"আমি মিচিং কব নাজানো"..গোলাঘাটত মিচিং ভাষাৰ অৱস্থা - Mising Ao

Поділитися
Вставка
  • Опубліковано 7 січ 2025

КОМЕНТАРІ •

  • @sonatkumardawo6314
    @sonatkumardawo6314 3 роки тому +66

    যিসকলে বিতৰ্ক কৰি আছে তেওঁলোকলৈ- “প্ৰথমে মিছিংসকলৰ তামাৰ,চামুগুৰীয়া,বংকুৱাল,বিহিৰা আদি ফৈদ বিলাকৰ ইতিহাস অধ্যয়ন কৰক৷ কিছুমান ঐতিহাসিক কাৰণত ভাষাটো এই ফৈদ বিলাকৰ মাজত পাহৰণিৰ গৰ্ভত, এই ফৈদ বিলাকৰ মাজত ভাষা সমস্যাটো কেৱল এটা বা দুটা দৰ্শকৰ নহয় এইটো পূৰ্ব পুৰুষৰ পৰা চলি অহা সমস্যা৷ ভাষাটো নাজানিলেও এই ফৈদসমুহত মিছিংৰ সংস্কৃতি বিদ্যমান৷ উল্লেখযোগ্য যে মিছিংসকলৰ নাম ইতিহাসৰ পাতত লিপিবদ্ধ কৰা শ্বহীদ কমলা মিৰিও এই ফৈদসমূহৰ অন্তগৰ্ত৷ তেখেতো ভাষা নাজানিছিল কিন্ত গোটেই জাতিসত্ত্বাৰ বাবে বহুতো কৰ্ম কৰি থৈ গৈছে, মিছিং জাতিক জিলিকিাই ৰাখিছে ৷ ভাষা এটা সম্পূৰ্ণকৈ জানিবলৈ ঘৰখনত,সমাজখনত এটা পৰিৱেশ লাগিব কিন্ত য’ত পূৰ্বপুৰুষেই কিছুমান কাৰণবশতঃ নাজানিলে বা নকলে সেইখন সমাজত পৰিৱেশ কেনেকৈ? হয় আমিও বিছাৰো ভাষাটো জীয়াই থাকক,বিস্তাৰ হওক কিন্ত ঠাট্টা মস্কৰা কিহৰ, ঠাট্টা মস্কৰাই চলিবনে শিকিবলৈ সুবিধাও দিব?

    • @jaynpegu3139
      @jaynpegu3139 3 роки тому +5

      Eman dhuniya kotha likhise apuni vl lagile kothakhini pohi......

    • @biswajitpegu6844
      @biswajitpegu6844 3 роки тому +12

      মিছিং বুলি চিনাকী দিলেই নহব ভাষাৰ অস্তিত্ব ৰক্ষাৰ হকে কবলৈ শিকক নহলে এটা সময়ত নিশেষ হোৱাৰ সম্ভাৱনা ।

    • @misinggkchannel3421
      @misinggkchannel3421 3 роки тому +13

      গোলাঘাট বাসী আমাৰ মিচিং অভিভাৱক সকললৈ এটা কথা কম আজি আপোনালোকে মিচিং কথা নাজানে এয়া আপোনাৰ পূৰ্বপুৰুষ , অভিভাৱক সকলৰ ভাষাটোৰ প্ৰতি সজাগ সচেতনতা নথকা আৰু অৱহেলিত হোৱা ফল । আজি যেনেকৈ আপোনালোকে মা -দেউতাক জগৰীয়া কৰিছে । ঠিক তেনেকৈ আৰু কিছু বছৰৰ পাছত আপোনাকো আপোনাৰ ল'ৰা-ছোৱালী , নাতি -নাতিনী সকলে জগৰীয়া কৰিবগে। গতিকে এয়া আপোনাৰ কৰ্তব্য উঠি অহা লৰা ছোৱালী ক নিজৰ ভাষা শিক্ষা দিয়াটো । দলে , মিলি, পেগু ইত্যাদি বুলি পৰিচয় দি মিচিং কথা নাজানো বুলি কোৱা শুনিলে আমাৰ লাজ লাগে । গতিকে গোলাঘাট বাসী মিচিং ৰাইজৰ লগতে যিসকলে আমাৰ ভাষাটোক নাজানে সকলোলৈকে অনুৰোধ জনাইছোঁ ভাষা শিক্ষা গ্ৰহণ কৰিবলৈ।
      MISING RÉNGAM ÍRROI

    • @sebastianpathori5938
      @sebastianpathori5938 3 роки тому +3

      Good suggestion. আমি আমাৰ ভাতৃসকলক স্নেহেৰে আগবঢ়াই নিব নোৱাৰিলে সফলতা পোৱা কঠিন হব।

    • @allspacevlog.7360
      @allspacevlog.7360 3 роки тому +1

      @@misinggkchannel3421 Kumrígsudung
      Golaghatr mising buli kole nohob
      Atya katha hol amar mising homajor keitaman jat bulihe koisu jeneke
      1.pakro
      2.mo:ying
      Bulije koy ai kheikhonman gaon thik tenekuwa poidyor hoy

  • @sanjibsarkar5885
    @sanjibsarkar5885 3 роки тому +95

    নিজৰ ভাষাটো জীয়াই ৰাখিবৰ বাবে ৰঞ্জু দাই যি পদক্ষেপ লৈছে সচাই অতুলনীয় । মইও এটা অসমীয়া লৰা কিন্তু মই আপোনালোকৰ ভাষাটোক লৈ বহুত গৌৰৱ কৰোঁ আৰু মই নিজেও অসমীয়া লৰা যদিও ঘৰত থকা বেছি সময়ে মিছিং ভাষা ব্যৱহাৰ কৰোঁ ।

  • @misinggkchannel3421
    @misinggkchannel3421 3 роки тому +5

    গোলাঘাট বাসী আমাৰ মিচিং অভিভাৱক সকললৈ এটা কথা কম আজি আপোনালোকে মিচিং কথা নাজানে এয়া আপোনাৰ পূৰ্বপুৰুষ , অভিভাৱক সকলৰ ভাষাটোৰ প্ৰতি সজাগ সচেতনতা নথকা আৰু অৱহেলিত হোৱা ফল । আজি যেনেকৈ আপোনালোকে মা -দেউতাক জগৰীয়া কৰিছে । ঠিক তেনেকৈ আৰু কিছু বছৰৰ পাছত আপোনাকো আপোনাৰ ল'ৰা-ছোৱালী , নাতি -নাতিনী সকলে জগৰীয়া কৰিবগে। গতিকে এয়া আপোনাৰ কৰ্তব্য উঠি অহা লৰা ছোৱালী ক নিজৰ ভাষা শিক্ষা দিয়াটো । দলে , মিলি, পেগু ইত্যাদি বুলি পৰিচয় দি মিচিং কথা নাজানো বুলি কোৱা শুনিলে আমাৰ লাজ লাগে । গতিকে গোলাঘাট বাসী মিচিং ৰাইজৰ লগতে যিসকলে আমাৰ ভাষাটোক নাজানে সকলোলৈকে অনুৰোধ জনাইছোঁ ভাষা শিক্ষা গ্ৰহণ কৰিবলৈ।
    MISING RÉNGAM ÍRROI

  • @krishnavillage8109
    @krishnavillage8109 3 роки тому +52

    অতিকৈ দুখ লগা কথাও হয় 😥 আগলৈ মিচিং ভাষা শিকিবলৈ যত্ন কৰক তাৰে কামনা কৰিছোঁ ।।

  • @misingrengam3125
    @misingrengam3125 3 роки тому +79

    ভাষা হৈছে কোনো এটা জাতিৰ জীয়াই থকাৰ প্ৰাণ, আত্মা। নিজ ভাষাক জীয়াই ৰখাটো আমাৰ কৰ্তব্য। প্রত্যেকে নিজ ভাষাক সন্মান জনোৱা টো উচিত।

    • @tunirammisong6705
      @tunirammisong6705 3 роки тому

      Right

    • @nayantora5776
      @nayantora5776 3 роки тому

      You are right

    • @gboys7573
      @gboys7573 3 роки тому +1

      আমি লাজ পাওঁ যেতিয়া আমাৰ মিচিং মানুহে মিচিং ভাষাটো কবি নাজানো বুলি কলে

  • @misingao9443
    @misingao9443  3 роки тому +142

    ভিদিঅ ত কিবা ভূল হলে ক্ষমা কৰিব 🙏😊

    • @babytayengbabytayeng338
      @babytayengbabytayeng338 3 роки тому +2

      Arope lukai bitoka

    • @neelmiliofficial
      @neelmiliofficial 3 роки тому +3

      Ummmmm

    • @ffbgamer65
      @ffbgamer65 3 роки тому +3

      Ni hua

    • @3sisters238
      @3sisters238 3 роки тому +5

      Eyei Misinge Kapil Lukinmayen? Lukup Mémílo Po:lo Anni Aum No Lukinyeku Buluk Ksin Emur Kama Tatkítoma Lukintoma Asin Dígla Sekai Luyir Néko Kamílo Lomna Lukin Yíku...By The way Ranju Nokkímpin Mising Ao ko Kala Asin Dígla Bulum Explore Naam Lagange Very Very Thn Q....

    • @ffbgamer65
      @ffbgamer65 3 роки тому +3

      @@3sisters238 sister's aikothakhar missing aoe koisile 😅

  • @ayangprinceofficial4591
    @ayangprinceofficial4591 3 роки тому +30

    সুন্দৰ এটি ভিডিঅ।মানুহ বোৰে আগ্ৰহী হব লাগিব তেতিয়াহে আমাৰ ভাষাটো জীয়াই থাকিব।

  • @khanindrapadun568
    @khanindrapadun568 3 роки тому +3

    কি কম আৰু এইসকল মহান ব্যক্তিসকলৰ বিষয়ে যি নিজৰ ভাষাক নাজানে । নিজৰ ভাষাক নাজানো ক'লে কিমান লাজ পাব লাগে।😭 বহুত দূখ লাগিছে এইটো কথা গম পাই যি নিজৰ ভাষাক নাজানে যত মিছিং ৰ পৰা নেতৃত্বত হৈ অসমৰ কেবিনেট মন্ত্ৰী হৈ (ৰনোজ ) যি নিজৰ ভাষাক নাজানে 😭ধেত লাজ পাইছো বহুত আজি।বাৰু ৰজু দা বহুত সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।❤️👍🙏

  • @prahannapegu4114
    @prahannapegu4114 3 роки тому +4

    অসমৰ অন্য জনগোষ্ঠীৰ লোকসকলে মিচিং ভাষা ক'ব জানে আৰু আপোনা লোক মিচিং হৈ নিজৰ ভাষা ক'ব নজনাটো লাজৰ কথা । গতিকে আপোনালোকলৈ মোৰ এটাই অনুৰোধ নিজৰ ভাষাটোক সন্মান কৰক আৰু ক'ব লৈ শিকক।যাতে পিছৰ প্ৰজন্ম খিনি আপোনালোকৰ ‌নিচিনা হ'ব নালাগে তাকে কামনা কৰিলোঁ।

  • @profficial4003
    @profficial4003 3 роки тому +11

    আমি মিচিং মানুহ হৈ আমি মিচিং ভাষা ক'ব নাজানিলে বহু লাজৰ কথা হ'ব। আমি সদায় মিচিং ভাষা জীয়াই ৰাখিবই লাগিব তাৰ বাবে আমি সদায় মিচিং ভাষা ক'ব লাগিব । আমি মিচিং হয় মিচিং ভাষা ন'কলে আমাৰ মিচিং ভাষা লাহে লাহে শেষ হয় যাব ।

  • @RajTaye123
    @RajTaye123 Рік тому +1

    মিচিং সমাজত কোনো দিনাই মিচিং ভাষাটো হেৰুৱাব নালাগে আমি সদায় মিছিং সম্প্ৰদায়ৰ লোক হিচাপে মিচিং ভাষাটো কব লাগিবই তেতিয়াহে আমাৰ মিচিং ভাষাটো জীয়াই থাকিব আৰু আমাৰ ভাষাটো চহকী হ'ব পাৰিব missing Re'gam i'roi ✊🙏❤

  • @noleswardoley9316
    @noleswardoley9316 3 роки тому +29

    নিজৰ ভাষা,পৰম্পৰা কৃষ্টি-সংস্কৃতি নজনাকৈ মিচিং বুলি নিজকে স্বীকৃতি দিবলৈ লাজ লাগে।😜😜😜

  • @gboys7573
    @gboys7573 3 роки тому +2

    আপোনালোকৰ যিহে মাত কথা এনেকুৱা লাগে যেন আমেৰিকাৰ পৰা বহু বছৰ মূৰতহে আহি পাইছে, আমাৰ গাৱঁৰ ওচৰত অসমীয়া ভাষী বহুত গাৱঁ আছে , কিন্তু আমাৰ কোনেও অসমীয়া নকয় বৰঞ্চ আহোম, কছাৰী মানুহবোৰে মিচিং কথা কয় আমাৰ গাৱঁত

  • @anjanbharoti8137
    @anjanbharoti8137 3 роки тому +30

    ভাষা এটা জাতিৰ পৰিচয়।

  • @budheswarpagag6414
    @budheswarpagag6414 3 роки тому +4

    Xosakoi nijor ভাষাকাতো hagohat khobo lage, aru bohut val lagise Ranju dada missing ভাষাৰ কাৰনে

  • @sarbanandamili4579
    @sarbanandamili4579 3 роки тому +6

    Video 2 চাই বহুত লাজ লাগিল নিজকে ।।

  • @prabhatbori6081
    @prabhatbori6081 3 роки тому

    নিজৰ ভাষা ভাল‌কৈ কবলৈ বা লিখিবলৈ মাক-দেউতাকে ভালদৰে ল'ৰা আৰু ছোৱালীক শিক্ষা দিব লাগে।ৰনজো দাই যি প্ৰচেষ্টা কৰা হৈছে গোলাঘাটত বহুতেই ভাল কথা

  • @digantabikash4416
    @digantabikash4416 3 роки тому +1

    অসমৰ প্ৰতিটো জনগোষ্ঠীতে ভাষা কোৱা লগতে ভাষা নোকোৱা সমান সংখ্যক লোক আছে । যেনে দেউৰী সকলৰ ভিতৰত টেঙা পনীয়া দেউৰী সকল । বড়োসকলৰ ভিতৰতো কিছু সংখ্যক ভাষা নোকোৱা লোক আছে। ঠিক তেনেকৈ আৰু বহুতো ।ইয়াক লৈ একো বিতৰ্ক কৰা প্ৰয়োজন নাই। ভাষা ক'লেও নকলেও আমি নিজকে মিচিং বুলি বুকু ফুলাই গৌৰৱ কৰোঁ। কৃষ্টি স্্স্কৃটিত সদায় আগবাঢ়া আৰু নমৰা লৈ স্্স্কৃটিৰ এনাজৰীডাল ধৰি ৰাখিব লৈ চেষ্টা কৰিম।

  • @nayandoley3299
    @nayandoley3299 3 роки тому +1

    মিলি। দলেৰ বাই ককাই কিছু কা ৰন আছে। ! কিন্তু, প্ৰকৃততে মিতিৰ হয় .! ভাল তোমাৰ অভিজ্ঞতা দিয়াটো !

  • @ranjityein7685
    @ranjityein7685 2 роки тому +1

    Wow nice video Ranju da nijor missing kota kbo lage no

  • @patiraovolgs6330
    @patiraovolgs6330 3 роки тому +5

    নিজৰ জাতিটোৰ ভাষাই যদি পাহৰি যায়. মোৰ লাজ লাগে কবলগীয়া নাই আৰু আপোনালোকক ধন্য মানিছো.আপোনালোক কি মিচিং মানুহ বে ? মই মিচিং কথা কব নাজানো বুলি নিজক proud feel কৰি লাভ নাই. নিজৰ ভাষা নাথাকিলে জাতিটোও নিশেষ হৈ যায়

  • @sabitripegu6554
    @sabitripegu6554 3 роки тому +37

    আমিও গোলাঘাটৰ hoi কিন্তু ami janu.....ake segar hoi ... তেওঁলোকে kob...নাজানিলে 😭😭😭😭😭😭

    • @mirzataku9553
      @mirzataku9553 3 роки тому

      I dak sabitri good luck

    • @mrjoy21
      @mrjoy21 3 роки тому

      Golaghat manubur bhut uprrr mal so aibu nijke ki buli babe .... N video tu sai drib parilu je ajniyatu Mising vaha kble issaa kra nai ...tahate level saaaa

  • @rambobhaigaming6046
    @rambobhaigaming6046 3 роки тому +4

    😁😁Laj nalage nijoke Mising kta kbo najanu ❤️❤️ love you mising

  • @ajaykotaid4354
    @ajaykotaid4354 3 роки тому +7

    নিজৰ ভাষা কিয় ব্যৱহাৰ নকৰে।
    যদি নিজৰ মিছিং সম্প্ৰদায়ৰ লোক সকলে প্ৰায় নিজৰ ভাষা ব্যৱহাৰ নকৰে তেনেহলে মিছিং বুলি কোৱাটো বৰ লাজৰ কথা। যদিও মোৰ মতে ভূল হয় ক্ষমা কৰিব 👍❤️🙏। মই এজন মিছিং ল'ৰা হিচাপে লাজ পায়ছো । আপোনাৰ ভিডিঅ' চাই কমেন কৰিলোঁ ধন্যবাদ থাকিল।❤️👍❤️👍😭😭😭

  • @MisingEthnicFood
    @MisingEthnicFood 3 роки тому

    First comments... সুন্দৰ প্ৰয়াস।।এই ক্ষেত্ৰত, তেনে সজাগতামুলক কাম আৰু আগুৱাই লৈ যাব বুলি আশা থাকিল।।।

  • @mgpuwali8475
    @mgpuwali8475 3 роки тому +1

    নিজৰ ঘৰৰ মানুহৰ লগত আৰু নিজৰ গাঁৱৰ মানুহৰ লগত যদি নিজৰ ভাষাটো আমি নকওঁ, আমি নিজকে কেনেকৈ মিচিং জনগোষ্ঠীৰ মানুহ বুলি নিজকে পৰিচয় দিম। যদি মাকে নিজৰ সন্তানক মৰমত, সন্তানক মাতি ভাত এখাচ নোকোৱাই । নিজকে সন্তানৰ মাক বুলি পৰিচয় দিয়াটো বহুত লাজৰ বিষয়। গতিকে গোলাঘাট জিলাত থকা সকলো ব্যক্তিক অনুৰোধ কৰিছোঁ যে নিজৰ ভাষাতো ক'বলৈ শিক্ষক।।।

  • @migangcpasung5114
    @migangcpasung5114 3 роки тому +10

    নিজৰ মিছিং মানুহ হৈ নিজৰ ভাষা কব নাজানিলে আৰু নিজৰ ভাষাটোক জীয়াই ৰাখিব নোৱাৰিলে কিহৰ মিছিং মানুহ।

  • @ramayanpatiri3068
    @ramayanpatiri3068 3 роки тому

    Ronju mili mza sobokei jonai dise tq

  • @ateraou.t.545
    @ateraou.t.545 3 роки тому +24

    Beautiful ❤️ MISING AO 👍

  • @sanjibpegu5834
    @sanjibpegu5834 3 роки тому +1

    ৰন্জু অতি সুন্দৰ । অতি গুৰুত্বপূৰ্ণ পদক্ষেপ এইসকল আছলতে সিহঁতৰ দুখ নহয়। দুখ নিজকে অধিক ‌শিক্ষিত ভৱা কিছুমান আত্মগৌৰৱী লোকসকলৰ অজ্ঞন কৰ্ম কান্ধ। বুজি উঠক আজি এই বৰমুৰীয়া সকল। আৰু গোলাঘাটৰ উঠি অহা যুৱচামক মোৰ বিশেষ অনুৰোধ এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা অতি প্ৰয়োজনীয়। কথাষাৰ গুৰুত্ব সহকাৰে লব বুলি আশা থাকিল।

  • @oiyaoo1009
    @oiyaoo1009 2 роки тому +3

    i have assamese bengali frnds they are fluent in mising they are so fluent that their assamese and bengali has got impacted as they speak mising language in some point their pronounciation is better then mishing people... i just want to say if they can learn and adopt our langauge please give it a try watch movies listen to songs even speak it may sound bad but it will improve for sure..... ❤️🙏

  • @kutumhira5834
    @kutumhira5834 Рік тому

    দুৰ্ভাগ্য! শিকক আৰু শিকাহওক

  • @Regional-i7b
    @Regional-i7b 3 місяці тому +1

    মই মিছিং ভাষা কব জানো কিন্তু কবলৈ লাজ লাগে কাৰণ মই নেপালীৰ মাজত আছোঁ, মিছিং ভাষা কলে দিছোঁন হাহিব আমাক ? আমাৰ ভাষা ইহঁতে বুজিযে নাপায়, জংঘলী ভাষা বোলেযে কয়, আৰু আমাৰ মিছিং ভাষা বেছি standard নহয়, sweet নহয়

  • @jayantadoley1349
    @jayantadoley1349 3 роки тому +5

    Agome' kamami'l di'rbe' kamaye
    dirbe' kamami'l re'ngame' kamaye
    Good job RONJU Bi'ro

  • @doleyj0han696
    @doleyj0han696 3 роки тому +12

    Thanksyou Ranju kai❤️
    Mising agom luyirnam legang🙏

  • @apaodoley8617
    @apaodoley8617 3 роки тому +2

    Mising Aao good job.

  • @kanakhazowary3628
    @kanakhazowary3628 3 роки тому +8

    Moi ejon Boro lora amar manuh bilako kisuman dist.ot bohute assamess koi nijor bhakha najane aru boror traditional dress,Medium, traditional dishes sob change hoi gol bohut dukh lage .

  • @huntudiary4500
    @huntudiary4500 3 роки тому +2

    ভিদিঅ'টি চাই বহুত বহুত ভাল লাগিল❤❤

  • @sanjaydoley4960
    @sanjaydoley4960 3 роки тому

    Ranju daa bhut mjaa ase. Njna manuhk hikuwatu val hiddant

  • @jagadishmiri8989
    @jagadishmiri8989 3 роки тому

    I'm from NL Ranganadi n b'long 2 samuguria Mising........ I'm proud of u working 4 d Mising..... I hope u meet d great success ahead.. b'kz it iz a great job... thnks...

  • @chiranjitofficeal5274
    @chiranjitofficeal5274 3 роки тому

    মোৰ ফালৰ পৰা গোলাঘাটবাসিক ৰাইজক এটাই অনুৰোধ কৰিছোঁ এতিয়াৰ পৰা আমাৰ ভাষাটোক ক'বলৈ শিকক থাকে আহা কৰো,,,

  • @madhabnarah2832
    @madhabnarah2832 3 роки тому +3

    নিজৰ ভাষাক শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰে তাকেই লৈ কামনা কৰিলোঁ।

  • @konvlogs2886
    @konvlogs2886 3 роки тому

    ভাল হৈছে ৰঞ্জু ভাইটি তোমাক লগ কৰিব বিচাৰো।

  • @jin2pegu839
    @jin2pegu839 3 роки тому +8

    I m so proud of you my elder brother ,if our Mising people can speaks Assamese language by staying with Assamese people then,why they cannot teach Mising language to their upbringing?

  • @doleylahar0662
    @doleylahar0662 2 роки тому

    Milié doleyém lapama déi ranju kai😂😂.... anyway video tu bhal lagile no nguluk agom legang eddík idung👍👍🙏🙏

  • @jaybori2792
    @jaybori2792 3 роки тому

    মিচিং ভাষা আমাৰ পালেও নাজানে বহুতে, শিক্ষাৰ কিবা বেৱস্তা আছে নেকি জনাব ।

  • @misingope5669
    @misingope5669 3 роки тому +1

    Ronju tomar video bur sai bohut bohut doinyabad

  • @padmeswarnarah4151
    @padmeswarnarah4151 3 роки тому +2

    As per as possible we should teach them our mother tongue..❤️❤️❤️❤️to my mising people.

  • @rekibpatirallmixervideo
    @rekibpatirallmixervideo 3 роки тому

    বহুত লাজৰ কথা নিজৰ ভাষাক হেৰুৱাই লৈছে Ronju da video2 sai bohut val lagil

  • @ruhitpanging5000
    @ruhitpanging5000 3 роки тому

    আদৰণীয়, আৰু ভালকৈ পৰ্য্যবেক্ষণ কৰক লৈ আহক আৰু ভাল ভাল Video.

  • @Binanda_Biswa_musical
    @Binanda_Biswa_musical 3 роки тому +5

    অসমত অসমীয়া হৈ জীয়াই থকাৰ কাৰনে ভাল লাগিল love you all ❤❤❤🙏🙏

    • @bbbxxx2877
      @bbbxxx2877 3 роки тому +2

      তহত ঠেক মানসিকতাৰ অসমীয়া। মিছিং এটি অসমৰ জনজাতীয় সুমধুৰ ভাষা হয় আৰু মাতৃভাষা এটি হেৰাই যোৱা কিমান শোকজনক সেয়া বুজি নাপাবি তহতে। আজে বাজে কথা কৈ ইউটুব গেলাব আহিচ তহতে

  • @sanjibdoley4474
    @sanjibdoley4474 3 роки тому +5

    অতি লাজৰ বিষয় কিন্তু নিজৰ ভাষা নজনাটো। আচলতে শিকিবলৈ আগ্ৰহ নকৰে। আজিকালি আধুনিকতাৰ নামত কিছুমান মানুহে অসমীয়া, ইংৰাজী, হিন্দী ভাষাতেই ক'ব ধৰিছে। নিজৰো যে এটা ভাষা আছে পাহৰিয়ে গৈছে। আৰু কিছুমানে লাজ কৰে নিজৰ ভাষাত কথা কবলৈ। এনে পৰিস্থিতিত আমাৰ ভাষা হেৰাই যোৱা টো নিশ্চিত।''ভাষা থাকিলেহে জাতি থাকিব'' গতিকে সকলোয়ে অন্ততঃ নিজৰ মানুহখিনিৰ লগত নিজৰ ভাষা ব্যৱহাৰ কৰিবলৈ শিকক। তেতিয়াহে ভাষাটো জীয়াই থাকিব।( mishing agom turyarye) mishing rengam irroi✊✊।।

  • @mgkrishnaktkutum4532
    @mgkrishnaktkutum4532 3 роки тому

    মোৰ লগত গোলাঘাটৰ ল'ৰা এজন চাকৰি কৰি আছিলে।তাই paw উপাধি লিখে ।তাইক মই আমাৰ মিচিং ভাষা বহুত শিকালো। মোৰ পৰা মিচিং ভাষা শিকি ক'ব পৰা হ'ল।

  • @stetusboy3860
    @stetusboy3860 3 роки тому +2

    Kaiya ngopak se dlungi sokke .... Ngluk owe babu bi missinge nglu kindag.... Oddokke ludakk sin.... Medir dak ngluk dolusok tani kidide missipe luposumang.... Airup medirdak... 😢😢😪😪😰😰

  • @deeprajnarah9876
    @deeprajnarah9876 3 роки тому +1

    টেমেৰা সকলে নিজক কেতিয়াও মিচিং বুলি পৰিচয় নিদিয়ে কিন্তু চাকৰিৰ বাবে মিচিঙৰ কাষ্ট চাৰ্টিফিকেট লাগে সিহঁতক।

  • @runjunpegu2811
    @runjunpegu2811 3 роки тому +3

    Videotu sai khub val lagile ❤️❤️❤️

  • @MisingNew
    @MisingNew 3 роки тому +3

    নিজৰ সুবিধাৰ্থে মিচিংৰ উপাধি লৈ থকা নাইটো?‌ ট্ৰাইবেলৰ নিজৰ facial structure, কথন‌ সুৰ আছে‌,so এইবোৰ তেওঁলোকৰ ‌গাত দেখা নাই‌‌ ,চাৰিত্ৰিক ‌বৈশিষ্ট্যবোৰ একেবাৰে বেলেগ.....আমাৰ গাঁৱৰ ওচৰতো অসমীয়া ‌গাঁও আছে‌ আমিও ইমান‌ শতবছৰ লগত থাকিও আমাৰ ভাষাটো এৰা নাই,‌‌‌ নিজৰ ভাষাৰ প্ৰতি আনুগত্য থকা হলে আজি এনে অৱস্হা নহল হয়.....very shamful.

    • @gboys7573
      @gboys7573 3 роки тому

      সন্দেহ আছে

  • @অসমবিকাশ-স২ণ
    @অসমবিকাশ-স২ণ 3 роки тому +8

    Okkom enayen mising agomdém buli kuwat bohut duk lagil de ,,,,xeitu buwarituk kesera bakare aber kobo lagisil Ranju da apuniyu🙏🙏

  • @rrregon9459
    @rrregon9459 3 роки тому +1

    World's jotei takok kiyo nijor bhakatu jine jiyai rokar dorkar nijor Mising bhakatu jodi nije kobo najane nijoke Mising buli porisoy diya kub lajor kota... But jiyei nohok agoloike jate nijor lora suwalik nijor bhakatu hikuwa usit nohole krome Mising jatitu herai jabo....🙏🙏🙏

  • @meghalikumbang4781
    @meghalikumbang4781 3 роки тому +1

    Bhut val lagise 👌👌

  • @pronabdoley2799
    @pronabdoley2799 3 роки тому +6

    মিচিং মানুহে মিচিং ভাষা নাজানে কিহৰ মিচিংহে।

  • @padmeswarnarah4151
    @padmeswarnarah4151 3 роки тому +1

    Thanks Mili kai let us to know about such native problem..

  • @gaganpegu8972
    @gaganpegu8972 3 роки тому +10

    Love you Ranju kai. Good job👍 ❤❤🥰

  • @rajupayang9287
    @rajupayang9287 3 роки тому

    Ami Golaghat r hoy ami mising ot kotha patu...Great job

  • @bickypegu5439
    @bickypegu5439 3 роки тому +1

    সেইবিলাকৰ কাৰনে আমাৰ মিছিং জাতিটো পিছ পৰি আছে।

  • @LakhipangingOfficial
    @LakhipangingOfficial 3 роки тому +1

    First view

  • @Priyam_pegu
    @Priyam_pegu 3 роки тому +2

    Ranju daaaaa tmi 🔥🔥🔥🔥🔥🔥🔥

  • @uttamclassroom514
    @uttamclassroom514 3 роки тому +1

    সুন্দৰ । আমাৰ ঘৰত আহিছিল মইহে লগ পাব নোৱাৰি বেয়া লাগিল 🙂

  • @roiraio3251
    @roiraio3251 3 роки тому

    এনেকৈ আমাৰ মিচিং ভাষাবোৰ লাহে লাহে এৰাই জাবৱ দৰিছে আৰু ।

  • @ruhitnarah1212
    @ruhitnarah1212 3 роки тому +2

    নিজৰ ভাষা আগত তাৰ পিছত অন্যান্য

  • @dhantupegu9867
    @dhantupegu9867 3 роки тому +7

    Proud of you Ranju daa ♥️

  • @gboys7573
    @gboys7573 3 роки тому +7

    কোনোবাই শিকালেও নিহিকে, নিজে শিকিবলৈ চেষ্টা কৰিব লাগিব 🙏🙏

  • @riangkokardong9090
    @riangkokardong9090 3 роки тому

    Ronju da apuni val koy hikha.....

  • @dilipdoley9937
    @dilipdoley9937 3 роки тому

    Ranju nom ayang ase'ge'm se'kli'gdung. ..
    Nok agerki'li'de'm lo:di'se'm aru ailangka: e'mna aya:li:gdung. Ru:ne'bi' aya:langka 👍👍

  • @budheswarmili8099
    @budheswarmili8099 3 роки тому +4

    Gulagad mo:dumlok sé bidiosém kané appíng sí:sané ngoluk bíro Bírmém kumpadung. Appíngé supak kokké aíké Misingpé luir sutoka.🙏🙏🙏

  • @Lovestatus-sz2ki
    @Lovestatus-sz2ki 3 роки тому

    fast viewar

  • @bickypegu5439
    @bickypegu5439 3 роки тому

    সেই বিলাকক মিছিং বুলি কোৱাটো বুল ,কাৰন সেই বিলাক চামূগুৰীয়া জাতি,

  • @parthapartha3292
    @parthapartha3292 3 роки тому +1

    এইজনী বৰ বেছি দেখুওৱাই লেবেল

  • @modindia4082
    @modindia4082 3 роки тому

    NOTUN শিক্ষা নীতি আহিছে,, সকলোৱে চেষ্টা কৰক আৰু শিক্ষক হ'ব লাগিব,,, জনজাতি ৰ অস্তিত্ব ৰক্ষা কৰক,,, অসমীয়াও শিকিব লাগিব,,

  • @akalabyapegu2832
    @akalabyapegu2832 3 роки тому +1

    Interesting video karon Mising bakha herabo dibo nalage.

  • @gojenbori412
    @gojenbori412 3 роки тому

    তামাৰ,বংকোৱাল, বিহিয়া,চামগুৰিয়া, দৈত্যাল আদি হ'ল মিচিঙৰ একো একোটা ফৈদ। ইয়াত দৈত্যাল ফৈদৰ বাহিৰে বাকি ফৈদৰ অতিতৰ পৰাই ভাষা সংমিশ্ৰিত অসমীয়া। গতিকে ভাষাক লৈ বিতর্ক কৰাতকৈ জাতিৰ বুৰঞ্জী অধ্যয়ন কৰাতু প্ৰয়োজন।

  • @okiampadung3995
    @okiampadung3995 3 роки тому

    Nice video ,From Pasighat

  • @sadhunisaikia9768
    @sadhunisaikia9768 3 роки тому +1

    Good job ranju.

  • @churamonibori5737
    @churamonibori5737 3 роки тому

    Ones mother tongue is the most beautiful language.mojja lagise video to sai.

  • @rajasmathscrazy6707
    @rajasmathscrazy6707 3 роки тому

    Really it's very terrible for those people who are can't speak or doesn't want to speak in their mother tounge . Plz 🙏🙏you all the people try to speak in own language, talk each other in your language ,
    Mother tounge is the mirror of a community or is our identity 👍👍and in the last thanks to Ranju da for this video...👍........

  • @babanandataidofficial9537
    @babanandataidofficial9537 3 роки тому +1

    Ronju magbo bohut val. Manu hoi amar .nijor. missing bakar karne.
    Bohut hohai kore ronju magbo very nive

  • @brotherbhaskar5533
    @brotherbhaskar5533 3 роки тому

    Mising hoi nijor vhakatu nojonatu bohut beya lagil

  • @wexpegurep9154
    @wexpegurep9154 2 роки тому

    Good ronju khai

  • @dipamonipegu7694
    @dipamonipegu7694 3 роки тому +10

    নিজৰ ভাষাটো সদায় আগত

  • @psychomiriboy5322
    @psychomiriboy5322 3 роки тому +3

    Great ronju kai😊😊

  • @gamingwithbikash8339
    @gamingwithbikash8339 3 роки тому +1

    Mojja

  • @mithunkuli8702
    @mithunkuli8702 3 роки тому

    Missing Jodi hoi missing bahka olp kobo janibo lge baru

  • @rock-gy4nq
    @rock-gy4nq 3 роки тому

    Golaghator hokolu Mising manu Mising bhasha najona nohoy Ranju bro teolok tawonot thaki thaki kisumane Mising bhasha najona hoi goise . Aami Mising holeou aami asomiya hai aamar Matru bhasha hoise asomiya gotike moi bhabho aami hokolu bhasha jona usit eta bhasha jona manu dhuniyak porishay div noware
    Asha rakho jihokol Mising bhasha najona manu ase nissoy janibke buli asha rakho
    Mising regam irroi
    Jai aai axom
    Jai Hind

  • @ronujkutum7730
    @ronujkutum7730 3 роки тому

    Mojaa kai

  • @vijaytai5156
    @vijaytai5156 3 роки тому

    Xosomiar logot takele j missing bhaa Kobo nuware aei2 kotha hol nike amiu xosomia logot taku aeibule nijor bahaa pahori jabo nuwaru.

  • @akshayp1761
    @akshayp1761 3 роки тому

    Lajor kotha missing valke hikabo jona jone

  • @CristianoeditSuii-6729
    @CristianoeditSuii-6729 3 роки тому +1

    I feel very sad ....when the girl says " okom enayen mishing agom dem "😭😭😭😭😭😭😭

  • @tongkotongko7875
    @tongkotongko7875 3 роки тому

    Nice missing ao

  • @krishtaidmusic3850
    @krishtaidmusic3850 3 роки тому

    Ronju. Da mojjaaaa lagise

  • @rupenmili3349
    @rupenmili3349 Рік тому

    Moja missing