Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
हरे कृष्ण हरे कृष्ण हरे कृष्ण हरे हरे
কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ । মধুপুৰ সত্ৰৰ বিবৰণ আৰু ছবিবোৰ দেখি ভাল লাগিল। সত্ৰৰ ভবিষ্যত উন্নতি কামনা কৰিলোঁ।
Bor bhal lagil ,xeya jonalu , 🎉🎉🎉🎉
Kouty kouty dandavat pranam aru namaskar baap
জয় গুৰু শংকৰ 🪔🙏
Krishna bap
Jay।guru।sonkar
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
❤ কৃষ্ণ ❤বাপ ,আপোনাক দেখা পাই ভাল লাগিল❤কৃষ্ণ❤
স্নান য’ত গুৰু জনাই কৰিছিলে সেই ঠাইখিনি আশাকৰো ভালদৰে ৰাখিব ভৱিষ্যতে। এতিয়া কাৰোবাৰ ঘৰৰ পিছফাল জাবৰ জোথৰ পৰি আছে।
কৃষ্ণ কৃষ্ণ পৰম গুৰুজনাৰ চৰণ সেৱাৰ লগতে মাধৱ বাপ ঈশ্বৰৰ চৰণ লৈও সেৱা নিবেদিলো।
কি খবৰ খনিন্দ্ৰ ভাইটি,,,বহুত দিনৰ মূৰত দেখা পাইছোঁ,,ভাল লাগিল তোমাক দেখা,,পাই,,বাকী ভালেই আছা তুমি,,,এতিয়া কত আছাঁ তুমি,,মই শিৱসাগৰৰ হয়,,,?
জয় গুৰু শংকৰ 🙏
Val lagil❤dada. Dimpu borah koi val kam korile eman dur jabo kio lage amar eyai pran
কৃষ্ণ, বৰ ভাল লাগিল।
কৃষ্ণ কৃষ্ণ বাপ বহুত ভাল লাগিল ।
Bhal lagise vdotu saai ❤ Moi tezpuror baliparar para sàai asu tomer vdobur ❤
কৃষ্ণ হৰি ৰাম, বৰ ভাল লাগিল। মাধৱ দেৱ মহন্ত প্ৰভুৰ ফোন নম্বৰটো দিবচোন, কেতিয়াবা কথা পাতিবলৈ।
🙏🙏🙏
Natun friend hlu
Val lagil
Jai Guru Sonkar
Iman mohan gurujona . Sotro bur develope hua nai .
আমি গলে কত নামিব লাগিব ৰেলৰে গলে ।
New Coochbehar Junction namibo lagebo... nami madhupur dham bule kole anytime gari pai
মাধৱ বাপ জনাৰ ফোন নম্বৰ টো পাম নেকি
সুন্দৰ ভাল লাগিল | কিন্তু আপোনাৰ দাৰী মোচ বিলাক কাটি লব লাগিছিল |
তালগছ পাচ শ বছৰ বাচে নেকি বাৰু? গুৰুজনাই নিজে ৰোৱা তাল বুলি কৈছে,যি আজিৰ পৰা পাচ শ বছৰৰো বেছি হব। বিশ্বাসযোগ্য নে?
এটা প্ৰবাদ আছে যে, তাল ৰুলি দুইপুৰুষৰ পাছতহে খাব পাৰি।
Krichna vidio vius bnaise bhal kha kinto dari gof loi nhy pisloi dhuti panjabí sar dari gof sfa hoi jab krichna