ROYAL GREEN FEEDS খুৱাইছো ভাল Result পাই আহিছো কিন্তু দাম বেছি । আশা ৰাখিছো এই Brand টো দানা উন্নত মানদণ্ড হোৱা উপৰিও দামৰ পৰিমানো কিছু কম হওঁক যাতে অসমৰ ফাৰ্মা সকল উপকৃত হব পাৰে । এটা কথাক লৈহে ভয় লাগে বিগত কেই বছৰ মানত অসমৰ দানা বজাৰত কেইবাটাও Company ভুমুকি মাৰিলে কিন্তু ভাল Result নথকা বাবে গ্ৰহন যোগ্য নহল। সেয়েহে আজিও অাগৰে পৰা নাম থকা কেইটামান Brand হে অসমৰ বজাৰত তিস্তি আছে ।
দানাৰ দাম টু বহুত কৈছে
Good job sir
Very happy to know from Mr P Gogoi.A help to Growers to invest in feed for Piggery.This is an approach to open a shop by an educated unemployed.
Thank you
Very high quality no need.. Go back.....
ভাল লগিছে ,কিন্তু ৰিজাল্ট কিমান %গেৰাণ্টি
Result 100% lbo pare
@@anupdeka258apuni use korise nki
Vl damot dise
ROYAL GREEN FEEDS খুৱাইছো ভাল Result পাই আহিছো কিন্তু দাম বেছি । আশা ৰাখিছো এই Brand টো দানা উন্নত মানদণ্ড হোৱা উপৰিও দামৰ পৰিমানো কিছু কম হওঁক যাতে অসমৰ ফাৰ্মা সকল উপকৃত হব পাৰে । এটা কথাক লৈহে ভয় লাগে বিগত কেই বছৰ মানত অসমৰ দানা বজাৰত কেইবাটাও Company ভুমুকি মাৰিলে কিন্তু ভাল Result নথকা বাবে গ্ৰহন যোগ্য নহল। সেয়েহে আজিও অাগৰে পৰা নাম থকা কেইটামান Brand হে অসমৰ বজাৰত তিস্তি আছে ।
Ami godrej finisher 1,450 pai asu result boria..belek aru eman dam di kinibo ki dorkar
Rith
Dada contact number tu dibo nki
Gahori rate k dana dam basi pora...
Moja dile dada
দোকান কত আছে
Boiler dana napai neki
Besi dam koi a bor manu
*Godrej stater a 25kg 1150/*
গৰু বাবে feed নাই নেকি
Ase
দোকানৰ বাবে যোগাযোগ কৰিব পাৰিম নেকি, ছৈখোৱা ধলা
Paribo
Hoi hoi paribo
Godrej feed is lowest price
কাম নাই ফালতু.
DE HUES
Godrej উপৰত কুনো দানা নাই
পালকক বুৰ বক বনাৱ নালাগে.
দাম হৈছে।
Apunaluke nijr mind setting fix kri loise deheus & godrej'r lgt hei krne enekua comment krise
Pig Fram Bandh Hol
Iman damot feed loi ki lv korim..
@@anupdeka258guwahatit lole kimn komot hbo monthly 300 maan bag lom.
Guwahatit dbo paribo ne?
ভাল ফিদ কোন টো নাম কব নেকি
@@GautamBordoloi-qg2mn de heus
dam tu besi
Over price hoise
Delarship 😂
F.c.r kimn feed tur