TET TEACHERS VS EDUCATION MINISTER II ASSAM II

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • চৰকাৰৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ তুলি ৰাজপথলৈ আহিবলৈ সাজু হৈছে ৰাজ্যৰ টেট শিক্ষকসকল। শিক্ষামন্ত্ৰীৰে তেওঁলোকৰ আলোচনা ব্যৰ্থ হোৱাৰ পিছত ২৯ জুনত ‘দিছপুৰ চলো’ কাৰ্যসূচী হাতত লৈছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। তেওঁলোকৰ দাবী কি? চৰকাৰৰ পৰা তেওঁলোকে কি বিচাৰে?

КОМЕНТАРІ •