ছাগলী পালনৰ সৱিশেষ ।। নতুন পালকে চাবই ভিডিঅ' টো ।।

Поділитися
Вставка
  • Опубліковано 27 січ 2025

КОМЕНТАРІ • 34

  • @BarnalisVloganddailylife
    @BarnalisVloganddailylife Місяць тому +2

    Helpful video.. thank you 😊

    • @babapranab
      @babapranab  Місяць тому

      অশেষ ধন্যবাদ

  • @abhimanyu1419
    @abhimanyu1419 2 місяці тому +2

    Very informative video.

    • @babapranab
      @babapranab  2 місяці тому

      অশেষ ধন্যবাদ

  • @Dgasdi
    @Dgasdi 2 місяці тому +1

    Hundor video

    • @babapranab
      @babapranab  2 місяці тому

      অশেষ ধন্যবাদ

  • @sortmessages
    @sortmessages 2 місяці тому +1

    বাংলাদেশ থেকে।

  • @chitramohanbaruah7838
    @chitramohanbaruah7838 19 днів тому +1

    এখেতৰ কথাখিনি একেবাৰে নুই কৰিব নোৱাৰি কাৰণ তেওঁলোকে ইতিমধ্যে এখন ভাল বজাৰ সৃষ্টি কৰি লৈছে এই উন্নত জাতৰ ছাগলী বুলি কোৱা বিটেল,চিৰহী আদিবোৰৰ। কিন্তু তেওঁলোকৰ কথাৰ পৰা উৎসাহিত হৈ উন্নত ছাগলী কিনি ফাৰ্ম হিচাপে আৰম্ভ কৰি সাধাৰণ পালক এজনে কেতিয়াও উন্নতি কৰিব নোৱাৰে কাৰণ উন্নত জাতৰ ছাগলী হিচাপে বিটেল চিৰহী আদিবোৰৰ বিক্ৰী কৰিবলৈ সাধাৰণ পালক সকলৰ বজাৰ নাই। সাধাৰণ পালক সকলে বিক্ৰী কৰিব লাগে কচাইক আনহাতে এই সকলে বিক্ৰী কৰে সাধাৰণ পালক সকলক। ফলত উন্নত জাতৰ ছাগলী লৈ সাধাৰণ পালক সকলে সুন্দৰ আৰম্ভণি কৰিও পিছত ফাৰ্ম বন্ধ কৰিবলগীয়া হয় আৰু তেওঁলোকে ক'বলৈ বাধ্য হয় যে ছাগলী পালন কৰি একো লাভ নাই। শেষত কওঁ যে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে আমাৰ থলুৱা প্ৰজাতিৰ ছাগলী পালনেই হৈছে সাধাৰণ পালক সকলৰ বাবে ১০০% লাভালাভৰ কাৰণ।

    • @babapranab
      @babapranab  18 днів тому

      ধন্যবাদ মন্তব্য ৰ বাবে। থলুৱা পালক এজনৰ সৈতে ও ভিডিও প্ৰস্তুত কৰাৰ কথা ভাবিছো । ভিন্ন মত হৈ আছে ছাগলী পালনৰ ক্ষেত্রত

    • @chitramohanbaruah7838
      @chitramohanbaruah7838 18 днів тому

      ❤​@@babapranab

    • @Freefire-v1w5l
      @Freefire-v1w5l 9 днів тому

      moi ajon palok .. aibur hol treder

    • @GOATFARMANDFODDER
      @GOATFARMANDFODDER День тому

      একাংশই সত্য কি নকয়।

  • @JiyaulHaque-r5g
    @JiyaulHaque-r5g 2 місяці тому +1

    Nice

    • @babapranab
      @babapranab  2 місяці тому

      অশেষ ধন্যবাদ

  • @Ratan-p3b
    @Ratan-p3b 16 днів тому +1

    10ta sagalir mahat kiman taka kharas hoi janabachun

    • @babapranab
      @babapranab  16 днів тому

      +91 70353 98578 এই ফোন নাম্বাৰতে সবিশেষ পাব

  • @Dip-d2w
    @Dip-d2w 2 місяці тому +3

    এওঁ মস্ত বুধিয়ক হয়,আমাৰ অসমত লোকেল ছাগলীৰ হে বজাৰ বেছি,আৰু আমি আমাৰ অসমৰ থলুৱা জাত এৰি বাহিৰৰ পৰা কিয় ছাগলী আনিব লাগে,এওঁৰ প্ৰত্যেক তা ভিদিওত বেলগ বেলেগ মন্ত্যব, খালী নিজৰ পকেত খন চিনি পায়।

    • @babapranab
      @babapranab  2 місяці тому

      মন্তব্য ৰ বাবে ধন্যবাদ

  • @GOATFARMANDFODDER
    @GOATFARMANDFODDER День тому +1

    এনেধৰনৰ ভিডিও চাই নতুন ছাগলী পালন কৰিলে শেষ। অসমৰ থলুৱা ছাগলী পালন কৰক,কোনোবাই যদি ছাগলী পালন কৰিম বুলি ভাৱিছে ব্লেক বেংগল নাইবা অসম পাৰ্বত্য জাত। অন্য ৰাজ্যৰ ছাগলীৰ বেমাৰ বেছি তথা অসমৰ জাতটো বেমাৰ প্ৰতিৰোধ ক্ষমতা বহুত বেছি,বাকি নিজৰ ওপৰত।

    • @babapranab
      @babapranab  День тому

      ধন্যবাদ। থলুৱা ছাগলীৰ ওপৰতো সোনকালেই ভিডিও এটা প্ৰস্তুত কৰিম

  • @rbcreation6843
    @rbcreation6843 Місяць тому +1

    Sukur Bemar Hole Ki Medicine डिबोलेज

    • @babapranab
      @babapranab  Місяць тому

      +91 70353 98578 এইটো নাম্বাৰত ফোন কৰিলে সৱিশেষ জানিব

  • @BarnalisVloganddailylife
    @BarnalisVloganddailylife Місяць тому +1

    Aibilak sagoli kot poa jay

    • @babapranab
      @babapranab  Місяць тому +1

      আপোনাৰ জিলাখনতো দুই এজন থাকিব পাৰে

    • @JiyaulHaque-r5g
      @JiyaulHaque-r5g 15 днів тому

      Mr tat pabo sagoli.tezpurt

  • @RjToy-s9s
    @RjToy-s9s 2 місяці тому +1

    Dada muku sagoli lagisil plz namber tu diyok na

    • @babapranab
      @babapranab  2 місяці тому

      8723019829 এইটো নাম্বাৰ ত ফোন এটা কৰিবচোন

  • @RajaDas-uo2zh
    @RajaDas-uo2zh Місяць тому +1

    Dada please phone no debo neke ?

  • @KuldeepDeka-cn6fx
    @KuldeepDeka-cn6fx 2 місяці тому +1

    Oi toi ketiya pora

    • @babapranab
      @babapranab  2 місяці тому

      হৈছে কেইমাহ মান