চুলিৰ growth বঢ়োৱা ৫ টা বস্তু। Simple tips for hair growth || Homemade hair mask
Вставка
- Опубліковано 23 тра 2022
- চুলিৰ growth বঢ়োৱা ৫ টা বস্তু। Simple tips for hair growth| Homemade hair mask
Hello everyone this is special video on hair growth tips and home remedies.5 simple natural ingredients that should be taken both internally and externally. Please do watch and subscribe my channel.
#hairgrowth
#hairgrowthtips
#hairgrowthoil
#onionjuiceforhairgrowth
#fenugreekhairpack
#curdhairpack
#drraineeshealthyway
#ঘৰুৱাদিহা
#aloevera
#assamesechannel
Check my playlist also -থলুৱা খাদ্যৰ ঔষধি গুণ - • থলুৱা খাদ্যৰ ঔষধি গুণ
skin tips - • Skin tips
kitchen health - • Kitchen health
home remedies and health tips - • Home remedies and heal...
Boost your immunity - • Boost your immunity
Bht prayujaniyo video, thnk u baa...
Thanks so much
Very beautiful tips
Thank for sharing this lovely video
ধন্যবাদ জনালো
Khub important tips dila ....thank you for sharing
Thank u so much dear ba
Thank you Mam.
Thanks
বহুতো উপকৃত হলোঁ।
ধন্যবাদ দেই
ধন্যবাদ বা
স্বাগতম
Thenk u so mach mam nic vidio
Thanks a lot
Wow nice vdo mem...... Loving it ❤️❤️....
Thank u
Thank you
Welcome
Dhunia, 💖💖💖💖
Thank u
ধুনীয়া লাগিছে ধন্যবাদ থাকিল।আপুনালৈ
ধন্যবাদ জনালো
Mam mur suli xini xub fatise aru dighol nohoi ki korila Val hb mem jonaba sun
সুন্দৰ
ধন্যবাদ জনালো
বাইদেউ আপোনাৰ ভিডিঅ চাই ভাল লাগিল ধন্যবাদ জনাইছো 🌹🌹🌹
আন্তৰিক ধন্যবাদ জনালো
Aru dibo please ❤
Very nice
Thank u
Nice video ❤️
ধন্যবাদ জনালো
❤
❤️
Nice👍
Thanks
Nice video
ধন্যবাদ
প্ৰয়োজনীয় পোষ্ট 💝
ধন্যবাদ
আমাৰ যুৱতী আৰু মহিলা সকলৰ কাৰণে খুবেই প্ৰয়োজন দিহা । এই ভিডিঅ'টোৰ পৰা সকলো উপকৃত হ'ব । শ্বেয়াৰ কৰাৰ বাবে ধন্যবাদ
আন্তৰিক ধন্যবাদ জনালো সুন্দৰ মন্তব্যৰ কাৰণে❤️🙏
6:32 bhut bhalsidya@@DrRaineesHealthyWay
Very informative. Thank you Maam.
Thank u ❤️
Ba mate dail logabo parim naki.
Bhut vl lagil maam..maam mor suli khini bhut hare ru bhut xukan hoi sai babe faniyar alp man pct a ako jot lage ..ki karile vl hbo
ইয়াত দিয়া দৈৰ mask লগাব পাৰে। দৈৰ লগত মৌজোল আৰু এলোভেৰা মিহলাই লগাব পাৰি। নাইবা কণীৰ লগত অলিভ অইল দি mask হিচাবে লগাব। সপ্তাহত এদিন গৰম তেলৰ মালিচ দিব চুলিত
I am waiting video
Thanks
Thanks mam
ধন্যবাদ জনালো
Hair mask loguar pasot dove shampoo use koribo parim ne ba 🤔🤔
Mam aponar poramorsar baba asasah dhayanabad thakil subha kamona janalu
Thank u so much
Baa apunar vedio moi xodai saou emn dhuniya koi bujai diye
Thank you so much dear
Baa coconut virgin oil lgale suli xore nk baa jnabo sn....
যদি suit নকৰে সৰিব পাৰে
Baa flaxseed jel sulit knekoi lgai jnabo sn.... suli khini dhubo lgibo nk lgoar agt
Ma'am eyebrows thick korar karne kiba upai ase nki kbo sn...
শিলিখা পিচি লগাব ৰাতি। তিল তেল ও ভাল। কেষ্টৰ অইল ও ভাল
Hi baa aponar lgt ktha patib bisarisilo kneke parimno
মোৰ ফোন নম্বৰ 7399114617
Ma'am, hair growth r Karne henna useful Hoi ne?
Um useful.. কিন্তু চুলি বেছি সৰিলে henna frequently কৰিব নালাগে।
Silky hair r bixoye kb sun
Ok
Dove shampoo re dhubo parim ny mam plz jonabosun
Suit কৰিলে পাৰি কিন্তু কেতিয়াবা চুলি সৰা দেখোঁ বহুতৰ। সেয়ে khadi ৰ shampoo বা organic শ্বেম্পূ ললে বেছি ভাল
Acidity thoka luke doi ru kecha piaj khabo paribone? Jonale bohut upokar hoy.
দৈৰ লগত গুৰ দি খালে এচিডিটি নহয়। মিঠা কৰি খাব আৰু কমাই খাব।যদি আমনি কৰে নাখাব। সকলোৰে ক্ষেত্ৰত বেলেগ। কেঁচা পিয়াঁজৰ ক্ষেত্ৰতো একে। আমনি নকৰে। কেতিয়াবা হে কৰে যদি আন বস্তুবোৰো ভালদৰে খোৱা নাযায়
Oily skin bikhoye video dib mur mukhon bohut oily ki krib lagib
এটা আছে।চাবচোন। তথাপি দিম বাৰু
Methi guti ji kunu hair oil r lgt use kribo parim ne .
পাৰিব। কিন্তু নাৰিকল তেল বেছি ভাল
এজমা ৰোগ নিৰাময়ৰ বাবে কি কৰিব লাগে? এই বিষয়টোৰ ওপৰত এটা ভিডিও দিব চোন বাইদেউ ❤
এটা আছে video মই community ত শ্বেয়াৰ কৰিম ৰব
@@DrRaineesHealthyWay হব বাইদেউ
পিঁয়াজ, নৰসিংহ, কণী আৰু তিল তেল একে লগ কৰি লগাব পাৰি নে??
যদি suit কৰে পাৰিব
Baidew...mr suli khini bht khorixe aru bohut hukan hoi goixe..ki logale vl pam Kobo xun plzz..aji apunar video2 salu vl lagil..
Hot oil মাছাজ দিবা সপ্তাহত এদিন বা দুদিন। bhringaraj oil লব পাৰি। চুলিৰ বহুতো video আছে চাবাচোন
Mithi guti coconut oil r logt logale vl pam ne olp
Ma'am মেথি গুটি তিলৰ তেলৰ লগত লগাব পাৰোঁ নে???? এইটো কৰিলে চুলি সৰা বন্ধ হব নে???
পাৰিব কিন্তু ভাল পুষ্টিকৰ খাদ্য ও খাব লাগিব
বা মোৰ চুলিখিনি বহুত বেছি পাতল কি কৰিলে ভাল হব কব বুলি আশা কৰিলো
তিলতেল আৰু নাৰিকল তেল মিহলাই অলপ গৰম কৰি মাছাজ কৰিব শ্বেম্পু কৰাৰ আগতে। সপ্তাহত দুদিনমান। শিলিখা গুৰি পেষ্ট কৰি mask হিচাপে লগাব পাৰে মাজে মাজে
Sulir growth borhabor karone henna t ki ki miholai sulit logabo lagibo
জবাফুলৰ পাত আৰু ফুল পিচি দিব পাৰে। নাইবা আমলখি ৰস বা গুৰি নাইবা এলোভেৰা জেল
Ba mor sowali khini patol kenekoi besi hb aru okoni bahut besi komowa kiba ata kb.... Sowali age 9
নিমপাত সিজোৱা পানীৰে চুলি ধুব। পিয়াজৰ ৰস লগাব চুলিৰ গুৰিত মাজে মাজে। শ্বেম্পু কৰাৰ আগতে। জবাফুলৰ পাত পিচি লগাব
Ba sokot hbo lagile ki khabo lagibo nu
এটা video আছে দেই চাবাচোন
বাইদেউ আপুনি ফেৰেজাইতিৰ বিষয়ে অলপ জনাব
আছে এটা video চাব পাৰিব চেনেলত
Mam methi gutir mask 2 okl koni di bonabo parim ny baru plz jonabosun ... mur 2 -3 years hl sulikhini ny boha .. bhut dhoronr tel lgaisu hlew digh huwa ny ...methigutir lgt ki ki lgale sulikhili dighl hbo plz jonabosun...
পাৰিবা দিবলৈ নিজৰ চুলিত যি বস্তুৱে মানে সেইবোৰ মিহলাই
মই তেল বনাই লৈছো নৰসিংহৰ পাত পিয়াজ নাৰিকল তেল মিহলাই লগাও চুলিত
ৱাহ বঢ়িয়া দেই। keep it up
Mr soli br ak dame dighl nhai aru akn man dighl hb dharile soli br fati jai plz ata opai diyak
ফাটি যোৱা খিনি কাটি দিব অলপ। hot oil মাছাজ লব সপ্তাহত এদিন বা দুদিন
কণীৰ লগত অলিভ অইল মিহলাই আধা ঘণ্টাৰ বাবে লগাওক শ্বেম্পু কৰা দিনা। নাইবা দৈৰ লগত কণী আৰু নাৰিকল তেল
Aibr kri aso bhut agr pra kinto ako km diya ni... Soli dighl a nhai ... Kiba medicen hb nki soli dighl howa
Ma'am suli kusa fati goise ki logabo lage ma'am
ইয়াত দিয়া দৈ আৰু কণীৰ mask লগাব পাৰা। মাজে মাজে তেল গৰম কৰি চুলিৰ গুৰিত ভালকৈ মাছাজ কৰিবা। আৰু কণীৰ লগত অলিভ অইল দি ও mask লগাবা কেতিয়াবা। দুমাহ মান যত্ন লোৱা। চুলিখিনি trim কৰিবা
Mam suli kene koi dighol koribo pari moi iman sesta kori asu nhy kiba jodi tips ase jonabo sun ki logale suli khini dighol koribo pari
ইয়াৰ দিহাবোৰ কৰি চোৱা যদি কৰা নাই। তিনিমাহ যত্ন লোৱা
Ma'am Mr suli khini fati goise aru bhtt dry.....ki krile vl hbo jnabo sun...🙏❤️
দৈৰ লগত কণী মিহলাই mask হিচাবে লগাব আধা ঘণ্টাৰ বাবে। তাৰ পিছত ধুই দিব।নাইবা কণীৰ লগত অলিভ অইল মিহলাই লগাব একেদৰে। সপ্তাহত এদিন বা দুদিন। গৰম তেলৰ মালিচ চুলিৰ গুৰিত দিব শ্বেম্পু কৰা দিনা। আৰু trim কৰিব চুলি
Thank u ma'am ♥️♥️
Mam mur suli khub hore aru suli guri bohut bikhai kiba aeta upai diba sun.
তেজৰ himoglobin টেষ্ট কৰাই চাব। বয়স কিমান জনাব? ইয়াৰ দিহাবোৰ কৰিব পাৰে সকলোবোৰ চুলিৰ বাবে ভাল। suit কৰিলে লগাব। mahabhringaraj oil লগাব পাৰে আয়ুৰ্বেদিক
Mam age 40
Minxidul use korile re hair grow hobo nai ma'am plz reply koriba ma'am
Skin ৰ ডাক্তৰে দিছে যদি লব পাৰিব। বয়স কিমান বাৰু
Ma'am suli aag fatile ki logabo lage jonabo sun
Hot oil massage best। কণীৰ লগত অলিভ অইল mix কৰি হেয়াৰ পেক হিচাবে লগাব। নাইবা দৈৰ লগত কণী আৰু নাৰিকল তেল মিহলাই লগাব
@@DrRaineesHealthyWay thank you ma'am ❤️
Which champoo is better for hair growth ans stop hair fall?? Please do reply ma'am🙏🏼
Actually it depends on hair type. You can try lotus organics anti hair fall shampoo. Or any transparent shampoo that contains less chemicals
@@DrRaineesHealthyWay I see..
Ba link uporot video bonab sun xoru dang kora pora
Aru bhut mur hair loss hoise ma'am tar bikoye koi diyana plz màam
কণ্ডিচনাৰ চুলিৰ গুৰিত লগাইছে নেকি? কেতিয়াবা যি তি শ্বেম্পু লোৱাৰ বাবেও চুলি সৰে। বহুত কাৰণ থাকে।
Baidow 6 yersr suwlik parim ne logabo
কি লগাব বিচাৰিছে জনাব?
Suli dighol kora kiba tips ase nki
জবাফুল পিচি লগাবা। তিলতেল নাৰিকল তেল মিহলাই শ্বেম্পু কৰা দিনাখন লগাবা। ঘৰুৱা উপাদান ব্যৱহাৰ কৰিলে সোনকালে growth হয়
@@DrRaineesHealthyWay thank you
Mor suli khini bhut khohota.. Ki logale oily aru mihi hbo.. Jonaboson baideo
কণীৰ লগত অলিভ অইল দি মিহলাই হেয়াৰ পেক হিচাবে লগাব সপ্তাহত এদিন। hot oil মাছাজ দিব মাজে মাজে যেতিয়া শ্বেম্পু কৰে
@@DrRaineesHealthyWay thank you ma'am ❤
Mur suli oily hoi. Hodai dhubo lge, so suli patol hoi goise. Ki korile val hobo.
নেচাৰেল বস্তুৰে চুলি ধুব পাৰে মাজে মাজে। যেনে ঔটেঙা বীজ, জবাফুল , নিমপাত
Un
মেথিগুটি আৰু নৰসিংহ পাত নাৰিকল তেল দি hair oil bonai loi চুলিত logale কি বা akhobida হ ব নেকি pls jonabo soon
একো অসুবিধা নহয়। ময়ো লগাওঁ এইদৰে
@@DrRaineesHealthyWay ধন্য বাদ মাম্ 🙏
Maam mor suli faniyale abart 200 r 300 dal kom naxare..mor bhut cinta hoise maam..anai jade suli khini lahe koi tani saw 4,5 dal koi suli xare..bhut dry hoi ru bhut jot lage..gathi gathi hoi jot lage..agte bhut suli khini dath asil atya talo olai goise maam😭😭😭😭😭
Ohh হয় নেকি। তেল গৰম কৰি কুহুমীয়া হৈ থাকোঁতে অকণমান মাছাজ দিব চুলিৰ গুৰিত। আধা ঘণ্টাৰ পিছত শ্বেম্পু কৰিব। সপ্তাহত দুদিনমান কৰিব। কণীৰ লগত অলিভ অইল মিহলাই mask হিচাপে লগাব আৰু শ্বেম্পু কৰিব
বাইদেউ চুলি সৰা( যাক টকৌৱে খোৱা বুলি কয়) তাৰ কিবা উপায় আছে নেকি plz জনাবচোন 🙏🙏🙏
নাৰিকল তেলৰ লগত এচিকুট খোৱা কৰ্পূৰ দি লগাব। নাইবা কণা শিমলুবন থেতেলাই আধা ঘন্টা মান লগাই থব। সপ্তাহত দুই তিনিদিন কৰিব
@@DrRaineesHealthyWay বহুত বহুত ধন্যবাদ বাইদেউ।
চুলি ফাটিলে কি কৰিব লাগে বাইদেউ
কণীত অলিভ অইল দি হেয়াৰ পেক হিচাপে লগাব আধা ঘণ্টাৰ বাবে। hot oil মাছাজ দিব মাজে মাজে শ্বেম্পু কৰাৰ দিনা
Thank you বাইদেউ,,,
বাইদেউ pimples hole কেনেকৈ remove কৰিব পাৰি ?জনাব চোন🥺
মোৰ চুলিবোৰ দীঘল হব নিবিচাৰে। মোৰ চুলিবোৰ ৬বছৰে হল পকিবলৈ ধৰিছে সেই কাৰণে মই আপুনি কোৱা এই ঘৰুৱা দিহাবোৰ মই বহু দিনৰ আগৰ পৰাই কৰি আহিছো তথাপিও একো ওপকাৰ পোৱা নাই।। পকাও কমা নাই আৰু দীঘল হোৱা নাই।। সৰা বন্ধ হোৱা নাই।।। আপুনাৰ এটা সু পৰামৰ্শৰ বাবে আগ্ৰহেৰে বাট চাই আছো🙏🙏
আপুনি এবাৰ তেজৰ পৰীক্ষা কৰাই লবচোন লগতে liver function টেষ্ট এটা। আৰু বয়স কিমান জনাব। কেতিয়াবা হৰমনৰ বাবেও হয়। আমলখি আৰু মেথিগুটি হৰমনৰ বাবে উপকাৰী। টোপনি কেনেকুৱা জনাব। বহুত কথা থাকে। কেতিয়াবা genetic কাৰণটো চুলিৰ growth ভাল নহয়। মই কোৱাবোৰ কৰি চাবচোন
মোৰ বয়স ৩৫।। ।টোপনি খুব ভাল।।। আপোনাক বহুত ধন্যবাদ জনালো।। ইমান ধুনীয়াকৈ জনালে কথাবোৰ 😍😍😍🙏🙏🙏লগতে বহুত বহুত মৰম।। আপোনাৰ পৰা আগলৈ আৰু এনেকুৱা ভাল ভিডিঅ পাওঁ তাৰ আশাৰে 😘😘
Mam moi moushumi. Mur ghor gulaghatot. Moi aji beles koraisilu. Kintu mur muk kon kola hoi gol. Atia ki koru kok sun. Plz plz ba muk help korok. Mur 31 tareke beiy ase.plz plz.
অহ হয় নেকি। bleach ৰ side effect হৈছে। আলুৰ ৰস আৰু তিয়ঁহৰ ৰস মিহলাই লগাওক। নাইবা দৈৰ লগত তিয়ঁহ আলুৰ ৰস, মৌজোল আৰু বেচন মিহলাই পেক হিচাপে লগাওক সপ্তাহত দুদিন। bleminor cream himalaya লগাওক ৰাতি
Thenks ba
মোৰ চুলি খিনি খুব oily হয় এদিন ধোঁৱা পিছত 2দিন 3দিনৰ ভিতৰত oily হৈ যায় খুব খজুৱাই। আৰু চুলি খিনি ও পকিছে ফাটিছে , সৰিছে ও বহুত। উফও হৈছে গৰম দিনত বেছি খজুৱাই । আৰু চুলি খিনি oily হয় ইমান ।কি কৰিলে ভাল ফল পাম জনাবচোন।
নেমুৰ ৰস দি চাবচোন। আমলখি ৰস লগাব পাৰে। চুলিখিনি দুই দিনৰ মূৰে মূৰে শ্বেম্পু কৰিব
@@DrRaineesHealthyWay কৰোঁ shampoo , কিন্ত ভাল পোৱা নাই oily হৈ যায় । খোজোঁৱাই ,পকিছে ফাটিছে সৰিছে । তেল নগলাও তেল লগালে বেছি হে হয়।
Same condition muru .upy ata dibosun
মোৰ চুলি সকলো সময়তে সৰে , কি কৰিম? মই কিন্তু সকলো ফ্ল' কৰো।
কেতিয়াবা হৰমনৰ বাবেও হয়। কেতিয়াবা ভিটামিন ডি ৰ অভাৱৰ বাবেও হয়
@@DrRaineesHealthyWay কণিৰ লগত দৈ ই কেপ চুল দি প্ৰায়েই লগাওঁ । তথাপিও সৰে। আমলখি শিলিখা গেলাই থৈ দিওঁ তাকো সানিছো।
Maam mur suli khini khub maje maje singi goise ki korim jonaba sn
ইয়াৰ হেয়াৰ mask বোৰ লৈ চাবচোন। hot oil মাছাজ কৰিব। প্ৰটিন যুক্ত diet বেছি খাব
Mam mur Age 13 year.. Mur suli xorise plzz solution dib
কি শ্বেম্পু লোৱা তুমি? নাৰিকল তেলত মেথিগুটি উতলাই হেয়াৰ হিচাপে লগাব পাৰি। পিয়াঁজৰ ৰস ও ভাল। dry হৈছে যদি চুলিখিনি তেন্তে কণীৰ লগত অলিভ অইল দি mask হিচাপে লগাব পাৰি। আৰু আইৰণ যুক্ত খাদ্য খাবা।ৰাতি টোপনি খতি নকৰিবা
মোৰ বহুত চুলি সৰি সৰি শেষ হৈ গৈছে😭😭
Thankyou so much
যত্ন লোৱা
বাইদেউ মোৰ বহুত চুলি সৰি আছে গতিকে মই কি কি কৰিলে চুলি সৰা বন্ধ কৰিব পাৰিম, অনুগ্ৰহ কৰি জনাবচোন 🙏
চুলি সৰা ওপৰত কেইবাটাও video আছে চাবচোন। শ্বেম্পু সলাই চাওক। প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰিব পাৰে। তিলতেল আৰু নাৰিকল তেল মিহলাই চুলিত লগাই শ্বেম্পু কৰিব। প্ৰটিন যুক্ত খাদ্য খোৱাৰ গুৰুত্ব দিয়ক। আমলখি ৰস খাওক বা ত্ৰিফলা
Nice video
Thank u