Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
এই গীত বোৰ অতুলনীয়। অপূৰ্ব সৃষ্টি।
Evergreen song❤❤
Apurba geet....soishabaloi ubhoti golu. Apunaloi bahut dhanyawad geet ti upload kora babe🙏🙏❤
Evergreen song
What a song! Outstanding
Ki je xundor !!!!! mitha kontho....
ভগৱানে আপোনাক ভালে ৰাখক🙏🙏🙏🙏🙏
Nostalgic
ভাল লাগিল
বহুত ভাল গান বহুবাৰ সুনিলো
Mur bhalpuwa eti xundar geet.
বৰ সুন্দৰ কণ্ঠ । শুনিলে শুনি থাকিবৰ মন যায় অন্তৰ চুই যায় ।😊
শত কৌটি প্ৰণাম জনালো
অতি মনমোহা গীত এখেতৰ গীত দুবাৰকৈ শুনিলেহে শান্তি পাওঁ
ধন্যবাদ 🙏
মোৰ অতি প্ৰিয় এই গীতটি। প্ৰখ্যাত গীতিকাৰ কীৰ্তি কমল ভূঞা দেৱৰ সুন্দৰ কথাৰে আৰু গণ শিল্পী খগেন মহন্তৰ দেৱৰ যুগমীয়া সুৰেৰে এটি কালজয়ী সৃষ্টি। সেই সৃষ্টিক দৰদী শিল্পী দুৰ্গাময়ী বৰা বাইদেউৱে কন্ঠেৰে চিৰসেউজ ৰূপ দিছে।আশীৰ দশকতে তেখেতৰ এই গীতটিয়ে জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছিল।এতিয়াও ইয়াৰ মাদকতা একেই আছে। এনে এটি চিৰসেউজ গীত আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ 🙏.
ধন্যবাদ 😊
Ak dom right 👍