অনলাইন শ্বপিঙৰ বাবে দুৰ্গা পূজাৰ সময়তো ফাঁচী বজাৰত নাই পূৰ্বৰ দৰে গ্ৰাহকৰ ভিৰ

Поділитися
Вставка
  • Опубліковано 29 вер 2024
  • দুৰ্গা পূজা সমাগত। দেৱীক আদৰিবলৈ সাজু হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ। ইয়াৰ লগে লগে বজাৰ সমূহতো দেখা গৈছে বিভিন্ন ধৰণৰ কাপোৰ, আ - অলংকাৰ। কিন্তু আজিকালি অনলাইন শ্বপিঙৰ বাবে কমিছে বজাৰত গ্ৰাহকৰ ভিৰ । মহানগৰীৰ বাণিজ্যিক কেন্দ্ৰস্থল ফাঁচী বজাৰটো কমিছে গ্ৰাহকৰ সংখ্যা । পূৰ্বৰ দৰে মানুহ বজাৰলৈ অহা নাই বুলি মন্তব্য কৰিছে বহু কেইজন বিক্ৰেতাই । ইয়াৰ কাৰণ প্ৰতিকূল বতৰ আৰু অনলাইন শ্বপিং বুলি তেওঁলোকে ক'ব খোজে ।

КОМЕНТАРІ •