TLM প্ৰতিযোগিতা ৷৷ বিশ্বজিৎ গগৈ ৷৷

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 27

  • @assamesevariation6860
    @assamesevariation6860 2 роки тому +2

    সুন্দৰ হৈছে৷ শিশু উপযোগী TLM

  • @aporajitaborah8818
    @aporajitaborah8818 2 роки тому +1

    সুন্দৰ পদক্ষেপ৷ ভাল লাগিল

  • @priyakhiboruah2023
    @priyakhiboruah2023 2 роки тому +2

    Val lagise ...dhunia aidia

  • @krishanagogoi5587
    @krishanagogoi5587 2 роки тому +1

    ভাল হৈছে বহুত৷

  • @learntrickassam6250
    @learntrickassam6250 2 роки тому +1

    Great

  • @biswajitgogoi1251
    @biswajitgogoi1251 2 роки тому

    সকলোকে নমস্কাৰ৷ এই videoৰ জৰিয়তে স্বৰবৰ্ণ আৰু স্বৰচিহ্ন শিকোৱাৰ এটা সহজ TLM দেখুওৱা হৈছে৷ এই TLMটো 'ক' শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে অতি ফলপ্ৰসু আৰু ছাত্ৰ-ছাত্ৰীসকলে এই TLMটো নিজে ব্যৱহাৰ কৰি চাব পাৰে৷ অতি সহজতে, কম সময়ত আৰু কম খৰচত এই TLM প্ৰস্তুত কৰিব পাৰি৷ এই TLMটো বিভিন্ন উদ্দেশ্যত(MULTIPURPOSE) ব্যৱহাৰ কৰিব পাৰি৷ কেৱল দিয়াচলাই বাকচৰ ভিতৰ আৰু বাহিৰত লগোৱা কাগজ কেইখন সলাই নিৰ্দিষ্ট বিষয়টো লিখি বা ছবি আঁকি দিলেই হয়৷ যেনেঃ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰেই বৰ্ণৰ ধাৰণা, সংখ্যাৰ ধাৰণা, ৰঙৰ ধাৰণা, আগৰ-পাছৰ সংখ্যা, আকৃতিৰ ধাৰণা, বিপৰীত শব্দ,....ইত্যাদি৷

  • @Znex_official1
    @Znex_official1 2 роки тому +1

    অতি সুন্দৰ হৈছে

  • @pratiksharaniborah998
    @pratiksharaniborah998 2 роки тому +1

    Such a great and awesome video

  • @nayanjyotipachani7235
    @nayanjyotipachani7235 2 роки тому +2

    good video

  • @kajaldas740
    @kajaldas740 2 роки тому +1

    Creative Thinking..... Keep it up.

  • @richardzamal4539
    @richardzamal4539 2 роки тому +1

    Good TLM

  • @durlovgogoi2831
    @durlovgogoi2831 2 роки тому +1

    সহজ পদ্ধতি, কামত আহিব৷

  • @nitumakhakhlari-hh4pr
    @nitumakhakhlari-hh4pr Рік тому

    Very nice sir

  • @dimbeswaribarhoi6406
    @dimbeswaribarhoi6406 2 роки тому +1

    Val hoise

  • @kajaldas740
    @kajaldas740 2 роки тому +1

    Nice

  • @pinkysaikia4072
    @pinkysaikia4072 Рік тому +2

    জুইশলা তোৰ ভিতৰত কি ছবি দিছে জনাব। ধৰিব পৰা নাই

    • @assamesevariation6860
      @assamesevariation6860 Рік тому

      অ- অমিতা, আ- আম etc. (জুইশলা বাঁহটো এফালে খুলিলে ছবি আৰু আনফালে খুলিলে স্বৰচিহ্ন ওলাব)

    • @assamesevariation6860
      @assamesevariation6860 Рік тому

      Video resolutionটো settingsত high কৰি ল’লে ধৰিব পাৰি ছবিসমূহ৷

  • @brindamoniduara3667
    @brindamoniduara3667 2 роки тому +1

    Very nice

  • @pangingvegetablescentre1295
    @pangingvegetablescentre1295 Рік тому +2

    TLM related note ase jdi dibsun... please...

    • @assamesevariation6860
      @assamesevariation6860 Рік тому

      এই চেনেলত থকা TLMৰ অন্য video সমূহ চাবচোন

  • @deberaparbaganlps5314
    @deberaparbaganlps5314 2 роки тому +1

    Simple and great idea.

  • @prokashdas972
    @prokashdas972 2 роки тому +1

    Great