Mejmel with Prasanta Rajguru | watch the special program from Prag |
Вставка
- Опубліковано 5 бер 2024
- Mejmel with Prasanta Rajguru. Watch the full clip to know more about this story.
#pragnews #mejmel #prasantarajguru #special
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com
প্ৰশান্ত ৰাজগুৰু এজন ভদ্ৰতাৰ মুখা পিন্ধা সাংবাদিক। চাববাস ধন্যবাদ ৰকিবুল হুছেইন ডাঙৰীয়া ঠিক জাৰিলে। আপোনাক নমস্কাৰ জনালো । ইয়াক No Where কৰিব লাগে
এনেদৰে উওৰ দিব লাগে ধন্যবাদ জনালোঁ ৰকিবুল ডাঙৰীয়া, চেলুট জনাইছোঁ 🙏
Bah di ase Hussain dangoriya kintu Rajguru k
ৰাজগুৰু দাঙৰীয়া আপোনীও অসহায় হৈ পৰিচেনেকি?
Assalamualaikum wa rahmatullahi owa bara kahtuh Rakibul Sir than welcome to you❤❤😅😅
অৱশেষত প্ৰশান্ত ৰাজগুৰুক ৰকিবুল হুছেইন ডাঙৰীয়াই ধুই দিলে, ভাল লাগিল চাই। চৰকাৰী পক্ষৰ কোনো ব্যক্তিকে আজিলৈকে ৰাজগুৰুই এনেকুৱা interview লোৱা দেখা নাপালোঁ। দম আছে যদি এবাৰ মাতি আনি এনেবোৰ প্ৰশ্ন কৰি চাবচোন, তেতিয়া গম পাম আপোনালোক কিমান নিৰপেক্ষ সাংবাদিক ।
Rakibul Hussain 🔥
Thank Raj Guru DayrinnyakPrtutar
ৰকিবুলৰ অংক জংক পংক।
🎉🎉🎉🎉🎉❤😮
Rokibul a good candidate and good intervew
সৰ্বানন্দ হাৰিব লুৰিণজোতি জিকিৰ ।
100% lurin juti haribo........ Jona kotha.... Vori tolor mati herai goi asa lurinjuti r
2ta a bhal rajneeti korile de . Rajguru sir a Congress supporters but aji rayjor sokut dhula di Congress support korile kintu 😂😂🙏
ৰকিবুল ডাঙৰীয়া ভাল লাগিল।
Good reply sir 👍
Good intervew good candidate
Good.conversation.
ৰকি দা,এই যে আপোনি কলে বৰ্তমানৰ CM ৰ সৈতে BJP ৰ MLA গাড়ীত ভৰাই ধৰি অনাৰ কথা,সেই filmy দৃশ্যটো নিজে দেখিছিলো,বেয়াই লাগে, আপোনি বহু পিছ পৰি গল নেকি?এতিয়াও সময় আছে,big boos ক কাকুতি-মিনতি কৰি গেৰুৱা টুপি পিন্ধক আৰু ministry এটা লৈ bindass life কতাওঁক।
❤
প্ৰশ্ন বিলাক ভাল লাগিছে।
ৰাজগুৰুৰ মূখখন চাব লগীয়া হ'ল আজি। ৰাজগুৰুক গোদী মেদিয়া বুলি জনা নাছিলোঁ। কিন্তু আজি মূখখন দেখি কিবা গোদী সাংবাদিক যেন লাগিল। অৱশ্যে সচাটো ঢাকিব নোৱাৰে।
পাৱে পৰি হৰি....... ৰক্ষা কৰক এংকৰ জনক প্রভূ.... Tit for tat
ধন্যবাদ, ৰকিবুল হুছেইন ডাঙৰীয়া চুঙা চাই হুপা দিয়াৰ বাবে......
এই বাৰ ৰকিবুল ধুবুৰীত বিপুল ভোটৰ ব্যৱধানত হাৰিব
Aponaloke Congress kbhay korise.neki?Amar Congress r Candidate strong. Raije jikabo.
Rockybul Hussain zindabad
Badar uddin 100%
P B holl Nagaon r candidate. Subecca thakil taun lo but sorry.
Korisarajguru
ধুবুৰী যে মিয়া আছে আৰু ৰকিবুল হুছেইন এজন মিয়া কিন্তু ৰকিবুল হুছেইন হাৰা টো খাটাং বদৰ উদ্ধিন is wine
Joi rakbul hussan
এসময়ৰ গোটেই অসমৰ দক্ষতাশীল মন্ত্রী এতিয়া বাৰু এটা সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাৰ মূখৰ পৰা এটা বাক্য প্ৰায় শুনিবলৈ পাওঁ এবাৰ নহয় দুবাৰ নহয় পাচঁবাৰৰ বিধায়ক তেন্তে বিধায়ক ফনীভূষণ চৌধুৰী ডাঙৰীয়া , মন্ত্রী কেশৱ মহন্ত ডাঙৰীয়া , মন্ত্রী অজন্তা নেওঁগ ডাঙৰীয়ানি , ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া আৰু অসমত বহুত নেতা আছে তেখেত সকল কেইবাৰৰ বিধায়ক আপুনি নাজানে নেকি। অকল নিজকেই পাচঁবাৰৰ বিধায়ক বুলি দম্ভালি মাৰি বাৰে বাৰে কৈ থাকে তাৰ মানে নিজৰ পৰিচয় নিজে দিবলগীয়া হল কিয় হুছেইন ডাঙৰীয়া।
Strong hei karone eman question. Jonatai gom paise. Congress zindabad
Dhoburi to rokibul huichanei jikibo iar tat Bahu koch rajbangchi -boro-oboro-adibasi
Goalpariya o tat dekhiboloi poa Jai,tar logote gorib mahnti Bahu hajar lok hindu muchlim pramanit tar logote ajmol birodhi gorib muchlim khini vut o ayao nirvik nichi koio paboi rokibul huchen jikiboi 8 lakh vutor bebdhanot
ৰকিবুল দাদাই জোকৰ মুখত চুণ দিছে।
😂😂😂 Rokibul 2 lakh vote t haribo
Raki da moja dhuise aitukkk
Rokibul dada apunar answer v v good
লিখি ৰাখক ৰকিবুলৰ আমানতৰ ধন বাজেয়াপ্ত হৱ ধুবুৰীত
Doubt ase mur mote..... supporter nhoi kin2 tenekuwa lage
@gautam vai asane zinda 😂😂... Amanotor dhon jai bule, 10 lakhs vote "t jikil
@@johnkalita2099 বাংলাদেশত ১০লাখত জিকাতো একো ডাঙৰ কথা নহয়
@@gautamgoswami9723 amanotor dhon jobdo hbo buli lecture tu dibo nlgisil
ৰকিবুল ডাঙৰ intelectual হল। ডাঙৰ ডাঙৰ কিতাপ পঢ়ে আজিকালি।
ৰাজগুৰু ডাঙৰীয়া , মুখ্য মন্ত্ৰীৰপৰা আপুনি উপটৌকন পাইছে নেকি ?
Ajmal Zindabad
Apply karise nagaon aru paise Dhubri t
Only Congress ✋✋✋✋🇮🇳
Good wishes for you
Rokubul zindabad
Banan tu thik korok😂
হাড় ৰাজগুৰু।আজিয়ে আপোনাৰ সাংবাদিক বেপাৰ খন বন্ধ কৰক।😅
Kia
M Ajmal,he will never unsuccess.Dont worry.
Theses politicians without depth have doomed the Congress
Rajguru k dhule 😂😂😂
Himamta.sir.good.c.m
Rockybul dangoriyar kothakhini bor mitha, kintu bhitori bohut tengor. Axomiya manuh k ghina kora ejon manuh Rockybul dangoriya. Bohut manuhe jaane. Xomoye aji teuk bohut kotha xikaise. Aru bohut xikibo tekhete😂😂
Rekibul Hussain jindabad❤
goeor khorgo surok kuke bhut dibo ..
মই অসমীয়া যোগী মানে নাথ ল'রা,,,,,, সন্মানীয় সাংবাদিক জনক মই সুধিছোঁ আপোনি সাংবাদিক নে এজেন্ট নে গুডি মেডিয়া নে বেপাৰী,,,,, Answer to yoy,,,,,we know that you are a you are a good agent l
এইবোৰ সকলো মিছা কথা , সময় পোৱা নাই ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ মতে হব। কংগ্ৰেছে আচল কথাৰ পৰা ফালৰি কাতি আছে।
কংগ্ৰেছৰ কুখ্যাত গড় চিকাৰী
Mamar best friend achil ....
Aiudf zindadad
Assam.cong.1 .bjp.12.aiudf.1.
😂😂😂😂 Obostha beya kori dise😂😂😂
এইজন সাংবাদিকক সাংবাদিক এৰি বি জে পি বাবে এম পি টিকট বিচাৰিব ক'ব লাগে।এজন সাংবাদিক ........................?????????????
High.cmand ji kore manibo lagibo. Aponaloke bhay korise.
Prasanta rajguru tumiu godi media hoi gola vaba nasilu good answer raki da
ভাজমল vs বনফুল ! বেয়া নালাগিব এইবাৰ লোকসভা election ত।
Hi
Rokibul sir daivard manuh nohoi....politicalt kori kori aji iman yer
গড় কেইটাৰ কমিচন খোৱা দিন নাই এতিয়া😂
Aji rokibul sar. Jikile himontor kong utise
Himontoy edin koisile. Gujratot BJP e. Musol manor roktor. Juir logot. Sanan korise. Gotike koisi. Rajni Aji. Samprodaik korise himontoy. Aru rajniti. Bal manuye koribo nuare
5 bar montri hoy ki vandal korisa oi e duburit haribo khatang
তুমি কেনেকৈ হৰিবা টোমিজে চতুৰ সিয়াল
Dhuburi t Miya bhut besi.
Godi media 😂😅
😂😂😂😂😂😂😂😂😂
Dhubri hindu candidates dila hare bo ami janu 😅😂😂
Rakibul Hussain Go Back
Rahul gandhi aru rokibul congress pora nekhedaloi congress nuthae...fal2 kormi tumi..miya vote loi level d lav nai
ৰকিবুল হুছেইন ডাঙৰীয়া সময় পাৰ হৈ গল এতিয়া আৰু সংখ্যালঘু ৰাইজক লৈ ৰাজনীতি নকৰিব । সংখ্যালঘু ৰাইজক শান্তিৰে থাকিব দিয়ক। আপোনালোকৰ সময়ত সংখ্যালঘু ৰাইজ শান্তিৰে শোভ পৰা নাছিল । তাৰ মাত্র কেইটামান উদাহৰণ দাঙি ধৰিলো বড়োলেণ্ডত গোষ্ঠীগত সংৰ্ঘষ , ডিটেনশন কেম্প , বৰপেটাত নিৰীহ লোকক গুলিয়া হত্যা। আৰু বহুত আছে সময়ে সময়ে দাঙি ধৰিম।
But brother what the solution in right poltics
Anchoror has no home work done...blank and foolish way of interviewing...
Modahi Rokibul
ৰকিবুল হুছেইনে সথিক উত্তৰ দিব নোৱাৰি আলটো ফাল্ট কথা বকি আছে
। আগৰ কথাবোৰ কৈই লাভ নাই । প্ৰশ্নৰ ছাই উত্তৰ দিলে ভাল হয় ।
আপোনি হুচেইন চারক বাদ দি নিতুমনি চারর লগত কথা পাতিবলৈ সত সাহস আছেনে, ,, ফালতু
ফটোৱা সাংবাদিক
Balr bjp nadong vot.....ST agt amak dak...tar pist vot din...nhola get out bjp...balr bjp....6 jonogostik borokhir top di asa ...
We dhubrian will do anything to keep aiudf out of power. Whoever comes to power but aiudf shouldn't come to power
WORST THING DON'T MAKE SENSE LOOSE
TO TRY DISTURBANCE.
A PUBLIC MEETING ON
CHANNEL. DUELSÌM
TALKS DISTURB. TOP
GUIDANCE ON TALKING
DELIVERY TO CPPY.