নিদ্দিষ্ট বক্তাৰ ভাষন

Поділитися
Вставка
  • Опубліковано 28 лис 2024
  • লালুক নাওঁবৈচা আঞ্চলিক শাখাৰ উদ্যোগত সোণাপুৰ (ক) প্ৰাথমিক শাখা আৰু স্থানীয় ৰাইজৰ আতিথ্যত অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৬সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ ধৰ্মালোচনী সভাৰ নিদিষ্ট বক্তাৰ ভাষন। শ্ৰদ্ধাৰ শ্ৰীযুত যতীন লাহন, সু-বক্তা ভগৱন্তৰ একান্ত ভকত, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰচাৰ শাখাৰ সদস্য। ভাগৱত ব্যাখ্যাকাৰ। নাজিৰা। শিমলুগুৰি। এনে ধৰণৰ আধ্যাত্মিক ভাৱৰ ভিডিঅ'অডিঅ'পাই থাকিবলৈ আমাৰ এই Chaennlটো Subscribe কৰক আৰু কাষতে থকা 🔔 টো চুই দিয়ক ।
    অন্য এটি জনপ্ৰিয় ভিডিঅ'চাওক👇
    meet.google.co...

КОМЕНТАРІ • 5

  • @nivadowara6657
    @nivadowara6657 22 дні тому +1

    কৃষ্ণ কৃষ্ণ মাধৱ, কৃষ্ণ সেৱাভাগ জনালো ।ভাল লাগিল প্ৰভুজনা।

  • @rekhagogoi322
    @rekhagogoi322 22 дні тому +1

    কৃষ্ণ মাধৱ সেৱা ভাগি নিবেদন কৰিলোঁ 🙏🙏।

  • @akhilgogoi1869
    @akhilgogoi1869 21 день тому +1

    Krishna Krishna Krishna bhal lagil.

  • @lalithazarika9394
    @lalithazarika9394 22 дні тому +1

    কৃষ্ণ

  • @anjalidas4572
    @anjalidas4572 22 дні тому

    কৃষ্ণ অভিভাবক সকলে নিজৰ লৰাছোৱালীৰ হাঁহি খিকিন্দালিৰ প্ৰতিযোগিতাহে যেন পাতিছে😉