cocoaৰ সম্পূৰ্ণ তথ্য জানোঁ আহক ! Cocoa farming in assam | Cocoa Nursery Kachadal Rangjuli Goalpara

Поділитися
Вставка
  • Опубліковано 20 вер 2020
  • about this video - cocoa খেতি কেনেকৈ কৰিব ?
    Cocoa আচলতে কেনেকুৱা ধৰণৰ ফল আৰু এই Cocoa ফলৰ পৰা কি কি বনাব পাৰি এই সকলোবোৰ তথ্য আমাৰ গোৱালপাৰা জিলাৰ শ্ৰী খুংখ্ৰা কছাৰীয়ে আমাক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিছে তাকে মই এই ভিডিঅৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ !
    যদি আপোনালোকে এই খেতি কৰিব বিচাৰে তেন্তে কছাৰী দাদাৰ সৈতে যোগাযোগ কৰি পুলি সংগ্ৰহ কৰিব পাৰে ।
    ভিডিঅটো চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো Subscribe কৰি দিব !
    ধন্যবাদ 🙏

КОМЕНТАРІ • 174