My living room tour | গ্ৰাম্যনুভূতি এক অনন্য সুখ ।২০২১ত মোৰ ড্ৰয়িং ৰুমটো কিদৰে থৈছো 200K Special 🙏

Поділитися
Вставка
  • Опубліковано 14 жов 2024
  • #Livingroomtour #Taruphukan #Assam
    _________________________________________👇
    Follow Taru Phukan on Instagram
    / taruphukan
    Follow Taru Phukan on Facebook
    / taruphukanofficial
    For More Visit my Food Blog
    Taruphukan.com
    _____________________________________
    Music Credit : Cousin Blossom ♥️(oh ! moi)
    • 03. Oh! Moi tarmane tu...
    _____________💚(kintu ami just friends hoii)
    • 02. Kintu ami just fri...

КОМЕНТАРІ • 633

  • @kamalagogoi1073
    @kamalagogoi1073 2 роки тому +3

    সকলোবোৰৰ ৰেচিপিৰ ভিতৰত তোমাৰ খিনিয়েই ভালকৈ চাঁও ।

  • @bidishahazarika8182
    @bidishahazarika8182 3 роки тому +102

    আমি আধুনিক হ’বলৈ গৈ নিজক পাহৰিছো কিন্ত আপুনি ব্যতিক্ৰম ..এখন সুন্দৰ সংস্কৃতিবান ঘৰ দেখি অভিভূত ..সকলো কলাৰে গৰাকী আপুনি..আচৰিত হও আপোনাৰ প্ৰতিভা দেখি৷ইশ্বৰে আপোনাক কুশলে ৰাখক

    • @bhanudeka5386
      @bhanudeka5386 3 роки тому +4

      হয়

    • @jintisworld6959
      @jintisworld6959 3 роки тому +2

      হয় মই ও এই কথাটো ভাৱো বাইদেউ সকলো কামতে নিখুঁ‌ট

    • @mitalilaskar2356
      @mitalilaskar2356 3 роки тому +1

      Apuni mur monor katha tuke koise

    • @bidishahazarika8182
      @bidishahazarika8182 3 роки тому

      @@mitalilaskar2356 Thanks

    • @manjubarman8824
      @manjubarman8824 3 роки тому +1

      সচাঁকৈ মেম ব।। বহুত ধুনীয়া লাগিছে । বাহিৰত থাকিলেও নিজক পাহৰি যোৱা নাই।বহুত ধন্যবাদ ।

  • @golapibaro9961
    @golapibaro9961 2 роки тому +2

    মই আজি লৈকে যিমান দ্ৰয়িং ৰুম দেখিছোঁ তাৰ ভিতৰত অতি সুন্দৰ দ্ৰয়িং ৰুম আজি প্ৰথম দেখিলোঁ । আপোনাক বহুত বহুত ধন্যবাদ জনালো ।

  • @monimalakolita3267
    @monimalakolita3267 3 роки тому +8

    বাইদেউ আজিকালি এক শ্ৰেণীৰ মানুহে অসমীয়া কৃষ্টি সংস্কৃতি পাহৰি গৈছে। এইবোৰ ধৰি ৰাখিলে মানুহ আউট ডেটেট বুলি গণ্য কৰে। অসমীয়া ভাষা নাজানো বুলি গৌৰৱ কৰে। কিন্তু আপুনি ব্যতিক্ৰম। কলাসূলভ ভাবে ঘৰখন সজাব পৰাটো গৃহিণী গৰাকীৰ সুন্দৰ মনৰ পৰিচায়ক। ইয়াতেই তেওঁৰ পাৰদৰ্শিতা ফুটি উঠে।আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ কৈ সজোৱা ঘৰখন দেখুওৱা বাবে। কিতাপ ৰ পোক মই।কিতাপৰ আলমিৰাটো দেখি মনটো উৰা মাৰিছে যেন খুচৰি মই নপঢ়া কিতাপ কেইখন বিচাৰি লম।

  • @AssameseVloggerDG
    @AssameseVloggerDG 3 роки тому +1

    Bohut bhal lagil. Khub dhuniake hojaise. Asomiya purona bostuburok ek notunotto prodan kori atumtukarikoi hojai rakhise. Bohut bhal lagile Baidew. 😍 sofa set jur hosai birat bhal lagil.

  • @nivasaikia5281
    @nivasaikia5281 3 роки тому +13

    অসমৰ সংস্কৃতি দীৰ্ঘস্থায়ী হৈ উঠক আপোনাৰ দৰে এগৰাকী সংস্কৃতিবান নাৰীৰ জড়িয়তে। আপোনালৈ অশেষ ধন্যবাদ 🙏🙏

    • @kalpanadasbarman9636
      @kalpanadasbarman9636 3 роки тому

      আপোনাৰ হাতৰ নিপুণতা দেখি ‌তবধ মানিছো। বহুত ভাল লাগিল।

  • @deijinaakhter4594
    @deijinaakhter4594 3 роки тому

    আপুনি এগৰাকী সফল নাৰী, সফল মাতৃ আৰু সফল পত্নী। আপোনাৰ দৰে এগৰাকী সফল নাৰী হ'বলৈ আমাৰো মন যায়। আপোনাৰ "পিল" কেইটাৰ ৰং আৰু ডিজাইন খুব সুন্দৰ। আপোনাৰ বাঁহৰ কেটলি আৰু বটাটো ইমান ধুনীয়া ।

  • @runudevi588
    @runudevi588 2 роки тому

    বাইদেউ,
    আজিৰ যুগত তথ্য প্ৰযুক্তি ৰ সহায়ত আপুনি আমাৰ জন কৃষ্টি আৰু জীৱনশৈলীৰ সপোন যেন লগা দৃশ্য আৰু বচন সমূহ প্ৰকাশ কৰাত আমি আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ।

  • @kakolisaikia1571
    @kakolisaikia1571 3 роки тому

    Bohut very lagil❤️ khub hundor koi hojaise

  • @sikhabaruah7472
    @sikhabaruah7472 2 роки тому

    আপোনাৰ মাতটো ইমান ধুনীয়া।আপোনাৰ স্পষ্টাবাদিতা মোৰ প্ৰিয়।

  • @saswatibordoloi9595
    @saswatibordoloi9595 3 роки тому

    Bohut besie dhuniya sufajur..logote apunar room khojua style tu khub val lagise....

  • @juntiborah4610
    @juntiborah4610 3 роки тому

    সুন্দৰৰ পূজাৰী আমি ; সংস্কৃতি আমাৰ স্বাভিমান।সচাকৈয়ে মুগ্ধ হলো বাইদেউ। আপোনাৰ কলা সুলভ মনটোৰ পৰিচয় বৰ সুন্দৰ ৰূপত ফুটি উঠিছে।

  • @arupchetia7403
    @arupchetia7403 2 роки тому

    ভাল লাগিল বাইদেউ। আপুনি ঘৰটো বৰ ধুনীয়া কৈ সজাইছে।

  • @jandeepgogoi8517
    @jandeepgogoi8517 Рік тому +1

    আপোনাৰ কথনশৈলী অতি সুন্দৰ ৷

  • @bandanadas216
    @bandanadas216 3 роки тому

    বৰ সুন্দৰকৈ সজাই থৈছে বাইদেউ। অসমীয়া সংস্কৃতিৰ সামগ্ৰীবোৰ সচাই অনন্য। আপোনাৰ গৃহসজ্জাই সংস্কৃতিবান মনটোৰ পৰিচয় দাঙি ধৰিলে। এইবাৰ Indoor plant সংৰক্ষণৰ ভিডিঅ'ৰ অপেক্ষাত ৰৈছো। মৰম আৰু শ্ৰদ্ধা জনালো বাইদেউ।

  • @dhunumoran6712
    @dhunumoran6712 3 роки тому +2

    Khoo val lagil... anoinya rupot hojaise room2..❤️❤️❤️

  • @JMRsmaya
    @JMRsmaya 2 роки тому

    বহুত সুন্দৰকৈ সজাইছে বাইদেউ আপোনাৰ দ্ৰইংৰূমতো।

  • @meghnab3767
    @meghnab3767 3 роки тому +1

    Khub sunder👍🏻👍🏻best assamese vlog and channel..eman dhuniya kae apuni kotha khini koi😊

  • @nilanjana2980
    @nilanjana2980 2 роки тому

    বহুত ধুনীয়া ঘৰ দেখিছো, কিন্তু আপোনাৰ ৰুমৰ তুলনা নাই।

  • @dipabora8037
    @dipabora8037 2 роки тому +1

    আপোনাৰ ঘৰ দুৱাৰ দেখা পায় অভিভূত হৈ পৰিছো।ইমান ধুনীয়া লাগিল চোফা চেট যোৰ। আপোনাৰ আটি্চ মনোভাৱ টো ব্যতিক্ৰমী। ধন্যবাদ আপোনালৈ 🙏🙏

  • @demonpandayt2479
    @demonpandayt2479 3 роки тому

    Bohut dhuniya lgise sai apunar ghorkhon😍😍

  • @tanishkawithmomassam4832
    @tanishkawithmomassam4832 3 роки тому

    Bohut val lagil.eman dhuniakoi hojaise💕😊

  • @porinitadutta9837
    @porinitadutta9837 3 роки тому

    Bohut dhuniya. Val lagil👌👌

  • @purnimadas3965
    @purnimadas3965 3 роки тому

    Bor dhuniya lagise baideu...👌👌

  • @preranakonwar4215
    @preranakonwar4215 3 роки тому

    বাইদেউ আপোনাৰ প্ৰতিভাৰ কথা কবলৈ ভাষা নাই ।কি কম ।এনেকুৱা অনুভব হৈছে মই যেন আমাৰ পৰম্পৰাগত মিউজিয়াম দেখিছো ।বহুত ধন্যবাদ ।নিজকে নিজে লাজ লাগিছে বহু টকাৰ প্ৰয়োজন নাই এখন ঘৰ সুন্দৰকৈ সজোৱাৰ কলাৰ প্ৰয়োজন ।

  • @tulikagogoi6467
    @tulikagogoi6467 3 роки тому

    Baidew,bohut bhal lagil,Apuni bohut gunor adhikari,Bhogomane Apunak kukhole rakhok🙏❤️🙏

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 3 роки тому

    Bohut bhal lagil...eman puroni ghor jen nalage.

  • @pallabigautam8316
    @pallabigautam8316 3 роки тому

    Val lagisai baidow, apuni iman dhuniakoi rakhisai.. Xasai bahut dhunia.. Sofa jur bahut dhunia lagisa😘😘

  • @seemashree7812
    @seemashree7812 3 роки тому

    Apuni xosai bohut onukoroniyo baidew.Bohut vaal lagil .

  • @madhumitabhuyan3396
    @madhumitabhuyan3396 3 роки тому +3

    ইমান সুন্দৰ ভাৱে আৰু পৰিপাতিকৈ ৰাখিছে,, দেখিয়েই ভাল লাগিছে 😍😍 খুউব সুন্দৰ বা 👌👌 চায়ে হেঁপাহ নপলাই।।

  • @gayatreegogoi3212
    @gayatreegogoi3212 3 роки тому

    অসমীয়া সংস্কৃতিৰ এটা সুন্দৰ ৰূপ আপোনাৰ কোঠাটোত প্ৰতিফলিত হৈছে,ধন্যবাদ বাইদেউ । আপোনাৰ পৰা বহুখিনি শিকিব পাৰিছো আৰু অনুপ্ৰাণিত হৈছোঁ।আপুনি অসমীয়া সমাজৰ এগৰাকী আদৰণীয় ব্যক্তি তথা সম্পদ।

  • @asomiyasuwalirekha-231
    @asomiyasuwalirekha-231 3 роки тому +31

    খুব ভাল লাগিল চাই

    • @rakhirajkhowaborgohain2600
      @rakhirajkhowaborgohain2600 3 роки тому +1

      বহুত ধুনীয়াকৈ সজাইছে

    • @dulumonidas3097
      @dulumonidas3097 3 роки тому

      বৰ ভাল লাগিছে বহুত ধুনীয়া কৈ সজাইছে

  • @sharmab4913
    @sharmab4913 3 роки тому

    আপোনাক কি বুলি কম ভাষা নাই বাইদেউ।।।।।আপোনাৰ ঘৰ খন,আপোনাৰ মনটো অতুলনীয় সঁচাই।।।।।ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক।।।।🙏🙏🙏🙏

  • @dimplebaruah2102
    @dimplebaruah2102 3 роки тому

    Very beautiful Mam. Aapuni hosakoi bohut dhuniyake ghorkhon hojaise.

  • @rinkubegum5584
    @rinkubegum5584 3 роки тому

    Congratulations baideu 200k subscribe huwar babe aru aguwai jauok baideu. Eman dhuniya koi khojaise room Tu bohut dhuniya lagise💓💓💓💓

  • @jayamoniborah3928
    @jayamoniborah3928 3 роки тому

    Congratulation baideu..bohut val lagil sai..

  • @priyangshugogoi3062
    @priyangshugogoi3062 3 роки тому +14

    congratulations প্ৰথমতে বাইদেউ 👍👍👍আপোনাৰ ৰুমটোৰ বিষয়ে কবলৈ মোৰ ওচৰত একো শব্দই নোলাল 👌🏻👌🏻👌🏻👌🏻বহুত বহুত ধুনীয়া বাইদেউ 👌🏻👌🏻👌🏻🥰🥰🥰

    • @garimaboruah1444
      @garimaboruah1444 3 роки тому

      Baidow apune hosake Bor lakhimi.apunak 🙏🏻🙏🏻🙏🏻.ghar video to Bor val lagil

  • @minakshichowdhury5015
    @minakshichowdhury5015 3 роки тому +27

    সঁচাকৈ পুৰুষ প্রধান ঘৰ, আপুনি অকলে পৰিস্কাৰ সংস্কাৰশীল এখন ঘৰ আত ধৰি ৰাখিছে মই আপোনাক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো |,(আচলতে মইও আপোনাৰ দৰেই ভাল পাও)

  • @kabitahazarika179
    @kabitahazarika179 3 роки тому

    Bohut dhuniya lagil apunar drowing roomtu

  • @sumborah144
    @sumborah144 3 роки тому +1

    Bht besi vl lagil ❤️❤️❤️❤️

  • @bobybezbaruah2082
    @bobybezbaruah2082 3 роки тому

    বহূত ভাল লাগিছে। বৰ সুন্দৰ কৈ সজাই ছে

  • @rekhamoniborua4675
    @rekhamoniborua4675 3 роки тому

    Bohut val lagise dei sai..eman dhuniak rakhise

  • @jimisaikia1851
    @jimisaikia1851 3 роки тому

    বহুত ভাল লাগিল বাইদেউ।বহুত ধুনীয়াকৈ সজাইছে।

  • @SankarDas-um3uf
    @SankarDas-um3uf 3 роки тому

    বহুত বহুত ধুনীয়া ইমান ধুনীয়াকৈ সজাইছে সকলো খিনি বহুত ধুনীয়া লাগিছে বাইদেউ

  • @sinkiborah5959
    @sinkiborah5959 3 роки тому

    Hosakoi baa jenkoi apunar bonua khaido bilak hokolutkoi beleg tenedare apunar ghorkhnu hokolutkoi beleg dharanere xojua..hosakoi montu bohut val lagil gol ....bohutei dhuniaa baaa

  • @hemasonowalgohain2001
    @hemasonowalgohain2001 3 роки тому

    ইমান ধুনীয়া কৈ সজাই ৰাখিছে ঘৰখন

  • @GeetaDevi-hl8uv
    @GeetaDevi-hl8uv 3 роки тому

    খুউব ধুনীয়া কৈ সজাইছে বাইদেউ আপুনি

  • @monmidas848
    @monmidas848 3 роки тому +14

    আপোনী অনন্য, সচাঁ কৈ আপোনাক লৈ আমি গৌৰামবিত, কি বুলি ধন্যবাদ দিম ভাষা বিচাৰি পোৱা নাই, ভগৱানে আপোনাৰ সপৰিয়ালকে কুশলে ৰাখক🙏🙏

  • @indragohain1595
    @indragohain1595 3 роки тому

    Hosai Bor hundor hoise,....

  • @gahindeka5517
    @gahindeka5517 3 роки тому

    বহুত ধূনীয়াকৈ সজাইছে ঘৰটো

  • @anisaikia8348
    @anisaikia8348 3 роки тому

    আপোনি সকলো ফালেই সুন্দৰ এগৰাকী সম্পূৰ্ণ মহিলা

  • @aniladas1589
    @aniladas1589 3 роки тому

    আপুনি সঁচাই বৰ ভাগ্যৱতী। কাৰণ ইমান সুন্দৰ চিন্তা ভগৱানে আপোনাক দিছে । বহু ভাল লাগিল , বহু শিকিলোঁ । ধন্যবাদ ।

  • @debajanibaruah330
    @debajanibaruah330 3 роки тому +1

    বাইদেউ সকলো বস্তু ইমান ধুনীয়াকৈ সজাই থৈছে ।অতি মনোৰম।বৰ ভাল পালো যাবলৈহে মন গৈছে আপোনাৰ ঘৰলৈ।

  • @minuchetia3699
    @minuchetia3699 3 роки тому

    Bht dhuniya baidew pratitu bostwe bht dhuniyakoi hojaise 🙏🙏

  • @astha0732
    @astha0732 3 роки тому +1

    বহুত বহুত বহুত ....... ধুনীয়া কৈ সজায় ৰাখিছে তৰু বা 🙏🏼 আপোনী সকলো ফালে পাকৈত আপোনাৰ কথা কৈ শেষ কৰিব নোৱাৰি 💕💕💕💕

  • @karabisworld6532
    @karabisworld6532 3 роки тому

    বাইদেউ আপোনাৰ হাতৰ পৰশত অসমীয়া সংস্কৃতি জীপাল হৈ উঠা ড্ৰয়িং ৰূমটো দেখি মুগ্ধ হলো । কবলৈ ভাষা নাই .... চাইয়ো হেঁপাহ নপলায় ।

  • @aarhivolgs4859
    @aarhivolgs4859 3 роки тому

    সচাকৈয়ে বহুত ধুনীয়াকৈ সজাইছে

  • @pallabisaikia0591
    @pallabisaikia0591 3 роки тому

    Bohut bohut dhuniya lagise apunar droing room2 baa

  • @dipikasaharia6808
    @dipikasaharia6808 3 роки тому

    Eman dhuniake sojaise baidew...mor bohutei val lagil sai

  • @garimaboruah1444
    @garimaboruah1444 3 роки тому

    Baidow apune hosake Bor lakhami.apunak 🙏🏻🙏🏻🙏🏻🙏🏻.gha to Bor val lagil.

  • @rupamsarma1802
    @rupamsarma1802 3 роки тому

    Baprey aapuni Iman bostu hojai rakhise oti nipun vabe.....dhunia dhunia randhi o thke ru Iman dhunia koi hojaio rakhe..kenekoi Iman somvale....aagoloi enek thakok vale thakok baideu🥰

  • @CookingwithSangita97
    @CookingwithSangita97 3 роки тому

    Bohut bhal lagile..eman dhuniak rakhise hokolukhini😍

  • @madhusmitamech8830
    @madhusmitamech8830 3 роки тому

    Bohut val lagise. .protitu bostu emn hundor koi hojai thoise. .amar karne aiya ek inspiration. .lots of love aunty 💞💞💞💞

  • @rinadutta7598
    @rinadutta7598 3 роки тому

    বহুত ধুনীয়াকৈ সজাইছে বাইদেউ 👌👌

  • @tcollection1530
    @tcollection1530 3 роки тому

    Bht dhunia lgise baido xokolu bur..

  • @BornaliGogoi
    @BornaliGogoi 3 роки тому

    Bor hundorkoi hojai rakhise baideu.hosai bor val lagil..

  • @ushabora2721
    @ushabora2721 3 роки тому

    খুব ধুনীয়া আপোনাৰ দ্ৰৰিং ৰুমটো ,আটক ধুনীয়াকৈ সজাইছে আপুনি ,চোফাটো বৰ ধুনীয়া,,কৰ পৰা লৈছে আৰু কিমান দাম হয়

  • @pulinboruah6134
    @pulinboruah6134 3 роки тому

    Bamboo furniturei ghartu aru Dhuniya lagise Baideo....

  • @simadas2489
    @simadas2489 3 роки тому +1

    খুব ভাল লাগিল চাই..... মই চোৱাৰ লগতে ঘৰৰ সকলোকে দেখালো.... মাই বৰকৈ প্ৰশংসা কৰিছে বাইদেউ 🤗🤗💓💓

  • @Greengardenassam
    @Greengardenassam 3 роки тому

    Bohut val lagise apunar gharhani ,eman dhuniyakoe rakhisa 💫💫👍👌

  • @Disha10805
    @Disha10805 3 роки тому

    Bor dhunia lagil baa....

  • @shreyadas1961
    @shreyadas1961 3 роки тому +1

    Congratulations Baideu🌹.. drawing room tu khub dhuniakoi xojaise..apunar ruchixilotar porisoy pua jai..

  • @daijeemedhi6501
    @daijeemedhi6501 3 роки тому

    সচাকৈ অভিভূত হৈছো...মোৰো মন যায় এনেকৈ সজাবলৈ..

  • @dhurbajyotiborah6674
    @dhurbajyotiborah6674 3 роки тому +3

    অভিনন্দন বাইদেউ ।আপোনাৰ হাতত যাদু আছে ।ভগবানে আপোনাৰ মংগল কৰক।

  • @মইনয়নদীপ
    @মইনয়নদীপ 3 роки тому +6

    বহুত সুন্দৰ বাইদেউ। বাইদেউ শুনক চোন, পাৰিলে আন কোঠা বোৰো দেখুওৱাব চোন। এয়া আপোনালৈ মোৰ মাৰ অনুৰোধ।

  • @porismitasaikia4163
    @porismitasaikia4163 3 роки тому

    Waw emn dhuniya baideu khub VL lgil.. sufa Tu j bohut VL lgise

  • @papariborpatra9620
    @papariborpatra9620 3 роки тому +7

    কিতাপৰ চিৰিজ কেইখন ভিডিঅ'' সোনকালে দিব বা।চোফা খন ভাল লাগিছে,অৰ্ডাৰ দিব যোৱাৰ দিনা ভিডিঅ' দিছিল মনত পৰিল বা।ৰাজস্থানী ফটো বঢ়িয়া লাগিছে।
    বহুত সুন্দৰকৈ সজাইছে বা।এটাই কথা কম বা আপুনি আমাৰ সম্পদ।আপোনাক দেখিলে কাম কৰাৰ স্পৃহা বাঢ়ে।মৰম দিলো বা

  • @kabitagogoi1385
    @kabitagogoi1385 3 роки тому

    বহুত ধুনীয়া তৰু বা ,অভিভূত হলো

  • @sumitachoudhury694
    @sumitachoudhury694 3 роки тому

    অতি ধুনীয়া আপোনাৰ ঘৰৰ বহা কোঠা। অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য গোটেই কোঠাটোত ফুটি উঠিছে ❤️

  • @rupjyotikonwar4170
    @rupjyotikonwar4170 3 роки тому

    খুব ভাল লাগিল বাইদেউ , ইমান সুন্দৰ কৈ ৰাখিছে পৰতিক ৰূমটো

  • @akashjyotisaikia4532
    @akashjyotisaikia4532 3 роки тому +1

    বাইদেউ আপোনাৰ হাতত সচাই যাদু আছে ।।।। সৰ্বগুণী আপোনাকে কয়।।। আটাইতকৈ ভাল লগা ইউটিউবাৰ গৰাকীক এদিন লগ পোৱাৰ মন আছে ।।

  • @runabarthakur2847
    @runabarthakur2847 2 роки тому

    খুব সুন্দৰ বাইদেউ।আকৌ এদিন বাকী থাকি যোৱা বিলাকৰ আশাত ৰলো।

  • @smritirekhamahanta5331
    @smritirekhamahanta5331 3 роки тому

    Baidew apuner vd sai bor bhal palu.Muru bibhino culture preserve koratu bhal lage. Apune apuner hobby tu continue rakhibo.

  • @plabislittleworld
    @plabislittleworld 3 роки тому

    বহুত ভাল লাগিল বাইদেউ....কবলৈ ভাষা নাই কেৱল ঠৰ লাগি চালো
    #Plabi's Little World

  • @monjitbora1622
    @monjitbora1622 2 роки тому

    Eman dhuniakoi hojai rakhese koboloi hobdo nai Just ❤️❤️❤️❤️❤️❤️❤️

  • @hemalatadevi6210
    @hemalatadevi6210 3 роки тому

    ইমান সুন্দৰকৈ ঘৰখন সজাইছে বাইদেউ।👌👌💐💐 খুউব ভাল লাগিল। গৃহিণী হিচাপে আপুনি প্ৰশংসনীয়, আদৰ্শণীয় । বেয়া নাপালে আপোনাৰ স্বামীয়ে কি কৰে জনাবচোন।

    • @TaruPhukan
      @TaruPhukan  3 роки тому

      কিয় বেয়া পাম বাৰু কৈছিলো …বহুত বাৰ ।এইটো video কৈছো…অধ্যাপক -গণিত শাস্ত্ৰ বিভাগৰ…

    • @hemalatadevi6210
      @hemalatadevi6210 3 роки тому

      @@TaruPhukan ধন্যবাদ বাইদেউ। আচলতে সকলোবোৰ ভিডিঅ' চাবলৈ ইচ্ছা থাকিলেও সময় মিলাব নোৱাৰো যে ।

  • @neetagoswami2665
    @neetagoswami2665 3 роки тому

    Khub dhuniya lagil Baideu.

  • @arjusvlog1208
    @arjusvlog1208 3 роки тому

    খুউব ধুনীয়াকৈ সজাই থৈছে। ভাল লাগিল বহুত।

  • @jitengogoi5603
    @jitengogoi5603 3 роки тому +12

    ajiloike jiman home tour salu tar vitort apunar2 best👌👌👌

  • @IDBmathspoint
    @IDBmathspoint 3 роки тому

    khub xundor koi xojai rakhise..val lagil sai

  • @prativadas2468
    @prativadas2468 3 роки тому

    চোফা যোৰৰ লগতে ৰুম টো ধুনীয়াক সজাইছে

  • @Hirak_Hirak.
    @Hirak_Hirak. 3 роки тому +1

    সম্পূৰ্ন অসমীয়া সংস্কৃতি ধৰি ৰাখিছে । বৰ সুন্দৰ লাগিছে ।

  • @AssameseKitchen
    @AssameseKitchen 3 роки тому

    খুব ধুনীয়াকৈ সজাইছে আপুনি ৰুমটো, খুব ভাল লাগিলে।

    • @dhanashribaishya8806
      @dhanashribaishya8806 3 роки тому

      Bhut dhunia lgise baa...iman dhuniakoi khojai rakhise hosakoi bhut vl lgise...

  • @rimakalita2108
    @rimakalita2108 3 роки тому

    Bahut bahut bahut dhunia lagise amar Assamese culture khub val lage aru apuni iman dhunia k hojai rakhise

    • @bhanudeka5386
      @bhanudeka5386 3 роки тому

      বাইদেউ আপোনাৰ প্ৰতিভা দেখি অভিভূত ‌হৈছো । আপুনি এগৰাকী সুন্দৰ সংস্কৃতিবান‌ আৰু সকলো ক'লাৰ অধিকাৰী । আপোনাৰ প্ৰতিভা বোৰ দেখি এটা সৰু মিউজিয়াম দেখা ‌যেন লাগিল। ভগৱানে ‌আপোনাক কুশলে ৰাখক আৰু আগুৱাই যোৱাত সহায় কৰক।অ, আপোনাৰ চোফাজোৰ সুন্দৰ। অতি ধুনীয়া।❤️👍

  • @dulumonilahon9094
    @dulumonilahon9094 3 роки тому

    ইমান ধুনীয়া কৈ ৰাখিছে..কি কম..বাইদেউ..👌👌👌

  • @parthaborah2984
    @parthaborah2984 3 роки тому +1

    বৰ ধুনীয়া লাগিল বাইদেউ.....সংস্কৃতি খিনি ইমান ধুনীয়াকৈ ৰাখিছে

  • @assamesvlogertulika343
    @assamesvlogertulika343 3 роки тому

    আপুনাক ধন্যবাদ দিবলৈ ভাষা নাইকিয়া হৈ গৈছে ।বহুত ধুনীয়াকৈ সজাইছে ।মুখেৰে বা বা উলাই গৈছে।আপুনাক শতকৌতি প্ৰনাম🙏🙏🙏।

  • @sabitaborah1300
    @sabitaborah1300 3 роки тому

    Bohut bohut xundar ke rakhise mur bohut val lagise

  • @purabidas3703
    @purabidas3703 3 роки тому +1

    বাইদেউ আপোনাৰ কলাসুলভ মনটো মানিবলগীয়া। আপোনাৰ পৰা বহুত অনুপ্ৰাণিত হৈছো। ধন্যবাদ বাইদেউ 🥰🥰

  • @manjubarman8824
    @manjubarman8824 3 роки тому

    সাংঘাটিক ধুনিয়া লাগিছে বা ।বাহিৰত থাকিলেও নিজৰ সংস্ককৃতি পাহৰি যোৱা নাই ।বহুত বহুত ধন্যবাদ ।