Mahe Ramadan || Islamic Song || Jikir || By Wahida Rahman
Вставка
- Опубліковано 13 жов 2024
- জিকিৰ সুৰীয়া গীত
Lyrics & Tune: Atowar Rahman
Voice: Wahida Rahman
Music & Mixing: M S Record Studio
Contact No.: 8638334409/8876133598
Video Edit: M. M. Gajiur Rahman
Lyrics:
মাহে ৰমজান ভাই, মাহে ৰমজান
অ.... মমিন ভাই
লোৱা সবে আল্লাহৰে নাম
নামাজ পঢ়িবা, ৰোজা ও ৰাখিবা
লোৱা সবে আল্লাহৰে নাম
কলিমা পঢ়িবা, জাকাত বিলাবা
কৰা সবে ধৰ্মৰে কাম
অ মমিন ভাই ....
লোৱা সবে আল্লাহৰে নাম
মাহে ৰমজানতে, আল্লাহ পৰোৱাৰে
কোৰআনক কৰিলে নাজেল
মুহাম্মদ ৰাছুলে দুনিয়াত বিলালে
খোদাৰেই পবিত্র কালাম
অ মমিন ভাই.
লোৱা সবে আল্লাহৰে নাম
গুনাহ মাফ কৰিব, মাহে ৰমজানতে
ইবাদাত কৰিলে আল্লাহৰ
বেইমান ইনছানৰ দোজখ হ'ব নছিব
কোৰআনতে ফৰমালে খোদাই
অ মমিন ভাই...
লোৱা সবে আল্লাহৰে নাম
#wahida_rahman #jikirsong #islamicvideo #islamicshorts #islam #islamic
@TotalGaming093 @wavemusicassam @News18AssamNortheastLive @DesiGamers_
@RuksarzuMedia@pragnews-assam @AssameseMixture
সঁচাকৈ সুন্দৰ হৈছে ❤❤❤
Bohut val lagile Allah Hafiz
Hey Allah,,din prasar korar logote taiko aguwaboloi hojug kori diya,Amin
Wahida and tajir both you are the best Assamese kalakar,my best wishes,Aravind deka,dakhingaon,kahilipara.
ৱাহিদা ৰেহমান বহুত ভাল লাগিছে।
আশা কৰোঁ আগলৈ আৰু গিত গাই থাকিব।❤
❤❤❤ তোমাৰ কণ্ঠ বহুত ভাল লাগে।
Ashadharon
Aah... Mashallah.. Khub sundor
⚘️mojjah.........🍁🌻🍁
⚘️খুব সুন্দৰ - কণ্ঠ
⚘️খুব সুন্দৰ - সুৰ
⚘️খুব সুন্দৰ - বাদ্য
❤️❤️Special thanks WAHIDA madam & all team members বহুত বহুত ভাল লগা জিকিৰ ৰাইজক উপহাৰ দিয়াৰ বাবে🌹❤️🙏❤️🌹
ধন্যবাদ
Alhumdulillah
Yr my favourite singer
Nice❤❤
Masallah
Mashallah khub shundor. Allah bless you
Super
Masaallah ♥️♥️♥️♥️
Nice
Ameen
Mooja dei
Baido mobile paisen😢
Na
Super