Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
আপনার ফুলবোর ইমান সুন্দর দিখিব মন যায় ধন্যবাদ।
Kiman j jotnoloi apunar phulonikhon dekhilei gom pua jai.....aagoloi aru dhunia video pua aakhare.....
মন্তব্যত সুখী হ'লো দেই।অশেষ ধন্যবাদ।
Iman dhunia lagise plants bur❤❤
অশেষ ধন্যবাদ
Apunar Fulonikhon bor moromoga , dhunia aru poripati...apunar ruchibudh ase ,khub bhal lagise ...❤
Khub xundor koi rakhisa val lagil tumar bohut plant collection ase Haydenjia muro asile kintu mur bhulor karone herabo logia hoise
উমম কিছুমান নিজৰ ভুলৰ কাৰণে মইও হেৰুৱাইছো
Hello Tumi muru frd hba ni moiu back krim
Nice 🌹🌹🌹😊😊
Thank you😊
Condor garden
Oti xundar apunar fuloni bagisa💗💕💓
Bohut dhunia lagise aponar plant bor❤
Bohut val lagise very nice collection
Bor xundar hoise
ফুলৰ নামবোৰ কৈ গ'লে ভাল লাগে।পাৰিলে ভিডিঅ বোৰ দীঘলকৈ দিব বুলি আশা কৰিলোঁ।
উমম দিবলৈ চেষ্টা কৰিম দেই 😊❤️❤️❤️
Dhunia koy rakhisa val lagil
বহুত ধুনীয়া লাগিছে
Val lagile ba video tu Sai hodai dibo sun bohut val laga apunar video bilak
অশেষ ধন্যবাদ । সদায় দিবলৈ সময়ৰ বৰ অভাৱ অ । চেষ্টা কৰিম দেই😊
sale sai thakibor mon jai apunar phulbur❤
মৰম দেই😊❤️❤️❤️
Bor dhuniya lagise
Iman bhal lage apunar video bur sai.
বহুত মৰম😊❤️❤️❤️
বৰ ভাল লাগিল আপোনাৰ ফুলনি খন চাই । মইয়ু ফুল গছ পাতৰ সৈতেই জীৱন কটাও। শান্তি পাওঁ।
আপোনাৰ মন্তব্য বৰ ভাল লাগিল । ঠিকেই কৈছে । ইহঁতৰ সংগত কটোৱা সময়কণতেই অনাবিল শান্তি পাওঁ
@@Junalisgardening অশেষ ধন্যবাদ।ঠাই অকণ পালেই ফুল গুজি ফুৰাটো মোৰ অভ্যাস ।মনৰ মিল থাকিলেও বৰ আনন্দ পাওঁ। মই য়ু সৰুকৈ এখন অৰণ্য বনাইছো ঘৰতে ,,
শুভৰাত্ৰী
Bht dhuniya k rakhise.. Vl lgise bht❤
Khub xundor koi rakhise fulkhini vl lagil
Eman dhunia lagise,sale sai thakibor mon jai,💚💚
অশেষ ধন্যবাদ😊❤️❤️
Besi jonghol jen hoise.
মন্তব্যৰ বাবে ধন্যবাদ
বহুত ধুনীয়া লাগিছে ফুলবিলাক।
Khub dhuniya lagise apunar ful bur ki ki fertilizer deye baru
অশেষ ধন্যবাদ। সাৰৰ বিষয়ে আগতে কৈছো।পুনৰ কম বাৰু দেই😊
বৰ ভাল লাগিল
Beautiful flowers ❤❤❤
বহুত ধুনীয়া লাগিছে আপোনাৰ বাগিচা খন,
oww nice friend 662 🤝👍👌💔mor video sai val lagile friend joba haa❤️❤️❤️
অশেষ ধন্যবাদ । নিশ্চয় ❤️❤️❤️
❤সচাঁই বহুত ধুনীয়া দেই
অশেষ ধন্যবাদ❤️❤️❤️
বহুত ধুনীয়া লাগিছে ফুল খিনি চাই 🌿🌹
Khub xundar❤Dr.. My fvrt gardener Junalis garden❤
বহুত বহুত মৰম❤❤❤❤😘😘😘😘😘😘
Khub xundor xopunor bagisa khn jen lagise,moiu gardening kori val pau apunar video sai mr utsah aru barhile😊🍀🌹
অশেষ ধন্যবাদ। মৰম দিলো দেই❤❤❤❤❤
বৰ ভাল লাগিল আপোনাৰ ফুলনি।
bor dhuniya lagise ❤️❤️
Beautiful flowers 🙏
Thank you
Bor dhuniya apinr fuloni khnn.....❤❤❤..ghrt kot baru apunrr loi Anu Jen lgesa hokolu ful bilk apinr....dibo nkii ful
আহিলে নিশ্চয় দিম। মোৰ ঘৰ ডিব্ৰুগড় বাণীপুৰত ।আপোনাৰ ?
বৰ ভাল লাগিল দেখি জোনালী ❤
Bht dhuniya lagise 👍❤
@@dhunurumurlife6151 নিশ্চয় হ'ম
Dhunia 👌
বৰ ধুনীয়াকৈ ৰাখিছে বাইদেউ ফুল বোৰ ❤❤
Aji kali kio video nidiye.... dibosun xai val lage🙏❤️
বহুত ধুনীয়া লাগিছে❤❤❤❤
Bor dhunia o baa
মৰম দেই❤❤❤❤
Khub bhal lagise
বহুত২ শুভকামনা
বহুত ধন্যবাদ দেই😊❤️❤️❤️❤️
Broken hearts jupat apuni mati tu kenekoi bonaise jonaboxun
খুব ভাল লাগিল ব্লগ টো 👍❤️
খুব ধুনীয়া,, প্ৰত্যেক জোপাই ধুনীয়া, ৰাতিপুৱা ৰোড পৰে ভালেই আমাৰ আকৌ আবেলি ৰ'দ পৰে বাৰাণ্ডাত কিবা ৰাখিম ভাবিলেও ৰ'দৰ কাৰণে নোৱাৰি, গেট খনৰ পৰা আঁতৰাই দি ভাল কৰিলা এতিয়া চিজিল লাগিছে। বহুত ফুল আছে ইয়াতেই, তথাপিও নাই নাই লাগে ন, বাৰাণ্ডাত কোনেও বহিবলৈ নিবিচাৰে নে?
বাৰাণ্ডাখন যিহে সৰু মানুহ বহিলে ফুল ৰাখিব নোৱাৰোঁ আৰু বহিবলৈ মানুহেই নাথাকেচোন ঘৰত 😀 মইহে ইহঁতৰ লগত থাকো
@@Junalisgardening অহ 😀
Rubber plant pam ne order korile
আপোনাৰ ফুলনী ছাই হেঁপাহ নপলাই।বৰ সুন্দৰ ❤
অশেষ ধন্যবাদ লগতে মৰম❤️❤️❤️❤️❤️
664 নতুন friend হলো দে মোকো আগুৱাই যাবলৈ সহায় কৰিব বুলি আশা থাকিল 🙏
নিশ্চয়।অশেষ ধন্যবাদ
অতি সুন্দৰ বন্ধু হব দেই বহুত বহুত ভাল লাগিল চাই
অশেষ ধন্যবাদ।আপোনাৰ চেনেল subs কৰিছো। ভিডিঅ চাইছো
❤❤
Fittonia bikhoe ata video bonai dib sun
ফিটনীয়া মোৰ যেনেতেনে বাচিছে। ক'ম বাৰু দেই😊
Ghor kot apunar
Apunar bohut fulor collection ase..
তাকেই কয় বহুতে।মোৰ দেখোন বেছি ফুল নাই যেনেই লাগে😊
@@Junalisgardening interest thoka manuhor jiman thakileo aru lge he poisar kotha o cinta nokore notun kiba dekhile kiniboi.
Bor khunder ka rakhise plants 👌👌👌
জোনালি তোমাৰ হাইদেনজিয়া জোপা কি সাৰ দিচা? গোলপিয়া হৈছে। মোৰ খিনি চিয়াঁহী ৰঙৰ
গোবৰ দিছিলো বাইদেউ
বহুত ধুনীয়া লাগিছে ফুলবোৰ ❤❤
@@dhunurumurlife6151 okk 👍
ধুনীয়া লাগিছে। মোৰ হে চিজিআম জোপা 😭😂 ছাগলীয়ে খাই অৱস্থা নোহোৱা কৰিলে😂😂। বাকী ধুনীয়া লাগিল ❤❤।
অঅ ছাগলীয়ে খোৱা ডালবোৰ কাটি দিছেনে ?
ধুনীয়া লাগিছে😊 ৰাতিপুৱাই ৰ'দ পৰে ভালেই দুপৰীয়াৰ ৰ'দত যে বাৰাণ্ডাৰ মোৰ প্লাণ্টছ খিনিয়ে কিমান কষ্ট পাই দেখিলে বেয়া লাগি যায়। যিমান থাকিলেও নাই নাই একো নাই তেনেকুৱাই লাগি থাকে😅
উমম তোমাৰো বেছি নাই যেন লাগেনে 😀
@@Junalisgardening নালাগিবনে বাৰু অনবৰতে ভাবোঁ কি পাম ক'ত পাম😁
হাইড্ৰেনজা যোপা সৰু তাপত দিলে ফুল ফুলে নেকি
উমম ফুলিব । গছজোপা ডাঙৰ হ'লে ডাঙৰ টাবত দিলে ভাল।
বৰ ধুনীয়া লাগিছে 🥰 বহুত সংগ্ৰহ কৰি ৰাখিছা ফুল আৰু পাতৰ প্ৰজাতি। ❤❤
ইমান নাই অ । নতুন একো আনিবই পৰা নাই 😊
Muru fulise BAA
উমম এতিয়া ফুলাৰ সময়😊❤️❤️
Imn dhuniya ke rakhise bor vl lgil dey 🕊️
Hello Tumi muru frd hba ni moiu back krim tumk
@@dhunurumurlife6151 ok
Very nice ❤ 644 done 😊 back kribo dei 🙏🥰
অশেষ ধন্যবাদ ।নিশ্চয় কৰিম 😊
@@Junalisgardening please back kribo ❤️🥰
জোনালি ভিতৰতে ৰাখিছানে?
নাই বাহিৰতে আছে