অনা অসমীয়া গৌৰৱ ছোমানিক আৰক্ষীৰ নিৰাপত্তা

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 245

  • @shaanali6072
    @shaanali6072 2 місяці тому +45

    অসমৰ বাঘ লাচিত সেনা ❤ জয় আই অসম ❤❤❤

  • @mousumBaishya
    @mousumBaishya 2 місяці тому +122

    শৃংখল অকল নাই সমগ্ৰ খিলঞ্জীয়া অসমীয়া মানুহ লগত আছে শৃংখল চলিহা জিন্দাবাদ,, আলফা স্বাধীন জিন্দা বাদ,, অসম চৰকাৰ গৌ বেক,, 😡😡

  • @samudrahazarika110
    @samudrahazarika110 2 місяці тому +44

    বৰ দুখৰ বিষয়। অসমত নিজৰ সন্তানে সমৰ্থন নেপাই। কিন্তু বহিৰাগত বোৰক চৰকাৰে সমৰ্থন কৰে। যিয়ে নহওঁক। মই শৃংখল চলিহা লগত থাকিম। শৃংখল চলিহা জিন্দাবাদ। জয় আই অসম।

  • @KamaleswarBaruah
    @KamaleswarBaruah 2 місяці тому +113

    অনা অসমীয়াক দেহৰক্ষী দি,অসমীয়াৰ সন্মান হানি কৰিলে

    • @heartfeeling-u8y
      @heartfeeling-u8y 2 місяці тому +1

      smart bjp r kam aibilak....axom t unnoti r uman aibur

  • @rgplayyt
    @rgplayyt 2 місяці тому +37

    সুন্দৰ । মই সদায় আছোঁ আমাৰ অসমীয়া জাতি জনগোষ্ঠী আৰু সংস্কৃতিৰ ৰক্ষা কৰিবৰ বাবে ।

  • @diliphandique7156
    @diliphandique7156 2 місяці тому +28

    শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে পৰিণতি ভয়ংকৰ হ'ব আৰু হাজাৰ হাজাৰ শৃংখল ওলাই আহিব।

  • @asomiaasom6008
    @asomiaasom6008 2 місяці тому +52

    অসম আৰক্ষী অসমীয়াৰ শত্ৰু ।অসম আৰক্ষী অসমীয়া ছোৱালীৰ নিৰ্যাতন কৰা অপৰাধী মাৰুৱাৰীৰ সমৰ্থক সেই কাৰণে অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত মাত মতা শৃংখল চলীহাৰ বিৰুদ্ধে দিয়া গোচৰ অসম আৰক্ষীয়ে গ্ৰহণ কৰি দিশপুৰৰ পৰা শিবসাগৰলৈ আনিছে অসম আৰক্ষিয়ে ,ঔইয়াৰ পৰা প্ৰমাণ হয় অসম আৰক্ষী অসমৰ শত্ৰু আৰু বিদেশী বহিৰাগত মাৰুৱাৰীৰ চুৱাচেলেকা পোহনীয়া ভৃত্য গোলাম । বহিৰাগত গৌৰৱ ছোমানীক নিৰাপত্তা সহিতে উৰুৱাই দিব লাগে আলফাই ।শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে গ্ৰেপ্তাৰ কৰা আৰক্ষী কেইটাক সপৰিয়ালে সামাজিক ভাবে একাষৰীয়া কৰি অসমীয়াই বৰ্জন কৰা প্ৰয়োজন তেতিয়াহে সিঁহতে বহিৰগতৰ ঠেং চেলেকী চুৱাচেলেকী ভৃত্য গোলাম হৈ থাকিব পাৰিব ।বহিৰাগতৰ পক্ষত থকা সকলো পক্ষকে সকলো অসমীয়াই সামাজিক ভাবে বৰ্জন কৰক ।বিদেশী বহিৰাগতৰ চুৱাচেলেকা গোলাম বিলাকৰ বাবেই বিদেশী বহিৰাগতই অসমীয়াৰ ওপৰত দাদাগিৰি কৰিবলৈ সাহস কৰি আছে ।জয় আই অসম ।

    • @mukulbaruah1833
      @mukulbaruah1833 2 місяці тому +2

      Asomia asom gasor dalpat jukari lv nai. mul khuta main mastermind hol amuthiman monubadi, brahmonbadi, jatibadi jehadi, khampradaik jehadi sayambhu prabhu eswar. Axomt kenekoi ki ninja technik khotai matra 1% sayambhu prabhu eswar a sasonr gadit bohi asey.

    • @asomiaasom6008
      @asomiaasom6008 2 місяці тому

  • @CommentingDepartmentChief
    @CommentingDepartmentChief 2 місяці тому +21

    জয় আই অসম আৰু অসমীয়া ।

  • @MonujKonwar-h7s
    @MonujKonwar-h7s 2 місяці тому +53

    অসম চৰকাৰ প্ৰশাসনৰ লাজ নাই ।

  • @mujiburhussain3294
    @mujiburhussain3294 2 місяці тому +11

    এয়ায়ে আমাৰ অসমৰ চৰকাৰৰ জাতি মাটি ভেটি ৰক্ষা কৰিছে। বহিৰাগত ৰক্ষণাবেক্ষণ দিছে।

    • @heartfeeling-u8y
      @heartfeeling-u8y 2 місяці тому

      bjp mne borbad....atao vl manuh ny tat...na porha likha ase ...

  • @pradipbedasarma
    @pradipbedasarma 2 місяці тому +32

    বিজেপি য়ে কিয় ৰাজনৈতিক ভবিষ্যত অসমত শেষ কৰিব ওলাইছে নাজানো।
    চৰকাৰে মিলামিচা হে কৰিব লাগিছিল,ই সংঘাত বঢ়াবহে

    • @ManjuBorah-p8i
      @ManjuBorah-p8i 2 місяці тому

      Hosakoi bhabi puwar nai .Assam t bjp ye purba obostha loi goti koriba.BJP ye ekhon o sit napaba 2026 t.

  • @ISeeYou-fc5zg
    @ISeeYou-fc5zg 2 місяці тому +14

    অসমতে অসমীয়া পাত্তা নাইকীয়া হ'ল।বৰ দুখৰ আৰু লাজৰ কথা দেই।আমি চুবুৰীয়া ৰাজ্য নাগালেণ্ড, অৰুণাচলৰ লোকক অকৰা নগা বুলি কোৱা যায়।এই ঘটনা টো নাগালেণ্ড অৰুণাচলত হোৱা হ'লে কেতিয়াবাই সমাধান হলহেতেন।অসমত দেখিছোঁ ওলোটা টোৱেই হব ওলাইছে।দুখৰ কথা দেই।

  • @DinoChutia
    @DinoChutia 2 місяці тому +2

    অসম জ্বলিব ,তেতিয়া প্ৰশাসনেই
    জগৰীয়া হব। লাগিব ।

  • @BulumoniSaikia-ui8fh
    @BulumoniSaikia-ui8fh 2 місяці тому +31

    এই খোমানী কুকুৰটোক বিজেপিয়ে ৰক্ষণাবেক্ষণ দি আছে বাবেই তাৰ তেল বাঢ়িছে । খেতি কৰো আমি আৰু দাম নিৰ্ধাৰণ কৰে সিহঁতে ৰাজস্থানৰ পৰা আহি । এতিয়া আকৌ আমাৰ পুলিচে তাক সুৰক্ষা দিছে । ইয়াত বিজেপিয়ে সুবিধা দিছে । খোমানী বোলাটোক ইয়াৰ পৰা খেদক ৰাইজ ।

    • @wahidhussain6752
      @wahidhussain6752 2 місяці тому +1

      Gutei dergaon khon luti ase ai sumani keitai

    • @BulumoniSaikia-ui8fh
      @BulumoniSaikia-ui8fh 2 місяці тому

      @@wahidhussain6752 খেদক খেদক ইহঁতক।

    • @wahidhussain6752
      @wahidhussain6752 2 місяці тому +1

      @@BulumoniSaikia-ui8fh Medical, pharmacy, Kapur business sob ehotor dokholot . . Khati khua axomiya kunu business koribo nuware dergaon t ..

  • @babitahazarika6300
    @babitahazarika6300 2 місяці тому +5

    আমি আছো শৃংখল চলিহাৰ সৈতে

  • @Chandra-v8p
    @Chandra-v8p 2 місяці тому +20

    ইয়াৰ পৰিনাম ভয়ংকৰ হ'বলৈ গৈ আছে ।

  • @ThaneswarBorah-z8y
    @ThaneswarBorah-z8y 2 місяці тому +13

    শিৱসাগৰ ত জুই জলাৰ সম্ভাৱনা দেখা গৈছে। বহিৰাগত ঠাণ্ডা হ'লে ভাল হয়

  • @Bidyadhar29
    @Bidyadhar29 2 місяці тому +14

    Zindabad Singkhol Soliha,Zindabad Poresh

  • @nripendas9926
    @nripendas9926 2 місяці тому +2

    ইয়াৰ মূলতঃ হিমন্ত বিশ্ব শৰ্মা দায়ী।

  • @dipmonisaikia5603
    @dipmonisaikia5603 2 місяці тому +2

    We are standing for respected Srinkhol chaliha.

  • @jaangaonkhowa1824
    @jaangaonkhowa1824 2 місяці тому +9

    আজি দিনত অনা অসমীয়া দপদপনিৰ হোৱা কাৰন, আমাৰ অসমৰ একাংশ নিজৰ গাদি আৰু পকেটৰ স্বাৰ্থত ৰাজনীতি কৰা সকলৰ কাৰনে হৈছে ইহঁতে অসমৰ স্বাৰ্থৰ কাৰনে ৰাজনীতি নেখেলে নিজৰ পকেটৰ স্বাৰ্থৰ কাৰনেহে ৰাজনীতি খেলে লাগিলে অসম ৰসাতলে জাক,তাত কি আহে জাই,

    • @heartfeeling-u8y
      @heartfeeling-u8y 2 місяці тому

      jetiyaloike bjp ase tetiya loike borbad axom

  • @ranjitborah1222
    @ranjitborah1222 2 місяці тому +14

    যি সকলে মাৰপিট কৰিলে সেইসকলৰ এজন এতিয়াও মুকলি আকাশৰ তলত আৰু যি প্ৰতিবাদ কৰিলে তেওঁৰ নামত FIR.

  • @67Vijay67
    @67Vijay67 2 місяці тому +1

    LOVE FROM BORSOLA 💜✅

  • @dhanburagohain180
    @dhanburagohain180 2 місяці тому +1

    Eeii jui sivsagar pora gutei assam't jolibo jodi srinkhal dak police'e haat logai .. Jai Aai Axom❤

  • @jogatchangmai4355
    @jogatchangmai4355 2 місяці тому +1

    জয় আই অসম ।

  • @RuhitPegu-rr9sj
    @RuhitPegu-rr9sj 2 місяці тому +6

    গৌৰৱ শুমানিক পিচ পিচ কৈ কাতিব লাগে

  • @labakumar72
    @labakumar72 2 місяці тому +7

    Aiyai Asom Sorkaror achol rup.... Good Assam Government. Nijor jatik suroksha dibo noware, atia Bonik gosthik nirapotta.

  • @dianuddinahmed5046
    @dianuddinahmed5046 2 місяці тому +2

    JOI AAI AXOM 🙏

  • @rong_mon
    @rong_mon 2 місяці тому +5

    অনা অসমীয়াক সুৰক্ষা দিব...কাৰণ চৰকাৰৰ ভঁৰালত অনা অসমীয়াই ধন দিয়েটো..সকলো হিচাপ ২০২৬ ত আমি যুৱ প্ৰজন্মই দেখাই দিম...ভোটৰ সময়ত 🙏😌.. যোৰহাট ত দেখিলেই নহয়...

    • @heartfeeling-u8y
      @heartfeeling-u8y 2 місяці тому

      BJP thoka loike axom borbad....belg party ahile o ehote hanti t thakib nidib axom k

  • @khagenkakati6380
    @khagenkakati6380 2 місяці тому +13

    ছোমানী অসমীয়া ৰ শত্ৰু।

  • @dhanjitnath4013
    @dhanjitnath4013 2 місяці тому +3

    অসম চৰকাৰ আৰু আৰক্ষি প্রসাশন অনাঅসমিয়াৰ বাবেহে.গতিকে জনগনে 26চনলৈ মনত ৰাখি এসেকা দিবলৈ সাজু থাকক .অসমিয়াগিৰি দেখুৱাই দিলে হল.🙏🌹

  • @DBARMAN-v6c
    @DBARMAN-v6c 2 місяці тому +12

    অসম আৰক্ষী অনা অসমীয়া বণিয়াৰ নিকিনা গোলাম। এনেদৰে যদি বি জে পি নেতৃত্বাধীন চৰকাৰ খনে অসমীয়া খিলঞ্জীয়া বিৰোধী পদক্ষেপ গ্ৰহণ কৰে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিদায় লোৱাতো নিশ্চিত। জয় আই অসম।

  • @mompibs9528
    @mompibs9528 2 місяці тому

    জয় আই অসম ❤

  • @dhanburagohain180
    @dhanburagohain180 2 місяці тому +2

    Srinkhal soliha jindabad❤

  • @taradoi7957
    @taradoi7957 2 місяці тому +4

    মই সদায় জনতাৰ লগত অৱস্থান গ্ৰহন কৰিম । জনতাই মোৰ বাবে ভগৱান । জাতিয়ে মোৰ জীৱন ৰ লাইখুটা ।
    । মই প্ৰথম অসমীয়া তাৰ পাছত হে হিন্দু । মই প্ৰথম অসমীয়া তাৰ পাছত হে ভাৰতীয় । কিয়নো সকলোতকৈ জাতি উদ্ধত । 0:02 0

    • @sujanbrothervlogs9027
      @sujanbrothervlogs9027 2 місяці тому

      Moi prothome bharatiya, tar pisot sanatani , iyar pisot assamese, dharma thakile haa jaati thkibo , nohole lungi pinhi ghuri phuribi miya hoi

  • @NorenKardong
    @NorenKardong 2 місяці тому +25

    BJP চৰকাৰ অসম অসমীয়াৰ চৰকাৰ নহয়।কাৰণ অনা অসমীয়াৰ ৰক্ষক।বিভেষবান অসমীয়াই BJPক ধীষকাৰ দিয়ক।

    • @heartfeeling-u8y
      @heartfeeling-u8y 2 місяці тому

      BJP thoka loike axom buli nhy all india borbad hb

  • @nabajitgohain8137
    @nabajitgohain8137 2 місяці тому +15

    নামত অসম পুলিচ লেউৰা পুলিচ

    • @heartfeeling-u8y
      @heartfeeling-u8y 2 місяці тому +1

      axom t axomiya r upart roja uthib pare...rastat fine r namot ghus lob jane 😂😂

  • @hemantadas6711
    @hemantadas6711 2 місяці тому +1

    এইবোৰ টকাৰ power ওপৰ মহলত টকা দি সুৰক্ষা লৈছে ! এজনী ছোৱালীক যে অক্ৰমণ কৰিলে ইমান বেয়াকৈ তাৰ ওপৰত আইনে বিচাৰ কৰা উচিত বুলি ভাবোঁ !!

  • @DrishitraHajarika
    @DrishitraHajarika 2 місяці тому +1

    Gourov, apka time agaya. Sabdhan G. Sumami. Tuk guliaiab ulfay. Toi Afir dio no. Quickly khoma khuj nolay bhal nohobo. God blase you.

  • @Surajjamanprodhani
    @Surajjamanprodhani 2 місяці тому +1

    Laz lagil

  • @PronabDeori-xt1wc
    @PronabDeori-xt1wc 2 місяці тому +16

    Marwari a challenge korise tar mane.

    • @heartfeeling-u8y
      @heartfeeling-u8y 2 місяці тому

      sorkar r asol dhori attack kri ase....jetiyaloike bjp ase tetiya loike borbad axom

  • @rajkumardihingia2331
    @rajkumardihingia2331 2 місяці тому +1

    ঘটনা হৈছে শিৱসাগৰ,অপৰাধীৰ হৈ কেছ দিয়াজন দেৰগাঁৱৰ ,,,,আইনৰ ফালৰ পৰা শুদ্ধ নে,,,,নে মাৰোৱাৰীৰ টকাৰ বাহাদুৰী,,,,মানুহে এনে কাৰ্য্যৰ বাবেই উগ্ৰবাদৰ আশ্ৰয় লবলৈ বাধ্য হয়,,,চৰকাৰৰ কৰ্তব্য বীৰ লাচিত সেনাই পালন কৰিছে,,,যদিহে শূংখলক গেপ্তাৰ কৰে তেতিয়া হলে শিৱসাগৰ সদৰ থানাই লকআপটো ডাঙৰ কৰক,,,মই যাম আৰু মোৰ লগতো দুই চাৰিজন যাব গেপ্তাৰ হবলৈ,,,BJP চৰকাৰ খনৰ প্ৰতি লাহে লাহে অনিহা ভাৱ উপজিছে,,গৌৰৱ চুতমানিক বডীগাৰ্ড দিয়াটো কিবা লৰা ৰজাৰ শাসন যেন লাগিছে,,খং উঠিছে নিজৰ ওপৰতে,,,,আলফা জিন্দাবাদ॥॥॥॥॥

  • @papayanath9512
    @papayanath9512 2 місяці тому +1

    Joy Aai Axom Bir Lachit Sena Zindabad ❤️🙏

  • @harekrishnadas1807
    @harekrishnadas1807 2 місяці тому +1

    চত্তিছগড় , ঝাৰখণ্ডৰ নিচিনা পৰিৱেশ হলেহে চৰকাৰে বুজিব

  • @Bidyadhar29
    @Bidyadhar29 2 місяці тому +6

    Assam is country,country is Assam

  • @bidyotborah8930
    @bidyotborah8930 2 місяці тому +14

    Alfai eyak urai dibo lage

  • @guninmili6714
    @guninmili6714 2 місяці тому +4

    এই ছৰকাৰখন অনাঅসমিয়াক পুজাকৰে।

    • @heartfeeling-u8y
      @heartfeeling-u8y 2 місяці тому

      axom r besi vag manuh dukhiya j....ammi lakh lakh toka tax dib nuwaru j...BJP okl tax bisare ru tax high korib pare

  • @BishwajitDewri-n6t
    @BishwajitDewri-n6t 2 місяці тому +1

    মামা ছোৱালী জনীক যদি মাৰোৱাৰী এনে দৰে আক্ৰান্ত কৰিলে হয় তেতিয়া বুজিব পাৰিলে হয় এতিয়া বেলেগৰ ক্ষেত্ৰত হয়ছে যেতিয়া একো নাই?

  • @dipmonisaikia5603
    @dipmonisaikia5603 2 місяці тому +3

    Bjp চৰকাৰ ক বিদায় দিয়াৰ সময় সমাগত!সকলো ৰাইজ একত্ৰিত হোৱা উচিত।

    • @heartfeeling-u8y
      @heartfeeling-u8y 2 місяці тому

      buja khini bujise...nubuja manuh khini murkho 1250 toka di GST r namot 5000 loi goi ase kune bujab atiya ehotok....

  • @BipulBora-r8g
    @BipulBora-r8g 2 місяці тому +5

    এই চৰকাৰ খনেই অনা অসমীয়া চৰকাৰ।

  • @narrottamsaikia758
    @narrottamsaikia758 2 місяці тому

    We are accompanied with sringkhol chaliha

  • @Sumit-pz2kt
    @Sumit-pz2kt 2 місяці тому +2

    আলফা জদি আনা অসমীয়া তোক মাৰিব পাৰে তেতিযা মানিম আলফা জেযাই আছে

  • @PRANJALBORUAH
    @PRANJALBORUAH 2 місяці тому +10

    অসম আৰক্ষী অসমীয়াৰ লগত নাই

    • @heartfeeling-u8y
      @heartfeeling-u8y 2 місяці тому

      nuware o thakib jetiya loike axom t bjp ase

  • @HomorNog-bh8hk
    @HomorNog-bh8hk 2 місяці тому

    Poresh borouwa sir jindabad joi ai akhom 🙏

  • @ogixen2017
    @ogixen2017 2 місяці тому +7

    চুৱাচেলেকা অসম পুলিছ

    • @heartfeeling-u8y
      @heartfeeling-u8y 2 місяці тому

      jenekoi kole o laj ny ehotor.....tat ru sorkar BJP r 😂😂

  • @bishwanathgogoi1555
    @bishwanathgogoi1555 2 місяці тому +1

    চা ঐ চা এয়া অসমীয়া জাতিটোৰ অবস্থা চা।দে ঐ দে বি জে পি ক ভোট দি আন অসমীয়াক বৰপিয়া পাৰি দে।জাতীটোক নিলাজৰ দৰে আঠুকাৰিবলে দে।

  • @Labar-d1o
    @Labar-d1o 2 місяці тому +1

    Joi ai Assam

  • @GirijaBorgohain
    @GirijaBorgohain 2 місяці тому +1

    Joy ai akhom

  • @hiranmoydas2730
    @hiranmoydas2730 2 місяці тому +4

    জাতি মাটি ৰক্ষা কৰাৰ চেষ্টা।

  • @Bidyadhar29
    @Bidyadhar29 2 місяці тому +6

    Sob Assamese manuh ekgut hoi ami Hotryakari Marwari,Punjabi,Bihari k Assam r pora khedi dib lage ok.

  • @kusheswarbaruah3687
    @kusheswarbaruah3687 2 місяці тому +2

    শিঙ্খল, চলিহাক বন্দী কৰি চৰকাৰে কি কৰিব, হাজাৰ হাজাৰ শিঙ্খল চলিহা ই যেতিয়া হাতত হেংদাং ল'ব তেতিয়া ৰক্ষা নাপাব,, দৌৰি তত নাপাব, অসমত থলুৱা ৰ ৰাজত্ব, হ'ব লাগিব,

  • @jibongogoi6940
    @jibongogoi6940 2 місяці тому +3

    এই কাৰণে 2026 চনত বি জে পি চৰকাৰ ক্ অসমৰ পৰা খেদিব লাগে l

  • @manjugohain6786
    @manjugohain6786 2 місяці тому +2

    দুখৰ বিষয় ।

  • @DipaliBorah-ks1sb
    @DipaliBorah-ks1sb 2 місяці тому +1

    Lachit Sena and Alfa zindabad

  • @BidyutSonowal-u2f
    @BidyutSonowal-u2f 2 місяці тому +1

    Axom sarkar hai hai

  • @Bidyadhar29
    @Bidyadhar29 2 місяці тому +2

    We want peace.

  • @KabitaSaikia-tw4ps
    @KabitaSaikia-tw4ps 2 місяці тому

    Srinkhol soliha zindabad

  • @a2zfacts745
    @a2zfacts745 2 місяці тому +2

    ব্যবসায় শিকক। দাদাগিৰি নহয়।
    ব্যবসায় স্থায়ী। দাদাগিৰি অস্থায়ী। দাদাগিৰিৰ ৰিটায়াৰমেন্ট এজ কম।ব্যবসায় পুৰুষানুক্ৰমে চলিব। দাদাগিৰি নচলিবও পাৰে। আপোনাৰ লৰাই আপোনাৰ দৰে দাদাগিৰি নকৰিব পাৰে। তাৰ মাকে পঢ়ি শুনি ভাল চাকৰি এটা কৰাটোহে বিচাৰিব। আপোনাৰ ব্যবসায়টো চম্ভালি লোৱাটোহে বিচাৰিব। চিঞৰ বাখৰ কৰি অনুষ্ঠান পাতি চান্দা গোটাই ফুৰাটো ভাল নাপাব। দোকান খুলিবলৈ যদি আপোনাৰ ঠাই আছে। ব্যবহাৰ কৰক। নিজে খোলক। দিনৰ শেষত টকা গন্তি কৰক। সৰুকৈ খোলক। মাহৰ শেষত পাচ হেজাৰ ৰুমৰ ভাড়া লোৱাতকৈ দিনে পাচশকৈ লাভেৰে পোন্ধৰ হেজাৰ মাহে গোটাওক। পাইকাৰী ডিলাৰে বস্তু আপোনাক দি যাবহি নহয়। এপদ দুপদকৈ কিনি বেচক।
    বহিৰাগতক বাৰু দোকান বন্ধ কৰাব। তাৰ আগতে নিজে দোকান খোলক। দোকানত
    দিনটো বহি থাকী বস্তু বেচি টকা বোৰ অলপ অলপকৈ আহিব। গোটেই খিনি লাভ নহয়। তাৰ এটা অংশহে লাভ। গতিকে গধুলি গোটেই টকা কেইটা খৰচ কৰি নেপেলাব।
    দোকান খনত আপুনি অসমীয়া কৰ্মচাৰী ৰাখিব। তেওঁলোক তেজত ব্যবসায়ৰ তেজ নথকা দৰ্মহা খোৱা কৰ্মচাৰী। বস্তু বিক্ৰী হওক নহওক মাহৰ শেষত দৰ্মহা পাব। তাতকৈ উচ্চাকাংখ্যা নাই। নিজৰ ব্যবসায় কৰাৰ বুদ্ধি গোটোৱাৰ চিন্তা নাই। আলু পিটিকি ভাত আৰু মবাইল পিটিকি নাচ চাই থাকিলে জীৱনৰ সৰ্ব সুখ লাভ। ধৰ্ণা দিব, সমদল কৰিব। কৰবাত আইন শৃংখলা ভংগৰ অভিযোগত, আইন হাতত তুলি লোৱাৰ অপৰাধত (উপনিবেশিক ভাৰত ৰাষ্ট্ৰৰ?) পুলিচ বাহিনীয়ে আপোনাক গ্ৰেপ্তাৰ কৰিব।ঘৰৰ মানুহে জামিন লব। তাৰ বাবে মাটি বাৰীৰ কাগজ পত্ৰ লাগিব। মাৰোৱাৰীৰ বিশ্বাসযোগ্য মুনিমজী আছে। অসমীয়াৰ নাই। শুনিবলৈ বেয়া সচা কথা। দম দি অনা হেজাৰ টকা মদৰ বটলত নাৰ্চিঙ হোমত যায়। কষ্টৰ টকা চাউল দাইলত যায়।
    বাহিৰৰ পৰা যে নিমখ, চেনি, গুৰ, আলু পিয়াজ, লোহা, চিমেন্ট, দাইল, বুট, মগু, গুৰ আনিব লাগিব সেইবোৰ কোনে আনিব। অসমীয়া বেপাৰীয়ে বেপাৰ কৰিলে ওচৰাওচৰিকৈ থকা দুখন দোকানত নিজৰ ভিতৰত প্ৰতিযোগিতা কৰিব। এজনে যদি দু শ টকাত বেচিছে কাষৰ জনে এশ আশী টকাত দিব। বহিৰাগতে নিজৰ চেম্বাৰ্চৰ মিটিঙত কোন বস্তুৰ কিমান দামত বিক্ৰী কৰিব সিদ্ধান্ত লব‌ । না এটকা কম না এটকা বেচি। গ্ৰাহক ৰূপী আপোনাক কব, ইচ চে চস্তা য়ে বাজাৰ মে কহী মিলতা হে ত হম পেইচা ৱাপচ কৰ দেংগে। ট্ৰাই কৰ কে দেখিয়ে। এয়া বিজিনেচ ইউনিটি। কমিউনিটি চাপৰ্ট। আপুনি বিচৰা বস্তুটো কোনোবা এখন দোকানত নাপালে আন এখন দোকানৰ ৰেফাৰেঞ্চ দিব। সেইখনো নিজৰ সম্প্ৰদায়ৰ ভিতৰৰ। আমি আন এখন অসমীয়া দোকানলৈ পঠিয়াম নে । নপঠিয়াও। আপোনাৰ গ্ৰাহক তাৰ তালৈ কিয় যাব। তাৰ বিক্ৰী কিয় বাঢ়িব। তাৰ দোকান খন বন্ধ কৰিব পাৰিলেহে আপোনাৰ খনে দোপতদোপে উন্নতি কৰিব। নহয় জানো?
    তেওলোকৰ ইয়াত মাটি আছিল।নেকি? ৰাষ্টাৰ কাষৰ মাটি বোৰ এতিয়া গাৱৰ ভিতৰৰ মাটিবোৰ দকা হকা দি লৈছে নেকি? কিনিছে। আপুনি ভবা উচিত মূল্য দিছে। মাটি কিনি লগে লগে সীমাৰ ৱাল দিছে। তাত মুতিভলৈও আপোনাৰ প্ৰবেশ নিষিদ্ধ। আপুনি সেই মাটি বেচা টকাৰে বাইক গাড়ী কিনিছে। জয় আই অসম চিঞৰিছে। আমাৰে কোনোবা ছোৱালীয়ে বহিৰাগতক সংগ দিয়াৰ অভিযোগৰ সংখ্যা বাঢ়িছে। কিয় চল পাইছে? টকা। আমাৰে টকাৰে আমাকে কিনিছে। এতিয়া শাৰীৰিক মানসিক নিৰ্য্যাতন চলাবলৈ সুবিধা পাইছে।
    আজিকালি একাংশ মহিলাই পুৱা লৰাছোৱালীক স্কুলত থবলৈ আহি মানুহ জনলৈ ভাত উলিয়াই থৈ দিনৰ দিনটো স্কুলৰ সন্মুখত বহি থাকি আবেলি ঘৰলৈ ঘুৰি যায়। মাজত কেইবা ঘন্টা অপচয়। আড্ডা দিয়া সকলে মাজতে দোকান পোহাৰ ফুৰি ইখন সিখন দোকানত বস্তু চাই সময় কটায়। তাৰে এজনীয়ে ওচৰৰে ৰুম এটা ভাড়া লৈ দোকান এখন খুলিলে নিজৰ লৰা ছোৱালীয়ে ব্যবসায় শিকিব। তাকে কৰিবলৈ আকৌ সময়েই নাই। গোটৰ মিটিং পাতি নিন্দা চৰ্চা বোৰ কোনে কৰিব।
    নিজক সলনি কৰক। আনক নহয়‌। ঘৰে ঘৰে চুবুৰীয়ে চুবুৰীয়ে। জিলাই জিলাই আপোনাআপুনি হব। সংগঠন নকৰাকৈ হব।

  • @tulandoley3921
    @tulandoley3921 2 місяці тому +1

    অন্য অসমীয়া ৰক্ষণাবেক্ষণ দিয়া চৰকাৰৰ।

  • @Bidyadhar29
    @Bidyadhar29 2 місяці тому +2

    Assam is country,country is Assam.

  • @GitimalaPegu
    @GitimalaPegu 2 місяці тому +6

    Eyar porinam bhugiboloi haju thakok. Ana asomiya hot.

  • @ddas4452
    @ddas4452 2 місяці тому +1

    বাহিৰৰ মানুহৰ সুৰক্ষা দিয়াৰ চৰকাৰ হয় এই খন

  • @BHASKARGOGOI-o5g
    @BHASKARGOGOI-o5g 2 місяці тому +1

    বহিৰাগতৰ পকেটত থকা অসম পুলিচৰ লাজ চৰম নাই ছোৱালীজনীক মাৰ পিট কৰা কেইটাক জেলত নভৰাই শৃংখল চলিহাৰ পিছত লাগি আছে আচলতে অসম আৰক্ষীৰ বাইক আৰোহীৰ অত, টেম্পু,তাক,দাম্পাৰ চালকৰ পৰাই চান্দা তোলাৰ বাদে একোৱেই ভাল কাম কৰা দেখা নাই

  • @Bidyadhar29
    @Bidyadhar29 2 місяці тому +5

    Gaurob Somanik aji 20.8.2024 t pis pis kori kati mangkho khab lage ok

  • @GCNath-ed7im
    @GCNath-ed7im 2 місяці тому +3

    অসমত দূৰ্গাপূজা চত পূজা পাতিব লাগে কেলে,এইখন শঙ্কৰ আজানৰ দেশ ইয়াত সেইবোৰ পটাৰ কথা নাহে

  • @Bidyadhar29
    @Bidyadhar29 2 місяці тому +3

    Aji pora Assam desh hol ami 100 crore Assamese manuhe Assam k desh hol buli announced korilu aji pora.

  • @axomdekhorlora7890
    @axomdekhorlora7890 2 місяці тому

    Kela ❤❤

  • @GautamPhukan-si8zw
    @GautamPhukan-si8zw 2 місяці тому +3

    Dibrugarh tu mawri utpat bahi goyse.

  • @hiturhymes3440
    @hiturhymes3440 2 місяці тому

    নিৰ্দোষীয়ে যদি কোনো নিয়াই নাপায় তেনেহলে শাসনব্যৱস্থা কিয় লাগে আমাক

  • @aliciadawns8535
    @aliciadawns8535 2 місяці тому

    Somani nissoi sindhri hoi jen lagise , axomot thakiu je eman hahokh korise manibo lagibo.

  • @QwertyUiop-zx6xc
    @QwertyUiop-zx6xc 2 місяці тому +2

    এই চুটমাৰনি নে চুমানি ক দেখিলেই পিতিম কেলা

  • @crazygirl8574
    @crazygirl8574 2 місяці тому +2

    Khaijon thalibone vgobane he jane❤

  • @KhanendraBarman
    @KhanendraBarman 2 місяці тому

    Lachit sena jindabad

  • @kapil912
    @kapil912 2 місяці тому +2

    অ হো‌ অ হো‌ কৰা কেইটা ক'ত

  • @sadeksaikia8168
    @sadeksaikia8168 2 місяці тому +3

    আছু এতিয়া কত ।

    • @QwertyUiop-zx6xc
      @QwertyUiop-zx6xc 2 місяці тому

      শুকুনি মামাৰ পকেটতত

  • @shreddedface6039
    @shreddedface6039 2 місяці тому +1

    জাতিয়তাবাদী নেতা লুৰিণজুতিক ২৬ ত চি এম বনাব লাগে।

    • @mimusicassam6498
      @mimusicassam6498 2 місяці тому

      Right

    • @mimusicassam6498
      @mimusicassam6498 2 місяці тому

      আমি 2000 nhy 5000 দিলেও ভুল নাজাও eksamor কাৰণে শেষ হৈ গল, 1200 টকা পাই

  • @Tarunchdeka-cb4go
    @Tarunchdeka-cb4go 2 місяці тому +2

    আগতে ছোৱালী জনীক কিয় মাৰিলে, চাৰ্জ চিট দিয়ক ,বিচাৰ আদালতে কৰক,সঙযম সকলোএ হ ওক,জেদ কৰিলে পৰিবেশ বেয়া হোৱাটো কাম্য নহয়, এইটো সঁচা আমাৰ লৰাই বেলেগ ৰাজ্যত গৈ দাদাগিৰি কৰা নাই, ছোৱালী জনীক উচিত বিচাৰ আদালতে দিয়ক, আমাৰ সংগঠন বোৰে অন্য থানাত তেওঁৰ ওপৰত কেচ দিয়ক,আইন হাতত নলব

  • @bijusaikia5372
    @bijusaikia5372 2 місяці тому +2

    " দেশ খান গেল " ।

  • @diliphandique7156
    @diliphandique7156 2 місяці тому +2

    পৰিণতি ভয়ংকৰ হ'ব, চৰকাৰে জানি লওক।

  • @lakhikalita5002
    @lakhikalita5002 2 місяці тому

    অসম আৰক্ষীৰ কাম নায় কাক সুৰক্ষা দিবলাগে কাক দিছে

  • @champakdas5737
    @champakdas5737 2 місяці тому +2

    Somanir Tika Khan seleki dibo Lage 😂😂only police protection kiyo

  • @rkvlog0167
    @rkvlog0167 2 місяці тому +3

    Eyatkoi aru lajor kotha ki hobo pare 😢

  • @anupam9308
    @anupam9308 2 місяці тому +2

    অসম পুলিশ😂😂.। অনা অসমীয়া ক সুৰক্ষা আৰু অসমীয়া ক গ্ৰেপ্তাৰ। কি চলি আছে সে অসমত। কোন মক্কেল ৰ এই সাহস। ধৰি ধৰি পিটিম কেলা

  • @UtpalHira-p2n
    @UtpalHira-p2n 2 місяці тому

    Axom axomiya shinkhal salihar logot aase
    Joi Aai Axom

  • @babamovie7923
    @babamovie7923 2 місяці тому

    We learn from Arunachal Pradesh

  • @ripuhoque1529
    @ripuhoque1529 2 місяці тому

    😢😢

  • @goutamdas9066
    @goutamdas9066 2 місяці тому

    khilonjia manuhor safety aru security arokhi nissoi sabo lage...kintu, jibhabe Axom't eta poristiti bonua hoise iman eta developing Axom r nam beya hoi goi ase lahe lahe.... besi din nai Axom ako pisuai jabo..... Axom r raiz k moi parhona korisu eku jate onisto nohoi axom r poribekh..... Moi axom r proteik khilonjia mahuhok anurodh korisu plz Axom k pisuai nidibo peaceful protest korok .... Jai Aai Axom

  • @utpalutpal7974
    @utpalutpal7974 2 місяці тому

    অসম চৰকাৰে অসম খন বাংলাদেশ বনোৱাত লাগিছে।।। ইহত বোৰে কি বোলি নিজকে অসমিয়া হিচাপে পৰিচয় দিয়ে।।।। ইহত বোৰে নিজ নিজ উপাধি বোৰ । আলি, ৰহমান, এইবিলাক লিখিব লাগে লাজ পাইছো নিজকে অসমিয়া বুলি কবলে।।।😞😞

  • @nitulgogoi8811
    @nitulgogoi8811 2 місяці тому

    আৰু দে B J P ক ভোট 1200 টকা ৰ কাৰণে

  • @MonuranjanPhukan-c2e
    @MonuranjanPhukan-c2e 2 місяці тому

    সদৌ অসম ছাত্ৰ সন্থা এতিয়া কিয় মনে মনে আছে ?কাহিনীটো কি ?

    • @mimusicassam6498
      @mimusicassam6498 2 місяці тому

      ভাল ভাল collection আছে চাগে