Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
জুবিন দা সঁচাই অসমৰ ৰজা তেওঁৰ মহিমা অপাৰ ভগৱানে তেওঁক ১০০বছৰ মান জীয়াই ৰাখক.... Happy Vishwakarma Puja guys ....❤️🙏
কি কথা কয় ১০০ বছৰ নহয় । অমৰ হৈ থাকিব সদায়
@@gamerrh6466 তেওঁ টো আমাৰ বাবে সদাই অমৰ হৈ থাকিব হেতু আপুনি কব লাগে নি আও 😌✌️
U r right
ua-cam.com/users/shortsF0PYWZRL7-M?feature=share
নিজৰ জীৱনতকৈও বেছি ভাল পোৱা মানুহ জন হৈছে জুবিন দা।। যদি আয়ুস দান কৰিব পাৰিলো হয় সচায় দান দিলো হয় ককায়দেউ।। Love you zubeen daa🌸🌸
👍👍👍
Hosakoy Zubin da I love you
Same bro
নিজৰ আয়ুস কোনেও নিদিয়ে😆
Zudeen r anuragi hokole ata like kra ❤❤
গান শুনিব শিকাৰে পৰা প্ৰিয় জুবিন দা।।।❤️❤️❤️।। আন এক আবেগ ।।..Waiting for the next part
সেইজন মানুহক কিমান ভাল পাব লাগিব 😍💕 বুজাবলৈ বাকী নাই । জয় জুবিন দা
জুবিন দাক বহুত ভাল পাও মই i love u ❤❤❤zubeen da
🔥
Zubin da karone ata like .......Nìce short film...
ভাল লাগিল চুটি ছবিখন জুবিন দাক লৈ বনোৱা জুবিন দা সকলোৱে প্ৰীয় ❤️❤️
Video to sai sakur pani ulai gol o 👍👍👍❤️❤️❤️❤️ dhuniya lagile
প্ৰথমে মোৰ ফালৰ পৰা Short Filem খনৰ সকলোলৈ বহুত বহুত মৰম আৰু আশীৰ্বাদ যাচিলো লগতে এনেকুৱা ছবি চাবলৈ সকলোৰে হেঁপাহ থাকে আৰু যাতে আগলৈএনেকুৱা ছবি চাব পাম বুলি আশা ৰাখিলোঁ ।
জুবিন দা সচাকৈয়ে অনুপ্ৰেৰণাৰ উৎস , তেওঁ অদ্বিতীয় ।ধুনীয়া লাগিল চুটি ছবিখন❤️
Superb হৈছে 👌 হেঁপাহ থাকি গল সম্পুর্ন ভিডিওটি চাবৰ বাবে ❤❤❤
Bohut dhuniya lagil deai
সুন্দৰ পৰিৱেশন 👌 সঁচাই বহুত ভাল লাগিল উপভোগ কৰি😍
অভিনয় খুব সুন্দৰ..!জুবিন দা তেজত আছে হৃদয়ত আছে সদায়
Bohut dhuniya lagil sai 👍🥰🥰
Hokolure aabhinay khub hundar hoise,
*সঁচাকৈ দাদাৰ বেমাৰ বুলি কওঁতে মা কচম মোৰ গা নোম শিয়ৰি উঠি গৈছে ভগৱানে তেওঁক মংগল কৰক তেওঁৰ সলনি মোক এ লৈ যাওক🙏😔*
বিমল দা অতি সুন্দৰ হৈছে আৰু পিছৰ খণ্ডৰ বাবে আখাৰে বাট চাই ৰম
প্ৰিয়াংকা বা লৈ অযুথ মৰম আৰু আশীৰ্বাদ যাচিলোঁ ।
ধন্যবাদ 🙏☺️
Moja love u zubeen da n very nice aru agoloi aguwai jwa 👍❤️🙏
So nice zubin daAru Agbahi Juwa
Val lagise next part joldi pam sage
Dhuniya video start nuhuwate cmnt mrsu Karon jnu e vl lgibo buli
বহুত ভাল লাগিল অ',সুন্দৰ অভিনয়,,
অতি সুন্দৰ কবলৈ ভাষা নাই❤️❤️Jai zubeen Da 💖
Jonki baa logot mur dada dhukaisil... jayanta patra... mur bahut monot pore dada loi... zubeen da hodai aamar logot thakibo lagibo.... grand salute bhonti tumi eman dhunia short film bonuwa karone....
kandi kandi saisu.... bhl hoise bht.... Joy Zubeen daaa
সচাকৈ বহুত ভাল লাগিল।।
বহুত বেছি ভাল লাগিল চাই 🙏😍❤️💕😋
BOHUT BHAL LAGIL ZUBEEN DA PART 3 SAI
কাঞ্চনজংঘাৰ শিৰত জিলিকি উথা ।🔥। এটি মুক্ত জীৱন ।🔥।গীটাৰৰ সুৰবোৰ তেওঁৰ প্ৰেমত পৰিল ।🔥। মন যায় ,অসীমলৈ বৈ যাৱক লহৰ ।🔥। মায়া মাথোঁ মায়া চহৰত ।🔥।মৰিচিকাৰ পম খেদা যাযাবৰী মন ।🔥।জোনাক গলা জাৰৰ নিশা হেৰুৱাই ।🔥।কোন তুমি মেঘালী ।🔥। তোমালোকৰ প্ৰেমত পৰাৰ কথাও নাছিল ।🔥। পাৰ নোপোৱা জীৱনত ।🔥।তেওঁৰ কাহানীও জীৱন হেৰুৱা নাই ।🔥।আৰু তেওঁ ভাগৰাও নাই ।🔥। জয় জুবিন দা ❤️
ইমান ধুনীয়া লাগিছে ছবিখন চাই❤️
Zubeen dak Kai Kai val pua ata like kori dibo
Mojja video
ভাল হৈছে।সকলোৰে অভিনয় বাস্তৱ।পাৰ্ট 4 চাবলৈ আগ্ৰহেৰে বাট চাই ৰলো।
Xosai bht val lagil sai❣️❣️❣️
Mojja
Joi Zubeen da ❤️❤️❤️ dhuniya lagise video tu sai excellent 💕💕💕
Mor o aky obosta hoycil zubeen daa r bemar howty . love you zubeen daa ❤️🙏
Bohut val loga story bohut val lagel
Amar bhogoban zubeen da loi ata khotha. Love you zubeen da 🙏💞💞💞
বহুত বহুত ভাল লাগিলে চাই video Tu ,xosakoi zubeen da বহুত বহুত ভাল । Zubeen দা আমাৰ ভগবানৰ দৰে, I love you zubeen da , xosakoi zubeen da বহুত বহুত ভাল মানুহ ।
বহুত ভাল হৈছে আগলৈ আৰু ভাল ভাল ভিডিও পায় থাকিম বুলি আশা থাকিল
Bohut bhal lagil I love you jubin da
mozza lagil sai🔥🔥🔥
ধুনিয়া হৈছে 👌 👌 👌
ধুনীয়া বনাইছা
Joy zubeen da ❤️❤️💚💚Bhal lagise tumar video to Ami he janu tumi dadak bohut bhal puwaDada mur jaan hoy
সচাকৈ গাওঁৰ লিয়া পৰিবেশ আৰু জুৱিন দা আৰু বাইদেউ ভাইটি মৰম চেনেহ দেখি বহুত বহুত বহুত ভাল লাগিছে তোমাৰ লোকে জাতে আৰু আগোৱা জোৱা তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা 🙏
Dhunia hoise 💐💐Zubeen Da 🤩👌
Zubeen daa r korne ata like❤️❤️❤️
ধন্যবাদ বুলি কবলৈ বাষা নাই বিমান দুখ 🥰🥰🥰🥰🥰
Bahut dhuniya hoise.. .
Love you 😘❤️ জুবিন দা😭😭😭miss you
সুন্দৰ হৈছে 👍
Mjjjja ❤️
I willl all time support
সুন্দৰ কাহিনী ,,বহুত ভাল লাগিল🎉🎉
Hundor ....bohut vl lagil sai
বহুত ভাল হৈছে
Mozaa camera man..... Nice shot
Nxt prt hunkl a dyk..cnt wait💕
Mjjaa
Mjh 🔥 zubeen da amar hkolure moromor 😍😍😍
A moja lgesy 😘😘😘😘
Dhuniya lgise 🎉🎉 anekoi ag bahi juwa🙏
টোমালোকৰ ভিদিঅ চাই বৰভাল লাগে
I love you zubeen daa❤️❤️❤️ 😘😘😘
bahut bahut val lagil bimal da.... next pam buli akha korili from Krishna
Very good very nice video.
Love u 💘😘😍❤️ Zubeen da 🙏 video tu really val lagel jai Zubeen da 🙏👍
Xoskakoy bhut Val lagil
2mar dre moio pagog
moza
Moza aru aguwai juwa
Bhaal hoise 👌👌👍
Xundor.....Zubeen da long live🙏🥰
Bhut val hoise
excellent 👍👍
👌👌👌
@@anupjyotikalita4288 ggggggggggggggggggggggg
Vall lagil bimal da
জুবিন দাৰ জীৱনৰ আধাৰত এখন চৰ্ত ছবি নিৰ্মাণ হলে আৰু ভাল লাগিব । ❤️
Part 4 katiya ahibo...... 1.2.3.kin2 bor dhuniya lagisa....
Bohut Bohut. Bohut besi vl lagil 👌🤘🤘
Part 4 jaldi do
Xosakoi....kbloi aku vaxa nai mur..🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏..3 bar vidio2 salu.sokur pani musi a thakilu......i love you zubeen da❤❤❤
জুবিন দাক কিমান ভাল পাওঁ আৰু শ্ৰদ্ধা কৰো এটা কমেন্টত বৰ্ণাব নোৱাৰো😊...তেখেতক আমি সকলোৱে নিজৰ নিজৰ পৰিয়ালৰ এজন সদস্য বুলি ভাবি আহিছো আৰু চিৰজীৱন ভাবি থাকিম🎧🎵...আৰু তোমালোকলৈ শুভেচ্ছা থাকিল... আগুৱাই যোৱা...❤️
Nj da 🔥🔥 next level acting korisa mojja lagil
Dhunia hoise dada
Dhuniya hoise Bimal da 🔥🔥🔥 anekoi vl vl video bonai thakok aru aguwai jaok suvokamona akhirbat thakil aru aguwai jaok apunar gotei timtu
Vall lagese Vonti Jay Zubin Da
LØVĒ YØÛ ZÜBËËÑ DĀ ♡🖤♡
Val lagil dei video tu sai ❤️❤️
সুন্দৰ হৈছে ভাল লাগিল ।
Awesome story nextpart
অতি সুন্দৰ হৈছে।।। সচাকৈয়ে বহুত বহুত ভাল লাগিল।।। আগলৈকেও আৰু এনেকুৱা ভিডিঅ' পাই থাকিম বুলি আশা ৰাখিলোঁ।।। জয় জুবিন দা ❤️ জয় আই অসম
Part 4 টো অতি সোনকালে দিবা আৰু জুবিন দা দেখুওৱা ।
Waw great 🥰🥰🥰
Mjaaaaa👌👌👌👏👏👏👏👏
Very nice 3 nambar part bonak
moja hoise❤️😍
জুবিন দা সঁচাই অসমৰ ৰজা তেওঁৰ মহিমা অপাৰ ভগৱানে তেওঁক ১০০বছৰ মান জীয়াই ৰাখক.... Happy Vishwakarma Puja guys ....❤️🙏
কি কথা কয় ১০০ বছৰ নহয় । অমৰ হৈ থাকিব সদায়
@@gamerrh6466 তেওঁ টো আমাৰ বাবে সদাই অমৰ হৈ থাকিব হেতু আপুনি কব লাগে নি আও 😌✌️
U r right
ua-cam.com/users/shortsF0PYWZRL7-M?feature=share
নিজৰ জীৱনতকৈও বেছি ভাল পোৱা মানুহ জন হৈছে জুবিন দা।। যদি আয়ুস দান কৰিব পাৰিলো হয় সচায় দান দিলো হয় ককায়দেউ।।
Love you zubeen daa🌸🌸
👍👍👍
Hosakoy Zubin da I love you
Same bro
ua-cam.com/users/shortsF0PYWZRL7-M?feature=share
নিজৰ আয়ুস কোনেও নিদিয়ে😆
Zudeen r anuragi hokole ata like kra ❤❤
গান শুনিব শিকাৰে পৰা প্ৰিয় জুবিন দা।।।
❤️❤️❤️।। আন এক আবেগ ।।..
Waiting for the next part
সেইজন মানুহক কিমান ভাল পাব লাগিব 😍💕 বুজাবলৈ বাকী নাই । জয় জুবিন দা
জুবিন দাক বহুত ভাল পাও মই i love u ❤❤❤zubeen da
🔥
Zubin da karone ata like .......
Nìce short film...
ভাল লাগিল চুটি ছবিখন জুবিন দাক লৈ বনোৱা জুবিন দা সকলোৱে প্ৰীয় ❤️❤️
Video to sai sakur pani ulai gol o 👍👍👍❤️❤️❤️❤️ dhuniya lagile
প্ৰথমে মোৰ ফালৰ পৰা Short Filem খনৰ সকলোলৈ বহুত বহুত মৰম আৰু আশীৰ্বাদ যাচিলো লগতে এনেকুৱা ছবি চাবলৈ সকলোৰে হেঁপাহ থাকে আৰু যাতে আগলৈএনেকুৱা ছবি চাব পাম বুলি আশা ৰাখিলোঁ ।
জুবিন দা সচাকৈয়ে অনুপ্ৰেৰণাৰ উৎস , তেওঁ অদ্বিতীয় ।
ধুনীয়া লাগিল চুটি ছবিখন
❤️
Superb হৈছে 👌 হেঁপাহ থাকি গল সম্পুর্ন ভিডিওটি চাবৰ বাবে ❤❤❤
Bohut dhuniya lagil deai
সুন্দৰ পৰিৱেশন 👌 সঁচাই বহুত ভাল লাগিল উপভোগ কৰি😍
অভিনয় খুব সুন্দৰ..!
জুবিন দা তেজত আছে হৃদয়ত আছে সদায়
Bohut dhuniya lagil sai 👍🥰🥰
Hokolure aabhinay khub hundar hoise,
*সঁচাকৈ দাদাৰ বেমাৰ বুলি কওঁতে মা কচম মোৰ গা নোম শিয়ৰি উঠি গৈছে ভগৱানে তেওঁক মংগল কৰক তেওঁৰ সলনি মোক এ লৈ যাওক🙏😔*
বিমল দা অতি সুন্দৰ হৈছে আৰু পিছৰ খণ্ডৰ বাবে আখাৰে বাট চাই ৰম
প্ৰিয়াংকা বা লৈ অযুথ মৰম আৰু আশীৰ্বাদ যাচিলোঁ ।
ধন্যবাদ 🙏☺️
Moja love u zubeen da n very nice aru agoloi aguwai jwa 👍❤️🙏
So nice zubin da
Aru Agbahi Juwa
Val lagise next part joldi pam sage
Dhuniya video start nuhuwate cmnt mrsu Karon jnu e vl lgibo buli
বহুত ভাল লাগিল অ',সুন্দৰ অভিনয়,,
অতি সুন্দৰ কবলৈ ভাষা নাই❤️❤️
Jai zubeen Da 💖
Jonki baa logot mur dada dhukaisil... jayanta patra... mur bahut monot pore dada loi... zubeen da hodai aamar logot thakibo lagibo.... grand salute bhonti tumi eman dhunia short film bonuwa karone....
kandi kandi saisu.... bhl hoise bht.... Joy Zubeen daaa
সচাকৈ বহুত ভাল লাগিল।।
বহুত বেছি ভাল লাগিল চাই 🙏😍❤️💕😋
BOHUT BHAL LAGIL ZUBEEN DA PART 3 SAI
কাঞ্চনজংঘাৰ শিৰত জিলিকি উথা ।🔥। এটি মুক্ত জীৱন ।🔥।গীটাৰৰ সুৰবোৰ তেওঁৰ প্ৰেমত পৰিল ।🔥। মন যায় ,অসীমলৈ বৈ যাৱক লহৰ ।🔥। মায়া মাথোঁ মায়া চহৰত ।🔥।মৰিচিকাৰ পম খেদা যাযাবৰী মন ।🔥।জোনাক গলা জাৰৰ নিশা হেৰুৱাই ।🔥।কোন তুমি মেঘালী ।🔥। তোমালোকৰ প্ৰেমত পৰাৰ কথাও নাছিল ।🔥। পাৰ নোপোৱা জীৱনত ।🔥।তেওঁৰ কাহানীও জীৱন হেৰুৱা নাই ।🔥।আৰু তেওঁ ভাগৰাও নাই ।🔥। জয় জুবিন দা ❤️
ইমান ধুনীয়া লাগিছে ছবিখন চাই❤️
Zubeen dak Kai Kai val pua ata like kori dibo
Mojja video
ভাল হৈছে।সকলোৰে অভিনয় বাস্তৱ।পাৰ্ট 4 চাবলৈ আগ্ৰহেৰে বাট চাই ৰলো।
Xosai bht val lagil sai❣️❣️❣️
Mojja
Joi Zubeen da ❤️❤️❤️ dhuniya lagise video tu sai excellent 💕💕💕
Mor o aky obosta hoycil zubeen daa r bemar howty . love you zubeen daa ❤️🙏
Bohut val loga story bohut val lagel
Amar bhogoban zubeen da loi ata khotha.
Love you zubeen da 🙏💞💞💞
বহুত বহুত ভাল লাগিলে চাই video Tu ,xosakoi zubeen da বহুত বহুত ভাল । Zubeen দা আমাৰ ভগবানৰ দৰে, I love you zubeen da , xosakoi zubeen da বহুত বহুত ভাল মানুহ ।
বহুত ভাল হৈছে
আগলৈ আৰু ভাল ভাল ভিডিও পায় থাকিম বুলি আশা থাকিল
Bohut bhal lagil I love you jubin da
mozza lagil sai🔥🔥🔥
ধুনিয়া হৈছে 👌 👌 👌
ধুনীয়া বনাইছা
Joy zubeen da ❤️❤️💚💚
Bhal lagise tumar video to
Ami he janu tumi dadak bohut bhal puwa
Dada mur jaan hoy
সচাকৈ গাওঁৰ লিয়া পৰিবেশ আৰু জুৱিন দা আৰু বাইদেউ ভাইটি মৰম চেনেহ দেখি বহুত বহুত বহুত ভাল লাগিছে তোমাৰ লোকে জাতে আৰু আগোৱা জোৱা তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা 🙏
Dhunia hoise 💐💐Zubeen Da 🤩👌
Zubeen daa r korne ata like❤️❤️❤️
ধন্যবাদ বুলি কবলৈ বাষা নাই বিমান দুখ 🥰🥰🥰🥰🥰
Bahut dhuniya hoise.. .
Love you 😘❤️ জুবিন দা😭😭😭miss you
সুন্দৰ হৈছে 👍
Mjjjja ❤️
I willl all time support
সুন্দৰ কাহিনী ,,বহুত ভাল লাগিল🎉🎉
Hundor ....bohut vl lagil sai
বহুত ভাল হৈছে
Mozaa camera man..... Nice shot
Nxt prt hunkl a dyk..cnt wait💕
Mjjaa
Mjh 🔥 zubeen da amar hkolure moromor 😍😍😍
A moja lgesy 😘😘😘😘
Dhuniya lgise 🎉🎉 anekoi ag bahi juwa🙏
টোমালোকৰ ভিদিঅ চাই বৰভাল লাগে
I love you zubeen daa❤️❤️❤️ 😘😘😘
bahut bahut val lagil bimal da.... next pam buli akha korili
from
Krishna
Very good very nice video.
Love u 💘😘😍❤️ Zubeen da 🙏 video tu really val lagel jai Zubeen da 🙏👍
Xoskakoy bhut Val lagil
2mar dre moio pagog
moza
Moza aru aguwai juwa
Bhaal hoise 👌👌👍
Xundor.....Zubeen da long live🙏🥰
Bhut val hoise
excellent 👍👍
👌👌👌
@@anupjyotikalita4288 ggggggggggggggggggggggg
Vall lagil bimal da
জুবিন দাৰ জীৱনৰ আধাৰত এখন চৰ্ত ছবি নিৰ্মাণ হলে আৰু ভাল লাগিব । ❤️
Part 4 katiya ahibo...... 1.2.3.kin2 bor dhuniya lagisa....
Bohut Bohut. Bohut besi vl lagil 👌🤘🤘
Part 4 jaldi do
Xosakoi....kbloi aku vaxa nai mur..🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏..3 bar vidio2 salu.sokur pani musi a thakilu......i love you zubeen da❤❤❤
জুবিন দাক কিমান ভাল পাওঁ আৰু শ্ৰদ্ধা কৰো এটা কমেন্টত বৰ্ণাব নোৱাৰো😊...তেখেতক আমি সকলোৱে নিজৰ নিজৰ পৰিয়ালৰ এজন সদস্য বুলি ভাবি আহিছো আৰু চিৰজীৱন ভাবি থাকিম🎧🎵...আৰু তোমালোকলৈ শুভেচ্ছা থাকিল... আগুৱাই যোৱা...❤️
Nj da 🔥🔥 next level acting korisa mojja lagil
Dhunia hoise dada
Dhuniya hoise Bimal da 🔥🔥🔥 anekoi vl vl video bonai thakok aru aguwai jaok suvokamona akhirbat thakil aru aguwai jaok apunar gotei timtu
Vall lagese Vonti
Jay Zubin Da