Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
অতি সুন্দৰ
কৃষ্ণ, প্ৰভু অতি সুন্দৰ। ধন্যবাদ আৰু পাম বুলি আশা কৰিলো
নিশ্চয় দিম
Aikhon bajanat bohut bar indra vao disilu.. ako aji bohut din pist huni bohut val lagile .. ❤❤❤❤
হয় বাপ, কৃষ্ণ 🙏🏻
পৰম্পৰাগত বাজনা সমূহ আৰু পাম বুলি আশা ৰাখিলো।
নিশ্চয়
Nice ❤❤❤
Thanks 🤗
গুৰুদেৱ ভক্তিভৰা প্ৰণিপাত কৰিব গ্ৰহণ।। মই ধেমাজিৰ পৰা কৈছিলো।।। আপোনাৰ তাত খোল শিকা মোৰ আছে অনেক ইচ্ছা... কিদৰে মই আপোনালোকৰ লগত যোগ হব পাৰোঁ ?
আপোনাৰ আগ্ৰহ দেখি আনন্দিত হৈছো, আমি গোলাঘাটৰ, দুৰত্ব বহুত ওচৰৰ হোৱা হ'লে নিশ্চয় অসুবিধা নহ'ল হয়। সেয়েহে ভিডিঅ' চাইয়ে চেষ্টা কৰিব, আমাৰ শুভ কামনা থাকিল।
প্ৰভূ আপোনাৰ ঘৰ গোলাঘাটৰ কোন ঠাইতমোৰো ঘৰ গোলাঘাটতেই হয় আপোনাক এবাৰ লগ পাবলৈ মন আছে
আমাৰ ঘৰ নগৰৰ ২ নং ৱাৰ্ডত, ASTC Colony ৰ সমিপত
নাগাৰাৰ ভিদিও দিব
বিষ্ণু,কৃষ্ণ মানে একতাল খন বিষয়ে ভিডিও এটা বনাব বুলি আশা ৰাখিলোঁ
Sir....apuni তালবোৰ parile lkhi dibo nekii....ttya xikibole Val hobo
দিবলৈ চেষ্টা কৰিম
এইখন তাৰ নাম নকলে যে ?
Apuni aadhunik bhauna chapor bajua video dibo sun
Tal bhagor matra kiman....
বাজনা খন লিখি দিব চোন
Description ত দি দিম বাৰু
Hodai die discription ot khali nahe jeniba 🤣
Dia ase sai louk@@mintusaikia8468
Aapuna kontek
Aponar phon no diboson
Sir phone number tu dibone
অতি সুন্দৰ
কৃষ্ণ, প্ৰভু অতি সুন্দৰ। ধন্যবাদ আৰু পাম বুলি আশা কৰিলো
নিশ্চয় দিম
Aikhon bajanat bohut bar indra vao disilu.. ako aji bohut din pist huni bohut val lagile .. ❤❤❤❤
হয় বাপ, কৃষ্ণ 🙏🏻
পৰম্পৰাগত বাজনা সমূহ আৰু পাম বুলি আশা ৰাখিলো।
নিশ্চয়
Nice ❤❤❤
Thanks 🤗
গুৰুদেৱ ভক্তিভৰা প্ৰণিপাত কৰিব গ্ৰহণ।। মই ধেমাজিৰ পৰা কৈছিলো।।। আপোনাৰ তাত খোল শিকা মোৰ আছে অনেক ইচ্ছা... কিদৰে মই আপোনালোকৰ লগত যোগ হব পাৰোঁ ?
আপোনাৰ আগ্ৰহ দেখি আনন্দিত হৈছো, আমি গোলাঘাটৰ, দুৰত্ব বহুত ওচৰৰ হোৱা হ'লে নিশ্চয় অসুবিধা নহ'ল হয়। সেয়েহে ভিডিঅ' চাইয়ে চেষ্টা কৰিব, আমাৰ শুভ কামনা থাকিল।
প্ৰভূ আপোনাৰ ঘৰ গোলাঘাটৰ কোন ঠাইত
মোৰো ঘৰ গোলাঘাটতেই হয়
আপোনাক এবাৰ লগ পাবলৈ মন আছে