বতৰ পৰিৱৰ্তনৰ ভয়াৱহ ৰূপ, মূৰে-কপালে হাত দিছে কৃষকে,কৃষি কৰ্ম কৰিব নোৱাৰিলে কেনেকৈ পোহপাল দিব পৰিয়াল?

Поділитися
Вставка
  • Опубліковано 17 тра 2024
  • 📌ৰাজ্যত বতৰ পৰিৱৰ্তনৰ ভয়াৱহ ৰূপ। জেঠ মাহতো নাই এটোপাল বৰষুণ। বগাহাতীত পৰিণত চৰকাৰৰ জলসিঞ্চন ব্যৱস্থা। চিৰাল ফাঁট দিছে পথাৰ। কঠীয়া সিঁচিব নোৱাৰি মূৰে-কপালে হাত দিছে কৃষকে। কৃষি কৰ্ম কৰিব নোৱাৰিলে কেনেকৈ পোহপাল দিব পৰিয়াল? অনিশ্চয়তাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কৃষক।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 2