Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Dhuniya dada 😊😊love from morigaon
Xundor logote xo fale nagrutok val lagise
Dhuniya hoise Dost❤
Bhute dhuniya hoise diya🙏
অতি সুন্দৰ পৰিছালনা।ভাল লাগিল।
ধন্যৱাদ । এনেকুৱা অনুস্হান পাই থাকিবলৈ অনুগ্ৰহ কৰি আমাৰ channel টি subscribe কৰিব ।
অতি সুন্দৰ কন্ঠ। ভৱিষ্যতে তুমি আৰু ভাল ভাল নাম ৰাইজলৈ আগবঢ়াই দিবা। লগতে তোমাৰ দলটিলৈ বহুত শুভেচ্ছা থাকিল love from Mangaldoi 🙏🙏❤❤
তেওৰ তৰফৰ পৰা ধন্যৱাদ জ্ঞাপন কৰিছো !
Moja dosti
Nam tu sai val lagse, bohut val hoise.
ধন্যৱাদ জনাইছো
সুন্দৰ হৈছে
Dhuniya hoise dada 🙏🙏
❤❤❤🙏🙏🙏
Moja
😅
2Mr nam huni bohut vl lage, aguwai juwa 2mi
তেওৰ তৰফৰ পৰা ধন্যৱাদ !
Supr ❤❤
ধন্যৱাদ
Very very nice
Nice voice ❤❤❤
Dhoniaa
ধন্যৱাদঅনুগ্ৰহ কৰি subscribe কৰিব
উৎপল হালৈ গুছি সাগৰ কেতিয়াৰ পৰা হ’ল৷এই উপাধি বিলাক নিজেই নিজেই কিয় লগাই দিয়ে বুজি নাপাও৷উৎপল হালৈ পৰিছিত কৰক৷এজন শিল্পী হিছাপে তেখেতৰ কণ্ঠ খুবেই ভাল ৷তেখেতৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো৷
আপোনাৰ মতামতৰ বাবে ধন্যৱাদ ! তেখেতে তেওৰ নামটি তেনেকৈয়ে দিয়ে বাবে আমিও তেনেকৈয়ে দিছো ! লগতে উৎপল হালৈ বুলিও উল্লেশ কৰিছো !আশা কৰো পৰবৰ্তী সময়তো আপুনি আমাক মাগ দৰ্শন কৰিব লগতে আমাৰ channel টি subscribe কৰিব বুলি আশাৰে@susanta production
@@SusantaProduction বুজিলো৷আগতে তেনেকৈ পোৱা নাছিলো৷সেইবাবেহে কলো৷যা হওক কোৱাৰ বাবে বেয়া নাপাব৷
আপোনালোকে ভূল শুদ্ধ আঙুলিয়াই নিদিলে আমি শুদ্ধ পথ নেদেখিম ! গতিকে বেয়া পোৱাৰ কথা আহিবই নোৱাৰে ককাইদেউ ! আগলৈও আমাৰ channel ত লগ পোৱাৰ আশাৰে
Nice dada
Subscribe কৰি দিৱ বুলি আশাৰে ধন্যৱাদ !
Mor bahut priya aponi
bahute dhunia..audio rec dhunia haise.. kono hai huli nai..
আগলৈও আমাৰ channel চাই থাকিব বুলি আশাৰে ।
Nam tu val lagsi
Aikbilak viral nohoi kintu dhonar maak ,pe pe pe viral hoi
ভক্তিৰ অভাৱত ভোগে আমাৰ ৰাইজে !কয় নহয় বিপদত ৰাম নাম লই সবে শুদ্ধ নাম বুলি !মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে ধন্যৱাদ !অনুগ্ৰহ কৰি subscribe কৰিব বুলি আশাৰে !
❤️❤️❤️🙏🙏🙏
Dhuniya dada 😊😊love from morigaon
Xundor logote xo fale nagrutok val lagise
Dhuniya hoise Dost❤
Bhute dhuniya hoise diya🙏
অতি সুন্দৰ পৰিছালনা।ভাল লাগিল।
ধন্যৱাদ । এনেকুৱা অনুস্হান পাই থাকিবলৈ অনুগ্ৰহ কৰি আমাৰ channel টি subscribe কৰিব ।
অতি সুন্দৰ কন্ঠ। ভৱিষ্যতে তুমি আৰু ভাল ভাল নাম ৰাইজলৈ আগবঢ়াই দিবা। লগতে তোমাৰ দলটিলৈ বহুত শুভেচ্ছা থাকিল love from Mangaldoi 🙏🙏❤❤
তেওৰ তৰফৰ পৰা ধন্যৱাদ জ্ঞাপন কৰিছো !
Moja dosti
Nam tu sai val lagse, bohut val hoise.
ধন্যৱাদ জনাইছো
সুন্দৰ হৈছে
Dhuniya hoise dada 🙏🙏
❤❤❤🙏🙏🙏
Moja
😅
2Mr nam huni bohut vl lage, aguwai juwa 2mi
তেওৰ তৰফৰ পৰা ধন্যৱাদ !
Supr ❤❤
ধন্যৱাদ
Very very nice
Nice voice ❤❤❤
Dhoniaa
ধন্যৱাদ
অনুগ্ৰহ কৰি subscribe কৰিব
উৎপল হালৈ গুছি সাগৰ কেতিয়াৰ পৰা হ’ল৷এই উপাধি বিলাক নিজেই নিজেই কিয় লগাই দিয়ে বুজি নাপাও৷উৎপল হালৈ পৰিছিত কৰক৷এজন শিল্পী হিছাপে তেখেতৰ কণ্ঠ খুবেই ভাল ৷তেখেতৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো৷
আপোনাৰ মতামতৰ বাবে ধন্যৱাদ ! তেখেতে তেওৰ নামটি তেনেকৈয়ে দিয়ে বাবে আমিও তেনেকৈয়ে দিছো !
লগতে উৎপল হালৈ বুলিও উল্লেশ কৰিছো !
আশা কৰো পৰবৰ্তী সময়তো আপুনি আমাক মাগ দৰ্শন কৰিব লগতে আমাৰ channel টি subscribe কৰিব বুলি আশাৰে
@susanta production
@@SusantaProduction বুজিলো৷আগতে তেনেকৈ পোৱা নাছিলো৷সেইবাবেহে কলো৷যা হওক কোৱাৰ বাবে বেয়া নাপাব৷
আপোনালোকে ভূল শুদ্ধ আঙুলিয়াই নিদিলে আমি শুদ্ধ পথ নেদেখিম ! গতিকে বেয়া পোৱাৰ কথা আহিবই নোৱাৰে ককাইদেউ !
আগলৈও আমাৰ channel ত লগ পোৱাৰ আশাৰে
Nice dada
Subscribe কৰি দিৱ বুলি আশাৰে
ধন্যৱাদ !
Mor bahut priya aponi
bahute dhunia..
audio rec dhunia haise.. kono hai huli nai..
ধন্যৱাদ
আগলৈও আমাৰ channel চাই থাকিব বুলি আশাৰে ।
Nam tu val lagsi
ধন্যৱাদ
ধন্যৱাদ
Aikbilak viral nohoi kintu dhonar maak ,pe pe pe viral hoi
ভক্তিৰ অভাৱত ভোগে আমাৰ ৰাইজে !
কয় নহয় বিপদত ৰাম নাম লই সবে শুদ্ধ নাম বুলি !
মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে ধন্যৱাদ !
অনুগ্ৰহ কৰি subscribe কৰিব বুলি আশাৰে !
❤️❤️❤️🙏🙏🙏