ক্ষমা বিচাৰিও বিপদ কমা নাই যুৱতীৰ। কেনেকৈ ক্ষমা বিচাৰিলে সন্তুষ্ট হ'ব চালক সংস্থা?

Поділитися
Вставка
  • Опубліковано 19 жов 2024

КОМЕНТАРІ • 219

  • @RamenKathar-zu5hy
    @RamenKathar-zu5hy 2 місяці тому +18

    ৰূপম দত্ত অসমৰ নিজকে কি ভাবি আছে ,নিজৰ সন্মান অটুত ৰাখিব যত্ন ৰাখিব অসমৰ ৰাইজ চাই আছে সমগ্ৰ ঘটনা ।

  • @A55xyz
    @A55xyz 2 місяці тому +26

    দেৰগাঁওত Driver ৰ ভুলৰ কাৰণে ইমান মানুহ যে মৰিল ৰূপম দত্ত কত মৰি আছিল।।।।ৰাইজ আপোনালোকে driver side নলব কাইলে আপোনাৰ মোৰ লগতো যদি driver ভুলৰ কাৰণে দূৰ্ঘটনা সংঘটিত হৈ প্ৰাণ যায় তেতিয়া ৰূপম দত্ত লগতে সিহঁতৰ Driver সন্থাই প্ৰাণ ঘূৰাই দিব পাৰিবনে? গতিকে সজাগ হওক আজি হিহতক support কৰিলে সিহঁতি আৰু সুবিধা পাব ভুল কৰিবলৈ তেতিয়া গম পাব

    • @Bhumiputro
      @Bhumiputro 2 місяці тому +4

      ঠিক কৈছা বন্ধু । ইহঁতৰ অতপালি বহুত বেছি ।

    • @digicationassam1747
      @digicationassam1747 2 місяці тому +2

      Driver সকলো । নিজৰ বাহন বা আনৰ বাহন চলাওক । গতিকে সকলো সাবধান হোৱা উচিত ।

    • @Real12976
      @Real12976 2 місяці тому +1

      Nijor tokare kina ekhon garit dag lagile kiman bya lage heiya aibure kot bujibo.....muthote khunda pasfalor pora marise driver gat vul hmpurno....suali jonir Thait lora hbo lagisil action dekhil hoi....rupam buli namei nahil hoi😂😂😂😂😂

    • @xyzzzzzzzzhhh
      @xyzzzzzzzzhhh 2 місяці тому +1

      কিছুমান ড্ৰাইভাৰৰ ব্যৱহাৰ কিমান অভদ্ৰ

    • @Bhumiputro
      @Bhumiputro 2 місяці тому

      @@Real12976 😂😂😂

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 2 місяці тому +2

    Rupom Dutta মাফ খুজিব লাগিব শইকীয়া লাইচেন্স কেন্সেল কৰক

  • @A55xyz
    @A55xyz 2 місяці тому +16

    ইহঁতক ভয় নকৰিবা ভন্টি। আমি আছো তোমাৰ লগত । ইহঁতৰ ওপৰত তুমিও case দিবা। মানুহ মৰা হ'লে ইহঁতি কি কৰিলে হেতেন ।

    • @ranjannath9715
      @ranjannath9715 2 місяці тому

      বাটত পালে তোক হে বহনি কৰিম

    • @pranjalnath4960
      @pranjalnath4960 2 місяці тому

      Ki bl karibi toi...@@ranjannath9715

    • @rajkumardihingia2331
      @rajkumardihingia2331 2 місяці тому +1

      আন্ধাৰে মুন্ধাৰে পালো তোকও বহনি নহয় বহনিৰ বাপেক কৰিম,,,

    • @Prashanta-t7e
      @Prashanta-t7e 2 місяці тому

      Ehoti mane ki bujaise ,apuni nijoke ki buli vabise,sonmukha sonmukhi hole turu mukhor vab-vasa balag Kori dim.

  • @jyoticharoh
    @jyoticharoh 2 місяці тому +1

    গাড়ীৰ খুন্দাত মানুহ মৰিলে ড্ৰাইভাৰৰ বহুত লোকচান হয় চাগৈ, কাৰণ মৰি গলে ক্ষমা নোখোজে। ৰুপম দত্ত,চাব', আপোনাৰ ড্ৰাইভাৰে পিছফালৰ পৰা খোন্ধীয়াইছে । ড্ৰাইভাৰজনক শিকাৱক distence maintain কৰি গাড়ী চলাবলৈ।

  • @Hahi-Xurag
    @Hahi-Xurag 2 місяці тому +4

    গাড়ীৰ ঠাইত মানুহ মাৰিলে ৰূপম দত্তই দায়িত্ব ল'লে হেতেন নেকি। ৰূপম দত্তৰ বেছি হৈছে।

  • @NripenThakuria
    @NripenThakuria 2 місяці тому +3

    অসমৰ ৰাইজেও ঘটনাটো প্ৰত্যক্ষ কৰি আছে ৷ ছোৱালীজনীক ক্ষমা খুজিবলৈ দিছিল ছোৱালীজনীয়ে ৰাজহুৱাভাৱে ক্ষমা খুজিলে ৷ ইমানৰ পিছতো যদি চালক সন্থাই মাফিয়া গিৰি চলাই থাকে এইবাৰ অসমৰ ৰাইজ বহি নেথাকিব ৷ চালক সকলে ছোৱালীজনীক মানসিকভাবে শাস্তি প্ৰদান কৰি আছে ৷ যদি ছোৱালীজনীয়ে মানসিক অশান্তি ভোগী কিবা অঘটন ঘটাই দিয়ে তাৰ বাবে দায়ী হ’ব লাগিব ৰূপম দত্ত ৷

  • @A55xyz
    @A55xyz 2 місяці тому +19

    Nonsense , তইয়ো ক্ষমা খোজ ভালকৈ গাড়ী চলাম বুলি। Tur vulor karone manuh mora hole toi ki korili haten

    • @Prashanta-t7e
      @Prashanta-t7e 2 місяці тому

      Tohotor mentality anekuwai ne Osoivyo hot..

  • @beautykonwar427
    @beautykonwar427 2 місяці тому +31

    ছোৱালী জনীয়ে ঘৰৰপৰা ড্ৰাইভাৰ বুকুত ধৰিছিল নেকি । ইমান অভদ্ৰ ঘৰৰ ছোৱালী নে আগঢ়াহি আহি ক্ষমা কৰিব পৰা নাই ।

  • @kishorkumarsarmah2140
    @kishorkumarsarmah2140 2 місяці тому +1

    অলপ বেছি হ'ল নেকি গোপী ভাই। কিদৰে ক্ষমা বিছাৰিব লাগিব।

  • @বীণ-বৈৰাগী
    @বীণ-বৈৰাগী 2 місяці тому +12

    চুটমাৰণি ড্ৰাইভাৰ কেলা, চল পালে কুকুৰ হৈ গললে জপিয়াব আহিছ। ক্ষমা নিবিচাৰিলেনো কি চেটখন কৰিবি?

    • @upangkarhazarika6051
      @upangkarhazarika6051 2 місяці тому +4

      Right bal bilakor utpat besi hoise...manuh Mora hole ki hol heten... Tar risk kune lobo

    • @rajkumardihingia2331
      @rajkumardihingia2331 2 місяці тому

      ভালকৈ কোৱা,মইনাহত এনেয় দুখত আছে...

  • @BastopDoly
    @BastopDoly 2 місяці тому +8

    হ'ব আৰু ড্ৰাইভাৰবোৰো কম নহয় কাৰোবাৰ গাড়ী এখনত খুন্দা মাৰিবলে।সকলোৰে দুখ আছে গতিকে ক্ষমা বিছাৰিলে ক্ষমা কৰিব লাগে।তাৰ মানে গাড়ীত থকা ফেমিলি মৰিলেও মৰক নে কি কয়।

  • @A55xyz
    @A55xyz 2 місяці тому +7

    Rupom dutta uport case diya mental harassment diya karone .. tar ustadi besi hoise ...

  • @sandeepbaruah4872
    @sandeepbaruah4872 2 місяці тому +1

    চালক সংগঠনৰ বেছি হৈছে।তাই ক্ষমা বিছাৰিলে, আৰু এনেকৈ আকোৰগজ হ'ব নালাগে। পঢ়ি থকা ছোৱালী এজনীৰ carrier কিয় বেয়া কৰিব বিচাৰিছে,তাই মানসিক ভাবে ভাঙি পৰি যদি কিবা বেয়া সিদ্ধান্ত লৈ তাৰ জগৰীয়া কোন হ'ব, বহু ড্ৰাইভাৰেও ভূল কৰে।

  • @বীণ-বৈৰাগী
    @বীণ-বৈৰাগী 2 місяці тому +17

    ৰূপম দত্ত চুটমাৰণি, সংগঠন খুলি পলিটিক্স কৰিব নাহিবি ইয়াত।

  • @A55xyz
    @A55xyz 2 місяці тому +6

    Rupom dutta apuni nije nijor honmaan heruwale......apuni j blg driver nisina ake heitu aei case tue di bujai dile.....driver e beya behaviour kora amr usrtu bohut proman ase so ariyar pora driver r uport amiu case dim and apuni tetiya bosabo ahibo sam tetiya public dhulai poribo apunar uport

    • @VlogA2Z
      @VlogA2Z 2 місяці тому +2

      nai nai...tetia teu daiytto lobo lagibo.....axom.r jikunu drivr ajonr jodi bhul hoi.. .tetia teu ahi khyama khujibo...ba daytto lobo...

    • @rajkumardihingia2331
      @rajkumardihingia2331 2 місяці тому

      ৰূপম দত্তক তেওৰ কিতাপ পঢ়ি এনে বুলি ভবা নাছিলো,বুধকৰো তেও নিজৰ সন্মান ৰাখিব পাৰিব

    • @Real12976
      @Real12976 2 місяці тому

      Khundiyabo nijei ru maf khujibo lage ne ....khub pitibo lage ihotok....aji kisudin AGT ghy pora ahutei mur gari pasfale jenekoi ultra logau logau ke ahise...lagibo lagisil...bal rupam 😂😂😂😂....gom pale hoi

  • @Batihaloi18
    @Batihaloi18 2 місяці тому +1

    যদি তেনেকৈই খুজিলে নহয তেনেহলে ভৰিত ধৰি খূজিৱ যি কেইখন গাৰি ভাঙিছিল নতুনৰ নিচিনা বনাই দিম বৃলি ক ,আজি জদি ৰূপমে মাত মাতিব পাৰে যেতিয়া মদ খাই গাৰি চলাই একছিডেন্ট কৰি মানূ মাৰে তেতিয়াও ৰিকচ লৱ লাগে তেতিয়া চিনি নাপাই বুলি নকৱ

  • @bhaskarjyotiray3233
    @bhaskarjyotiray3233 2 місяці тому +6

    ছোৱালীজনীয়ে ক্ষমা খুজিছে... কিন্তু ড্ৰাইভাৰ জনে যে গাড়ীত লগাই দিছিল সেই সময়ত নিজ ইচ্ছাই ক্ষমা এতিয়ালৈ বিছাৰিলে জানো

  • @monimadhavtaid4796
    @monimadhavtaid4796 2 місяці тому +5

    Balor driver ..kyama khujibo nalage..case dibo lage sudur bhai driver keitar uporot.

  • @souravmalakar5389
    @souravmalakar5389 2 місяці тому +9

    Rupom e case to beya korise , suwali jonir eko vul nai , base manuh accident kori marile ei rupom kot thake

  • @rebadas.88
    @rebadas.88 2 місяці тому +4

    Eku sorry kobo nalagea. Driver r vul asea. Driver u maf khujibo lagibo.

  • @rajkumardihingia2331
    @rajkumardihingia2331 2 місяці тому +31

    khyoma খোজাৰ পাচত আৰু একো বাকী নেথাকে,অসমৰ ৰাইজে চাই থাকক,দ্ৰাইভাৰৰ ভূল ৰূপম দত্তইও এদিন মূৰপাতি লব লাগিব....

    • @mehbubaktarzg
      @mehbubaktarzg 2 місяці тому

      Kali tumr coler t kunuba swaliye on camera dhorile kene lagibo

    • @anolboruah2114
      @anolboruah2114 2 місяці тому +3

      Driverjonor bhul asei. Kazirangar speed limit cross karise karone khundiyabo parise.

    • @ajitkumarphukan9736
      @ajitkumarphukan9736 2 місяці тому

      ৰূপম দত্ত ক গৰু পিটন দিব লাগে ভগৱানে বচালে femeli তোক ভন্টি গাত অকণো দুখ নাই পলাব বুলি ধৰি ৰাখিছে নাৰী সন্থা কত আছে

  • @sjhazarika5437
    @sjhazarika5437 2 місяці тому +1

    ক্ষমা নিবিচাৰিলে কি কৰিব

  • @techassam3121
    @techassam3121 2 місяці тому +8

    ছোৱালী জনিয়ে case file korok।
    ইহঁতৰ বহুত violation হৈ গৈছে।
    1)dignity of women should not be violated (Fundamental duty)
    2) Article 21 right to life and personal liberty.
    3) violation of RTP Putraswami vs govt of india case.The driver should be immediately arrest under NIA act violation of public order,so that can't get bail.

  • @milonjyotiborgohain5402
    @milonjyotiborgohain5402 2 місяці тому +5

    Manuh mora holee driver e ki korilee heten ... actually Driver jon dukhi asil

  • @Mafia1702-o5j
    @Mafia1702-o5j 2 місяці тому +5

    Rumap ata subidha badi😂😂 ear kunu kam nai....e ata vena makhi

  • @solokid938
    @solokid938 2 місяці тому +1

    Bhonti tumi eko bhoy nokoriba .tumio case dibo para

  • @anibro4162
    @anibro4162 2 місяці тому +9

    Wrong drive kori manuh mari driver praye polai kinto xoma bisari nahe ? Eyar bisar ki hobo ?

  • @A55xyz
    @A55xyz 2 місяці тому +15

    যদি অসমত ড্ৰাইভাৰৰ ভুলৰ কাৰণে Accident হ'লে ৰূপম দত্ত বোলাটোক Arrest কৰিবলৈ পুলিচ প্ৰশাসনে ব্যৱস্থা লব লাগিব। তেতিয়া ৰূপম দত্তক আমিও চাম

  • @mdbipulali1901
    @mdbipulali1901 2 місяці тому +6

    Driver bilake jodi kiba vool kore tetia Rupam Datta ahibone nahe.

  • @GiridharThakuria
    @GiridharThakuria 2 місяці тому +15

    ভুল প্ৰথমে ড্ৰাইভাৰজনে কৰিছে পিছত ছোৱালীজনী কৰিছে, ক্ষমা বিচাৰিছে কথা শেষ, কেচ দিয়ে দি থাকক একো একোডাল নহয়।

  • @NP_EDITZ123
    @NP_EDITZ123 2 місяці тому +6

    Aamar gharr usorot dujonkoi lora election dutyt dumper re marise. Ajon engineer and aaru ajon photographer lora. Mak bapekar ki aabostha hoise moi nije dekhisu. Taku lora ajonhe. Driver k to akue nokorile. Atia Driver k ulta dhorute gutei Assam khon hahakar. Driver bur utpat besi hoise aajkali .

  • @sashibhatta5198
    @sashibhatta5198 2 місяці тому +16

    এনে ধৰণৰ অথবা মাজনিশাও ৰাস্তা অথবা বাৰ-ৰেষ্টোৰাঁত মদ খাই উদ্ভণ্ডালি কৰি ফুৰা যুৱতী সকলক এশিকনি দিবলৈকে চালকৰ সংগঠনে এইদৰে জেদ ধৰিবই লাগিব ৷ নহলে যে দিনে দিনে বাঢ়ি যাব !

  • @srimantamotivatoranushilan8846
    @srimantamotivatoranushilan8846 2 місяці тому

    ছোৱালী গৰাকীয়ে ক্ষমা খুজিলে হৈ গ'ল আৰু.... ইয়াতকৈ বেছি কৰি থাকিব নালাগে

  • @bijayaburagohain8108
    @bijayaburagohain8108 2 місяці тому +1

    Driver বিলাকে ইমান accident কৰি থাকে একোখন ঘৰ শেষ কৰি পেলাই তেতিয়া ড্ৰাইভাৰ সন্হা কত সোমাই থাকা ৷অলপ দিনৰ আগতে driver ভূলৰ কাৰণে মোৰ একমাত্ৰ লৰাটো হেৰুৱাব লগীয়া হল 😢

    • @rajkumardihingia2331
      @rajkumardihingia2331 2 місяці тому +1

      দত্তডাঙৰীয়া ইয়াৰ উত্তৰ আপোনাৰ ওচৰত আছে নে

  • @usermridul41
    @usermridul41 2 місяці тому +1

    ক্ষমা খোজাৰ ধৰনটো হোৱা নাই ।এইটো কাৰোবাক ঘটনাটো বননাহে দিছে ।চলোৱা জনেহে জানে,সেই সময়ৰ পৰস্থিতিৰ কথা ।বহি থকা জনে কেতিয়াও নাজানে কাৰন সেই পৰিস্থিতি পৰিব বুলি ভাবি থকা নহয় ।

    • @MonimolaBaishya
      @MonimolaBaishya 2 місяці тому

      Bussor driverok oti sonokale khoma khojar babe kowa hol bhul dujonore

  • @medinitalukdar4873
    @medinitalukdar4873 2 місяці тому

    ছোৱালী জনীয়ে Onকেমেৰাৰ সন্মুখত ড্ৰাইভাৰ জনৰ আগত ভৰিত ধৰি অসমৰ ৰাইজৰ আগত ক্ষমা খুজিব লাগিৱ. ...

  • @sikhasonowal2393
    @sikhasonowal2393 2 місяці тому +7

    Olp besi hoise aru tyulukor dadagiri. Support pale bulu etiya tar hubidha koise driver jone.

  • @JayantaBordoloi-l5w
    @JayantaBordoloi-l5w 2 місяці тому

    Right

  • @MintuGayan-c2t
    @MintuGayan-c2t 2 місяці тому +1

    ইমানবোৰ মানুহৰ মাজত বুকুত ধৰিব পাৰে ওচৰত গৈ ক্ষমা খুজিব লাগিব

  • @anolboruah2114
    @anolboruah2114 2 місяці тому +4

    Sualijaniye khyoma khujile. Atia kothatu hol Insurance ye damaged car khonor 40% / 50% cover karibo. Bakikhini kune dibo? Rupam dai dibone ?

  • @Happygirl94-v6y
    @Happygirl94-v6y 2 місяці тому +7

    Tai xhoma khujile jihetu xhoma dibo lage.... Aru kotha bur eman digholiya koi tanibo nalage buli moi bhabu. Karon tai nijor bhul swikar korise. Aru prithivi khonot bht dangor dangor homoissa ase... Heiburot ami gurutto dibo lage buli moi bhabu. Xhoma bisarisil teoluke, tai xhoma khujile. Aru ki lage...

  • @PINKUMEDHI.
    @PINKUMEDHI. 2 місяці тому +1

    Bus driver bhul arrest rupam dutta

  • @PINKUMEDHI.
    @PINKUMEDHI. 2 місяці тому +1

    Rupam dutta ki manay transport office niki

  • @HimanshuTheBloggerMan
    @HimanshuTheBloggerMan 2 місяці тому +3

    Sory nukuakoi thoka nai nhoi sualijoni a...vul driver jonoru ase...hei rasta 2t speed limit thake...speed limit folow kri jua hole tinikhn gari khunda nekhai ekeloge

  • @rrahman853
    @rrahman853 2 місяці тому +22

    ইমান মানুহৰ সন্মুখত ড্ৰাইভাৰ জনৰ বুকুত ধৰি ছোৱালী জনীয়ে যিদৰে মৰ্দানী দেখুৱাইছিল, সেই দৰে ড্ৰাইভাৰ জনৰ ওচৰত আহি মানুহৰ সন্মুখত On camera ক্ষমা খুজিব লাগে ।

    • @ridipdeka8975
      @ridipdeka8975 2 місяці тому +3

      @@rrahman853 সুন্দৰ।তাই যেনেকে বুকুত ধৰি বৰ্বৰতা কৰিলে তেনেকুৱা হিচাপত ক্ষমা

    • @Dchutia-xy5zl
      @Dchutia-xy5zl 2 місяці тому +6

      ঘেন্টা বুলি কলো তোৰ কমেন্টত....

    • @pranjalburagohain676
      @pranjalburagohain676 2 місяці тому +4

      So, when more than 30 people died in Bus Accident in Dergaon where the Rupam Dutta was ?
      The girl will pray merchy but they have to buy a new car not repair.

    • @PijushDeka-c5b
      @PijushDeka-c5b 2 місяці тому +6

      Bus r driver ye..manuh..marile...ki khyama khujib nke?

    • @isamuddinvlogs4248
      @isamuddinvlogs4248 2 місяці тому +1

      Right

  • @ArupkumarSarma-ez3iq
    @ArupkumarSarma-ez3iq 2 місяці тому

    বুকুত ধৰি ছিল আৰু এতিয়া ভৰিত ধৰি ক্ষমা খুজিলেই হল।

  • @Axomi567
    @Axomi567 2 місяці тому +1

    Besi hoise niki olop rupam dar. Night super ru bus buror douratmor uporotu bihit byobosta lobo lage sarkare

  • @Bhumiputro
    @Bhumiputro 2 місяці тому +3

    অ কথা বেলেগত গ'ল । তহঁতক তামোল পাণ দি সেৱা কৰি ক্ষমা খুজিব লাগিছিল ন'?
    ঠিক আছে ছোৱালী জনিয়ে ক্ষমা বিচাৰক, কিন্তু গাড়ী খনৰ ক্ষতি পূৰণ দিব লাগিব ।
    মই হোৱা হ'লে তাকেই কৰিলোঁ হয় ।
    বোপাইহঁত তহঁতৰ অতপালি ৰাস্তাত দেখিছোঁ কেনেদৰে চলাও ।

  • @NabajitDeka-je8os
    @NabajitDeka-je8os 2 місяці тому +1

    ছোৱালী জেনীয়ে অলপ খাইছিল।

  • @PapuBora-ys1vt
    @PapuBora-ys1vt 2 місяці тому +12

    যি কৰিছে ছোৱালী এজনীৰে মানুহৰ আগত সেই কাৰণে তেওঁ দহজন আগত ক্ষমা বিছাৰিব লাগিব

    • @Hahi-Xurag
      @Hahi-Xurag 2 місяці тому +1

      ড্ৰাইভাৰজনে যে বেলেগৰ গাড়ী ভাঙিছে সি কি কৰিব। আঠু কাঢ়িব নেকি।

  • @BijayBorah-bm5dn
    @BijayBorah-bm5dn 2 місяці тому +9

    Mojja hoise
    Kisuman suwalir ohonkar anekoiye naikiya koribo lage

    • @Hahi-Xurag
      @Hahi-Xurag 2 місяці тому +1

      তোক কোনোবা ড্ৰাইভাৰে খুন্দিয়ালে মজ্জা লাগিব।

  • @deepjyotiborah4708
    @deepjyotiborah4708 2 місяці тому +3

    Koila truck manub marila Jodi rupam dutta naha tetia sabi Ako lura dumper rokhai kela sob driver pitim ako oxomia suwali ajonik anakuwa korila tez gorom hoi jai lura

  • @pkflutemusical5214
    @pkflutemusical5214 2 місяці тому +9

    Imanu aporad kora nai de

    • @ridipdeka8975
      @ridipdeka8975 2 місяці тому +1

      Tmk jdi bukut dhorile hoi tnk rastar mjt ..diverr oprt dom dxua din gl Bisar bibesona nkra ke mara ..police case dim ami salok xokole

    • @BhargabrajDeka-l6s
      @BhargabrajDeka-l6s 2 місяці тому

      Ki aporad howa nai re tai nijar deutak r boykhor manuh ajonk
      r bukot hat dise tai saikhini mathat mal nai nki klaa mor mote sob media mati on the spot maf khugibo lage nohole case dibo lage

    • @rajkumardihingia2331
      @rajkumardihingia2331 2 місяці тому

      ভাল কথা ,দিয়া কেচ,অন্তত বাকীবোৰে নোৱাৰিলেও এজনীয়ে তোমালোকক কেচ দিবলগিয়া কৰিছে,বহুত ছোৱালী হোৱা হলে....

  • @AziaulHoque
    @AziaulHoque 2 місяці тому +1

    ক্ষমা খুজিবৈ নালাগিছিল

  • @PujaBharali-r7l
    @PujaBharali-r7l 2 місяці тому +4

    ৰাইজ আগত বিচাৰিব লাগিব

  • @Bhumiputro
    @Bhumiputro 2 місяці тому

    মইও এটা সন্থা খুলিম; "সদৌ অসম ব্যক্তিগত গাড়ী চালক সন্থা"
    তেতিয়া মই ৰূপম বুলাজনক সুধিম, "আপুনি বে-চৰকাৰী চালক সন্থাত থাকিবনে ব্যক্তিগত গাড়ী চালক সন্থা ত থাকিব?" 😊

    • @rajkumardihingia2331
      @rajkumardihingia2331 2 місяці тому

      দ্ৰাভাৰ সন্হা লগতে হেন্দিমেন সন্হা,

  • @abarman751
    @abarman751 2 місяці тому +4

    ATIYA OLP BESI HOISER NKI

  • @TutumoniHira-jm3vy
    @TutumoniHira-jm3vy 2 місяці тому +6

    Hol de aru kio lagi asa tai ajoni uthi oha suwali. Vul 2 jonore.

  • @BiplobGohain-f8f
    @BiplobGohain-f8f 2 місяці тому

    👍👍👍👍

  • @kaushiksaikia4179
    @kaushiksaikia4179 2 місяці тому

    File defamation case against this driver union office bearer. Enough is enough.... Let law take its own course

  • @digicationassam1747
    @digicationassam1747 2 місяці тому

    যিসকলৰ driving Licence আছে, সকলোৱে একোজনকৈ Driver হয় । লাগে ব্যক্তিগত বাহন বা আনৰ বাহন চালাওঁক । গাড়ী চলালেই হ'ল । গতিকে সকলোৱে কথাটো মন কৰিবলগীয়া ।

  • @Real12976
    @Real12976 2 місяці тому +1

    Sudurvai khunda maribi nije pasfalor pora ru tuk maf khujibo lage....suali jni nhoi lora hbo lagisil emn dri beji loi thakili hoi...😂😂😂😂 Sobei speed limit manibo pare tohoti nuwaro kiyo ha

  • @mintungatey7998
    @mintungatey7998 2 місяці тому

    😮

  • @MohammadAli-mt3ro
    @MohammadAli-mt3ro 2 місяці тому +2

    Alp era dhara majare salibo lage rupam da,Tai tair vul hoa boli koise,nd khema bisarise,aponi iman dhoatulukhir pat hbo nibisariba,bht daiver ase mod khai gari salai, Speed limit nkre,aro bht,kheibor age thik krk

  • @PINKUMEDHI.
    @PINKUMEDHI. 2 місяці тому +1

    Suwalijoniya thi kay korisa

  • @Mayukhtalukdar6837
    @Mayukhtalukdar6837 2 місяці тому +2

    ক্ষমা কেনেকৈ বিচাৰিব লাগে??ভৰিত ধৰিব লাগিব নেকি??গাড়ীৰ চালকৰ ভুলৰ কাৰণে যেতিয়া কোনোবাৰ মৃত্যু হয় আৰু চালকজন পলাই যায় তেতিয়া সেই হত্যাকাৰীক ৰূপম দত্তই বিচাৰি অনাৰ দ্বায়িত্ব ল'ব নে??????

    • @rajkumardihingia2331
      @rajkumardihingia2331 2 місяці тому

      100 percent লব লাগিবই,এতিয়াৰেপৰা মইও চকু দিম দ্ৰাভাৰৰ ওপৰত

  • @TapaMili
    @TapaMili 2 місяці тому +2

    Suwali joni kema bisorar hunto huwa nai ki morom di kema visaribo lagibo neki. Apunak

  • @CRPF41
    @CRPF41 2 місяці тому +3

    Bohut besi hl aru

  • @milonjyotiborgohain5402
    @milonjyotiborgohain5402 2 місяці тому +2

    Student thoka gari khon kio emn speed t solaboo lagee

  • @rajkumardihingia2331
    @rajkumardihingia2331 2 місяці тому +2

    অন্তত অসমীয়া হিচাবে দ্ৰাইভাৰ সন্হাৰ মন্তব্যক লৈ মই একমত নহয়,এবাৰ মাফ খুজাৰ পাছত আৰু দুনাই মাফ খুজাৰ কোনো অৰ্থই থাকিব নোৱাৰে,কথাইপ্ৰতি বাচ চলাচল বন্ধ কৰিদিয়াৰ ভাবুকি,বন্ধ কৰি দিয়ক অন্তত ৬ মাহ মানৰ বাবে ,১বা ২ দিনৰ বাবে নহয় , ছোৱালীজনীৰ ওপৰত কেচ দিয়ে,দিয়ক,এজনী ছোৱালীৰ কথাত লাগি দ্ৰাইভাৰ সন্হা ইমান তললৈ যাব বুলি ভবা নাছিলো,বিশেষকৈ ৰূপম দত্ত,দিন শেষ হৈ যোৱা নাই এয়া আৰম্ভণিহে,,,,অনাগত দিনবোৰত যাতে দ্ৰাইভাৰে ভূল নকৰে তাৰপ্ৰতি অসমৰ ৰাইজে নজৰ দিয়াটো সকলোৰে কৰ্তব্য,,,তেতিয়া চবেই লেই লেই চেই চেই কৰিব.....

  • @govinda5870
    @govinda5870 2 місяці тому

    Let law take its won course.

  • @solokid938
    @solokid938 2 місяці тому

    Rash n regligent driving r babe driveror oporot case hobo

  • @padmaluchanbrphukan5300
    @padmaluchanbrphukan5300 2 місяці тому

    ARU DANGAR KARI NATHAKIBA 🙏🙏🙏

  • @PulinSewali
    @PulinSewali 2 місяці тому +2

    ঘৰৰ ভিতৰত ক্ষমা খোজিলে নহব , যিহেতু বুকুত ধৰিছিলে ৰাস্তাত সেয়েহে এতিয়া ৰাস্তা তেই হব লাগিব ।

  • @joligoswami3870
    @joligoswami3870 2 місяці тому

    Thik koise Rupam daiii....
    Tai open khama xujok

  • @ranusaikia703
    @ranusaikia703 2 місяці тому

    ড্ৰাইভাৰ ক ছোৱালীয়ে বুকুত ধৰাৰ বাবেই মান হানী হ'ল। কিন্তু ল'ৰা হোৱাহেতেন মান হানী নহয়। গতিকে ছোৱালী সদায় পুৰুষ ৰ তলত। ল'ৰা ছোৱালী ৰ অধিকাৰ সমান বুলি আজিৰ প্ৰজন্মই স্বীকাৰ কৰা নাই। আচলতে তেওঁলোকে গাড়ী ৰ সতিপ

    • @ranusaikia703
      @ranusaikia703 2 місяці тому

      পুৰণ দিয়াৰ পৰা আতৰি যাব বিছাৰিছে। 😊

  • @sarbeswarray9117
    @sarbeswarray9117 2 місяці тому

    By no means to beg apology from driver's. If someone would have died even then public should remain dump and deaf. What a funny.
    Don't ask apology from driver's at all.

  • @solokid938
    @solokid938 2 місяці тому

    Swali jonia ata case driveror uporot dibopare

  • @joshuamusharof7397
    @joshuamusharof7397 2 місяці тому +1

    Driver jon eman jedi hobo nalage

  • @pranabjyotiborah5273
    @pranabjyotiborah5273 2 місяці тому

    Je bilak Drivor laichence nuhuake Gare solaii ase ...tar responsibility Diver hontha lob nke...

  • @VlogA2Z
    @VlogA2Z 2 місяці тому +1

    kali.r.pora hokolue...driver.r bhul palei....tag kori dibo sun hokolue... tetia dekhim teu dayttyo loi ne noloi...

  • @joonbhai-gg8tn
    @joonbhai-gg8tn 2 місяці тому

    bhal lagile suali jonie maaf khujile....etya driver tue maaf khuj suali jonir maak bapekok...😊😊

  • @miriclassic5119
    @miriclassic5119 2 місяці тому

    Rupam dutta uporot case dibo lage. Besi Ustadi mari ase. Driver hontha ulaise jodi, suwali joniku mohila homiti, satro hontha, hokoluwe help koribo lage. Karon accident kora pasot prai driver polai juwa dekha pau. Hei karone suwali joniye polai juwa bhoyot dhorile ako. Police aha pasot policeok gotai dise ako. Romen dutta raijok khyoma khujibo lagibo. Joi ai Axom

  • @asadrahman.3486
    @asadrahman.3486 2 місяці тому +3

    Bhul korile hol aru

  • @debajitbora6218
    @debajitbora6218 2 місяці тому

    Who is Rupam Dutta ? Blackmail korise e

  • @MonimolaBaishya
    @MonimolaBaishya 2 місяці тому

    😊driver joneuo ati sonokale khama khujibo lage nohale inor hahai lowa hobo

  • @ksirishtydn8871
    @ksirishtydn8871 2 місяці тому

    Sowali joni bohut over dekhai asil.

  • @NobiHussain-rk7vz
    @NobiHussain-rk7vz 2 місяці тому

    Hoi anke nohoi. Vorit doribo lage

  • @pranabjyotiborah5273
    @pranabjyotiborah5273 2 місяці тому

    Je kre kre thakib diok....Diver bilaku bdmash thake ...bhut bea asoron hehotor......emn haru hob nalage jode prvd ase

  • @geetashreehazarika257
    @geetashreehazarika257 2 місяці тому

    Accident kora driver jonok phulor mala pindhabo lagisil neki, lukor gari khon u bhagile aru manuh khini jodi accident ot kiba hol heten tetia ki korile hoi. Teu prothome nijor vul mani louk aru khotipuron diyok tarpisot suwalijonik khoma bisaribo diyok

  • @deepaboro504
    @deepaboro504 2 місяці тому

    Sowali janiye sorry kolei aru kenekoi karibo lage.draivarar bhul hoise .gari iman speed kia chalaisile.teo nije sorry kabo lage

  • @Dhrubajyoti-i5k
    @Dhrubajyoti-i5k 2 місяці тому

    Jodi Over Accident hole Rupam dutta a sale hoi ne.....alop besi hol kin2

  • @grahang7466
    @grahang7466 2 місяці тому

    Besi label

  • @abarman751
    @abarman751 2 місяці тому

    ATIYA JODI SOBEI DRIVER JONOK KHOMORTHON KORI ASIL ...ATIYA KINTU KOTHA TU BHARI THAKILE SUWALI JONIK KHOMORTHON KORIBO ...KHEI KRNE CASE EYATEI DISMIS KORI DIYA TU VAL

  • @deep91nath8w
    @deep91nath8w 2 місяці тому

    Driver da r usorot ahi xoma korok

  • @parthasaikia2361
    @parthasaikia2361 2 місяці тому

    Thik koise driver jonor agot maf khujibo lage

  • @kushalboro7026
    @kushalboro7026 2 місяці тому

    Olp besi hoise driver

  • @BiswajitSaikia-gt2rx
    @BiswajitSaikia-gt2rx 2 місяці тому

    Besi hoise alap.. dumpers driver..ghy t ct bus r driver hebur ki jibure utpat kari salai.agat juwa gari khanat over treck kari accident kare.manuh mare .sab mahatiai nia.masar nisat kaba nuware driving t..hebur u saba.sab saba lagiba..

  • @ridipdeka8975
    @ridipdeka8975 2 місяці тому

    লগাত কে তুমি বেছি কৰিছা । তোমালোকৰ কামৰ কাৰণে ড্ৰাইভাৰ পলাৱ লগা হৈ যায়। এনেকুৱা বিবেক এৰক দূৰ্ঘটনা হৈ যায় গতিকে হৈ যোৱা হিচাপত বিচাৰ কৰিৱ আগতে হাত উঠাই অসুৰৰ পৰিচয় নিদিৱ।

    • @Dchutia-xy5zl
      @Dchutia-xy5zl 2 місяці тому

      নপলাবি তেতিয়া....Overspeed ত গাডী চলাই মানুহ মাৰি নপলাবি,লগতে বাচ বা ভাৰা গাডীত গলে চিট ফুল হলে ঠিয় হব নোৱাৰাকৈ মানুহ ভৰাই গাডী jotey totey ৰাখি ৰাখি মানুহৰ সময় নস্ট নকৰিবি

    • @ridipdeka8975
      @ridipdeka8975 2 місяці тому

      নিজে চিন্তা কৰি উঠিৱি কে ওঠা চিট খালী নথকা গাড়ীত ।