..
Fasi dib lage
Rocky bul toy de
Moi Comments bur pohibo ahisu dei raij😅
Moi sumi reels bishal r gaan bhal pau...
ছা