'NRCত নাম নাথাকিলে ঢকিয়াই বাহিৰ কৰি দিয়া হ'ব'
Вставка
- Опубліковано 27 вер 2024
- 'NRCত নাম নাথাকিলে ঢকিয়াই বাহিৰ কৰি দিয়া হ'ব'। ঝাৰখণ্ডত NRCক লৈ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews
বম ললিপপ নহয়টো😂
মা মা টুপী অসমৰ ৰাইজে আৰু নিপিনধে
প্ৰথমে নিজৰ state ৰ NRC খনৰ খিনিক উলিয়াই লওক 😂😂😂😂
10 years hekh hol aru aibur dramatic film Kori lav nai Bhai
এনেকুৱা ফটুৱা কথা এসোপা কৈ কৈ ভোট লৈ লৈ ৰাজভোগ কৰি থাকে ৷
আমাৰ দেশৰ মানুহো এনেকুৱা এইবোৰ শুনিও হাত চাপৰি মাৰে
হিন্দু বঙালী খিনীক ধৰিবী নে নাই? যদি হিন্দু বাংলাদেশী খিনিক নধৰ' তেন্তে এইবোৰ নাটক মাত্ৰ ৰাজনৈতিক লিলিমাই।
CAA mein Hindu hai Muslim nahi
Axomia najana neki bondhu.. NRC t beleg CAA beleg.. koise NRC t nam nthakile khedibo
@@MonaPaul-k3l বাপেৰ'ৰ পকৰ টো কেলা
Guri aito low me nosolibo @@MonaPaul-k3l
@@madarauchiha4928 অকাত আছে যদি এটা বঙালী খেদাই দেখা।
আমাৰ চাৰে হিন্দী কোৱা দেখি reporter বাইড য়ে হাঁহি আছে 😂😂😂😂😂
😂😂😂😂😂😂😂😂😂😂
Toy geda neki
ক্যা হিন্দী কৈতাহে, আমাৰ মুখ্যমন্ত্ৰী ছাৰে।
Tu Bangladeshi jaisa log Raha hai.😂
@@anuj9429aru toi ?
Why did you focus on it instead of focus what he is saying...And other thing is that he belongs to Assam and his mother tongue is Assamese so it's not mandatory that he must be speake hindi fluently...After all he can speak hindi as usual that's enough to understand for the peoples..
এইটো কিবা ৰাজ্যৰ মূৰব্বীৰ ভাষা হলনে???
Toi noho kiya cm
@@jugalgarg3281 তৰ কিবা problem হৈছে নেকি ???
@@mukutmohimari9709 hua nai prblm ,,haga hoise mur
@@jugalgarg3281 norflax tz খা ....
Bhai north east bula bostu tur meaning jano ne nai toi bee.... Hindi Kobo nuwara nhoi paree but amar north east state ot soboree beleg beleg culture asee, language asee gom pao ne nai
হিন্দু বাঙালী ক খেদিবি নে নাই সেই টো ও ক চো ন । 2026 ahi ase tu...
Kio lage khedibo bangla vakha hoi jaowk kotha nai
এনেকুৱা দায়লগ খুদ প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰী মুখত বহুত বাৰ শুনিলো। গতিকে বুৰ্বক কেইটামানেহে শুনিব আৰু বিশ্বাস কৰিব।
ডাঙৰ ৰসগোল্লা
Geda
😂😂😂kabhi himonto ka rasgulla bhi khaya Karo.😂😂😂 Mc moulana ka to rojana khate rehte ho😂😂😂
মহাশয়, কা কিয় আনিলে???
CAA আনিছ যেতিয়া N RC ৰ অৰ্থ কি
CAA only for hindu migrant .
Migrant hindu , Muslim buli kotha nai illigal immigrants hole jaboi lagibo@@pradipsarma1964
Hindi অকনমান ক'বলৈ শিকি ল। বাহিৰত লাজ পাবি।
কি দৰকাৰ, হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয়, বিহাৰীয়ে কি শুদ্ধ অসমীয়া কব পাৰিব নেকি,বুজাকে কব পাৰিলেই হল।
Apuni thikei koise
😂😂😂😂
মুখ্যমন্ত্ৰীৰ মুখত গুণ্ডাৰ সংলাপ -- ধাক্কা মাৰ মাৰ কৰ বাংলা দেশ ভাগানা পৰেগা -------। তেওঁ যে এজন মুখ্যমন্ত্ৰী পাহৰিয়ে যায়। তেওঁক আলোচ্য বিষয় কৰাটোৱেই অপ্ৰাসঙ্গীক।
কিয় অখিল গগৈৰ দ'ম আছেনে তেনেকৈ কবলৈ??
Ye gauri bhi Bangladesh hain 😂😂😂😂😂id check karna hoga kuch toh garbar hain
Fake id miar dalal gauri boruah nam sur
গৌৰি নে মহম্মদ ঘোৰী ইয়াৰ জন্ম পত্ৰিকা বিচাৰ, বাংলাদেশত ওলাব চিঅৰ
Turr ghrt humuai lo miya
মুতি ঘুমা ভালকে
2026ত হাৰিবি।
ইমান অত্যাচাৰ নহয়
প্ৰতীক হাজেলাক কিয় খেদিলে ?
Protik hajela bhal asil
pocha koffin khuli to dile
I support government and Himanta for his eviction drive against Bangladeshi Muslim geda
2026 election agot krok mama
Pohle aap Assam k 6th Comuunity k big issue big problem ST Status issue solve koro yeh sob nwtwngki hain
1951// NRC hobo laga.. AASU NRC Time jalot Rakhibo.. NRC pora toka khaisa Bura aasu
Faltu
ইমান দিনে কিয় বহি আছে 14 মে' সকলো তালি তুপোলা বান্ধব লাগিব খেই ওৱাদা পুৰন নকৰিলে কি
26 me tum khud hi assembly ke bahar ho jaogi😂😂😂😂
Kiska baap Mai dam hai dekhte haii😂😂😂😂😂
Heyna dum dikhadenge
@@jabedrashidahmed4560 dikhaoo 😂😂😂 bahumat kiska hai yeh toh jan loo 😂😂😂
@@jabedrashidahmed4560 international politics ka knowledge hai tereko condom fatkar nikla huwa moulana 😂😂😂
@@jabedrashidahmed4560 Assam Mai toh chorr de Bhai tuu Abb himachal pradesh, Maharashtra,J
বাংলাদেশী খেদিবি যদি তেন্তে CAA কিয় আনিলি।
26 ৰ কাৰণে এতিয়া অসমত চুক্তিৰ মনত পৰিল।
Kata tar par hoi ahsa miya
miyar koti puri ase
Voi xaiso nki toi oi geda😂
@@Cheekychickens498 1500 tokiiav geda ty 😅😅😅😅
1951 NRC ase
Ki document lage hokolo ase amar
1st list ot NRC paiso kela
NRC bondo howar karon hol
Muslim ot koi Bangladeshi hindur name bohut homowaise
Atiya hinduk hurukha diboloi caa anil
CAA andolonot 5 jon manuh moril tar ki hol axomiyai axomiyak koti mari ase
NRC ৰ 21 লাখ বাদ পৰা বাংলাদেশী কি হল 😂😅
Tumak kheda hbo 26t
আচাম মে কিয়া হৌগিয়া চাৰজি?
Mama jindabad
Himantai Hindu Muslim Christian or Natok Kori Tar Maikir Namot Duplicate koi Property poisa kori ase 😂😂
Big lollipop 🍭 for 2026.......
পেহলে ৱ কাহা তা ? ছে বিহাৰ বেংগল মে থা৷ ফিৰ পুছা জায়েগা কি ওছ ছে পেহলে কাহা থা? ছে জাবাব আয়া কি স্বৰ্গ মে থা৷ ফিৰ পুছা জায়েগা কি স্বৰ্গ মে কিছ ভগৱান কে পাছ থা৷ ছে ভগৱান ৰাম কে পাছ থা৷ ইছি তাৰা NRC মে ছাৱাল পুছা জায়েগা ওৰ ইছি তাৰা লুগু কু বেবুকোপ বানা কে ভোট লিয়া জায়েগা😂৷ জেইছে আছাম মে ভোট লে ৰাহা হো৷😂😂 হিন্দী ভুল হলে ক্ষমা কৰিব ৰাইজ৷😂
Nai thikei ase mamar hindi😂😂😂
😂😂😂😂😂😂
তিনি গগৈ খালি কৈ দিলে হ'ল বাংলাদেশীক খেদিম আৰু সত্ৰ আৰু খিলঞ্জীয়া সকলৰ মাটি দখল কৰা মিঞা বাংলাদেশীক উছ্চেদ কৰিম বুলি ক'লে হ'ল!!
আমি কালিৰ পৰা তহঁতক ভোট দিম!! দম আছেনে কবলৈ?? দ'মে নাই তহঁতৰ কটি ফাটি যাব!!
খিলঞ্জীয়া ট্ৰাইবেলৰ মাটি উচ্ছেদ কৰিবলৈ সাহঁস হিমন্তৰ আছে,, তিনি গগৈৰ নাই!!
খিলঞ্জীয়াক সুৰক্ষিত একমাত্র ভবিষ্যৎৰ মূখ্যমন্ত্রী শৃঙ্খল চলিহাই কৰিব পাৰিব, তিনি গগৈ ৰূপী বদনে নোৱাৰে!
ভোট আহি আছে ।
Aapko Hindi Nahi Aata Hai Assamese Mai Boliye 😅😅😅😅😅😅😅😅😅😅😅😅😅
Tum
samaj rahi hain na...
Jyada bat mat bolo
Begam ji ye asam Hain thoda kus ....upar nise hoga hin.....or 😂😂😂 khud Hindi sikh lo pahele ....or Apko asamse to ati nahi ....mujhe lagta Hain aicha ....😂
মন্ত্ৰী মোহোদয় আজিৰ দিনত অসমৰ মানুহ ইমান মূৰ্খ হৈ থকা নাই । অসমত CAA খন আনি ভিক্তী বৰ্ষ ২০১৪ কৰিলে, এতিয়া আক বিদেশী খেদা কথা কয় 😀😀 ।
ইয়াৰ জম্ম থিক নাছিল নেকি বাৰু অসমৰ কথা বাহিৰত এনেকৈ লাজ পাবলৈ লাগিছিল/ কিমান বাংলাদেশী অসমৰ পৰা বিদায় দিয়ে অসমৰ ৰাইজে চাব এইবাৰ আপোনাৰ কথা থিক হ'য় নে নহয়
লিতীকাই গুও খোৱা জাতি টো আগে খেদ খাব দেখোন 😂😂😂 ২৬ আগে আগে নাটক আৰম্ভ
muslim Bangladeshit koi hindu Bangladeshi besi 🦋 xi a nohok illigal immigrants hindu hok ba muslim jaboi lagibo 🦋
Himantar,Bhupen,Rakibul aikeitai Hindi koi gotei Assam R nak kan katile
E dramatist hai..kuch nahi korega...politics 😂😂
অকল NRC ত নাম থাকিলেই নহ'ব,বেদখলকাৰী মিঞাইও অসম এৰিব লাগিব💪
O miya Bangladeshi jaiboi lagibo sida kota
Who has also come from mongulia bharma Bhutan Nepal they should kick out
Baner
Humko bhagana padega😅😅😅
😂😂😂😂😂😂 humko bhi 🏃🏻🏃🏻
26 lolepop ,bujai bujese
1946 মে কাহা থা
Mama g apka Hindi khun k bohut assa lagta hain, or Thora kheki low, khuni ne k liye mja lagega
Fal2 ka
14 lakhs Bangladesh hain Assam main highcourt order denge tab wolog Bangladesh jana padega
Sir nrc natun Kori korok
No Jiska NRC Main name nahin hoga direct Bangladesh
CAA laughing in the corner 😂😂
CAA is for hindus in pakistan,afghanistan and Bangladesh ..beacause bharat is the only hindu Country. Hinduism originated from bharat.
We should thank those hindus who remained in those countries during partition based on religion because they used resources of other countries instead of their own country hindustan..and their part is being used by us....now we should welcome them if they want to come for having religious persecution in those countries..
I am your father if u disagree then comfirm from your mother @@empire9044 😅 india is a sacular country. You forgotten that and also forgotten your father identy. 😅 india is a sacular country and republic county
Jai hind . Long live indian constritution 🎉
Hindu ko hum CAA ke jariye citizenship denge
Right ❤jai hind
আপুনি যে অসমীয়া বিৰোধী তাৰ প্ৰমাণ হৈ গৈছে। নিৰ্বাচনী বৈতৰণি পাৰ হবলৈ যে আবুল টেবুল বকি আছে জনসাধাৰণে বুজি পাইছে। আপুনি অসমীয়াক নিঃশেষ কৰিবলৈ CAA আনিলে। তাৰ পিছত APSC পৰা অসমীয়া ভাষা উঠাই দি ৰাজস্থান, উত্তৰ প্ৰদেশৰ প্ৰাৰ্থীৰ প্ৰশাসনিক বিষয়া নিযুক্তি দি অসমীয়াৰ প্ৰশাসন কাঢ়ি নিছে। অসমীয়াৰ চৰকাৰী কৰ্তন কৰিবলৈ অসমৰ নিযুক্তিৰ পৰীক্ষাত হিন্দী ভাষা সংযোজন কৰিলে। অসমত হিন্দি ভাষীক নিযুক্তি দিছে। অসমীয়াক দুৰ্বল কৰিবলৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা দুটাকৈ অসমীয়া সমষ্টি কৰ্তন কৰিলে। অসমীয়াৰ ট্ৰাইবেল বেল্টত অসমীয়াক নিঃশেষ কৰিবলৈ হিন্দী বাংলদেশী আৰু বাঙালী হিন্দুক মাটি কিনিব পৰা ব্যৱস্থা কৰিলে। তাৰ পিছতটো জনসাধাৰণে আপোনাক বিশ্বাস কৰিব বুলি আশা কৰে নেকি আপুনি?
1 number oxomia birudhi congress heituh hee atia oxomot proman puwa goisee😂
@@kiranchetry9440অসমীয়া বিৰোধী সকলে তেনেকৈ কয়। অসমীয়া ধ্বংস হলে অনা অসমীয়াই ভাল পায় গতিকে হিমন্তক সমৰ্থন কৰে।
আপোনাৰ কথাৰ পৰা বুজা যায় যে আপোনাৰ লক্ষ্য কি ।
😂😂😂 hai babe 2014 krile 😂😂
আগতে NRC খন পুৰ্ণ কৰক |
😂😂😂😂😂 a Gaya pahle fursat mein fir se a Gaya
Atia jar NRC t nam nai haibure comment kori ase
Lolipop2 dise toi kha😂😂
@@harjyotidas6748😮😮😮😮😮
26 elaction samne he to.....
Very good step
10 tokiya lolipop
26 me khel hoga.
26 ot jabo poison
Bangladesi খেদাৰ ইচ্ছা যদি আছিল চায় আইন কিয় অসমত অনা হ'ল।
Ain is for hindus
Hahahahhahahahhaa😅😅😅
কিয়া কিয়া বলতা হায়.... আমাৰ মুখ্যমন্ত্ৰী...!
Axomote koribo nuarile, jharkhondot koribo.....
মোৰ সন্দেহ আছে হিমন্ত ৰ NRC আছে নাই হেইটো ভালকে ছাম আমি এইবাৰৰ Elections ত
😂😂😂 election ahile ...natok arambho hoy......iman din ki jaator aalu selai asil...???
অসমীয়াই হিন্দী,ইংৰাজী কব নোৱাৰাটো একো ডাঙৰ কথা নহয়,
অসমীয়াই অসমীয়া কব নোৱাৰাটোহে বৰ লাজৰ কথা।।।
আরু চতূরালি করিলেহৈ কিনতু বচেরাক ভাষাই বাধা দিলে। হিনদী ভালকৈ ক'ব জনাহৈ মুদী চাহক দেখুবালেহৈ বিহু।
Hindu Bangladeshi ka kya hoga 😂😂😂😂
NRC bulega
Terrorist miya Bangladeshi ka suggestion nahi chahiya Hinduo ke liye
Right 👍
Bhai saab! main UP ka native hun mere dadaji assam me dihu chauhan ke ghar rahkar labour ka kam karte the aur NRC me dadaji ka nam Inaru Harijan hai lekin unke father ka nam Dihu chauhan ho gaya hai lekin Hona chahiye tha Bhola Harijan, ab wah NRC manya nahi hua kyonki father name galat ho gaya, ab 1951 ke bad we assam ke dusre Zila me shift ho gaya 1952 me aur 1966 me voterlist me unka naam nahi chadha tha kyonki pura jungle tha aur polling booth bhi setup nahi huwa tha, ab Hum beghar ho chuke hain zameen khariden aur bechne me dikkat aa gayi hai, hum pareshan ho gaye hain, halaki hunara 1971 ka UP ka documents laake jama diye aur NRC me naam aya ab 70 sal se jyada bhi rahne ke bad bhi job me reservation khatm ho gaya hai, aur hum beghar ho gaye hain. Govt must be soft hearted and take this matter seriously and do for welfare of family like us
Nepali, benguli, bihari, chakma, heiburok bi utai dibo lage
14 লাখ খেদিলে বহুত কমিব মিয়া বাংলাদেশী বিলাক অসমৰ পৰা বাংলাদেশলৈ খেদিবো লাগিব তেতিয়া হে অসমৰ demographic আগৰ দৰে ঘূৰাই আনিব পাৰিব
Aru tupi pindavo nalage , bohut tupi pindilu , tupir dukan xulibo parim
Dr Himanta Biswa Sharma is the best CM of Assam, jindabad jindabad jindabad
🎉🎉 আমি অসমীয়া নহও দুৰ্ভগীয়া আছে আমাৰ লগত হিমন্ত মামা।🎉🎉হামে য়ে বাত বহুত পেহেলে কৰনা থা ।
বহুত সুন্দৰ।
বাকি থাকিল ভাষাৰ কথা, এজন দক্ষ মুখ্যমন্ত্ৰী হবলৈ হলে ভাষাবিদ বা ভাষাবিজ্ঞানী হোৱাও কোনো চৰ্ত নাই। আৰু দ্বিতীয় কথা, হিন্দী তেওঁৰ মাতৃভাষা নহয়, সুৰৰ পৰিবৰ্তন হোৱাটো স্বাভাৱিক।
অসম চুক্তিৰ ৬নং দফা: নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ হোৱা উচিত। ১৯৫১ ৰ পিছৰ মানুহৰ ভোটাৰ অধিকাৰ থকা মানে অসমীয়া জাতি বিপদত থাকিব। Democracy ভোটৰ স্বাৰ্থত চলে, পিছত যদি Secular আৰু বামপন্থী দল চৰকাৰত আহে তেনেহলে তেওঁলোকে পুনৰ বাংলাদেশী মূলৰ মানুহৰ পক্ষত আইন সলাই দিব। এইবাৰ কাশ্মীৰ নিৰ্বাচনত গৌৰৱ গগৈৰ আৰু যোৰহাট সমষ্টিৰ ৰাইজৰ নেতা ৰাহুল গান্ধীয়ে 370 আকৌ আনিম বুলি কৈছে। অসমত ভোটৰ স্বাৰ্থত কেবল আইন সালোৱাই নহয়, বাংলাদেশ আৰু বেংগলৰ excessive population ক হয়তো ভোটাৰ বিনিময়ত অসমত সন্থাপিত কৰিব। ৰাইজে ১৯৫১ চনৰ পৰা ২০২৪ চনলৈ ভোটৰ তালিকা আৰু Land Revenue data পৰীক্ষা কৰক। কাৰ দিনত কিমান অসাম্ভাবিক ভোটৰ বৃদ্ধি হৈছিল কিছুমান সমষ্টিত।
ডুবাইত মাত্ৰ 11.6% লোকেল মানুহ। বাকী সকলো বিদেশী। তেওঁলোকে কেতিয়াও নাগৰিকত্ব নিদিয়ে বিদেশীক। তাতে নিৰ্বাচন নহয় গতিকে তাতে লোকেল মানুহ সুৰক্ষিত। অসমতো ১৯৫১ ৰ পিছৰ মানুহক Special Work Permit দিব লাগিছিল না কি নাগৰিকত্ব বা ভোটৰ অধিকাৰ। হয়তো ভুল অসম চুক্তিৰ ফলত অসমীয়া জাতি বিপদত পৰিলে। যদি অসমীয়া মানুহৰ কাৰনে নিৰ্বাচনত অসমীয়া মানুহৰ আসন সংৰক্ষণ হয় তথাপিও সেই সকল অসমীয়া নেতাই হয়তো বাংলাদেশী মূলৰ মানুহৰ representative হিচাপে কাম কৰিব। নিৰ্বাচনৰ সময়ত অখিল গগৈ আৰু গৌৰৱ গগৈয়ে নামাজ পঢ়া সকলোৱে দেখিছিল।
যেতিয়া ইছলামিক আক্ৰমণকাৰী সকল ভাৰতত আহিছিল তেতিয়া তেওঁলোকে বহুত মন্দিৰ আৰু University ভাঙি দিছিল। তাৰ ভিতৰত আছিল Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি। অসমৰ এনেকুৱা অঞ্চল যত এজনো মুছলমান নাছিল আজি Secular বুৰ্বকৰ কৃপাত অসমীয়া মানুহে ঘৰ বাৰী এৰি গুচি যাব লগীয়া হল। আপোনালোকে গুৰুজনা শঙ্কৰদেৱৰ জন্মস্থান আলীপুখুৰী লৈ যাওক তাত অসমীয়া মানুহ নোহোৱা কেনেকৈ হল। আজি অসমত Crime বৃদ্ধি হৈছে। পুলিচৰ পৰা data ওলাই চাওক কোনে ইমান অধিক crime কৰে। বহুতে সন্দেহ কৰে Crime এটা অস্ত্ৰ সাধাৰণ মানুহক ভয় খুৱাবলৈ যাতে মানুহে মাটি এৰি গুচি যায় আৰু সেই মাটি আৰবীয় সংকৃষ্টিত বিশ্বাস কৰা লোক সকলে দখল কৰিব পাৰে। চোৰ, ডকাইত, ধৰ্ষণ, গড় হত্যা, হাবি বন কটা, ড্ৰাগছৰ বেপাৰী আদি।
অসমৰ মানুহে অলপ Research কৰি চাওক মুছলমান মানুহে কেতিয়াও Development ৰ কাৰণে ভোট নিদিয়ে। উত্তৰ প্ৰদেশত মুছলমান মানুহে ঘৰ পালে, আয়ুষ্মান কাৰ্ডৰ সুবিধা পালে, গেছ পালে, আইন কানুন ভাল হোৱা বাবে মুছলমান পৰিয়াল সমূহ লাভাম্বিত হল কিন্তু ভোট দিলে কাৰোবাক। ঠিক সেইদৰে ব্ৰিটেইনত, ফ্ৰান্স, কানাডা আদিতো একে সমস্যা। ভাৰতৰ স্বাধীনতাৰ পিছত বৃহৎ সংখ্যক মুছলমান মানুহে ভাৰতৰ লগত নথকাৰ সিদ্ধান্ত লোৱাৰ পিছত তেওঁলোকৰ ইছলামিক দেশ দিয়া হল কিন্তু দুইখন দেশ বৰবাদ কৰিলে। তাৰ পাছত সেই দেশ এৰি ভাৰতত সোমাল বুলি অভিযোগ উঠে। অসমত আহিও উধাই মুধাই জনসংখ্যা বৃদ্ধি কৰিলে। এতিয়া ভাৰতে তেওঁলোকক ৰেচন কাৰ্ড দিছে, লাখ লাখ টকাৰ ফ্ৰী মেডিকেল insurance পাইছে বুলি বহুতে সন্দেহ কৰে। ভাৰত যেতিয়া স্বাধীন হৈছিল তেতিয়া অসমে ভাৰতৰ ৰাজহলৈ বহুত অৰিহণা আগবঢ়াইছিল। ডিব্ৰুগড় এছিয়াৰ দ্বিতীয় ধনী জিলা আছিল। কিন্তু আগৰ চৰকাৰে অসমত কাম কৰাৰ সলনি দেশৰ আন ৰাজ্যত টকা দিলে। অসমত যেতিয়া আগৰ কেন্দ্ৰ চৰকাৰ সমূহৰ বিৰুদ্ধে খং উঠিছিল। তেতিয়া শাসনত থকা দলক সহায় কৰিব আগ বাঢ়ি আহিছিল বাংলাদেশী মূলৰ মানুহ সকলে। ৬ দফাই কিয় আশা কৰিছে অসমীয়া মানুহক অসমীয়া ৰাজনৈতিক নেতাই ৰক্ষা কৰিব। অসমীয়া জাতি বিপদত পৰিলে কিছুমান ক্ষমতালোভী অসমীয়া আৰু ভাৰতীয় ৰাজনৈতিক নেতাৰ বাবে?
জোৰ পুৰি হাত পালে আৰু এতিয়া হাতো পুৰি আছে। কিন্তু কেতিয়া অসমীয়া মানুহে শুৱাৰ পৰা সাৰ পাব?
Note: আমাক বিশ্বাস নকৰিব নিজে analyze কৰি চাওক।
Palega aru fofo dang sob mesa kotha koi koi manuhok ram thogan di ase aku dal koribo nuare atau nakhada enai gai ase
তুমকো দাককা মাৰকে ২০২৬ মে গেবৰ মে ফেকেগা😂😂😂
আপনার চিন্তা।কৰক26।কি।হব
এসময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত আহি নিৰ্বাচনী প্ৰচাৰত কোৱা কথা মনত পৰিছে ; বি জে পি চৰকাৰ অহাৰ লগে লগে পিছদিনাই অসমৰ বহিৰাগত বাংলাদেশীয়ে ঢালি টপলা লৈ যাব লাগিব বুলি হুংকাৰ দিছিল ; 😂😂😂😂
কংগ্ৰেছ দলৰ নেতাই অসমত ছেমি কন্ডাকত হোৱাত বিৰোধীতা কৰিছে । তাৰমানে অসমৰ নিবনুৱাই কাজ কৰ্ম পালে কংগ্ৰেছ দলে বেয়া পাই । সেইটো খৰ্গেৰ মন্তব্যত প্ৰকাশ পাইছে । অসমৰ ৰাইজে আৰু অসমৰ নিবনুৱাই ভালকৈ বুজি পাই কাক মুখ্যমন্ত্ৰী পাতিব লাগে আৰু কোনটো দলক ভোট দিব লাগে ।
Aikhn axom r cm hisape axom r raije 26t ketiaw nibisare goti ji ti boki thaki lav nai 😂😂😂😂
19 lakh changed to 14 lakh ! Something fishy !
ছাৰে ঢকা মাৰি অসমত কেইটা খেদিলে ?
Mozzaaa dise aitu..geda burr gat lagi goise....atia CM sir k atia altu faltu bokibo 😂😂😂😂
Amar mama khati axomiya Hindi koba nejane 😂
CM SIR ye bataye..abhi tak kitna bangladeshi bheja...
Mama kotha khini kamot kori dekhiok
😂😂oti bhokti soror lokhson
Mama mur nam nai but mu maa /Papa/ Bhai/bhabi nam se?? Moi koloi jam
Dhaniya ho CM sir Assam ka Ek Sowabhiman gun CM 🙏🙏🙏👏👏👏
Sorry guys yeh konsi language hain ????😂😂
Cm ka face deko... tention kitna sa heart attack hojaiga ...2026 sa pehly .... isliye Hindu ko bekuf banara hai aur kuch nahi
Etiya miya bure Hindi t lagi ase !!!😂😂
Bangali dar lajja nai tau bjp
Bjp go back go back
Bhal bea moi kaba nibisaru kintu eijan cm kebal ajan ji jane antatah bidesik bidesi buli kabaloi sahakh kare