মমতাৰ চিঠি, কবি: হেম বৰুৱা, আবৃত্তি: হিমাদ্ৰী তনয়া মহন্ত
Вставка
- Опубліковано 25 гру 2024
- আমাৰ প্ৰতিষ্ঠানৰ বি.এড তৃতীয় ষান্মাসিকৰ ছাত্ৰী হিমাদ্ৰী তনয়া মহন্তৰ আন এটা কবিতা আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। হিমাদ্ৰীয়ে কবি হেম বৰুৱাৰ "মমতাৰ চিঠি" নামৰ কবিতাটো সুন্দৰকৈ আবৃত্তি কৰিছে। সকলোৱে এবাৰ শুনি চাব দেই ।