Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
কৃষ্ণ কৃষ্ণ প্ৰভু পদতলে সেৱা আগবঢ়ালো |
কৃষ্ণ কৃষ্ণ সেৱা নিবেদিলোঁ ।
কৃষ্ণ কৃষ্ণ। পুণ্যশ্লোক বাপজনাৰ উত্তম ভাগৱত ব্যাখ্যা শ্ৰৱণ কৰি উপকৃত হ'লো। তেখেতৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনাইছোঁ।
কৃষ্ণ কৃষ্ণ প্ৰভু, আপোনাৰ অমৃতময় ব্যাখ্যা শুনি উপকৃত হলো।
কৃষ্ণ কৃষ্ণ আমাৰ সেৱা গ্ৰহণ কৰিব।
Krishna Krishna Ram Ram ❤❤❤❤
বিপিন বৰুৱা আপোনাৰ চৰন সেবিছো কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভু । আপোনাৰ অপৰিসীম জ্ঞান আৰু ভক্তিৰ ওপৰত মন্তব্য আগ বঢ়াবলৈ আমাৰ শক্তি নাই প্ৰভু । মাত্ৰ চৰন কমলত এভাগি সেৱাহে অৰ্পণ কৰিলো । ৰাম ৰাম ৰাম মহাপুৰুষত শৰণ ।
শ্বৰ্ধাৰ শইকীয়া প্ৰভুৰ শ্ৰী চৰণত ভক্তি ভৰা সেৱা জনালো ৷ আমি বহুত উপকৃত হলো কৃষ্ণ জয় গুৰু শঙ্কৰ
কৃষ্ণ কৃষ্ণ। আপোনাক বহুত বহুত ধন্যবাদ। দীৰ্ঘ আয়ূ কামনা কৰিলো ।
Krishna. Krishna. Krishna. O. santi. O. santi. O santi🙏🙏🙏🙏
কৃষ্ণ, সেৱা নিবেদিলোঁ ।
He probhu apunar bhagowat bhangoni huni ATI modhur lagise
কৃষ্ণ কৃষ্ণ। বাপ জনা আপোনাক সেৱা নিবেদিলো।প্ৰহ্লাদ হাজৰিকা ।প্ৰাক্তন সভাপতি জামুগুৰি আঞ্চলিক।শঙ্কৰদেৱ সংঘ।
ককা তোমাৰ চৰণত সেৱা জনালোঁ 🥰
Krishna Krishna madhaba
Krishna Krishna ajihe bhal Dore janilu.
কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ অমৃতময় ভাগৱত বাখ্যাৰ দ্বাৰা জাগতিক জগতৰ সকলো লৈকে এটা উল্লেখযোগ্য তত্ত্ব প্ৰদান কৰি কৃতাৰ্থ কৰিলে, সেয়ে আপোনালৈ অজস্ৰ সেৱা আগবঢ়ালো, কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
Krishna krishna sewar janalu apunar. Husatha kamanar karilu
কৃষ্ণ কৃষ্ণ প্ৰভু,আমি বহুত উপকৃত হলো।প্ৰভু ভগৱন্তে সুস্থ শৰীৰে দীৰ্ঘায়ু কৰি ৰাখক আপোনাক।কৃষ্ণ।
We.pray krishna to bless the cordial bapjana for long life.....promod hazarika, jorhat.
কৃষ্ণ কৃষ্ণ, বাপ জনাৰ চৰনত সতকৌতি প্ৰণিপাত জনাইছো কৃষ্ণ বাপ, আমি বহুতো নজনা ক'থা জানিব পাৰিছো কৃষ্ণ, বাপ জনাৰ দীৰ্ঘায়ু কামনা কৰিছো। ভগবন্তই সদাই কুশলে ৰাখক কৃষ্ণ ৰাম
কৃষ্ণ কৃপাময় সুন্দৰ নিদৰ্শন বাপ কৃষ্ণ কৃষ্ণ
কৃষ্ণ,কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ।।।
Krishna krishna probhu.
সুন্দৰ উপস্থাপন কৰিছে। কৃষ্ণ কৃষ্ণ।
এইব্যাখ্যা ভাগ শুনি পৰম কৃতাৰ্থ হলো॥ আপোনাক নমস্কাৰ ।সুস্ৱাস্থ্য কামনা কৰিলো।
বাপ জননৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো ভাগৱতৰ মঙ্গালাচৰণ তথা শ্লোকটি বহু ভকতে নাজানে অথাৎ অৰ্থ টি দুৰবোধ্য। আপোনাৰ পাণ্ডিত্য পূৰ্ণ ভাৱে আগবঢ়োৱা সৰল ভাঙনিৰ দ্বাৰা ভাগৱত প্ৰেমি লোক সকলৰ শ্লোকটিৰ অৰ্থ বোধগম্য হোৱাৰ লগতে নিশ্চয় উপকৃত হ'ব। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো। জয়তু কৃষ্ণ। গুৰু শংকৰ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
🙏🙏🙏🙏🙏🙏🙏 om nama bhagabata basudeva 👍💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💕💕💕💕💕⭐
Krishna Krishna 🙏
কৃষ্ণ 🙏
Ami aji bahut upokrito holu vagabane apunak aru asirbad korok..
কৃষ্ণ।
কৃষ্ণৰ কৃষ্ণৰ বাপ পভু জনা আপোনাৰ গীতৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে বৰহুখি হলো আপোনাক ভগৱানে কুশলে ৰাখে য়েন ধন্যবাদ জ্ঞাপন কৰিছোঁ হকলোকে হেয়াজনালো ভগৱানে গোপীসকলক ভালে ৰাখিব ভক্ত সকলক হেৱা জনালোঁ আৰু আমিৰ প্ৰাসাদ বুলি গণ্য কৰা হয় ❤❤❤❤❤❤
কৃষ্ণ 🙏 কৃষ্ণ
Krishna
Krishna. (19/08/2024).
Sewa jasilo

We.pray krishna to bless the cordial bapjana for long life.
....promod hazarika, jorhat.
কৃষ্ণ কৃষ্ণ, বাপ জনাৰ চৰনত সতকৌতি প্ৰণিপাত জনাইছো কৃষ্ণ বাপ, আমি বহুতো নজনা ক'থা জানিব পাৰিছো কৃষ্ণ, বাপ জনাৰ দীৰ্ঘায়ু কামনা কৰিছো। ভগবন্তই সদাই কুশলে ৰাখক কৃষ্ণ ৰাম
কৃষ্ণ কৃপাময় সুন্দৰ নিদৰ্শন বাপ কৃষ্ণ কৃষ্ণ
কৃষ্ণ,কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ।।।
Krishna krishna probhu.
সুন্দৰ উপস্থাপন কৰিছে।
কৃষ্ণ কৃষ্ণ।