Miss You দেউতা II Mayur Manash II Assamese Web Flim 2023 II Watch till the end
Вставка
- Опубліковано 5 сер 2023
- Miss You Deuta
▶️Assamese web flim
Video Credit-
Cast- Mayur Manash, Hiya, Nilakshi, Dijen, Rupen, Sanjay, Raghu & Simanta
Story- Dijen & Mayur Manash
Direction- Mayur Manash
Cinematography- Anurag
Music- Ganadip
Photography- Bhaba
Poster- Mrinanga Das
Audio Credit-
Song- Narayan (cover)
Singer- Jyotipal
Thank you ❤️
#shortfilm #lovestory - Розваги
সুব সুন্দৰ হৈছে অভিনয় । দেউতা অবিহনে জীৱনত আগুৱাই যোৱা বহুত কষ্ট । Jar দেউতা নাই তেওঁ হে বুজে দেউতা কি হয় । মৰো দেউতা নাই বহুত মিছ কৰোঁ দেউতাক
মা দেউতা থাকোতে ভালকৈ যত্ন লবলৈ শিকা নহলে পিছত বুজি পাবা, মা দেউতাৰ বাবে এটা লাইক কৰক
দেউতালৈ মনত পৰি গ'ল। দেউতা য'তেই আছা ভালেই থাকা। ৭ বছৰ হ'ল তুমি গুচি যোৱা।
Same miss you'h papa❤️🥺
সঁচাকৈ বহুত সুন্দৰ অভিনয় সকলোৰে বহুত দুখ লাগিল ❤️❤️🙏🙏🙏🙏😭😭
খুব ভাল লাগিল ময়ুৰ দা ❤😊 আগুৱাই যোৱা ❤ অভিনয় ধুনীয়া হৈছে ❤
দেউতাক হেৰুৱাই মইও বহুত কষ্টত আছোঁ । জীৱনটো বহুত কঠিন ডিয়ক দেউতা নোহোৱাকৈ
দেউতাৰ অভিনয় বহুত সুন্দৰ হৈছে ❤❤
❤❤
সুন্দৰ অভিনয়। দেউতাকৰ অভিনয় মজা হৈছে❤👌
ময়ুৰ দা কি কম...🥰 কবলৈ ভাষা নাই.. সকলোৰে অভিনয় খুব সুন্দৰ হৈছে। ❤🔥
Hosakoi bohut val lagil.
মোৰ দেউতা নোহোৱা হোৱা ১বছৰ হল।কি কম ভাষা নাই,মৰি মৰি জীয়াই আছো 😭😭😭💔💔
Moiu mori mori jiyai asu
খুব সুন্দৰ অভিনয় ময়ুৰ দা
Very very nice
No word to say.🥺🙏 নিজৰ মা দেউতাক বহুত যত্নৰে ৰাখিব একো দুখ নিদিবা ❤ এই কাহিনী টো বহুত ভাল লাগিল ময়ুৰ দা ❤️🙏
সঁচাকৈ নিজৰ লৰা ছোৱালীৰ কাৰণে দেউতাকে সকলো ত্যাগ দিবলৈ সাজু থাকে😥 মোৰো দেউতালৈ বহুত মনত পৰে 💔😥😥
Tumar dauta nai niki baydau
@@chinmoynath9897 nai
Ki deuta nai nki 2mr😢
❤❤❤❤
Hoi oo moiu Miss korisu atiya maa baba k but ki korim aru
একেবাৰে মন চুই গল এই video টো চাই 😢❤❤😢
যিমান পাৰোঁ shere কৰিলোঁ video টো
সছাকৈ বহুত সুন্দৰ অভিনয় সকলোৰে ৰু বহুত দুখ লাগিল ❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏
সঁচাকে বহুত ভাল লাগিল, সুন্দৰ কাহিনী ময়ূৰ দা, অভিনয় ও ভাল হৈছে 👍👌❤ আগুৱাই যোৱা । 👍
বহুত ধুনীয়া হৈছে ময়ূৰ দা সকলোৰে অভিনয়। ভাল লাগিল ছবি খন চাই🥰 শেষত চকু পানী ৰখাব নোৱাৰিলোঁ 😭 দেউতালৈ মনত পৰি গ'ল 😭 এনেকৈ আগবাঢ়ি যোৱা আগলৈ🙌🙌
কি কম ভাষা নাই।।। অতি সুন্দৰ।।।
Bah eman advance k prem hoi na 😂 Btw Mayur bro heart touching story 😢 Deuta hol pithibi
বহুত সুন্দৰ হৈছে, Keep it up 👍🏻❤️
Moyur Dak val puwa hokole like kora
Moja lagise dada 😢😢😢
Nice Dada😊😊
Very nice😭😭😭
মোৰ আজি দেউতালৈ বৰকৈ মনত পৰি গ'ল।😢
Moyur da xsakoi konduai dila o tumi😔😔😔❤maa deutar abihone xsai jibon tu bor adhorua o😔😔😔❤
Very nice seryal
সুন্দৰ সকলোৰে অভিনয় ধুনীয়া হৈছে।
সুন্দৰ । ভাষা নাই কবলৈ ❤❤❤❤
Nice video❤❤❤❤
Moja lagise
সুন্দৰ প্ৰদৰ্শন কৰিছে 🙏🙏🙏🙏
বহুত বেছি ভাল লাগিল চাই দাদা 🥰 আৰু লাগে এনেকুৱা ভিডিঅ'❤
Bhut dhuniya lgise video tu😢bhut dukh lagil😢😢😢mayur da apunar acting❤❤❤❤❤
Mojja hoise o mayur da kintu sai duxo. lagil val hoise he
মোৰ দেউতা নোহোৱা হোৱা 1বছৰ হল । মই আৰু মৰ মা মৰি মৰি জীয়াই আছো😭😭😭😭💔💔😭😭
Same 🥺
Moiu
muru 1 month hoisa🙂
Puwai jane ai bedona kiman kostokor
Oo😭
Xondor
Wow bhut dhuniya hoise
Maja lagise video 2 Sai mayur da
A father's love is eternal ❤
ধুনীয়া লাগিছে ছুটি ছবি খন উপভোগ কৰি ❤
@pranabjyotikalita acting and story duita ee val lagil
Bhut Val lagil Film khon Sai. Aguyai juwa dada
Nice story mayur vai
হয়তো মৰম বোৰেই এলাগী , হৃদয়ৰ মৰম বোৰ পূৰ্ণাংগ কিন্তু সময়বোৰ অপূৰ্নাংগ । .....ভাল লাগিল
........................Bishal 💕
বহুত বেছি ভাল লাগিল দাদা লগতে আপোনালৈ আৰু সমূহ অসম বাসী লৈ বন্ধুট দিৱস ৰ শুভেচ্ছা জ্ঞাপন কৰিলো ❤❤এনেকৈ আগবাঢ়ি গৈ থকা সদাই 🎉❤
Bahut vl hoise mayur dada tumar avinoi moi kandi galo moi akha karu agloi tumi agbarhi juwa
Bohut vl lagil moyur da🥰❤️xokolore ovinoy bohut vl hoise😍🥰
Happy friendship day to all ❤️🤝😊
Tq sam2 you ❤😊
@@bhagoysreebora6045
ধন্যবাদ তথা সুপ্ৰভাত জনালোঁ ❤️🌄☕
@@bhagoysreebora6045😊
বহুত ভাল লাগিল ময়ূৰ দাদা। মই কান্দি গলো। সুন্দৰ অভিনয় কৰিছা সকলোৱে। আগবাঢ়ি যোৱা দাদা। Best wishes Thakil
Bohut val hoise. Love you moyur da
Mojja hoise muyur da ,, dhuniya abhinoy
সকলোকে মাজুলী আহিব অনুৰোধ জনালো🙏🙏🙏
❤❤
Nissoi try korim 👍
Mur channal 2 please sab abar aru morom dib dada🙏❤️
dinto rokhi asilo❤ first comment
Ohh
Xosa koi oo
Thank you ❤️
Welcome❤In our village, it seems like a shooting.
xosai bht val lagil. next episode tu pam buli axa thakil
Ultimate Dada🙏❤️❤️❤️
Val lagisa ❤ ankuwa aru ja dekha Pam akha kori su ❤❤
Majja ❤❤❤❤❤
Konduwai dila ow 😢😌hosai ki kom vakha ni emn dhuniya kahini ata agbohai diya karone thank you so much ♥️ 👌
Ganadeep r voice 🔥🔥🔥
Amar ganadip da ane o 🔥🔥🔥🔥🔥
Happy *INDEPENDENCE* day in advance to my alllll friends
Moja video 👍
কি কম আপোনালোকক,কব ভাষা নাই।খুব ধুনীয়া হৈছে❤
Miss u deuta❤❤❤
Happy friendship day 🎉❤❤
Moyur da xosakoi bohut val hoise ❤ xokolu re acting 😊
Khosai bht dhuniya lagil.....manash
দেউতা মোৰ বাবে সকলো আছিলে কিন্তু দেউতাই মোক এৰি থৈ গল দেউতাই নিজৰ সন্তানৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজো থাকে😭❤️
Happy friendship day to all 💖💖💖
বহুত ভাল লাগিল ৷আগুৱাই যোৱা😍
Very nice 👍
Happy friendship day to all 😂❤ love from pathsala ♥️🥰
Happy friendship day to all ❤
Majja
Tammm মজ্জা
বাস্তৱ জীৱনৰ এখন ছবি 😢❤
This film is not only about missing his father but also about the fact that a boy can fulfill his dreams by working💪💪🦾💝💝
সছাকে প্ৰেম হ'লে এনেকুৱা হ'ল লাগে। কাহিনীও এৰিব নোৱাৰা। বহুত ভাল লাগিল।আৰু আগলৈকে এনেকৈ আমাৰ মাজলৈ কাহিনী সমূহ পঠিয়াই থাকিব
Kuwaliৰ পাছত এইবাৰ বহুত ধুনিয়া কাহিনী এটা আগবঢ়ালা ময়ূৰ। আগলৈ আৰু সুন্দৰ পৰিকল্পনা কৰিবা বুলি আশা থাকিল। কাৰণ কুৱলীত তোমাৰ লগত কাম কৰিয়ে গম পাইছিলো। তুমি যে ভৱিষ্যত বহুত দূৰলৈ আগুৱাই যাব পাৰিবা!❤❤❤
ভাল লাগিল সুন্দৰ অভিনয় ❤❤
Hoxai ke buhut bise val hoise ohh ovinoi keta___❤
Dhuniya.
Buhut buhut Val lagi gol ❤
Bohut basic val lagil video tu sai 😚💗
Hundorr. ... Manash da❤️🫂
Xosakoi bohut dhuniya lagil❤❤
Hosake koisu bhut val hoise morur
Mojs
Dhuniya hoise mayur daa❤❤
bahut val lagil video 2 . xundar kahini 👌👌👌👌
Moyur dada mojaa
👌👌👌👍👍👍🙏🙏🙏🙏🙏🙏
Khosakoi dukh loga story..so nice
Mojaa lagise mayur da
Wah sanjay 🔥🔥🔥🔥🔥
Mjaaaa ,,,aru bonua sabloi roi asu
Mojja video
Bht vl lagil video 2 sai moyur da❤😢😢
Bahut Val lagil sai mayur da
Nice bro moja