Upoja Gaonore // ওপজা গাওঁৰে // Mahendra Hazarika Assamese Song
Вставка
- Опубліковано 17 січ 2025
- Upoja Gaonore // ওপজা গাঁৱৰে //Mahendra Hazarika Assamese Song
#Mahendra Hazarika
#mahendrahazarika
#Assamesemahendrahazarika
#zubeengarg
#nekib
#assamesevlog
#neelakash
কেঁচা মাটিৰ গোন্ধ থকা গীত💯 মোৰ প্ৰিয় গীতৰ ভিতৰত অন্যতম, হৃদয় চুই যোৱা❤❤শৈশৱৰ সেই সোণালী দিনবোৰলৈ মনত পৰি যায় গানটো শুনিলে❤ হেই সময়ত Super Dupar Hit আছিল🔥🔥
মহেন্দ্ৰ হাজৰিকা দেৱলৈ বহুত বহুত ধন্যবাদ 🙏 তেওঁৰ কুশল তথা দীৰ্ঘায়ো কামনা কৰিলোঁ🙏🙏
❤❤❤ mojaa
ঔ তাহানিৰ দিনৰ কথা মনত পৰি চকুৰ পানী নিগৰিল 🥺হিয়া জোৰ পৰি গ'ল গীতটি শুনি ❤️
অসমৰ এগৰাকী স্বনামধন্য প্ৰসিদ্ধ সম্ৰাট বিশিষ্ট কন্ঠ শিল্পী মহেন্দ্ৰ হাজৰিকা। যাৰ কন্ঠই প্ৰতিজন মানুহৰে হৃদয় চুই যায়। এক সুন্দৰ নিদৰ্শন প্ৰতিভা। সেয়েহে মহেন্দ্ৰ হাজৰিকা চাৰ দেৱলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
ওপজা গাওঁখনৰ কথাবোৰ বাৰুকৈ মনত পৰে ৷ বিশেষকৈ তাহানি দিনৰ মৰম মিলাপ্ৰীতি বোৰ স্মৃতি হৈ আছে আজিও ৷
00igvvnhggffgfc ggg BvgxhxvzgGGzhxxbxnxjxnzbxhzbzbNbzbzbNBzhbzhchccmxzzzzxc
Jmjhhhbnnnj
Bohut unib loga song 🙏🙏🙏🙏🙏majaa
আমাৰ মহেন্দ দা ধূনীয়া গীত বহুত ভাল লাগে এইগানটো ❤️🤘
বৰ্তমান চলি থকা সমাজখনৰ লগত এই গীতটো একেবাৰে সত্য
সুন্দৰ গীত, অতিতলৈ মনত পৰি যায় |
ভূপেন হাজৰিকাৰ ধাৰাটো আপুনি ধৰি ৰাখিব লাগিব দাদা।
Hundor artha purno gan huni bohut Val lagil.
গীতটিৰ লগত হৃদয় খনৰ কিবা এটা সম্পৰ্ক আছে।
Akdom right kotha koiche.
কালজয়ী গীত । অতি সুন্দৰ। শুনিয়েই থাকিব লৈ মন যায় ।
সুন্দৰ সুন্দৰ শব্দৰ মালিতাৰে গঁঠা আৰু সুৰেৰে সজোৱা গীতটি শুনি সঁচাকৈয়ে বৰ ভাল লাগিল 👌 অশেষ ধন্যবাদ জনাইছো 🙏
Sundar aru bastobdharmi gaan
বহুত ভাল লাগিল শুনি। আন্তৰিক অভিনন্দন জনালোঁ।
P
ভাল লাগে গানটি ।নিভাঁজ আমাৰ গাঁওৰ গীত যেন অনুভৱ হয় ।
ককাইদেউ সকলো বিলাক গানেই শুনি বহুত ভাল লাগে দেই
ভাল লাগিল এই গীতটি শুনি 😍
হাজৰিকা দা মোৰ যেতিয়া মন বেয়া লাগে আপোনাৰ গান হুঁনো , ভাল লাগে
Very nice song and singing dada.Namaskar.
বৰ ধুনীয়া গীত এনেকুৱা গান শুনিলে মনটোক বৰভালকৰিদিয়ৈ❤❤❤❤😢😢😮😮😅😅😊😊
মন প্ৰাণ শীতল পৰি যায় মহেন্দ্ৰ হাজৰিকাদেৱৰ গান শুনিলে ।উউফ কি অৰ্থপূৰ্ণ গান ।
সুন্দৰ গীত ৷ আগতেও শুনিছোঁ। বৰ্তমানো শুনি আছোঁ ৷ অনাগত দিনত শুনিম জীয়াই থকালৈকে।
Bohut bhal lagise gantu khuni
গীতটি শুনি সচাকে বহুত ভাল লাগিল
Otii xundor geet...Khub bhal lagil
সৰু কাল ক্থা মনত পৰে এই গানতো সোনিলে সুপ ভাল লগে আৰু বেয়াউ লাগে 🙏🙏🙏❤️❤️❤️❤️😢
বহুত ভাল লাগিছে
হৃদয়স্পৰ্শী😢😢
*সঁচাকৈ তাহানিৰ দিনবোৰ বহুত মধুৰ আছিল😍🙏আমিয়েই শেষ প্ৰজন্ম যি নেকি সকলো পালোঁ আমি*
Bht vl lgil
হৃদয় স্পন্দিত কালজয়ী তথা চিৰসেউজ গীত। মহেন্দ্ৰ দাৰ গীত মানেই কেঁচা মাটিৰ গোন্ধ থকা গীত, অসমীয়া সংস্কৃতিৰ গীত, মানুহৰ আৰু মানৱতাৰ গীত।
Mohendro hajorika khuraloy okhekh dhonyobad. Aron mor priyo
Dhuniya song dada
Khub dhuniya gan aitu Mahendra Dar
সচাকৈ অতীতলৈ ঘুৰি যাবৰ মন যায়।মহেন্দ্ৰ দাক এবাৰ লগ পোৱাৰ হেপাহ আছে।
Mur prio geet mohendra da♥️
😬😉😯😄😄😄😄😄😄😠😬😢😢😐😬😡😐😐😄
Very nice song agoloi val koi agbahi jai jate ❤❤
Bahut bahut vala lagil khuni
মহেন্দ্ৰ কাইদেউৰ প্ৰতিটো গীতেই মোৰ প্ৰিয় 💞
Bohut vhl pwa gan2
Bhal lage mur.mohendro da gan hune.bohut bohut bohut bphut.... 👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍
সুন্দৰ গীত......... ❤️
আপোনাৰ গান। আমনি নালাগে❤
Live long Mahendra da.keep up more.
Mojaaa dada
Nice one
Bahut val pao moi apunar gan bor,, 🌹💖Lagate,, arianar ❤
গীত তো শুনি থাকিবৰ মন যায় ......Evergreen song. .Old is gold
Val lagil🥰
Xundor
Mon val lagejai ❤❤❤❤❤❤❤
মহেন্দ্র দাৰ গীত শুনিবলৈ বৰ ভাল লাগে
Bor sundar gan
Mohendra Hazarika r gune huni val lagile🙏❤️
Outstanding....
Bohutbhallagilthanks.
Oti xundor
আগোৱা জোৰা
Moja 😌👌
Mur piyo gaan...bohut val paow moi ai gaantu 👍
Thank-you
Senehor sotalot aita nabahe xamanyai atori gol....Miss u আইতা।
Yes bro ,
Old is allways gold🙏🙏🙏🙏
ককাই সুন্দৰ
Very nice song heart touch ing
সৰুৰে পৰা এই গীত টি শুনি আহিছোঁ আজিও শুনি থাকো ।মোৰ প্ৰিয় গীত❤️ সঁচা গীত❤️
@rawnokmusic5202 zuzu u
P
@Marami Konwar Unofficial 😊😊😊😊😊😊😊😊😊😊😊
Q
Lllĺlllllĺĺ😊😊😊😊
বৰ ভাল লাগিল ।
❤ মন পৰশা গীত ❤
Bor bhal lagise
বহুতভাললাগীল
Sem2
Hosai heart taching... ❤️❤️❤️❤️❤️
A song Tu bare huni thkileu amoni nlge😌 mur papa a hdai ai song Tu hune❤️❤️❤️
Dhuniaa 👌
Sundar dada
Good song
❤
Amazing.
My very very intaresting song,I listening from my childhood.
😄😄😄😄😄😄😄
Ki hundor git
কেচা মাটিৰ গোন্ধ থকা গান।
I love this song ❤ moi mahedar da গীতত নাচিছো ❤❤
শোনি ভাল লাগিল
Thank-you
@@yashminmusic5051 সচাঁ কৈ গীতটি শুনি মোৰ জন্ম ভুমিলৈ মনত পৰিগল বহুত সুন্দৰ গীত ককাইদেউ
Bor hundr বিশাল গভীৰ hidoir মাজত দোলা দি যাই
Moja
Nice 👍🏻
Mur. Pio. Gaan ❤❤❤❤ Ajiu pahoribo Mnot pore
Mur piyo gan hoi ❤️❤️❤️❤️
বহুত prio গান,
Apunar gan mur oti priya
Mojja
ATI prya gan
Old is gold 👍👍👍
Ummm old is gold 👍👍👍
Mon jur pori gol
Apuna ganbu huni ketyaru amoni nelage huni le sun montu kiba forokal hoi pore ❤❤❤❤
দেহা জুৰ পৰি গল।।
❤❤🤗
my favorate singer, mohendrada song, kesa matir gan......
Bohut val ligi sa
Bohut vallagilgantu
মোৰ প্ৰিয় গীত ❤❤❤
I Salute this Butiful Song
Val lagil