ঘৰৰ এই স্থানত মৃতকৰ ফটো ভুলতো নাৰাখিব || ধ্বংস হৈ যাব || মৃত আত্মীয়ৰ ফটো ঘৰত ৰখাতো উচিত নে অনুচিত

Поділитися
Вставка
  • Опубліковано 27 сер 2024
  • ঘৰৰ এই স্থানত মৃতকৰ ফটো ভুলতো নাৰাখিব || ধ্বংস হৈ যাব || মৃত আত্মীয়ৰ ফটো ঘৰত ৰখাতো উচিত নে অনুচিত

КОМЕНТАРІ • 55

  • @keshabchsharma9087
    @keshabchsharma9087 2 дні тому

    সুন্দৰ কথা🙏

  • @profullagogoiprafullagogoi6604
    @profullagogoiprafullagogoi6604 7 місяців тому +7

    আজি অসমৰ সকলোৰে ঘৰত গান্ধী ফটো জৱাহৰ লালৰ ফটো অসম সাহিত্য সভাৰ কৰ্ণধাৰ ব্যক্তি সমূহৰ ফটো আৰু নিজৰ মাক দেউতাকৰ
    ৰাখে । কোনো লোকে কনক লতা কুশল কোঁৱৰ ভোগেশ্বী
    ফুকননীৰ ফটো ৰাখে । প্ৰশ্ন
    হল যে সেই সকল ব্যক্তি এতিয়া জীৱিত নে মৃত ? মণে সজা কিছুমান কথা নকব বুলি
    আশা কৰিলো ।

    • @bhakti_kotha_assamese
      @bhakti_kotha_assamese  7 місяців тому

      মহাত্মা গান্ধীৰ সময়ৰ আপোনাৰ আজোককা জনৰ নাম আপুনি জানেনে? ৯৯% মানুহেই নাজানে । কিন্তু মহাত্মা গান্ধীৰ নাম সমগ্ৰ বিশ্বই জানে। কিয় জানেনে? কাৰণ তেওঁ পূণ্যাত্মা।

  • @rajusaharia3885
    @rajusaharia3885 8 місяців тому +6

    ❤joy srri krishna

  • @GupalBorah-fz1ll
    @GupalBorah-fz1ll 5 місяців тому +2

    ভাল . লাগিল . শুনি .🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @nirudas-gh2pc
    @nirudas-gh2pc 9 місяців тому +10

    নিজৰ ককাক কেনেকৈ পাহৰিম| ফতো খন নোছোৱাকৈ কেনেকে থাকিম| দেউতাৰ দেউতাকতো

  • @rupalikhaund4644
    @rupalikhaund4644 9 місяців тому +1

    Vidiotu bohut val lagil

  • @labakumarboro4813
    @labakumarboro4813 8 місяців тому +2

    Bohut Bohut Dhanyabad AAPONALOI

  • @hemasonowal3823
    @hemasonowal3823 8 місяців тому

    Val lagil,hosa kotha

  • @abhilashbhuyan1599
    @abhilashbhuyan1599 8 місяців тому

    Katha bilak bhal lagil

  • @pranitabarmandas6911
    @pranitabarmandas6911 9 місяців тому +4

    এওৰ সকলো কথাই মনে সজা। মই ভাল নাপাও। বছৰেকীয়া পাতিলে ফটো লাগে।

  • @chimpineog6730
    @chimpineog6730 8 місяців тому

    Val lagile right

  • @Diptirava7
    @Diptirava7 5 місяців тому

    Jai shree Krishna 🙏❤️

  • @NiruNiru-oo9pg
    @NiruNiru-oo9pg 6 місяців тому

    Vall kotha ata janilu ,tar baby bohut dhanyobad thakil

  • @violeenalaskar3742
    @violeenalaskar3742 9 місяців тому +3

    কথাখিনি গনদগুলিয়া মানুহ মৰাৰ পিছত আত্মাই যদি নতুন জীৱ দেহ লয় তেন্তে এই কথাবিলাক কৰ পৰা আহিল।হয়তো আতমাটো ঘুৰি ফুৰিব লাগিব কোনে কি কৰিছে চাই ফুৰিব।বুজাই দিব।

    • @bhakti_kotha_assamese
      @bhakti_kotha_assamese  9 місяців тому +1

      যেতিয়া লৈকে নতুন জীৱন নাপাই তেতিয়া লৈকে আত্মাতো ঘোৰি ফুৰে। সেয়েহে অনবৰতে ভাবি থাকিব নালাগে। ভাবি থাকিলে তেওঁৰ নতুন জীৱন পোৱাত অসুবিধা হয়। আৰু যেতিয়া নতুন জীৱন পাই। তেতিয়া শাৰীৰিক জীৱ হৈ পৰে। আৰু পূজা ভগৱানকহে কৰিব লাগে। কোনো জীৱক নহয়।

    • @dipabhuyan3684
      @dipabhuyan3684 8 місяців тому +1

      কাৰ নো কথা শুনিম এজনে কয় দখিনত থব আৰু এজনে কয় উত্তৰ দিশত লগাব আকৌ কলে চাব নাপাই এই কথাখিনি ক'ত লিখা আছে জনাব চোন

  • @taramaiphukan8785
    @taramaiphukan8785 9 місяців тому +2

    হয় বাপ জনা কথা বোৰ শুনি উগুল থুগুল লাগিছে কি কৰিম কিনকৰিম ভাৱিয়ে পাৰ নেপাওঁ।

  • @KamalaBaishaya-us6io
    @KamalaBaishaya-us6io 6 місяців тому

    Joy shree krishna

  • @pollabihazarika3110
    @pollabihazarika3110 7 місяців тому

    কৃষ্ণ 🙏

  • @rumichekoni4176
    @rumichekoni4176 7 місяців тому

    Bujai diyat val lgil🙏

  • @rebochutia2203
    @rebochutia2203 9 місяців тому +1

    জয় শ্ৰী ৰাম ❤❤❤❤❤🙏

  • @user-jr4qn5lh9g
    @user-jr4qn5lh9g 7 місяців тому

    উপদেশ ভাল লাগিছে

  • @iranisaikia7178
    @iranisaikia7178 6 місяців тому

    জানিব পাৰি ভাল লাগিল 🙏

  • @labakumarboro4813
    @labakumarboro4813 8 місяців тому

    Akheksh Dhanyabad

  • @nabamallika23
    @nabamallika23 9 місяців тому

    অশেষ ধন্যবাদ ৷ বহুতো নজনা কথা জানিব পাৰিলোঁ ৷

  • @nirurajkhowakonch4324
    @nirurajkhowakonch4324 7 місяців тому

    জয় শ্ৰীকৃষ্ণ

  • @kavitachoudhury4797
    @kavitachoudhury4797 7 місяців тому

    Dhanyavaad❤❤😊

  • @renulongchot7547
    @renulongchot7547 7 місяців тому

    বুজাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ থাকিল 👍🏿👌

  • @harakantatamuli1053
    @harakantatamuli1053 9 місяців тому +12

    Vedio tur pora Nojona kotha janilu .Dhanyabad .

  • @bivahazarika2734
    @bivahazarika2734 9 місяців тому

    জয় sreekrishna

  • @bhaskarmahanta6933
    @bhaskarmahanta6933 8 місяців тому +3

    এই বোৰ কোনে কলে।সকলো মিছা।ফটোৰ লগত আত্মাৰ সম্পৰ্ক কি অদ্ভুত কথা।কোনে দেখিছে।চূড়ান্ত অন্ধবিশ্বাস।বন্ধ হব লাগে।

  • @bijumahanta405
    @bijumahanta405 7 місяців тому

    মই আপোনাৰ এটা কথাও বিশ্বাস কৰা নাই। মই ৰাতিপুৱা শুই উঠি প্ৰথমে ভগৱানৰ ফটো, তাৰ পিছত মা, দেউতা শহুৰ, শাহু আৰু স্বামীৰ ফটোখন চাও আৰু প্ৰণাম কৰো।

  • @KamalaKalita-ot2zk
    @KamalaKalita-ot2zk 6 місяців тому +1

    Atatkai.basithakile.baki.bor.kikarim.apuni.janaboson

  • @twoheroesinhouse4130
    @twoheroesinhouse4130 6 місяців тому

    Upadekh Diya babe dhanoya bad

  • @gitaranidas1654
    @gitaranidas1654 9 місяців тому

    Ok,thank u..

  • @RupaliPhukanSaikia
    @RupaliPhukanSaikia 3 місяці тому

    🙏🙏🙏

  • @sukhalataphukan5996
    @sukhalataphukan5996 4 місяці тому

    জয় শ্ৰী কৃষ্ণ ।

  • @dipanjoliborthakur
    @dipanjoliborthakur 9 місяців тому +1

    Thanks

  • @golok..kakati
    @golok..kakati 6 місяців тому

    Different...speeches....not..same...from ..others...speeches

  • @user-cq2hs9tl7i
    @user-cq2hs9tl7i Місяць тому

    তেনেহলে। কত। ৰাখিব। পায়। সেইতো কওক

  • @mayuridas5864
    @mayuridas5864 9 місяців тому

    Joy _reekrishna

  • @jyotiprakashsarma4333
    @jyotiprakashsarma4333 7 місяців тому

    ধন্যবাদ।

  • @NiruNiru-oo9pg
    @NiruNiru-oo9pg 6 місяців тому

    Amr ghart kinto maa aru dauter photo uttor dokhin kunt akhon tabulr uport rokha hoicy,tat katiaba katiaba dhup bonti loguwa hoi, ,, karon gharto puba poshima koi ase kiba opokarita asenki jonabocun

  • @navanitaskitchen1812
    @navanitaskitchen1812 8 місяців тому +1

    মৃতকৰ ব্যৱহাৰ কৰা বস্তু বা কাপোৰ বোৰ ব্যৱহাৰ নকৰা কৈ ৰখা উচিত নে ?

    • @navanitaskitchen1812
      @navanitaskitchen1812 8 місяців тому

      উত্তৰটো নিদিলে দেখোন দাদা

  • @ushagoswami6751
    @ushagoswami6751 6 місяців тому

    Mritakak manat parile akobeya katha nahay

  • @barnaleesenapati1562
    @barnaleesenapati1562 9 місяців тому

    Aru ata blg vdot dkhisilu poshim dikhot rkhibo lge buli

  • @ParulGogoi-lu3fv
    @ParulGogoi-lu3fv 7 місяців тому

    মই প্ৰমাণ পাইছো.

  • @bipulkalita9799
    @bipulkalita9799 8 місяців тому

    Aibilak baje katha..ajanor logat ajanor kono mil nai..manuhok ehate bivantra kore

  • @devajitburagohain594
    @devajitburagohain594 6 місяців тому

    ফকটিয়া কথাৰে ভিডিঅ নবনাব। আপোনালোকে নিজকে কি বুলি ভাবে। আপোনালৈ এটা প্ৰশ্ন এৰিলো মৰা মানুহ ভুত হৈ জীন্দা হব পাৰে নেকি? যদি পাৰে প্ৰমাণ সহকাৰে দিয়ক। দুটকা পইচা পাবলৈ এইবিলাক বনোৱাতকৈ অন্য ভাল কাম এটা নকৰে কিয়? য'ত নিজৰ লগতে ৰাইজও উপকৃত হব।

  • @ranjetkrdass3744
    @ranjetkrdass3744 8 місяців тому

    Faltu kotha Jen lage

  • @animaboruah6275
    @animaboruah6275 8 місяців тому

    Thanks