Bohut vl kotha koise... moiu aibur kotha kobole pale vl pau... amr somajot jat kul aibur sai thake... biya nidiye ... kin2 ji Jon vokote aibur koi .... Sosa vokot nhoi.... kio amr somajot aibur ase njnuuu.... mnuh e ako koi ....o ram anekua lora le gol... ki j kom somaj khn
Sumitra Gogoi Krishna Krishna Krishna Iman Dhuniyakoi aamak kone bujai diba baru Parikhite paridan kara Sonar Mukutto Jarakhandha Rajar buli ai Dasseeye Aajihe gom palo Mukuttor katha moi bar sinta kari aachhilo Aaji moi 7Nomber Satyato Aaponarsabar para janiba pari Aapnaloi Koti Koti Sewa Aagbahalo Krishna pranam janalo aaponak Krishna
Ata kothai kaok aponaloke je mahapurus honkordeb gurudujonar dharmor adharot eman niti niom bandhi dise aibilak ki gurujonai koisil ne aponalokor honghor nija sristi.jodi gurujonai koisil spostovabe ullekh korok kot ketia ki prohongot koisil je horonasarjya thake , sah vator niom mod mangho khoa nokhoa niom. Motso tu vogobanor abotar karne khabo nelage jodi takhyak rupi vogoban bole apple r vitorot asil , prohadot apple kio di a aru khai.Niom niti kebol aponalokor hubidharthe bonale nahabo biswar hokolo manuhor babe hubidhjonok hobo lagibo.gurujonak jogotguru bole. 22:03
ভগৱান প্ৰণাম
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏 বাপ জনা , আপোনাৰ মধুৰ বচনৰে বৰ সুন্দৰ বিচাৰ , শুনি সুখী হলোঁ।
আমাৰ পৰম মৰমৰ গুৰুদেৱ কৃষ্ণ কৃষ্ণ ৰাম ৰাম আপোনাৰ এই মহান চৰৱণ কীৰ্ত্তন শুনিবলে এই অধমক সেৱা নিবেদন কৰিলো । আৰু আপোনাৰ এই মহান চৰ্ৱণ কীৰ্ত্তন কেনেদৰে শুনিলে আপুনি এই আভাজনক আদৰি লব পাৰিব এইবাৰ দয়া কৰক চোন হে গুৰুদেউ
KRISHNA❤
Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna
Krishna krishna
Krishna Krishna bap hewa janalu
bout Val lagil
কৃষ্ণ কৃষ্ণ বাপ
শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
Krishna Krishna Krishna Krishna pravu.
কৃষ্ণ কৃষ্ণ প্ৰভু🙏🙏🙏🙏
Val lagil xuni 🙏🙏🙏🙏krishna probhu krishna🙏🙏krishna🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ ! বৰ সুন্দৰ ব্যাখ্যা । আপোনাক লগতে অধ্যয়ন-চক্ৰ ভাগিত উপস্থিত থকা বাপ-ঁআই সমস্ত জনা শ্ৰীচৰণত আমাৰ শতকৌতি প্ৰনাম জনালোঁ । কৃষ্ণ
Ramkrisnaramkrisnaramkrisnaramkrisnaramkrisna❤❤❤❤❤
Krishna krishna baap jai jai shree krishna krishna tomar saranat sata coti pranam coti coti pranam
Bap krishna ohari Oram pranam janalo pravu krishna
Joi jagot guru shri months sangordaba.
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Bohut vl kotha koise... moiu aibur kotha kobole pale vl pau... amr somajot jat kul aibur sai thake... biya nidiye ... kin2 ji Jon vokote aibur koi .... Sosa vokot nhoi.... kio amr somajot aibur ase njnuuu.... mnuh e ako koi ....o ram anekua lora le gol... ki j kom somaj khn
Kishono kishono bap jona ❤❤❤❤bhut val lajil ❤❤❤❤
বৰ সুন্দৰ ব্যাখা কৰিলে বাপজনাই ।সকলোকে নমস্কাৰ।🙏🙏 ।কৃষ্ণ কৃষ্ণ ।
Bohut val lagil krishna krishna
কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা আপোনালৈ আগবঢ়ালোঁ কৃষ্ণ
Itiu😢😮😮bk
কৃষ্ণ বাপ প্ৰণাম আপোনাৰ চৰণত 🪔🪔🪔🪔🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ🙏... পাৱে পৰিহৰি🙏
Krishna krishna krishna
বৰ সুন্দৰ উপস্থাপন ৷ ভাগৱতে বাসুদেৱায় নমঃ 🙏🙏
কৃষ্ণ কৃষ্ণ ৰাম ৰাম 🙏🙏🙏
Krishna..Bap
কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগি নিবেদিলো ।জয় গুৰু শঙ্কৰ
কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
Krishna Krishna Krishna bap
Hhhhhh
কৃষ্ণ সমস্ত জনৰ শ্রী চৰণত ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ🙏🙏
কৃষ্ণ কৃষ্ণ পৰম বান্ধৱী।
সত্য কৰ্ম ধর্ম সকলো জাতিৰ কাৰণে একে ।ধর্ম এক ঈশ্বৰ এক ।গতিকে কাকো নিন্দ্ৰা কৰিব নেপায় ।ভাগৱত ভাগি লৈ থকা গুণবান সন্মানিত জ্ঞানৰ ভঁৰাল লৈ সকলোকে বুজায় দিছে ।নমস্কাৰ কৰিছোঁ ।
T
Krishna Krishna porvu🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ বাপ 👏 অতি সুন্দৰ ব্যাখ্যা সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ
Bahut val lagil krishna
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ !
Bout Val lagil
কৃষ্ণ গুৰু কৃষ্ণ গুৰু
হৰেকৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে ।
Thanks
Val lagil xuni
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻
Joy guru ,👋👋👋👋👋👋👋👋👋🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ সন্ধিয়া ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ।
Krishna Krishna bap 🙏
কৃষ্ণ কৃষ্ণ প্ৰভু শত কোটি প্ৰণাম নিবেদিলো আপোনাৰ চৰণত ।কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু জনা নমস্কাৰ জনালো,🙏। প্ৰভু আপোনাৰ নম্বৰত্তু দিব চোন,। কৃষ্ণ 🙏
Krisna Krisna 🙏❤
Krishna 🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ বাপ,,সেৱা গ্ৰহণ কৰিব🙏🙏🙏
Jay Shree Krishna 🙏🙏🙏
Apunar kathabur huni bor hundor lagil
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল আপোনালোকৰ চৰণ পঙ্কজত ভক্তি ভৰা সেৱা জানাইছো
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ভগৱানে আপোনাক আৰু কৃপা কৰক!
কৃষ্ণ কৃষ্ণ বাপ ভক্তিভৰা সেৱা জনালো 🙏
Sumitra Gogoi
Krishna Krishna Krishna Iman Dhuniyakoi aamak kone bujai diba baru Parikhite paridan kara Sonar Mukutto Jarakhandha Rajar buli ai Dasseeye Aajihe gom palo Mukuttor katha moi bar sinta kari aachhilo Aaji moi 7Nomber Satyato Aaponarsabar para janiba pari Aapnaloi Koti Koti Sewa Aagbahalo Krishna pranam janalo aaponak Krishna
Sumitra Gogoi
Krishna Krishna Krishna Sewa bhagi aagbahalo Krishna
কৃষ্ণ কৃষ্ণ
সুনদৰ অতি সুনদৰ বাপ🙏🙏🙏
Jay Shree Krishna Pravu🙏🙏🙏
ভাল লাগিল বাপ
হৰি দেও তোমাৰ ভাগৱতৰ ব্যাখ্যা ইশৰৰ বাণী শুনি আনন্দ পালোঁ ৷ এটায়ে কথা শুনিব বিছাৰিছো ভাগৱত পাঠ কৰা দিনা মাছ ভাত চলাবলৈ পাৰে নেকি ?
কৃষ্ণ কৃষ্ণ বাপবৰ সুন্দৰ কথা
Val lagile
সুন্দৰ ব্যাখা।কৃষ্ণ কৃষ্ণ কৃষ্ণ।
Krishna Krishna 🙏🙏
🙏🙏bohut dhuniya lagise 👌🔥
ঘোষা কেইভাগ ৰ অৰ্থভাঙনী,সংলাপ অতি মাৰ্জিত হৈছে।
🙏🙏🙏🙏
কৃষ্ণ
কৃষ্ণ প্ৰভু বাপ কৃষ্ণ 🙏❤
ঝসসপফফ
Bohut val lagil
আপুনি ভাটৌৰ দৰে পদ ঘোষা বাক্য আওৰাই স্ববিৰোধী মন্তব্যৰে তুলুঙা সংকিৰ্ণতাৰে বৈসাদৃশ্য বিকৃত যুক্তি ব্যাখ্যাৰে বিদ্বেষমুলকভাবেগ একপক্ষীয় নিজস্বাৰ্থসিদ্ধিৰ বাবে একঈশ্বৰৰ সেৱক ঈশ্বৰৰ সেৱক অন্য পন্থাৰ আচৰণীয় ভকত বৈষ্ণৱক আৰু বিষ্ণু কৃষ্ণ হৰি নাৰায়ণ শিৱক নিন্দা উপলুঙাৰে নিজকে সৰ্বজান্তা সৰ্বজ্ঞাতা সৰ্বশ্ৰেষ্ঠ একশৰণ শংকৰী বৈষ্ণৱ ভাগৱতী জাহিৰ কৰি নিজকে সমষ্ট গীতা ভাগৱতৰ তত্ব জনা বুজা দেখাই সমাজত বিভেদ বিদ্বেষৰ বীজ বিয়পাই থকাহে দেখিছো প্ৰাণজিত বাপক ।
মায়াক আশ্ৰয় কৰি ভক্তি ধৰ্মতত্বযুক্ত ৰচিত ভাগৱতৰ মায়াময় পদ বাণী উপদেশ সমুহ আওৰাই নামঘোষাৰ ঘোষা আওৰাই সমাজত যি ধৰণে বেদ ধৰ্ম বেদতত্ব বেদকৰ্ম বেদবিহীত কৰ্মধৰ্মক নস্যাৎ কৰি উপলুঙা কৰি সমাজত ভকত বৈষ্ণৱৰ মাজত বিভেদৰ বীজ সিঁচি আছে ।
প্ৰাণজিত গগৈ বাপ আপোনাৰ ভাগৱত ব্যাখ্যাত আপুনি প্ৰকাশ কৰা মতে শংকৰী মহাপুৰুষীয়া একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম লৈ ঈশ্বৰ কৃষ্ণক ভজিলেহে বেকুণ্ঠক যায় মুক্তি পায় । অশংকৰী সকল বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মীয় কৃষ্ণ বিষ্ণু শিৱ হৰি নাৰায়ণক ভজা অন্য গুৰুৰ শিষ্য ভকত সকল বৈকুণ্ঠত নাযায় মুক্তি নাপায় হয়নে ? প্ৰাণজিত বাপ দেৱ দেৱী সকল কোন হয় ? দেৱ দেৱী স্বৰূপত মই বিশ্ব ব্ৰহ্মাণ্ডৰ আৰু নৰলোকৰ কাৰ্য কৰি আছো সকল দেৱ দেৱী স্বৰূপত মইয়ে বুলি শাস্ত্ৰত বিষ্ণুই হৰি নাৰায়ণ কৃষ্ণই কৈছে ।একঈশ্বৰৰ স্বৰূপ দেৱ দেৱীক বিষ্ণু জ্ঞান কৰি পূজিলে সকল দেৱদেৱীৰ পূজা ময়েই পাওঁ বুলি ঈশ্বৰ হৰি কৃষ্ণই কৈছে শাস্ত্ৰত আছে এতিয়া সেই ঈশ্বৰ বিষ্ণু কৃষ্ণ হৰি পাপী নেকি প্ৰাণজিত বাপ ? ঈশ্বৰ বিষ্ণু হৰি কৃষ্ণৰ দেৱ দেৱীৰ স্বৰূপক নিন্দা ঘৃণা উপলুঙা তুচ্চতাচ্চিল্য কৰি বিষ্ণু হৰি কৃষ্ণক ভজিলে কি হয় ঈশ্বৰে শাস্ত্ৰত সিদ্ধান্ত দিছে চাই লব ।
পাণজিত বাপ শংকৰী মহাপুৰুষীয়া একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম কৰি শংকৰ শংঘৰ কিমান হাজাৰ লোক বৈকুণ্ঠগামী হৈ মুক্তি পালে পৰিসংখ্যাটো জনাবচোন ?আৰু শংকৰী একশৰণীয়া বৈষ্ণৱ কিমান হাজাৰ আপোনালোক বৈকুণ্ঠত যাৱ মুক্তি পাব তাৰ পৰিসংখ্যা জনাবচোন ?
সত্যত নাৰদে নাৰায়ণৰ নাম শ্ৰৱণ কীৰ্তন কৰিছিল ,ত্ৰেতাত ৰামে শিৱ পূজা দুৰ্গা পূজা কৰিছিল হনুমানে ৰাম নাম জপ কৰাছিল ঋষি সকলে তপ জপ যাগ যজ্ঞ পূজা কৰিছিল ,দ্বাপৰত কৃষ্ণই দুৰ্গা পূজা কৰি অৰ্জুনক শিৱক তপ জপ ধ্যান কৰিব উপদেশ দিছিল যুধিষ্ঠিৰে যজ্ঞ কৰিছিল আৰু অন্য ঋষি মুণি সন্ত সবে তপ জপ যাগ যজ্ঞ পূজা হোম তীৰ্থ দৰ্শন কৰিছিল এতিয়া নাৰদ ৰাম কৃষ্ণ অৰ্জুন যুধিষ্ঠিৰ ৰাৱণ আদি সৱে যুগধৰ্ম মতে যুগধৰ্ম পালন কৰিছিলনে প্ৰাণজিত বাপ ?নে তেওঁলোক অধম অজ্ঞ মুৰ্খ দুৰাচাৰী মন্দমতি আছিল আপুনি যে তত্ব নাজানি ভাটৌৰ দৰে আওৰাই থাকে ?
সৌমিক মুণি কোন যুগত আছিল ?পৰীক্ষিতৰ সময়ৰ মতে দ্বাপৰ যুগ এতিয়া দ্বাপৰ যুগত যুগধৰ্ম মতে পূজাহে কৰিব লাগিছিল সৌমিক মুণিয়ে ধ্যান কৰিছে দ্বাপৰত পূজা নকৰি ধ্যান কৰা সৌমিক মুণি অজ্ঞ মুৰ্খ অজ্ঞানী দুৰাচাৰী নে প্ৰাণজিত বাপ অজ্ঞ মুৰ্খ দুৰাচাৰী ?চাৰিযুগত প্ৰকৃততে যুগধৰ্ম প্ৰযোজ্য হৈছিলনে প্ৰাণজিত বাপ ?
কলি যুগতে আজিৰ পৰা পাঁচশ বছৰ আগতে পিৱ পূজা ব্ৰত কৰি পুত্ৰ পুত্ৰ পাইছিল কুসুম্বৰ ভূঞাই যি পুত্ৰৰ নাম শংকৰদেৱ আৰু সেইজনা শংকৰদেৱে চতুৰ্ভূজ বিষ্ণু মুৰ্তি পাই থাপাত থাপি মেষাদ যজ্ঞ হোম পূজা কৰিছিল বামুণীয়া পদ্ধতিৰে কুলগুৰু ব্ৰাহ্মণ ৰামৰাম গুৰুৰ হতুৱাই । ,দুবাৰ ভাৰতৰ তীৰ্থস্থান সমুহ ভ্ৰমণ কৰি দৰ্শন পূজা সেৱা তীৰ্থস্নান কৰিছিল ,গয়াতীৰ্থত পিতৃ মাতৃৰ লগতে চৌধ পুৰুষৰ শ্ৰাদ্ধ পিণ্ড দান কৰিছিল এতিয়া শংকৰদেৱ অজ্ঞ অজ্ঞানী মুৰ্খ দুৰাচাৰি আছিল নেকি নে প্ৰাণজিত গগৈ বাপ মুৰ্খ অজ্ঞ দুৰাচাৰী ?
?কোনটো শুদ্ধ প্ৰাণজিত বাপ ?নে শংকৰদেৱে মেষাদ যজ্ঞ কৰা সময় কণ তীৰ্থ ভ্ৰমণ দৰ্শন কৰি শ্ৰাদ্ধ পিণ্ড দান কৰা সময় ত্ৰেতা যুগ আছিল পিছৰ কালচোৱা কলি যুগৰ আছিল প্ৰাণজিত বাপ ?
অসমত ত্ৰি ধাৰাৰ তিনিজনা মুখ্যগুৰুৰ আবিৰ্ভাৱ হৈছিল মহাপুৰুষ গুৰু হৰিদেৱ ,মহাপুৰুষ গুৰু শংকৰদেৱ আৰু মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱ ।এই তিনি গুৰুৰ আদৰ্শ ধৰ্মীয় মাৰ্গ দৰ্শনেৰে তিনি পন্থাৰে অসমত বৈষ্ণৱ ধৰ্ম চলি আছে ।নৱ বৈষ্ণৱ ধৰ্মৰ নিজৰাটো হৰিদৃৱে বোৱালে ,সেই নিজৰাটো শংকৰদেৱে অলপ বহলকৈ বোৱালে আৰু গুৰু দেৱ দামোদৰদেৱৃ সেই ধৰ্মৰ নিজৰাটোৰ পাৰ ভাঙি উপচাই সমগ্ৰ অসমত বোৱাই বলিবিধানযুক্ত কলুষিত শাক্ত পূজা আতৰাই বিষ্ণু কৃষ্ণৰ উপাসক বৈষৱ কৰাইছিল বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰে ।
Krishna Ram Bap
কৃষ্ণ কৃষ্ণ বাপ, 🙏🙏🙏
কৃষ্ণ কৃষ্ণ এইশুদ্ধ অৰ্ন আমি সকলোৱে গ্ৰহণ কৰিলে আমাৰ সমাজ খননিশ্চয় শুদ্ধহব
কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয় গুৰু শঙ্কৰ 🙏🙏🙏
Krishna
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ।
Krishna pronam bap
Krisshna
কৃষ্ণ বৰ সুন্দৰ
😊
Jai guru sankar... Hundor apunar baikhya huni totha bhut keita nojona kotha janilu.....🙏
কৃষ্ণ🙏🙏🙏
কৃষ্ণ।
ৰাম কৃষ্ণ প্ৰভূ
Krishna 🙏🏻
A great
Ata kothai kaok aponaloke je mahapurus honkordeb gurudujonar dharmor adharot eman niti niom bandhi dise aibilak ki gurujonai koisil ne aponalokor honghor nija sristi.jodi gurujonai koisil spostovabe ullekh korok kot ketia ki prohongot koisil je horonasarjya thake , sah vator niom mod mangho khoa nokhoa niom. Motso tu vogobanor abotar karne khabo nelage jodi takhyak rupi vogoban bole apple r vitorot asil , prohadot apple kio di a aru khai.Niom niti kebol aponalokor hubidharthe bonale nahabo biswar hokolo manuhor babe hubidhjonok hobo lagibo.gurujonak jogotguru bole. 22:03