Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
🔥🔥🔥🔥❤❤❤
Mojaa
ভগৱান ৰ হঠাৎ আবিৰ্ভাৱ হোৱা ঘাতটি নিদিলে দেখোন দিম কৈ
Hundor❤❤❤
বাজনাখনৰ description t লিখি দিবচোন ছাৰ তেতিয়া অলপ তালখন লিখি ৰখাত সুবিধা হয়। 1:39
নিশ্চয় দিম
@@TeamLohorGolaghat ধ্যানবাদ ছাৰ।
ধন্যবাদ❤
❤❤❤
Sir পুৰণা যুদ্ধ এখন দিব চোন .
যুদ্ধৰ বাজনা আগতে দিয়া হৈছে চাবাচোন 🥰
ছাৰ আপোনাৰ Vedio বোৰ চাই ভাল পাও... নগাঁওৰ পৰা চাই আছোঁ... ❤দিহা নামত কেনেকৈ বজাই তাৰ ওপৰত এটা vedio বনাই দিব চোন....🥺
বহুত বহুত ধন্যবাদ 🙏🏻 আপোনাৰ অনুৰোধ ৰাখিবলৈ চেষ্টা কৰিম।
খৰ মান গীত ৰ চাপৰ খন এবাৰ বজাই descripson ত লিখি দিব চোন চাৰ
দিবলৈ চেষ্টা কৰিম বাৰু 😊
Sir kripanga upanga sluk tur sapor khini nidile😢
Note keta di dibo
ছাৰ,অহা ৭ছেপ্তেম্বৰ তাৰিখে এখন খোলবাদন প্ৰতিযোগীতা আছে, তাত কি বজালে ভালো হয়, আৰু কেনেকৈ বজাব লাগিব জনাব চোন, please please please..
এই কথাটো প্ৰতিযোগিতাৰ বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। বিচাৰকে কি বজাবলৈ দিব সেইটো প্ৰথমে জানি লবা। যদি গায়ন-বায়ন দিয়ে তেতিয়া জোৰণি, বহা চাহিনি, আৰু সঁচাৰ দি বৰ ধেমালি বজাব পাৰিলে ভাল। যদি তাল বা অন্য যিকোনো চেও -চাপৰ দিয়ে সেই খিনি বজালেই হ'ল।
@@TeamLohorGolaghat নিৰ্দিষ্টকৈ কোনো বিষয় বাচি দিয়া নাই , ঢলনা, গায়নৰ বহা চাহিনী, পৰিতাল এইকেইখন বজালেই হ'ব বুলি ক'লে , কেনেদৰে বজালে ভাল হ'ব জনাব চোন .please
Sir moi dhul khul bojao ...aru hikib loga ase .mur ata channel ase
বৰ ভাল কথা, চেনেলটোৰ নাম কি জনাবচোন। আমাৰো বহুত শিকিব লগিয়া আছে।
@@TeamLohorGolaghat youtube.com/@pirncegogoi?si=fvnYKIswdJX-u-IW link tu aitu bojua hoise nai jonabo sun 🙏🙏 sesta kori asu ......
@@TeamLohorGolaghatyoutube.com/@pirncegogoi?si=O-nbjqpkqRANQwSL sesta kori asu hoise ne baru jonabsun🙏
@@TeamLohorGolaghat Prince Gogoi cultural video buli ase.
Sir beya npi jdi notun okhur probekh ekhn, video dibo prib ni please 😢 mne apunar video sai moi lp hunkle bojab pru aru hiku .
আমাৰ ভিডিঅ' সমুহ উপকাৰত অহা বুলি জানি ভাল লাগিল। পৰবৰ্তী ভিডিঅ'ত নতুন প্ৰৱেশৰ বাজনা দিবলৈ চেষ্টা কৰিম বাৰু।
ধন্যবাদ ছাৰ ।
Jaya jaya ram jaya shree ram ot khul kenekoi bojai diboparibo ni
এই ঘোষা ভাগি বৰ ধেমালিত গোৱা হয়। আমি বজোৱা খোলৰ বোল এনেধৰণৰ -দিধিন তাও তাওতাক তাও/ খিতধিন তাও তাওতাক তাও/ খিতধিন তাক তাওতাক তাও/ খিতধিন তাক ধেই।
@@TeamLohorGolaghat thank you
🔥🔥🔥🔥❤❤❤
Mojaa
ভগৱান ৰ হঠাৎ আবিৰ্ভাৱ হোৱা ঘাতটি নিদিলে দেখোন দিম কৈ
Hundor❤❤❤
বাজনাখনৰ description t লিখি দিবচোন ছাৰ তেতিয়া অলপ তালখন লিখি ৰখাত সুবিধা হয়। 1:39
নিশ্চয় দিম
@@TeamLohorGolaghat ধ্যানবাদ ছাৰ।
ধন্যবাদ❤
❤❤❤
Sir পুৰণা যুদ্ধ এখন দিব চোন .
যুদ্ধৰ বাজনা আগতে দিয়া হৈছে চাবাচোন 🥰
ছাৰ আপোনাৰ Vedio বোৰ চাই ভাল পাও... নগাঁওৰ পৰা চাই আছোঁ... ❤
দিহা নামত কেনেকৈ বজাই তাৰ ওপৰত এটা vedio বনাই দিব চোন....🥺
বহুত বহুত ধন্যবাদ 🙏🏻
আপোনাৰ অনুৰোধ ৰাখিবলৈ চেষ্টা কৰিম।
খৰ মান গীত ৰ চাপৰ খন এবাৰ বজাই descripson ত লিখি দিব চোন চাৰ
দিবলৈ চেষ্টা কৰিম বাৰু 😊
Sir kripanga upanga sluk tur sapor khini nidile😢
Note keta di dibo
ছাৰ,অহা ৭ছেপ্তেম্বৰ তাৰিখে এখন খোলবাদন প্ৰতিযোগীতা আছে, তাত কি বজালে ভালো হয়, আৰু কেনেকৈ বজাব লাগিব জনাব চোন, please please please..
এই কথাটো প্ৰতিযোগিতাৰ বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। বিচাৰকে কি বজাবলৈ দিব সেইটো প্ৰথমে জানি লবা। যদি গায়ন-বায়ন দিয়ে তেতিয়া জোৰণি, বহা চাহিনি, আৰু সঁচাৰ দি বৰ ধেমালি বজাব পাৰিলে ভাল। যদি তাল বা অন্য যিকোনো চেও -চাপৰ দিয়ে সেই খিনি বজালেই হ'ল।
@@TeamLohorGolaghat নিৰ্দিষ্টকৈ কোনো বিষয় বাচি দিয়া নাই , ঢলনা, গায়নৰ বহা চাহিনী, পৰিতাল এইকেইখন বজালেই হ'ব বুলি ক'লে , কেনেদৰে বজালে ভাল হ'ব জনাব চোন .please
Sir moi dhul khul bojao ...aru hikib loga ase .mur ata channel ase
বৰ ভাল কথা, চেনেলটোৰ নাম কি জনাবচোন। আমাৰো বহুত শিকিব লগিয়া আছে।
@@TeamLohorGolaghat youtube.com/@pirncegogoi?si=fvnYKIswdJX-u-IW link tu aitu bojua hoise nai jonabo sun 🙏🙏 sesta kori asu ......
@@TeamLohorGolaghatyoutube.com/@pirncegogoi?si=O-nbjqpkqRANQwSL sesta kori asu hoise ne baru jonabsun🙏
@@TeamLohorGolaghat Prince Gogoi cultural video buli ase.
Sir beya npi jdi notun okhur probekh ekhn, video dibo prib ni please 😢 mne apunar video sai moi lp hunkle bojab pru aru hiku .
আমাৰ ভিডিঅ' সমুহ উপকাৰত অহা বুলি জানি ভাল লাগিল। পৰবৰ্তী ভিডিঅ'ত নতুন প্ৰৱেশৰ বাজনা দিবলৈ চেষ্টা কৰিম বাৰু।
ধন্যবাদ ছাৰ ।
Jaya jaya ram jaya shree ram ot khul kenekoi bojai diboparibo ni
এই ঘোষা ভাগি বৰ ধেমালিত গোৱা হয়। আমি বজোৱা খোলৰ বোল এনেধৰণৰ -
দিধিন তাও তাওতাক তাও/ খিতধিন তাও তাওতাক তাও/ খিতধিন তাক তাওতাক তাও/ খিতধিন তাক ধেই।
@@TeamLohorGolaghat thank you