Це відео не доступне.
Перепрошуємо.

🔷এফালে দিৰৈ নৈ আনফালে দিচাংৰ পানী - দুয়োখন নৈৰ পানীয়ে একাকাৰ কৰি পেলাইছে ইকৰাতলি ৰাইজক-

Поділитися
Вставка
  • Опубліковано 6 лип 2024
  • 🔷এফালে দিৰৈ নৈ আনফালে দিচাংৰ পানী - দুয়োখন নৈৰ পানীয়ে একাকাৰ কৰি পেলাইছে ইকৰাতলি ৰাইজক-
    🔷২০১৭ চনত বিদ্যুৎ সংযোগ হোৱা অঞ্চলটোত নাই পানী যোগান আঁচনি, যিকেইটা টিউৱেল আছিলে সেইকেইটাও পানীৰ তলত-
    🔷পূৰ্বতে থাওৰা আৰু বৰ্তমান ডিমৌ সমষ্টিৰ অন্তৰ্গত এইসকল ৰাইজৰ বিপদৰ সময়ত জনপ্ৰতিনিধি আজিলৈকে গৈ পোৱা নাই বুলিও ক্ষোভ উজাৰিলে বানাক্ৰান্ত ৰাইজে -
    🔷বাখৰ বেঙেনা পঞ্চায়তৰ ইকৰাতলি ৰাইজৰ সমস্যাক লৈ আমাৰ এক বিশেষ প্ৰতিবেদন-
    প্ৰথম খণ্ড-

КОМЕНТАРІ •