SENGKON | DEEPLINA DEKA | NEEL AKASH |KISHORE DAS | BIHU 2021
Вставка
- Опубліковано 9 кві 2021
- Sengkon
A bihu gift for my viewers❤️
Enjoy 😊
Audio:
Vocals- Neel Akash, Deeplina Deka
Music/lyrics- apurba jaan-Sunit gogoi
Pepa-/gogona/taal- pity Bora
Dhol- debeswar saikia, lachit baruah
Bin- prasanna Gogoi
Flute- kailash Rabha
Keys- bhadrakanta Das
Manually recorded by Ripunjay Sharma @dreamz
Vocals recorded by Pinku das @RedAV and Rajiv Sarmah @Studio Fusion
Mix/Master- Pinku Das
Video:
Cast-Kishore Das,Deeplina Deka
Video Director- Sachin Baruah
Dop- Prithviraj
Editing/CG - Manas Kashyap @Cinedreamz
Mua-Patiyashi Bordoloi
Production Controller- Dipan Baruah
Stills- Ashish Saikia
Graphics- Khairul Bachar @O’Hen Art Studio
Costume Courtesy- Bidyut & Rakesh & Buta Axom
Jewellery courtesy- Prajapati Assamese jewellery
Follow me on:
/ dekadeeplina
/ deeplina_deka
/ deeplinadeka
#SENKON #DEEPLINA_DEKA #NEEL_AKASH
মানি লব পৰা নাই কিশোৰ দা যে আৰু আমাৰ মাজত নাই 😢প্ৰভু কিয় লৈ গলা ইমান সোনকালে 🙏 যতেই আছা শান্তিত থাকা তুমি 🙏❤
বাৰে বাৰে গান টো চাইছো 😭চকুপানী ওলাইছে।তেওঁক মনত পৰিছে।rest in peace ☮️ Kishore da
It's unbelievable that KISHUR is no more 😭
😢
😭😭😭😭😭
😭😭😭exactly
@@anojdutta fvet actortuk eman hunkale loi gol
I miss his Smile
কিশোৰ দাদা সেই মিঠা হাঁহিটো আৰু চকুজুৰি সদায় বুকুত জীপালহৈ থাকিব। কিশোৰ দাদা তুমি যতে আছে ভালে ,কৌশলে থাকা।
Aibar mur favorite 2jon Singer akeloge ... sbei like ata di juwa jar jar favorite need da aru deeplina ba
Ys.....
বা,কি কম আৰু। তোমাৰ কণ্ঠত ত সকলোবোৰ গীতই ভাল লাগে।।।।এইটো ও খুব সুন্দৰ হৈছে। তোমাৰ কণ্ঠত সচাকৈ যাদু আছে।।।
তুমি বুলিয়েই কলো বেয়া নাপাবা।
Love u both... Deepline ba nd Neel akash da
ৰঙালী বিহুত সকলো অসম বাসীৰ বাবে ইমান ধুনীয়া বিহুগীত আগবঢ়োৱাৰ বাবে ধন্যবাদ জনাইছোঁ দিপলীনা বা আৰু নীল দা খুব সুন্দৰ গীত। আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ♥️♥️♥️
Legend never die Kishore Dàaa
You are always in heart ❤️🥺😓😢😢😭.
All of us pray for you ❤️🙏🤲🛐🙌
Rest in peace your soul
Legend🤣🤣 legend kak koi vabibi ou bupai...
@@Bordoloi714 sudmarana
@@Bordoloi714 maireksudai
@@Bordoloi714 boinereksudai
@@Bordoloi714 pokasuda
পুৰণি অসমীয়া বিহু গানবোৰ উভতি অহা যেন লাগিছে। ধন্যবাদ দীপলিনা বা আৰু নীল দা..
গানটোৱে আৰু বিহু বিহু লগাই দিলে ❤️
বহুত ধুনীয়া লাগিল ❤️
সকলোৰে লৈকে বিহুৰ শুভেচ্ছা থাকিল 🥰
Kishore Das is Talented Actor of Jollywood Industries.May his Soul Rest in Peace
আকৌ বহাগ আহিল,
চৌপাশে কুলিৰ মাত,
বতাহত ভাহি আহিল
ঢোল-পেপাৰ মাত,
অতিকৈ চেনেহৰ
ৰঙালী বিহুটিত,
দেহা-মন পৰি যায় শাত
জুবিন দাৰ নাহৰ যেনেকৈ জনপ্ৰিয়তাৰ শিখৰ পাবলৈ সক্ষম হৈছিল তেনেকৈ তোমাৰ গানটো এইবাৰ বিহুত সফলতাৰ শিখৰত আৰোহণ কৰিব। শুভ কামনা জনালোঁ।
Tanks Jan pori
এনেই ধুনীয়া তাতে আকো বিহুৰ সাজত… পৃথিৱীৰ ভিতৰত ধুনীয়া আপুনি ।
ভাল লাগিল চাই, শুনি 😍 । আগতিয়াকৈ বিহুৰ শুভেচ্ছা থাকিল । 💚💚
দীপলিনা বা নিল দা 😍 আৰু আমাৰ ধুলীয়া ককাই কেইটা 😍😍🔥🔥🔥 সকলো লৈকে বিহুৰ শুভেচ্ছা থাকিল ।❤️
বহুত ধন্যবাদ, এই গানটি বিহুৰ উপহাৰ হিচাপে আমাক দিয়াৰ বাবে ।😍😍😍😍
I'm a Telugu guy from Nit silchar fell in love with 👸 Deeplina's voice and started listening Assamese songs there after 💓 Happy Bihu All my Assamese friends 😘
Thanks
thanks
Same as me....
Mkl kam nii .ani kiya kuwa hai
Man voice also awesome
ৰূপ, গুণ, চেহেৰা, মাত, স্বভাৱ আদি সকলোৰে পৰা ধুনীয়া ছোৱালীজনীয়ে হৈছে আমাৰ সকলোৰে মৰমৰ দিপলীনা বা❤️ মৰমৰ বা জনী য়ে সকলোলৈ আগবঢ়োৱা ধুনীয়া বিহুগীতটিৰ যোগেদি সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছো থাকিল...❤️
জয আই অসম ||
😂
@@tridivsonowal8175 what's ur prblm mr.
জয় আই অসম ভাল লাগিল বিহুটো শুনি
@@dulugogoi2305 umm
Beautiful Song.
Two Beautiful Artist
Deeplina and Kishor..
Big love to Both. ❤️❤️❤️
Video so beautiful 🥰
Apuni neel dak bea pai nki hee ..aru apunar bahut interview t manuh bure neel da r lgt bonabo dea apuni kintu bonua nai 🙄🙄
NEEL AKASH MAIN ❤TINSUKIA JORHAT MAIN❤
@@jbbbbbb12 Right bro
Neel Daaa
বা তোমাক ইমান ভাল লাগে যে ভাষাৰে বুজাব নোৱাৰো ....., সচাকৈয়ে আপোনাৰ গান শুনি বহুত বহুত ভাল পাওঁ, তুমি বহুত আগলৈ আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো।
বা তোমাক ইমান যে ধুনীয়া লাগিছে ও ❤️❤️ মাজ্জা লাগিল গানটি শুনি
দিপলীনা বা আৰু নীল আকাশ দাৰ বাবে এটি like kori যাব । 💓👍🙏🙏🙏👍💖
গানটো শুনিলে শুনি থাকিবলৈ মন যায় নীল দা আৰু দীপলিনা বা দুয়োজনলৈ ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাইছো
দুয়োজন কণ্ঠশিল্পী সচাঁকৈ অতি প্ৰিয়😘😘Neel da always best😍😍
Best was yet to came but now finally..bohut bhal lagil mur duyu goraki priyo konthoxilpir jutia konthodan Kori geet ti amaloi agborhai diar babee..akha koru jatee agoloi u duyujone ekeloge amaloi notun notun geet upohar diyee...,🥰🥰🥰🥰🥰😍
deeplina baa apunar gaan bor xsake bahut vll lge ...love from baihata chariali
Khubei val lgil.. Nd kishor da krne extra like 💞
দিপলিনা বা💖তুমি এগৰাকী সুকণ্ঠী গায়িকা হোৱাৰ লগতে এগৰাকী সুন্দৰী অসমীয়া বিহুৱতি💓🤩
সচাঁকৈয়ে অপূৰ্ব কণ্ঠ ।। গানটি শুনি বহুত ভাল লাগিল।।👍👍
আজিকালিৰ গীতবোৰৰ পৰা অলপ পৃথক .... আমাৰ থলুৱা বাদ্যযন্ত্ৰৰে নিৰ্মিত বিহুগীতটি সচাই বৰ ধুনীয়া লাগিল .... ❤️
Deeplina Ba Smile Eman MørøM ☺ ..Crush On U 😍 NEEL Akãsh da mur Favourite Singer 💞👍
❤️
Same to you
Smile morom deeplina ba and manoh joni o moromiyal
হিয়াৰ আমঠু নীলদা আৰু দিপলীনা ,,,আগুৱাই যাওক😍
I like seeing Deeplina deka very much.
Your song, acting is beautiful.
And most of all, you are very beautiful.
There is so much love left for you.
Wow emn dhuniya ....moi ai gan tu 20 barman hunisu emn vl lagise love you deeplina ba
My Favorite ❤️Singer Deeplina Ba and Neel Da🥰.....
Proud to be Assamese ....# bihu and ukhol makhol with your mitha voice
অপূৰ্ব গীতৰ কথা , সুৰ ...দিপলীনা বাৰ কণ্ঠটোৰ লগতে নৃত্য আৰু অভিনয়ো সুন্দৰ😍❤️😘কিশোৰৰ নৃত্য আৰু অভিনয় সদায়ে প্ৰিয়❤️😍বাৰে বাৰে প্ৰেমত পৰিছো শচীনৰ কৰিঅ’গ্ৰাফীৰ ❤️👏👍
😭😭 ubhoti ahaa kishore da
My favourite one's 😍
Deeplina baa 💖and my all time favourite Neel da 😊😊
Kishor da ❤
All are perfect 😊
Love it best wishes to everyone 💖💖
সংগীতৰ সমান্তৰালভাৱে অভিনয় জগতখনতো বাক দেখি খুব ভাল লাগিছে৷
Proud to have you both in Assam❤️😊
Bohut Bohut Dhunia and u r always my fav love u from d bottom of my heart ❤ ❤ ❤Dear Deeplina ❤ 💕 😘 😍 😘
Dhuniya hoise. Neel akash da aru Deeplina baa main ❤️❤️❤️❤️❤️❤️
Deeplina ba & Neel da ,নথৈ আনন্দিত হলো বিহু ৰ বতৰত গীত টো উপহাৰ দিয়া বাবে ।
My favorite singer Deeplina Ba aru Neel daar song acting t Deeplina Ba aru kishor da wao Ki moja... ❤❤❤❤❤❤❤❤
সচাকৈ
Deeplina bak nasoni rupot dekhi mone prane apluto holu....
@@sanjibpegu5838 o11
the 0
@@sanjibpegu5838 q1
A
Xundor gaan logote mur morom deeplina baa 😍😍😍😍😍🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰
Deeplina baa axom r crush main ❤️
Happy rongali bihu
উফফ পাগল কৰিহে এই বা জনীয়ে। ইমান ধুনীয়া তুমি। বহুত বহুত মৰম দীপলিনা বা। ❤️❤️
V
Thanks
Hosake 😍😍😍
সঁচাকৈ বহুত ভাল লাগিছে। মোৰ প্ৰিয় কণ্ঠশিল্পী নীল দা আৰু দিপলীনা বা'ৰ কণ্ঠত এই গীতটো শুনিবলৈ পায়। বহু দিনৰ আগৰ পৰাই দুয়োজনৰ কণ্ঠত বিছাৰি আছিলোঁ । বহুত বহুত ধন্যবাদ থাকিল❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️।
বিহু বিহু লাগি গৈছে বা গানটোৰ জৰিয়তে ♥♥♥♥
সকলোলৈ বিহুৰ অলেখ শুভ কামনা জনালো আগন্তক দিনবোৰ আনন্দৰে ভৰিপৰক
Vobai nasilu j bihut ami eman dhuniya ata upohar pam tumr pora mahi...... bohuttt dhuniya lgise ❤️❤️❤️❤️❤️❤️❤️❤️
Wow😍😍 Deeplina ba and kishor da lots of love❤️❤️... আগতীয়াকৈ সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ 🤗🤗😇😇🥳🥳🥳🥳
দুয়োজনলৈ আগতিয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ❤️❤️
Yes
😊😊😊😊🌹🌹🌹🥀🌎🌺🔥🔥🔥🔥
Mojja kishor Da deplina ba and neel akash da nice song and nice glemmmar artist 💙💙❤❤👍👍👍👌👌👌
Bahut miss korim kishore daa❤️
মোৰ প্রিয় গায়িকা দীপলীনা বা 💓বহুত ধুনীয়া লাগে বা আপোনাক 😘| আগতীয়াকৈ ৰঙালী বিহুৰ হিয়াভৰা শুভেচচা জনালো 💖💗|
Love you দীপলীনা বা
happy bihu
Happy rangali bihu
Tjoiii
T
Tioosnn 😘🧨🎈🎃
My favourite singers...DEEPLINA Ba and NEEL da ...favourite combination and awsome song
yes
Uff ram apuni iman dhunia . Moi prothom dekhi apunak dekhi apuni sorgor pora pori ahise bulihe . Sabo apunar nojor nalagile y hoi aru♥♥😍😳
এটি সুন্দৰ বিহু সুৰীয়া গীত।। 😍😍 ভাল লাগিল শুনি।
~সকলোলৈকে বিহুৰ হিয়াভৰা ওলগ জনালো।😊😊
❤️❤️❤️❤️❤️
দুয়োজন প্ৰিয় শিল্পী একেলগে 😍 সৰল আৰু নিভাজ মনৰ দুয়ো গৰাকী .... তোমালোক প্ৰিয় হৈ আছিলা আৰু সদায় প্ৰিয় হৈ থাকিবা .... দীপলীনা বা তোমাক নাওবৈচাত লগ পাম বুলি আশা থাকিল ... Love you both ❤😘
Moiu Nowboicha a hoi
Baak log pam 4 May t
Mridulak log paba days moi n g o kamat bigi hoi asu tumio amar n g o tor casiyar moi j s are jubin Dada v p thaike asane
মজা লাগিল বা। নীল দা আৰু দ্বীপলিনা বাৰ কাৰণে এটা like 😊❤️❤️❤️
Video টো চাই বেয়া লাগিল কিশোৰ দাদা নোহোৱা বাবে তেওঁক মনত পৰিছে
তেওঁ যতেই আছে ততেই সুখত থাকক শান্তিত থাকক তাৰে কামনা কৰিলো 🪔🪔🪔🪔 ওঁম শান্তি ওঁম শান্তি ওঁম শান্তি ।
Gan tu huni buhut val lagise🥰 akha kuru aru agolui val val gan hunibo pam.... from assam rangjuli....😍😍😍 Dipleena baa ....Moi apunar buhut dangor fan hoi..❤️❤️❤️
গীতটিৰ আৰম্ভণিতে দেউৰী ঠাচত গোৱা হৈছে 😊 ভাল লাগিল 😇
দীপলিনা বা আৰু নীল দাদাক ভালপোৱা সকলে লাইক কৰা 👍👍👇👇
দিপলীনা বা গানটো বৰ ধুনীয়া হৈছে 💖💗🐰🐇
Beautiful song logote ba apunar aru nilakash dar eman dhuniya kontho berate bhal lagisa 😍😍
দুজন কণ্ঠশিল্পী এ মৰমৰ আৰু প্ৰিয় 😘 ❤️❤️ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল দাদা আৰু বা ❤️❤️❤️
Happy.Bihu.deeplina.baa
Thanks
Hi
Gosh
@@amirahmed9088
অৱশেষত অপেক্ষাৰ অন্ত পৰিল | প্ৰিয় কণ্ঠশিল্পী দুগৰাকী একেলগে উফ্ কি যে মজ্জা 😍😍
👌😘🌹👍❤️👫😍🤩❤️💞
Deeplina n Neel da juiii
Love from mangalore Karnataka ❤️❤️❤️❤️❤️
দীপলিনা তুমি যদি কোৱা , পাহাৰ ভৈয়ামৰ এক কৰি কপৌফুল আনি দিয়াৰ দায়িত্ব মোৰ 😘😘😘
প্ৰিয় কণ্ঠশিল্পী দুগৰাকীৰ বাবে লাইক এটা কৰি যোৱা।❤️
Love You Neel Da And Deeplina Baa😗
Thank deplina mam for coming in our Bongaigaon City ❤️❤️❤️❤️
And brilliant performance mam
Tumar protitu gaan a val lage aru tumar ovinoi, kontho xokolu vl lge...aru aguwai jua...❤️❤️❤️❤️ Specially sui Diana & dolisa mor bht bht fvrt hoi...lv u alws❤️❤️❤️❤️
বা আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ আৰু সকলো অসম বাসী ৰাইজলৈ আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ❤️❤️❤️❤️ গানটো কথা নকওঁ এ আও ফিডা 😍😍❤️❤️
Deeplina baa 🥰neel akash da 🥰both are my favorite❤😍
@NURREIHAN ALI
ki of.
Mojja lagila duyouka hoshai. Thanks 🙏 🌹🌷❤️❤️
দীপলীনা বা আপুনি বহুত বহুত ধুনীয়া আছা😍😍। আপোনাৰ গান শুনি বহুত ভাল লাগে🥰। আপুনি মোৰ প্ৰিয় গায়িকা 😘😘। আপোনাক বহুত বহুত ভাল পাওঁ বা।
গানটোৱে বহুত ধুনীয়া লাগিল❤❤ বা। সকলোৰে লৈকে বিহুৰ শুভেচ্ছা থাকিল 🥰🥰
Ki Kom Awww...Baar Cute Voice ifale Superhit Neel Daar Voice 🔥Jui Ekdom❤😌
মোৰ দিপলীনা বা বহু ভাল লাগে ।আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। Happy biuh দিপলীনা বা।
বহুত ভাল লাগিল ,ভিডিঅটো ধুনীয়া হৈছে সচাকৈ ♥️👌👌👌👌
DhuniYa lagise😍
moza lgile huni..... ru lge neel daa ru apunr gaan...👏👏👏👏👏👏👌
বহুত ভাল লাগিল Deeplina ba
☺
Deeplena is my favorite heroin and Neel daa is my favorite singer mjaa lagise
কণ্ঠশিল্পী দুয়োগৰাকী প্ৰিয় 😍
সুন্দৰ হৈছে গানটো ❤️
Moja hoisi deeplina....
U
bohut dhunia hoise Neel da aru Deeplina ba , ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ
Amar morom loga baa Joni .. Tumaloi bihur antorik xubhecha jonalu.. Love u baa ❤❤😘
চেংকন বহুত ভাল হৈছে দীপলিনা বা . . . .কন্ঠ আৰু অভিনয় সচাই ধুনীয়া লাগিচে👍👍👍 . . . বহাগ বিহুৰ বহুতো হিয়াভৰা শুভেচছা থাকিল বা 🌝🌝🌝 Love from Jorhat
এইবাৰ বিহুত এইটো চলিব🔥🔥🔥🔥। দিপলীনা বা আৰু নীল দাৰ বাবে এটা লাইক👍👍👍👍❤❤
I really very much like this song
Wish for more this like song👍🏿
You are my favorite singer among all
Please replie deeplina ba
My Favourite Singer 😍😍
as well as
Actor 😳😳
yo
পোন প্ৰথমে আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ বা🥰।। কি মন্তব্য দিম ভাবিয়ে পোৱা নাই। তোমাৰ প্ৰত্যেকটো গীতেই খুব ভাল লাগে। আমালৈ ইমান সুন্দৰ সুন্দৰ গীতবোৰ আগবঢ়াই দিয়া বাবে অশেষ ধন্যবাদ। লগতে এইবাৰ তোমাৰ বিহু নৃত্যও উপভোগ কৰাৰ সুবিধা দিলা। বহুত বহুত ভাল লাগিল বা। তুমি আগুৱাই যোৱা। আগলৈ আৰু এনেধৰণৰ সুন্দৰ গীত আমালৈ আগবঢ়াই দিবা বুলি আশাবাদী।
❤️❤️
Tumar comment pohi bhal lagil,thank you😍😍
Its too good..Deeplina baa and Kishor Da outstanding..best wishes of team chengkong..love you all❤❤
Mjaaa
Bht bht vl lgil ba gan2 aru tmr dance r ktha kbo nlge hbt hbt vl lge bihu bihu lgil atya he tmr gan2 xni ba..... love u ba💕💕💕💖💖💖💗💗💓💓💓
LOVE FROM CHERAKAPAR ..!
Deeplina in raati bihu was fantabulous ! No one can beat that deeplina. Those moves. Those expression and the song, itself ❤️
😄😐😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
সুন্দৰ হৈছে। কেৱল ধুনীয়া হ'লেই যথেষ্ট নহয় । তুমি এগৰাকী সৰ্বগুণ সম্পন্ন জীয়ৰী। অহংকাৰ এতিয়া দৰে আগতো নানিবা । আমি অসমীয়া ৰাইজ তোমাক লৈ গৌৰৱান্বিত।
Right
Right
Deeplina ba moja hoisa..... 😌😌❤❤😍
am from Jharkhand but fan aasami song ❤️❤️
Love this song
Khub Valo gana aache ❤️❤️🔥🔥🔥🙏🙏