নমামি ব্রহ্মপুত্র মহোৎসৱ গীত, নগাঁও Namami Brahmaputra festival, Nagaon theme song
Вставка
- Опубліковано 23 бер 2017
- Namami Brahmaputra Festival 2017. Nagaon Theme Song
Lyrics & Music- Nayanjyoti Saikia
Sung by- Nayanjyoti Saikia, Ariful Haque, Ranjan Bezbarua.
Music arrangement - Pranjal Borah
ব্ৰহ্মপুত্ৰ তুমি ব্ৰহ্মাৰে পুত্ৰ
গৌৰবৰ্ণ আৰক্ত
প্ৰাগজ্যোতিষৰ সভ্যতা গঢ়োঁতা
তুমিয়েই লৌহিত্য
ঐতিহ্য ধ্বজাবাহী
দুৰ্বাৰ জলৰাশি
ভাৰ্গৱ পৰশুৰ আনয়ন
শান্তনুকুলনন্দন
নমামি ব্ৰহ্মপুত্ৰ ।।
টামচ্চুক খাম্বালা চ্চৰতেন বুলি আছে
হিমালয়ৰে ঠাই
চ্চেমায়ুংডুং হিমপ্ৰবাহতে
চ্চাংপোৱে জন্ম পায়
অৰুণাচলতে চিয়াং দিহাং হৈ
অসমত হয় লৌহিত্য
মানসসৰোবৰৰ পৰা
দুৰন্ত গতিৰে বোৱা
ঐতিহ্য ধ্বজাবাহী
দুৰ্বাৰ জলৰাশি
ভাৰ্গৱ পৰশুৰ আনয়ন
শান্তনুকুলনন্দন
নমামি ব্ৰহ্মপুত্ৰ ।।
কিৰাত গোষ্ঠীৰ
টিলাও শব্দেৰে
লাওটি লোহিত লৌহিত্য
নামদাওফি বুলি
আহোমসকলে কয়
তুমিয়ে ব্ৰহ্মপুত্ৰ
মানসসৰোবৰৰ পৰা
দুৰন্ত গতিৰে বোৱা
ঐতিহ্য ধ্বজাবাহী
দুৰ্বাৰ জলৰাশি
ভাৰ্গৱ পৰশুৰ আনয়ন
শান্তনুকুলনন্দন
নমামি ব্ৰহ্মপুত্ৰ ।।
আৰ্য অনাৰ্যৰ
মিলন তীৰ্থ
সোণোৱালী শইচৰ দেশ
লুইতৰ পাৰতেই
বৰণীয়া কৃষ্টিৰ
যুগে যুগে হয় উন্মেষ
কলং কপিলীৰ
উৰ্বৰ পাৰতেই
সৃষ্টি নতুন অনিমেষ
নদী উপনদী যত
বুকতে সাৱটি
লুইতৰ সোণোৱালী বেশ
শতজনে কৰে আগমন
ঐতিহ্য ধ্বজাবাহী
দুৰ্বাৰ জলৰাশি
ভাৰ্গৱ পৰশুৰ আনয়ন
শান্তনুকুলনন্দন
নমামি ব্ৰহ্মপুত্ৰ ।।
Best Theme Song with standard assamese words like Dr. Bhupen Hazarika.
Same with mine.
xosakoi bht dhunia hoise. mi proud fill kribo parisu nagaon Lora bli...
মাইনু, খূউব ভাল হইছে। শুনি থাকিলে শুনি থাকিবৰ মন যায়। ধন্যবাদ ।
ধন্যবাদ জনাইছো
Wonderful song I hear again and again.
dhuniya hoise,xuni thakibo mon jai
xosai bht vl..lagil..xuni bujabo nuara..val lgil..
সুমধুৰ সংগীত।Same like ভূপেন হাজৰিকা।
ইমান ভাল লগা গীত ৷ শুনি শুনি হেঁপাহ নপলায় ৷ ছাত্ৰ - ছাত্ৰীক ব্ৰহ্মপুত্ৰ নদীৰ গতিপথ বুজাবলৈ এই গীতটো শুনাওঁ ৷ ধন্যবাদ, নয়নজ্যোতি শইকীয়ালৈ ৷
bohut val hoise.
bhttttttttttttttttt dhunia lgil gantu
sweet voice .
nagaon theme song is the best
it is a really good song....
❤❤❤💟❤❤❤
Video 2 ulia hoi besi val lagil hoi
😃😃😃😃😃😃😃😃😃😃veryy beautiful songgggggg
VERY BEAUTIFUL SONG..
thank you
Nice song!
MjAh
thanks to all
ati xundar hoise....
xuni bohut val lagise...
Nice voice.
Superb lyrics 👌👌👌👌
thank you
নমামি ব্ৰহ্মপুত্ৰ এই গীতটি আজিহে বিচাৰি বিচাৰি পাইছো ।নয়নজ্যোতি শইকীয়া লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ।নমামিৰ এই গীতটি ভূপেনদাই গোৱা নাই বুলি ভাবিবলে লওঁ বাৰে বাৰে।এনেকুৱা সুন্দৰ গীত আৰু শুনিবলৈ আমি আশাবাদী
ভূপেনদাৰ কণ্ঠৰ যেন অনুভৱ হয়
মই নগাঁও বাসী হোৱা বাবে ধন্য হলো।।।।।।
Bohut bohut ... vl hoise gan2
thank you
nice
Ami gourv anuvob korib parisu...Nagaon bakhi hisabe
nice song......nice voice...
thank you
thanks a lot
My heart touch really so nice song👌👍👍👍👍💖💕💟💞💝💘💗💛💚💙❤
🎉🎉🎉
awesome... alp time karona 2... cnfuse hoi goisilu.... bhupen hazarika jn lgisil... kotha o xundor......
thank you
Nice song
thank you
bohut dhunia, u have a great voice also....
nice bro.. nice Ranjan sir...
here comes my goosebumps
nice song. nice voice, nice composition. Thanks a lot.
xundor geet. Mon sui jai.
thank you
Really it is a good song. I m praising it.
thank you
nagaon hoi baba alp nhoi kn2 nagaon vabi dabo sbo..alp sobe..
nice song nayan sir ... Sweet voice
thank you ....on behalf of Nayan da
Absolutely fabulous..👍😊
thank you
No district could able to make a good thm song except nagaon district. Well done nayanjyoti.
Aiya Asomiyar kontha
dhonyobaad
Nice song...
thank you
Modiji aur sonowalji ko bahut bahut dhanyabad
এই গীতটি মোৰ অফলাইন শুনাৰ ব্যৱস্থা কৰি সদায়েই শুনো ! আজি ইউটিউবতে শুনিছো !! ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যিমানবিলাক গীতৰ সৃষ্টি হৈছে এতিয়ালৈকে তাৰ ভিতৰত অন্যতম এই গীতটি - আচলতে এই গীতটিৰ মাজত সোমাই থকা বিষয়বোৰ বিতংকৈ চাবলৈ গলে এখন বৃহৎ গ্ৰন্থৰ ৰূপত প্ৰকাশ কৰিব !! মই তেনেকৈয়ে অনুভৱ কৰো !!
( *১৪-০১-২০২১ )
Hindi Version ua-cam.com/video/FaZmaAC4XtA/v-deo.html
thanks to all
thanks to all