আঁউসীৰ জোন মোৰ সমুখতে I জংকী বৰঠাকুৰ I জুবিন গাৰ্গ

Поділитися
Вставка
  • Опубліковано 15 гру 2024

КОМЕНТАРІ • 1,2 тис.

  • @anurangoesvlogging9914
    @anurangoesvlogging9914 4 роки тому +388

    মৃত‍্যুহীন গান এইবোৰ,,,
    মানুহ মৰি যাব,,এইটো গান কিন্তু কাণত বাজি থাকিব!
    জুবিন ঘুৰি আহা,,,পুৰণি সৃষ্টিসমূহ লৈ!

    • @lutforrahman3455
      @lutforrahman3455 4 роки тому +11

      একেবাৰে সছা কথা-
      এই গীতবোৰৰ সৃষ্টিৰ সমযলৈ অহাতো বিছাৰু হিযাৰ এতুকুৰা মৰমৰ জুবিন দাক/
      এই সমযত গোৱা গীতবোৰ কোনেও কেতিযাও পাহৰিব নোৱাৰে জুবিন দাৰো/

    • @chayanikasaikia3007
      @chayanikasaikia3007 4 роки тому +4

      Hsa ktha

    • @giridaharsaloi9418
      @giridaharsaloi9418 2 місяці тому

      24 sept kunu xuni asa 11/06

  • @travelnorth-east1197
    @travelnorth-east1197 5 років тому +2007

    কোনেও বিশ্বাক নকৰিব কলে দিনত সদায় এবাৰ শুনি কেনে ৰাতি শুব যাও আজি ৪ বছৰ ধৰি শুনি আছো । Suddenly busy হলে কেতিয়াবা পাহৰা হয় । আমিবোৰে সদায় জীয়াই ৰাখিম এইবোৰ গান

    • @jugalbarman8128
      @jugalbarman8128 4 роки тому +15

      Blv this

    • @Vrgb
      @Vrgb 4 роки тому +14

      o hodai jiyai thakibo aibur gan .

    • @gautamnath770
      @gautamnath770 4 роки тому +6

      ❣️❣️❣️

    • @deepjyotisonowal2363
      @deepjyotisonowal2363 4 роки тому +7

      Hosai bohut vl lge 🔥❤️

    • @gopalbora7289
      @gopalbora7289 4 роки тому +13

      সদায় আমাৰ অন্তৰত জিলিকি থাকিব ।

  • @hiranmayeedeka1450
    @hiranmayeedeka1450 4 роки тому +109

    ভদ্ৰ, নম্ৰ, অমায়িক স্বভাৱৰ দৰেই কণ্ঠ ও নম্র; হৃদয় চুই যায়।।। আজিকালিৰ কৃত্ৰিম কণ্ঠই ফেৰ মাৰিব নোৱাৰে

  • @debajeetsarma589
    @debajeetsarma589 5 років тому +654

    অসমে বহুত ভাল কন্ঠ এটা হেৰাইছে | 😭😭😭

  • @dishabora436
    @dishabora436 2 роки тому +7

    Jonki ba tumi jotei asa valke thaka..zubeen da Amar majot hodaye omor hoi thakok..🙏

  • @lakhinarayan1257
    @lakhinarayan1257 3 роки тому +110

    এই জুবিন যুগত তোমাৰ অনুপস্থিতি সদায়েই উপলব্ধি কৰোঁ জংকী বা ❤

    • @kishordeka5582
      @kishordeka5582 Рік тому +2

      Val lagel apunar likhuniyo bht bhuniya zubeen dar aduniya hoi joi zubeen da

  • @musaddikahmed1598
    @musaddikahmed1598 3 роки тому +53

    আপোনালোকৰ হয় নে নহয় জনাব চোন ,যেতিয়াই এই গানটো বাজে কিবা গাৰ নোম বিলাক শিয়ঁৰি উঠে। জঙ্কি বা আপুনি সদায়ে আমাৰ অন্তৰত জীয়াই থাকিব❤️

  • @bupulgogoi6610
    @bupulgogoi6610 5 місяців тому +87

    2024 ত কোনে কোনে শুনি আছা❤😊

  • @pranabjyotigogoi5497
    @pranabjyotigogoi5497 4 роки тому +203

    সঁচাই হৃদয় চুই যোৱা কণ্ঠ আছিল জংকী বাৰ।সদায় জীয়াই ৰাখিম বুকুৰ মাজত। মোৰ প্ৰিয় শিল্পী দুজনা সদায় সিৰাই সিৰাই । ❣️❣️

  • @manashjyotigogoi5955
    @manashjyotigogoi5955 4 роки тому +72

    জংকী বাইদেৱে নিশ্চয় কিবা পূণ্য কৰিছিল যাৰ বাবে ভগৱানে তেখেতক নিজৰ ওচৰলৈ সোনকালে লৈ গল❤

  • @petlavlogs3868
    @petlavlogs3868 5 років тому +294

    গানটো শুনি থকা সময় খিনিত কেনকুৱা এটা ভাৱ হয় বুজাব নোৱাৰি ।।👏👏 সেৱা জনাইছোঁ

  • @bhagyashreesaikia6015
    @bhagyashreesaikia6015 5 років тому +261

    2019k kintu ajiu aibur gaan hunile Mind fresh hoi...Ajikalir jimnei adhunik gaan nulaok ba ami nuhunu kio aibur gaan smriti hoi roi goise...🙂❤

  • @krishnakantalahon6167
    @krishnakantalahon6167 5 років тому +70

    বহুত ধুনীয়া কণ্ঠ আছিল জংকি বাইদেউৰ...😭😭নিয়তিয়ে আমাৰ মাজৰ পৰা লৈ গ'ল

  • @apatyagogoi8453
    @apatyagogoi8453 4 роки тому +55

    আপুনি পৃথিৱীৰ পৰা আঁতৰি গল যদিও আপোনাৰ এই কালজয়ী গীতবোৰৰ মাজত সদাই এ জীয়াই আছে।💕

  • @shyamalbaishya196
    @shyamalbaishya196 3 роки тому +54

    জংকি বৰঠাকুৰ বা য'ত আছে ভালে থাকক তাকে কামনা কৰিলোঁ।🙏🏼🙏🏼🙏🏼🙏🏼

  • @RahulRabha-lb9os
    @RahulRabha-lb9os 7 місяців тому +2

    বহুত দুখ লাগি যায় বাইদেউ কৈ যোৱা গান বোৰ শুনিলে বহুত মনত পৰিজায় বাইদেউ লৈ 😢😢😢

  • @abhishekbaruah7027
    @abhishekbaruah7027 4 роки тому +4

    Aji JONKI BORTHAKUR r jonmodin... tekhetok shrodhare xuworisu🙏🏻

    • @abantibordalaideka4437
      @abantibordalaideka4437 3 роки тому

      দাদা, জংকী বা ৰ জন্মদিন কিমান তাৰিখে ক'ব চোন!

  • @kaucikskashyap4378
    @kaucikskashyap4378 4 роки тому +35

    জংকী বা😥😥😥😪😪 কিবা কবলৈ ওঁঠৰ ভাষা মৌন হৈ পৰে গানটো শুনি থাকোঁতে,,, মাত্ৰ চকুৰে হে নিগৰি থাকে...তুমি যতেই আছা শান্তিত থাকা

  • @parthajyoti1534
    @parthajyoti1534 5 років тому +1003

    2020 t kune xuni asa like ata kori dia

  • @RahulRahul-ch4sf
    @RahulRahul-ch4sf 5 років тому +704

    ২০০২ চনৰ (শিশু) এলবামৰ জংকী বৰঠাকুৰ বাইদেউৰ কণ্ঠৰ সকলোৰে প্ৰিয় গীত।
    এই ২০০২ চনতে আমাৰ মৰমৰ বাইদেউক আমাৰ মাজৰ পৰা নিষ্ঠুৰ নিয়তিয়ে লৈ গৈছিল।
    বাইদেউৰ সকলো গানে মোৰ মধুৰ স্মৃতি।

  • @bhunuhaloi2154
    @bhunuhaloi2154 5 років тому +69

    গানটো শুনিলে মনটো কেনেকুৱা লাগে কব নোৱাৰো । সচাকৈ মন চুই যায়

  • @tapandas2900
    @tapandas2900 4 роки тому +13

    বা তুমি আজি আমাৰ মাজত থকা হলে আৰু এনেকুৱা কিছুমান ধুনীয়া ধুনীয়া গীত শুনিব পালোঁহেঁতেন , তুমি যতে আছা কুশলে থাকা । Love you ba .

  • @babulborah7217
    @babulborah7217 5 років тому +103

    বা তুমি শান্তিত থাকা নেদেখা জনৰ ওচৰত

  • @Gakuldas01
    @Gakuldas01 4 роки тому +16

    শিল্পী বুলি কলে আপোনাৰ আৰু জুবিনদাৰ চেহেৰাই মোৰ চকুত ভাহি আহে 💞। সৰুৰে পৰাই দুখে-সুখে আপোনাৰ আৰু জুবিনদাৰ গানেই মোক প্ৰৰণা দিয়ে।

  • @mridushmanthengal6877
    @mridushmanthengal6877 5 років тому +103

    If she was alive,she would rule the music industry of Assam along with Zubeen Garg !!!

    • @aashishkashyap2487
      @aashishkashyap2487 2 роки тому

      Facts

    • @parthapratim5519
      @parthapratim5519 2 роки тому

      Hoi

    • @BikramBikram-i3u
      @BikramBikram-i3u 5 місяців тому

      Aji moi gom palu jongki baa mohan aru nai jodi u bhogoban hoi ase tumi ghuri ahiba edin ilove u baa tumi punor jonom loi 😢😢😢😢😢😢😢😢

  • @indravlog7426
    @indravlog7426 5 років тому +77

    Ba তুমি যতে আছা কুশলে থকা। বহুত মনত পৰে তোমালৈ 😭

  • @alakeshchakraborty9864
    @alakeshchakraborty9864 5 років тому +31

    জংকি প্ৰকৃতাৰ্থত এগৰাকী শিল্পী হয় ৷৷৷ যতেই আছে শান্তিত থাকক ৷৷৷৷

  • @Rajnish_Meena
    @Rajnish_Meena 3 роки тому +47

    Voice of an angel🥰
    Love from Rajasthan 🥰

  • @hiteswarrabha2516
    @hiteswarrabha2516 5 років тому +51

    বা,তুমি যতে থাকা শান্তিৰে থাকা🙏

  • @kaushikhandique1117
    @kaushikhandique1117 5 років тому +72

    বুকুখন কিবা হাত পৰি যায় ঔ👌👍

  • @manashhazarika5176
    @manashhazarika5176 5 років тому +203

    বা বহুত miss কৰিছো তোমাক তুমি যতেই আছা কোশলে থাকা love you বা 😭😭🙏

  • @jahnobiborah9894
    @jahnobiborah9894 4 роки тому +174

    অন্তৰ চুই যোৱা গান।কিয় dislike কৰিছে বুজি নাপালোঁ।

    • @rijuvlog.9078
      @rijuvlog.9078 3 роки тому +4

      পাগল বাংলাদেশী হৱ সেইকেইটা

    • @newearningapp695
      @newearningapp695 3 роки тому +6

      Mnuh nhoi xeibor 😠😠

    • @bhriguborthakur2995
      @bhriguborthakur2995 Рік тому +1

      সেইটো কোনোবা পপীয়া হয়।পৃথিৱীত জেগা বন্দী কৰি থকা পপীয়া।।

  • @biswajyotidas4309
    @biswajyotidas4309 4 роки тому +18

    ইমান ধুনীয়া কণ্ঠ। We miss you..
    Amazing song...Thank you for giving us such a heart touching song."Tumi salei jana"..

  • @tridipborah1346
    @tridipborah1346 2 роки тому +2

    Maa r mukht prothom sinaki ai gan tur logot❤

  • @sportslovers651
    @sportslovers651 5 років тому +167

    বা আপুনি য'তেই থাকক শান্তিৰে থাকক ।

  • @KKVlogsMedia
    @KKVlogsMedia 9 місяців тому +2

    আমাৰ মাজত নাথাকিলেও ইমান ধুনীয়া সৃষ্টি দি গৈছে।থকা যেন লাগে

  • @dwipenkumarsarma2065
    @dwipenkumarsarma2065 5 років тому +77

    বহু প্ৰতিভা আৰু প্ৰাচুৰ্য্যময় সুৰভীৰে জিলিকি থকা তৰা এটি অকালতে আতৰি গ'লগৈ ।বেদনাদায়ক

  • @bhargabjyotinath9933
    @bhargabjyotinath9933 5 років тому +45

    মন জুৰ পৰি যোৱা সৃষ্টি ❤️

  • @himangshudeka331
    @himangshudeka331 3 роки тому +23

    কণ্ঠ, গীতৰ কথা অপূৰ্ব চিৰ যুগমীয়া হয় ৰব।❤❤❤
    ২০২১ পালেহি ❤

  • @dhrubabaruah5808
    @dhrubabaruah5808 5 років тому +72

    আপুনি বহুত ভাগ‍্যবান আপুনি জুবিন দাৰ দৰে দাদা এজন পাইছে

    • @sumandutta2219
      @sumandutta2219 4 роки тому +1

      ????

    • @rupalidas1082
      @rupalidas1082 4 роки тому

      ফালতু মন্তব্য।

    • @jyotirb8576
      @jyotirb8576 4 роки тому +1

      বিচাৰহীন,মগজুহীন মন্তব্য।।। আপোনৰ কথাত বুজিব পাৰি যে আপুনি কিমান জ্ঞানী

  • @rimlideka1312
    @rimlideka1312 3 роки тому +43

    মাইনা বাক বাইহাটা চাৰিআলিৰ লগ পাইছিলো তেতিয়া মই সৰু আছিলো বায়ে মোক কোলাত লৈ মৰম কৰিছিল 😭😭😭

    • @bishalsarma5306
      @bishalsarma5306 Рік тому

      বাইহাটা ৰ কত আপোনাৰ ঘৰ

  • @emonborah7898
    @emonborah7898 3 роки тому +1

    এটা সোণোৱালী আৰু পৃথক কন্ঠ অসমীয়া সংগীত জগতে হেৰুৱালে।জঙ্কি বা তুমি জীয়াই থকা হ'লে অবিৰতভাবে কিমান যে সোণোৱালী সৃষ্টিয়ে খলকনি তুলিলেহেতেন সেয়া কল্পনা কৰিব নোৱাৰে অসমবাসীয়ে।জুবিন গাৰ্গ আৰু আপোনাৰ যুতিটো সোণোৱালী আছিল সঁচাকৈ এইবোৰ গীতৰ সৃষ্টি দুনাই নহব ,এইবোৰক ধীয়াই আমি জীয়াই থাকিব লাগিব।আপোনাৰ কন্ঠৰ মাদকতাই সম্পূৰ্ণ সুকীয়া তাৰ ঠাই কোনেও লব নোৱাৰে জঙ্কি বা।কমেণ্টবোৰ পঢ়ি বৰ দুখ লাগিল।লাগিল।Love you zubeen da&Jonkee baa💔💜

  • @Anonymous4150
    @Anonymous4150 4 роки тому +5

    Axom or nobo prajanmo k etai anurodh je eibur gaan jiyai rokha r daitto amar..
    Amar ahibo logiya generation bur jate eibur gaan xuniboloi paai..
    Miss you Jonki baa ❤️❤️
    Love you zubeen da

  • @Madhurjya.bhuyan-s1e
    @Madhurjya.bhuyan-s1e 6 місяців тому +3

    বহু বছৰৰ পুৰণি চিনাকি গীত টি❤ যেতিয়াই শুনো মনটো গুচি যায় অন্য এক সিমনালৈ❤❤❤তেজৰ সিৰাই সিৰাই বৈ ৰব ❤️

  • @goneshkochroy6248
    @goneshkochroy6248 3 роки тому +6

    হৃদয় নিগৰি অহা কন্ঠ 😭😭😭😭 বা , আপোনালৈ বহুত মনত পৰে

  • @dipjyotiborah8409
    @dipjyotiborah8409 2 роки тому +2

    আজিও জুবিন দাই ভনীয়েকৰ প্ৰতি মৰম স্নেহ বুকুত সযতনে ৰাখি থৈছে...যাৰ বাবে আমি চিনি পালোঁ... গানটো গালে এতিয়াও উচুপি উঠে তেতিয়া ই বুজি উঠোঁ জুবিন দাৰ কিমান প্ৰিয় আছিল

  • @manashphukon7479
    @manashphukon7479 4 роки тому +4

    Tumar konthoi hidoy sui goise ...💜💜💜tumi aukhir jun hoi jiliki thaka ......💖💖💖

  • @dhnu_bonu
    @dhnu_bonu Рік тому +1

    😞😞agr dinr gan burar imn vl ortho asil aro atiya gan bur huni any lgy kunba any bathromt gun gunai asy love you jongki mam❤

  • @user-un6bd6yv5b
    @user-un6bd6yv5b 2 роки тому +5

    1ta gaanote emn din amoni loga nai jonki ba.1ta gane enough tumak sini pabole🕉🙏🇮🇳❤️legend never die 🙏

  • @afsanabegum4356
    @afsanabegum4356 5 років тому +94

    বহুত বেয়া লাগে মাতটো সুনি বহুত ধুনিয়া এজনি ছোৱালী আছিল

  • @pawandas5917
    @pawandas5917 5 років тому +20

    জংকী বা আপোনাৰ কন্ঠ আমাৰ বাবে সদায়েই favourite হৈ থাকিব।

  • @nikstezpuriyan1011
    @nikstezpuriyan1011 2 роки тому +5

    গানটো শুনিলে
    মৰহিব ধৰা মৰম আকৌ ফুলি উঠে
    জীৱন জীয়া কিবা এটা মিঠা অনুভূতি পায় ।।

  • @biswajitboruah4076
    @biswajitboruah4076 5 років тому +39

    মোৰ প্ৰিয় গীতটো ,সদায় শুনো দিনটোত এবাৰ হলেও শুনো ,বহুত মনত পৰে জংকীবালৈ

  • @nilanjanaboruah5141
    @nilanjanaboruah5141 4 роки тому +329

    এই ঘ‍টনাটো যেতিয়া সংঘটিত হৈছিল তেতিয়া মই জন্ম হোৱা নাছিলো,মোৰ মাই জুবিন দাক বহুত ভালপায়।মাই মোক জুবিন দাৰ কথা সদায় এটা নহয় এটা কয়,মাই প্ৰথম জুবিন দাক লগ পোৱা অভিজ্ঞতা আদিবোৰ আৰু জংকি বাকো ম‍ই মাৰ পৰাই চিনিলো,তুমি য'তে আছা কুশলে থাকা।

  • @yournic
    @yournic 3 роки тому +14

    হিয়াৰ আবেগ অনুভৱ 🌻❤️ আউশীৰ জোন ✨

  • @vloggerswapnil1222
    @vloggerswapnil1222 Рік тому +2

    😭😭বা তোমালৈ বহুত মনত পৰিছে অ গান তো সুনিলে চকু পানী উলাই আহে

  • @mitul_hazarika
    @mitul_hazarika 5 років тому +32

    Vaal manuhbur hunkalei atori jai.. Miss you Baa..

  • @pankajpatar2783
    @pankajpatar2783 2 роки тому +1

    জংকি বাৰ আজি নহয় আপোনি সদায় এই প্‌থীৱী বাৰ

  • @KhargeSaloi
    @KhargeSaloi 3 роки тому +11

    *আঁউসীৰ জোন মোৰ সমুখতে।❣️*
    *মৃত্যুহীন গান এইবোৰ,,,,,*
    *মানুহ আহিব আৰু যাব, এইটো গান কাণত বাজি থাকিব।😍*
    *বা তুমি যতে আছা কুশলে থকা।❣️*

  • @dhrubajyotideka7039
    @dhrubajyotideka7039 5 років тому +103

    Miss u jonki Baaa ajiu 2mar gaan xuni asu...2mi jdi aji amar lgt thka hoi ru kiman vhl vhl gaan xunibo palu hoi...miss U Baa🤗🤗🤗🤗

  • @prabhatnath7206
    @prabhatnath7206 5 років тому +53

    Baa tomer gaantu mor bor bhal lge...
    .we miss u😭😭😭

  • @zumidas9302
    @zumidas9302 7 місяців тому +3

    এইবোৰ গানে বুকু খন হেচা মাৰি ধৰে😢 বহুত দুখ লাগে.. জংকী বা জীয়াই থকা হলে আমাক আৰু ভাল ভাল গান উপহাৰ দিলে হৈ..আৰু জুবিন দাদাই বহুত সুখী হলে হৈ😢ভালে থাকক আপুনি জতে আছে

  • @pujaroy4113
    @pujaroy4113 4 роки тому +4

    Etiyau gan2 xunile karubar monot pori soku bhori jai.. 1of my ♥ touching song, luv u jonky Di..

  • @ChandarMurchona
    @ChandarMurchona 3 роки тому +1

    অন্তৰ স্পৰ্শ কৰি যোৱা গান এটি ... প্রায়ে শুনা গানৰ ভিতৰত এটা...মনৰ বহুত কাষৰ এই গানটি...জংকী বা আপুনি য'তেই আছে সুখেৰে থাকক তাকে প্ৰাৰ্থনা জনাইছোঁ ❤️🙏।

  • @bhaskarjyotibiswas746
    @bhaskarjyotibiswas746 5 років тому +27

    I was missing this divine voice of Zonki ba till these days.....nd found now....oh god...what a soul touching voice nd innocent face...just loving 💜

    • @sanjudas52880
      @sanjudas52880 2 роки тому

      khoshai aey song to khunilo mane jonki baak ebar hole chrge kri sao ...really bht miss kra jai..😭..

  • @santanujaishreeram7582
    @santanujaishreeram7582 Рік тому

    এই গীতটো শুনি শুনি মনৰ হেঁপাহ নপলাই কেতিয়াও।। গীতটো শুনিলে মুখৰ ভাষা হেৰাই যায়। জংকী বাৰ মিঠা কণ্ঠত নিগৰি অহা গীতৰ অৰ্থত মৌন হৈ যাওঁ।। লগতে জুবিন দাৰ দাবিং music ।
    যদিও জংকী বা আমাৰ মাজত নাই এই গীতৰ মাজতে আমাৰ মাজত অমৰ হৈ আছে।। জংকী বা যতেই আছে সদায় শান্তিৰে থাকক।।

  • @arunadas9647
    @arunadas9647 4 роки тому +8

    সদায় মোক জীপাল কৰি ৰখা গীতটি ...♥♥♥

  • @deepsikhachetia219
    @deepsikhachetia219 Рік тому +1

    Apuni ajiu ase amar majot❤❤

  • @momotamonsun7194
    @momotamonsun7194 4 роки тому +8

    Really love this song . I m Assamese . Frome USA

  • @AshokKachari-v7e
    @AshokKachari-v7e 4 місяці тому +1

    Tumi ahiba adina❤❤❤🎉🎉🎉jonki baa hodai Omar hoi thakok😢😢😢😢😢😢😢😢😢

  • @balajirudrakshharmony2197
    @balajirudrakshharmony2197 4 роки тому +27

    I AM WRITING THIS WITH TEARS NOBODY CAN TOUCH YOUR VOICE MAINA BAA. MAY YOU ALWAYS STAY HAPPY WHEREVER YOU ARE TODAY❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏🙏

  • @tinadrigogoi1377
    @tinadrigogoi1377 2 роки тому

    অদ্ভুদ শিশৰণ জগাই তুলিব পৰা ক্ষমতা আছে। কিয় নাজানো গানটো শুনাৰ পাছত এক বিশেষ অনুভূতি জাগি উঠে। জীয়াই ৰাখিম এইবোৰ গান চিৰদিনৰ বাবে। ❤️

  • @ashifafjalbhuyan517
    @ashifafjalbhuyan517 Рік тому +9

    One of my favourite song. Such a lovely voice, soul touching. Beautiful song ❤

  • @nobojyotiboruah6490
    @nobojyotiboruah6490 27 днів тому +1

    এবাৰ হুনি মন নভৰা গান ও এইটো

  • @utpalhazarika9468
    @utpalhazarika9468 Рік тому +21

    31st March, 2023 . Friday. 11.59 pm... listening this song once again like never listened... evergreen song... proud to be an assamese and more proud to be a contemporary to this two legend , Zubeen and Zonki... jai aai axom

  • @mdaitaz9866
    @mdaitaz9866 3 роки тому +2

    এজন বাঘ যদি আনজন বাঘিনী 🌷🔥

  • @sunilboruah1178
    @sunilboruah1178 4 роки тому +8

    Husai সুৰীয়া কণ্ঠ।শুনিলে শুনি থাকিব মন যায়

  • @ankurbordoloi2467
    @ankurbordoloi2467 4 роки тому +3

    আজি যদি জঙ্কি বা থাকিলে হয় আজি মঞ্চত জুবিন দা লগত একেলগে দেখা পালোঁ হয়।ককায়েক আৰু ভনীয়েক ভাবিলে দুখ লাগে ।নতুন গান কিমান পালোঁ হয় আজিৰ দিনত

  • @paulm4336
    @paulm4336 5 років тому +62

    Baa apuni Amar monor majot sadai thakibo.......

  • @ranjitborah6921
    @ranjitborah6921 Рік тому

    বাদেউ আমাৰ হৃদয়ত সদাই আছে ! আৰু উৰে জীৱন থাকিব ভগবানে তোমাৰ দেহাতোহে নিছে আমাৰ পৰা আতৰাই তোমাৰ গান আৰু তোমাৰ ছবি সদাই হৃদয়ত আছে !

  • @JBorah-oq2fn
    @JBorah-oq2fn 4 роки тому +11

    Heart touching , জয় জুবিন দা

  • @lovetotravel9893
    @lovetotravel9893 4 роки тому +330

    লকডাউনত কোনে কোনে শুনিছা জুবিনদাৰ এই চিৰ যুগমীয়া গীত বোৰ
    কমেন্টতোত লাইক এটা মাৰি দিয়া

  • @nayanpratimhazarika2096
    @nayanpratimhazarika2096 5 років тому +9

    বুকু চুই যোৱা গান। মনটো সেমেকি উঠে।

  • @mridulexplorer4896
    @mridulexplorer4896 2 роки тому

    কিমান যে শুনো তথাপি শুনি থাকিম শুনি থাকিম লগে। গা মন জোৰাই যায় শৰীৰৰ শীতল হৈ পৰে,অসম এ বৰ ডাঙৰ ৰত্ন এটা হেৰুৱালে।

  • @mrigankasarma9363
    @mrigankasarma9363 4 роки тому +25

    Divine souls are not long last.. amazing voice

  • @ppvideo583
    @ppvideo583 Рік тому +1

    2023 ot kune kune a gaan tu huni asa 👍♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥

  • @darshanachoudhury6875
    @darshanachoudhury6875 4 роки тому +4

    Baa apuni iman dhunia gaisile.. Moi aitu gaan bahut bhal pao...

  • @sanjibgogoi1379
    @sanjibgogoi1379 4 роки тому +4

    Hosakoye.... Iman ontorbhedi...

  • @musonborah5542
    @musonborah5542 5 років тому +40

    Apunar Gaan 2019t frst xunisu...bohut vl lagise xuni...mon2 dukh lagi gol....miss u baa....jodi apuni thakile hoi tenehole zubeen daar lagt ake loge aru dhuniya dhuniya gaan xunibo palu hoi....

  • @madhurjyabezboruah1881
    @madhurjyabezboruah1881 Рік тому

    কি কন্ঠ, কি সুৰ, উফ্.....। জংকী বা আপুনি মৰিও অমৰ🙏🙏💐💐

  • @hemakantadihingia639
    @hemakantadihingia639 5 років тому +5

    Jonki ba miss u...tumi jotei asa hantit thaka.... tumi aru Zubeen da is best..bohut srodha koru apunalukok...

  • @deepjyotiphukan4327
    @deepjyotiphukan4327 5 років тому +3

    Ei gaanor majere jen tai kiba kobo khujisil!! 😭😭 bohut bohut bohut priyo gaan mur baabe.. Jetia hunileu vaal laagi jai

  • @sankuporasor4602
    @sankuporasor4602 4 роки тому +3

    During lockdown...Kune kune aye gaan tu huni Nostalgic hoi goise..

  • @pallabisonowal4508
    @pallabisonowal4508 4 роки тому +5

    Mon golei hunu aru ekerahe dubar man hunilehe mon juarai.. 💛💚💜💗

  • @nabanitasaikia1508
    @nabanitasaikia1508 4 роки тому +4

    Baa 2mak bohut miss koru.. 2mi xadai aamar hiyat asa baa.. We Lv u and miss u 😘😭😔

  • @dipbaruah1438
    @dipbaruah1438 2 роки тому

    মই জনাই নাছিলোঁ যে এইটো জংকি বাৰ কন্ঠ ইমান ভাল পাওঁ এইবোৰ গান শুনি কি কম ভাষা নাই ।

  • @alakeshsharma4034
    @alakeshsharma4034 4 роки тому +3

    Janki ba apunar kantha eman Xundar asil ,,Bahut miss Koru

  • @bgassamesemixture4041
    @bgassamesemixture4041 11 місяців тому +1

    2024 t kune kune hunise. eibur gaan...hridoykhon kiba musor khai jai hunile...bhaxa nai bujabole.bohudinor kintu ketiau amoni nalage hodaiei mur priyo ❤

  • @vloglifewithbarsharani607
    @vloglifewithbarsharani607 4 роки тому +4

    Hodai abar rati nuxunile tuponi nodhore, mur bohut val lage aeitu gaan, jetiai okolxoria onubhob koru, aeitu gaan endhar room t headphone logai xunile kiba montu hanti pau♥️

  • @axm_jintu9435
    @axm_jintu9435 2 роки тому

    Uff 😍
    কী সুন্দৰ এতিয়ালৈ ২০০ বাৰ সুনিলো।