@@ashrutmahantaTeur kotha botora bur pis pora kintu montu je Val agboha...Aru aponar kotha botora bur val modern kintu montu je pispora puronikoliya ki koi hehe....😊😊
Dimpu eta BJP r hatot biki huwa youtuber....he aaji loike Jun Moni ba r murder case tuk loi video eta bonabo kiyo Dom nohol ....karon hei topic tuk loi video bonale Tak Himu topai beya pabo je
বহুত সুন্দৰ বহু কথাই জানিব পৰিলোঁ। আৰু অতি সুন্দৰ আটক ধুনীয়া এটা বিধান সভা চৌহদ সকলো বোৰেই আছে। মাথো এটাই আশা যাতে আমাৰ MLA মন্ত্ৰী সকল এই ডিজিটেল পদ্ধতিৰ বিধান সভাৰ পৰা বৈজ্ঞানিক চিন্তাৰে অসম খন আগুৱাই নিয়ক লগতে আমাৰ জন প্ৰতিনিধি সকল শিক্ষিত হোৱাটো অতিকৈ প্ৰয়োজন। আৰু বৰ্তমান বিধান সভাই এইটো এটা হিধান্ত লওক যে একোজন জন প্ৰতিনিধি হবলৈ এটা শিক্ষাগত অৰ্হতাৰ নিৰ্ধাৰণ কৰি দিয়ক।❤🙏
*I don't understand Ahom but I'm addicted to his Pure Natural VLog* he is crashing the knowledge coursey to all who understand, bo... bo... bo... lagibo Dimpu Bhai ♥️
*Golot Dhuniya Aronnai Khon Dekhi Val Lagil Dimpu Da...Aru Assembly t dhuniya Aronnai+Gamucha Design..JWI BORO HARINI , JOI AI AXOM*
12:26 uyt dev bk if xx so if, du ha Dr
APUNI ANAR UPAKAR KARI VAL PAY
Hey suglai brother
Bcg vhhjjy
G mucha😂😂😂😂😂
অসম বিধান সভা ভৱনটো যেনেকৈ আটকধুনীয়াকৈ সকলোৰে চকুত লগাকৈ বোনাইছে তেনেকৈ যাতে অসমখনক ও গোতেই বিশ্বত উন্নতি আৰু আধুনিকৰণ দ্বাৰা চিনাকী দিয়ে বিধায়ক মন্ত্ৰী সকলে এয়াই আশা থাকিল
Right
বহুত ভাল লাগিল এক গুৰুত্বপূৰ্ণ বিষয়বস্তু ।
ৰাইজৰ বাবে ৰাজ্যৰ বাবে নিস্বাৰ্থ কৰ্ম দায়িত্ব পালন কৰা নেতা অভাৱ মাথোঁ বৰ্তমানৰ অসম বিধান সভা ভৱনত।
❤
👍
Jwi Boro harini ❤ Good
দিম্পু দাৰ সমান বৰ্তমান হয়টো অসমত কোনো ইউটিউবাৰ নাই।
অসম বিধাসভাৰ অধ্যক্ষজন আমাৰ পিছপৰা এখন গাঁৱৰ । (আমাৰ নাওকাটাৰ )
অধ্যক্ষ sir ক কেইবাবাৰো লগ পাইছো,
কিন্তু নতুন বিধান সভাৰ ভবন টো Dimpu দাৰ জৰিয়তে সুন্দৰ কৈ দেখা পোৱা হলো।
বহুত ভাল লাগিল , ❤❤
পিছপৰা গাঁৱৰ কাৰণে কথা বতৰা বোৰো পিছপৰা চাগে। গাঁও খন গছ গচনিৰে ভৰা চাগৈ🥶
@@ashrutmahantaTeur kotha botora bur pis pora kintu montu je Val agboha...Aru aponar kotha botora bur val modern kintu montu je pispora puronikoliya ki koi hehe....😊😊
বিধানসভাৰ ভৱনটো ৰ
নিচিনা সদস্য সকলৰো মনবোৰো ধুনীয়া হয় তাৰে কামনা কৰো।
Sri biswajit daimary hounble speaker of Assam legislative assembly is so humble in nature no arrogance what a kind person
He is humble and soft spoken person
ভাল লাগিল বিধান সভা নৱ নিৰ্মিত ভৱন টো ডিম্পু ৰ জৰিয়তে দেখা পালো।অৱশ্যে ৰাতিপুৱা সদায়েই আমি এই ভৱনৰ আগেদিয়েই প্ৰাতঃভ্ৰমণ কৰো।ভাল লাগিল এটা কথা জানিব পাৰি যে সাধাৰণ নাগৰিকেও দৰ্শন কৰিব পৰা ব্যৱস্থা ৰাখিছে।ধন্যবাদ ❤
ভাল কাম কৰিলা ডিম্পু । অসমৰ ৰাইজক নেদেখা বস্তু এটা দেখুৱালা । ❤❤❤❤❤
Dimpu eta BJP r hatot biki huwa youtuber....he aaji loike Jun Moni ba r murder case tuk loi video eta bonabo kiyo Dom nohol ....karon hei topic tuk loi video bonale Tak Himu topai beya pabo je
যেনে কুৱা ভৱন কামবোৰ ও তেনেকুৱা হওক তাকেই কামনা ক ৰিলো। জয় আই অসম।
কেমন আছ
Right
কুঁৱলী
আঘোণ - পুহ মাহৰ কুঁৱলীয়ে
মোৰ মনলৈ লৈ আনে
মোৰ কুঁৱলীৰ কথা ।
যাক মই নিজতকৈও
পাইছিলো ভাল সেই কুঁৱলী ।
তাইৰ ঘৰ সিখন গাঁওত আছিল যদিও
তাই সদায় আবেলি আহিছিল
নৈৰ পাৰত মোক লগ ধৰিবলৈ ।
যত আমি পাতিছিলো আমাৰ ভৱিষ্যতৰ কথা।
যিবোৰ কেৱল মই , কুঁৱলী আৰু নৈখনে জানে ।
নাজানো ভগৱানে নে নৈখনে নিবিচাৰে
কুঁৱলী আৰু মোৰ মিলন ।
হয়তো সেই নৈখনৰ এ হিংসা
উপজি উঠিছিল আমাৰ ওপৰত ।
আৰু সেই বাবে হয়টো সি
এদিন লৈ গ'ল কুঁৱলীক উটুৱাই ।
যিদিনা মোৰ হৈছিল যোৱাত ওলপ পলম
তাই যি গ'ল আৰু নাহিল
নাহিল তাই আৰু এদিনো মোৰ কাষলৈ
নাপালোঁ তাইক আৰু দেখা ।
কিন্তু মই জানিও নজনাৰ দৰে
এতিয়াও আছো তাইৰ আশাতে ৰৈ ।
Yes this is Assamese youtuber proud of you dimpu Da ❤
Entertainment is another thing but Informative video is also necessary for our generation.
Keep spread information through your video's.
📌📌আমি আশা কৰিছো Dimpu এদিন বিধান সভাত বহিব আৰু সততাৰে কাম কৰিব🙏🙏❤️
Fully support from my site
Dimpu Jodi MLA hoi ses aru
@@Oja957heyyy dostoo😂😂😂
😂
Dimpu aru all viewers or babe tenekuwa axa nokorai val
Wow..... So beautiful
Sai bahut bhal lagise
Moja dimpu da
Next Level ❤❤ ভাল লাগে আপোনাৰ Video
Great dimpu,aami proud koribo paru nalbarit dimpur nisina lora ajon aase.sokoloye sabo vidio tu bohut janibo paribo
Next Level🔥🔥 Dimpu da 💜
From Tamulpur ❤❤
Aronai khonr lgt apunak bohut dhuniyà lagise.....dimpu da....aru bhut dhuniyà bostu eta dekhale ......JWI BORO HARINI
Bhai Fast Like ❤And comment 😊😊 mot Tezpur ❤❤❤❤ Love You Dimpus Bhai Love From Assam...
Bor xundor ata VIDEO salu . Thanks
Really proud of Assam 🎉🎉🎉🎉i love Assam
💩assam🐽🐽🐽🐒🐒🐒 gaymamta sharma 🐽
Moja lagil Sai dimpu daa ❤
বিশেষকৈ ছাৰজনে ধুনীয়া কৈ বুজালে ভাল লাগিলে ❤
Dimpu bhai... Val lagil.. etiya
Direct Amer minister sir ok log dhorim.....
👍👍
Kam ase...
Advance Many many Happy Birthday to you Dimpu dada MGBU❤️🌸
Dimpu da Moja Lagise Video tu Sai 😍😍🥰🥰
ভাল লাগিল সুন্দৰ Dimpu আমিও যাম এদিন
Wow great dimpu da kintu hosake Tumi ultra pro Lucky loi jonmo loisa❤ go ahead dimpu da❤
Advance advance advance 🎉🎉🎉🎉🎉🎉 Happy Birthday Dimpu da❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
😊😊😊
Vl lgile video tuu sai kba ata xikibo prilu Thank you dimpu daa ❤️❤️
Dimpu da I hope for a always gets for a next vlogs is always great 🔥🔥
Moza hoise dimpu da 👍👍👍👍👍👍
Dimpu daa ke liye ek like to banta hai ❤❤👍
Eitu kintu next level video bonaisa. bhal lagil sai.
Aronai is boro's traditional cloth. Dimpu baruah and Biswajit daimary sir are wear aronai
Good job asolote aibor raije janibo lage jimanei raije gom pabo ximanei raij aru sarkar r karone val hoi
Really proud of Assam 🙏
Happy birthday dimpu 🎂🎂🎂📯📯📯🎷🎷6 August
দুখীয়াৰ ৰক্ত চুহী খোৱা সকলৰ বাবে এইসমূহ।😊😊
Right
Hoi
Biswajit daimary sir amr iyare hoi jone jone baksa district r pora si ase like eta kori dibo
Dhuniya Dimpu daa ❤😊 love from chhaygaon ❤
Mojha dimpu da❤❤ from tangla
Moja... Dimpu da❤
Belegot koi beleg bohut beleg dimpu da . Axomor best youtuber ❤❤❤❤❤❤❤❤❤
Baki kisuman ane .... Level
ভাল লাগিল Dimpu da❤
বহুত সুন্দৰ বহু কথাই জানিব পৰিলোঁ। আৰু অতি সুন্দৰ আটক ধুনীয়া এটা বিধান সভা চৌহদ সকলো বোৰেই আছে। মাথো এটাই আশা যাতে আমাৰ MLA মন্ত্ৰী সকল এই ডিজিটেল পদ্ধতিৰ বিধান সভাৰ পৰা বৈজ্ঞানিক চিন্তাৰে অসম খন আগুৱাই নিয়ক লগতে আমাৰ জন প্ৰতিনিধি সকল শিক্ষিত হোৱাটো অতিকৈ প্ৰয়োজন। আৰু বৰ্তমান বিধান সভাই এইটো এটা হিধান্ত লওক যে একোজন জন প্ৰতিনিধি হবলৈ এটা শিক্ষাগত অৰ্হতাৰ নিৰ্ধাৰণ কৰি দিয়ক।❤🙏
Nice 👍👍 ( অসমৰ সকলো গাঁও, চহৰ এনেকুৱা চাফ - চিকুন হ'ব লাগিছিল আৰু ৰাস্তা বিলাক এনেকুৱা Developed হ'ব লাগিছিল আৰু বিজুলী বিলাক Pipeline হ'ব লাগিছিল
Dimpu da Moja 🌺🌺🌺🌺
আমাৰ গৌৰৱ যে অসম বিধানসভাৰ অধ্যক্ষ আমাৰ গোৰেশ্বৰ নাওকাটাৰ মানুহজন।
Yes Moy o goreswar maharipara r hoy
Goreswart Gos kiman ase
Naokata suklai serfang
ধুনীয়া ভিডিঅ দাদা, ধন্যবাদ থাকিল আপোনাক, ইমান ধুনীয়াকৈ আমাক দেখুওৱা বাবে 😊❤️
Proud to be assam❤
Dimpuda duniya lagil moijam jugajuk kibabe korim
Jwi boro harini ❤✌️
Jwi jathwg boro haarini nwgthaag❤
বৰ গছ এজোপা লাগিছিল
সাধৰণ ৰাইজক মাৰি লুটি পুটি 5⭐ কিয় 7⭐ Assembly house বনাব পৰিব।
Dada video to Sai bohut bohut basi vhal lagil , aponi aru agowai jaok amak aru video opohar diok .
Love from Assam Morigaon❤❤❤
Mja dimpu da ❤❤❤
Mojja outstanding ❤
Val lagil video to sai
Proud to Assam and Dimpu da ❤❤
Dimpu da upcoming CM
আমাৰ চৰকাৰ ইমান ধনী আৰু আমিবোৰ ইমান দুখীয়া।
Kormoye dhuni aru dhuniya bujile bujil nubujile nai
Anekuwa unique unique aru odvut video pabo karone Dimpu Da A lagibo.... Dimpu Da obihone OXOMVOV... Jar name porisoy.... ✊
Mojjaa dimpu da ❤️
Dimpu da video to sai bohot val lagil😊😊
বহুত দিনৰ মূৰত বহুত ভাল video ata চাব পাৰিলো। Thank you Dimpu Da❤❤
আজিৰ ফোল ব্লক চাই আছোঁ দিম্পু দা 🙏💚💝😍❤️💗❣️💓💞👌
Good leader ,doing hard work.❤❤❤❤
Happy birthday dimpu da
Nijoke Assamese buli gowrob kora hokole like kora 👍❤️
বহুত বহুত ধন্যবাদ ডিম্পু ভাইটি নতুন ভবন দেখিলে। এইটো পয়াত তৰুণ গগৈৰ চাৰ অবদান আছিল আৰু সপোন আছিল । ধন্যবাদ তৰুণ গগৈ চাৰ 🙏
এই ধৰণৰ Content সদায় প্ৰশংসনীয়।😇
Bohut val lagil video tu bohut kota janibo parilu
Happy Birthday Dimpu daa in advance 🎉🎉🎉🎉
Dimpui khelibo Aru 2031 t.kune Kune bisare like kora
*I don't understand Ahom but I'm addicted to his Pure Natural VLog* he is crashing the knowledge coursey to all who understand, bo... bo... bo... lagibo Dimpu Bhai ♥️
Great Man to watch too in Assembly. 🙏
Ohhshadharon Video 🙏 From Alipurduar 👍
Dimpu da happy birthday agotiakoi🎉🎉
Val lagil video tu Dimpu Da
জয় আই অসম দীম্প দা ❤🥰🎉🎉
Dimpu da thank you apunr video pora bohut njna ktha hunisu aru dekhisu
Assam no 1 youtuber dimpu da ❤❤❤❤❤❤❤❤❤
বাস অসমৰ বিধানসভা ৰাজধানীটো চাই বিশেষ বহুতো ভাল লাগিলে
Bohut val lagil video khon Sai kiba olp janobo pora❤
জয় আই অসম দিম্পু দা ❤❤❤❤❤❤
Dimpu ❤❤❤❤❤
Proud of Assam ❤️✨
ডিম্পো, তোমাৰ জৰিয়তে নতুন অসম বিধানসভা ভৱনটো দেখা পাই বৰ ভাল লাগিল। তুমি বৰ সাহসী ইউ তিবাৰ। জন প্ৰতিনিধি সকলৰ জন সেয়া কৰা এই টো মন্দিৰ স্বৰূপ ধুনীয়া ঘৰত ৰাইজৰ মংগলৰ বাবে ধুনীয়া কাম কৰক। ধন্যবাদ দিম্পো।
Aronnai ❤😢🙏🇮🇳
Bohut bohut dhuniya lagise dimpu da❤❤
বহুত সুন্দৰ বনাইছে ❤
Tq dimpu dada video2 vl dore bojai dia babe❤❤
Aronai is the traditional attire of bodo nation...jwi boro harini
Jikunu houk, student aru jonosadharoneo je visit koribo paribo seituhe bor bhal lagil.
Very humble speaker ❤
Dimpu vaiti bohut vl lagil❤ daimary sir amr goreswarr hoi