Ratan Tata Was real RATAN - কেনেকৈ কি কৰিলে ৰতন টাটাই আমাৰ বাবে - Dimpu Baruah

Поділитися
Вставка
  • Опубліковано 9 жов 2024
  • #ratantata #ratantatafacts #assamesevideo #dimpubaruah
    ratan tata ..... and his dedication

КОМЕНТАРІ • 769

  • @kanakrabha3239
    @kanakrabha3239 14 годин тому +153

    Tata মানে বিশ্বাস আৰু আজি সেইজন মহান ব্যক্তি ক একেবাৰে আমাৰ মাজৰ পৰা অজান দেশলৈ লৈ গল । "ওম শান্তি,"

  • @Withhprcreation
    @Withhprcreation 14 годин тому +134

    আজি প্ৰতিজন ভাৰতীয়ৰ এনেকুৱা অনুভৱ হৈছে যে পৰিয়ালৰ কোনোবা এজন মানুহ নোহোৱা হৈ গ'ল

  • @rajibulsikdar6993
    @rajibulsikdar6993 14 годин тому +306

    Ratan tata k kone kone miss kori asa

  • @ansumangogoi216
    @ansumangogoi216 14 годин тому +61

    ভাল মানুহ এজন গুচি গল।দাতা কৰ্ণ পিছত এনেকুৱা লাগে ৰতন টাটা দাতা হিচাপে মই ভাবোঁ।বাকী আম্বানী আৰু আদানি লুটিহে থাকে আমাক।

  • @RashmiBoruah-d8l
    @RashmiBoruah-d8l 12 годин тому +29

    সঁচাকৈ আজি এটা দুখৰ দিন।এটি উজ্বলি থকা হিয়াৰ ৰতন নাইকীয়া হৈ গল।তেওঁ শৰীৰহে নাইকীয়া হৈছে কিন্তু আদৰ্শ আৰু কৰ্ম চিৰযুগমীয়া হৈ জিলিকি থাকিব।🙏🙏🙏🙏

  • @quicktechie
    @quicktechie 6 годин тому +16

    ভাৰতে এজন মহান ব্যক্তি হেৰুৱালে 😢

  • @NabaSarma-oq4xe
    @NabaSarma-oq4xe 5 годин тому +5

    🙏🙏🙏ভগৱান স্বৰূপ ৰতন টাটাৰ লগত তুলনা কৰিব পৰাকৈ এই দুনীয়াত তেনেকুৱা ব্যক্তিৰ সংখ্যা ছাগে নগন্য,, তেওঁ আছিল দুখীয়াৰ প্ৰেমিক,,নিজতকৈ আনৰ প্ৰতি বেছি গুৰুত্ব দিছিল,, তেওঁৰ বিদেহী আত্মাই চিৰশান্তি পাওঁক🙏🙏🙏ভাৰতৰ পৰা এনেকুৱা অতিকৈ মূল্যৱান সম্পদ হেৰুৱাই সচাকৈ বহুত আবেগিক হৈছোঁ,,অহা জনমত তেওঁ আকৌ জনসাধাৰনৰ প্ৰিয় হ'ব সেইয়াই ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ,,জয় টাটা জয়🙏🙏🙏

  • @tridipsarma8664
    @tridipsarma8664 13 годин тому +38

    🙏।। ঔম শান্তি ।। 🙏
    🪔🪔🪔আপোনাৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো Sir Ratan Tata 🪔🪔🪔

  • @DeepJyoti-t9n
    @DeepJyoti-t9n 14 годин тому +38

    ভাল মানুহ এজন গুচি গ'ল তেখেতৰ আত্মাই চিৰৰ শান্তি লাভ কৰক 🥲🥲🙏

  • @Soshi_pegu
    @Soshi_pegu 11 годин тому +12

    টাটাৰ ঠাইত আম্বানি মৰা হ'লে ভাল লাগিলেহয় । ভাৰতৰ বহুত লোকচান হ'ল।

  • @devajitkalita1003
    @devajitkalita1003 5 годин тому +2

    বুকু খন গধুৰ হৈ আছে 😔 আমি দেশৰ পিতৃ স্বৰূপ মহান মানুহজনক হেৰুৱালো😔 কোনোদিন উভতি নহাৰ বাটেৰে গুচি গল তেওঁ 😔 বিদায় মহানায়ক 🕊️🪔💐

  • @pranjitঅসম
    @pranjitঅসম 14 годин тому +41

    জীৱিত কালছোৱাত তেখেতক ভাৰত চৰকাৰে ভাৰত ৰত্ন প্ৰদান নকৰিলে। কিন্তু, এতিয়া মৰণোত্তৰভাৱে তেখেতক ভাৰত ৰত্ন প্ৰদান কৰিবলৈ চৰকাৰ তৎপৰ হৈছে।

    • @Nur_Alam_All_Videos
      @Nur_Alam_All_Videos 14 годин тому +5

      Amar sorkor sipira je

    • @devajitkalita1003
      @devajitkalita1003 5 годин тому +2

      নালাগে তেখেতক ভাৰত ৰত্ন তেখেত নিজেই দেশৰ ৰত্ন আছিল 🕊️🪔💐

  • @abhijeethdr5920
    @abhijeethdr5920 12 годин тому +14

    ৰতন টাটা জী তেওঁৰ অনবদ্য কৰ্মৰাজিৰ মাজত আমাৰ মাজত সদায় জীয়াই থাকিব।❤

  • @rustomgogoi1727
    @rustomgogoi1727 9 годин тому +5

    ভাল মানুহক সদায় ভগৱানে কিয় জানো সোনকালে লৈই যায়

  • @dhurbahazarika9709
    @dhurbahazarika9709 13 годин тому +15

    দেশবাসীৰ বাবে দুখজনক খৱৰ ৷ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান
    ৮৬ বছৰ বয়সত মুম্বাইৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ প্ৰখ্যাত উদ্যোগপতি তথা টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ 🙏🙏

  • @papul914
    @papul914 14 годин тому +110

    ভাৰতবৰ্ষ হৈছে মৃত ব্যক্তিক সন্মান দিয়া এখন বিখ্যাত দেশ 😅

    • @Nur_Alam_All_Videos
      @Nur_Alam_All_Videos 14 годин тому +11

      Apuni India r Nohoi neki dada

    • @HarajyotiKalita-sp3co
      @HarajyotiKalita-sp3co 14 годин тому +9

      Bro Ratan Tata jiyai thakoteo teuk xonman krisil aru etiau kore

    • @dipangkarsarkar2009
      @dipangkarsarkar2009 14 годин тому +5

      @@papul914 ami amar ratan sir ok honman koru tur ki hol

    • @222pradip
      @222pradip 14 годин тому +3

      ​@@Nur_Alam_All_Videos হৈ জনে সঁচা কথা কৈ চে আপোনাৰ বুজা 2 ভুল হৈচে

    • @papul914
      @papul914 14 годин тому

      @@dipangkarsarkar2009 জিয়াই থাকোতে তেখেতৰ ফটো status লগাই কিবা এষাৰ লিখি পাইছিলা নে ?

  • @Samual-z6d
    @Samual-z6d 7 годин тому +2

    এজন মহান ব্যক্তিৰ অৱসান ঘটিল , আমাৰ দেশৰ অপূৰণ ক্ষতি। জন্ম হ'লে মৰিবই লাগিব এইয়াই সত্য যদিও কিছুমান সত্য অপ্ৰিয়। তেখেতৰ পবিত্ৰ আত্মাৰ সদগতি কামনা কৰিলোঁ।ওঁম শান্তি

  • @salamali1481
    @salamali1481 14 годин тому +8

    এই জন বিশেষ ব্যক্তিৰ "ধৰ্ময়" আছিল "কর্ম"। মানুহ জনে আমাৰ দেশ খনৰ বাবে শিক্ষা, স্বাস্থ্য, উদ্যোগ আৰু ভবিষ্যতৰ প্ৰজন্মৰ কাৰণে বহু কাম কৰি থৈ আমাৰ মাজৰ পৰা বিদায় মাগিলে। কিন্তু, তেওঁ জীয়াই থাকোঁতে যিমান সন্মান পাব লাগিছিল সিমান তেওঁ নাপালে। তেওঁ "ভাৰত ৰত্ন" ৰ বাবে এজন যোগ্য মানুহ আছিল। কিন্তু, তেওঁ কোনো ৰাজনৈতিক দলৰ অংশীদাৰী নোহোৱাৰ বাবে তেওঁ বঞ্চিত হ'ল। বহু ৰাজনৈতিক দল শাসন লৈ আহিল আৰু গ'ল কিন্তু, তেওঁক সন্মানৰ সৈতে "ভাৰত ৰত্ন" দিয়া কোনো এটা ৰাজনৈতিক দলৰ সাহস নহ'ল !!😢

  • @rocktimborah8500
    @rocktimborah8500 14 годин тому +10

    মোৰ জীৱনৰ আদৰ্শ ব্যক্তিজনক আজি হেৰুৱালো😢😢😢

  • @binuddeka7799
    @binuddeka7799 11 годин тому +2

    Tata
    কিবা এটা হেৰুৱাৰ অনুভৱ হৈছে
    দেশ খনে হেৰুৱাইছে এজন মহান ব‍্যক্তি 😢😢

  • @h.damodarr
    @h.damodarr 8 годин тому +2

    শ্ৰদ্ধাৰ নিস্তব্ধতা
    সুঁৱৰি থাকিম চিৰকাল,
    ৰতন টাটা, তুমি এক মহাজীৱন,
    অসমৰ হৃদয়তো আছিলা,
    বিশ্বৰ সকলো প্ৰান্তত তোমাৰ গৌৰৱ বিলাস।
    ধনী নথাকিলেও দান কৰি গ’লাঁ,
    অহঙ্কাৰ নাথাকিলেও সফলতাৰ শিখৰত,
    তোমাৰ পথৰ পোহৰে,
    অনুগামী কৰি ৰখা বহুজন।
    তুমি নাথাকিলেও তোমাৰ দৰ্শনে,
    প্ৰেৰণা দিব সদায় আগুৱাবলৈ,
    তোমাৰ নাম লিখা থাকিব,
    চিৰস্মৰণীয়, হৃদয়ৰ পাতত।
    বিদায়, শ্ৰদ্ধাৰ সৈতে জনালোঁ শান্তিৰ বাণী,
    তাৰকা হৈ জ্বলিবাঁ আকাশৰ কোণত,
    নতশিৰে জনালো প্ৰণাম,
    তৰাবোৰে তোমাৰ মহিমা ক’ব ধ্ৰুবতৰাত।

  • @Akashkalita.
    @Akashkalita. 5 годин тому +2

    "দেশে এজন ভগৱান হেৰুৱালে..
    আকাশে পালে আটাইতকৈ প্ৰিয় এটি তৰা!"
    বিদায় ইতিহাসৰ শ্ৰেষ্ঠ ভাৰতীয়! চিৰদিন বিশ্বৰ বুকুত জিলিকি থাকিব প্ৰজন্মৰ পৰা প্ৰজন্মলৈ...💔💔
    ওঁম শান্তি 🙏🏻

    • @sanjayroy8825
      @sanjayroy8825 2 години тому

      🙏🏻🙏🏻🙏🏻🙏🏻

  • @Sanjibkumar-lc4oz
    @Sanjibkumar-lc4oz 4 години тому +1

    ৰতন টাটা ❤❤❤❤❤❤

  • @dhanlyrical
    @dhanlyrical 4 години тому +1

    যোৱা কালিৰ পৰা মনটো ভাল নাই খবৰ টো পাই😢 খোলাকৈ হাঁহিব পৰা নাই , 😢 টাটাৰ আত্মাৰ বাবে শান্তি বিচৰা সকলে লাইক কৰক ।

  • @SK_Cartoon_Videos
    @SK_Cartoon_Videos 14 годин тому +22

    Miss you Ratan Tata 😢😢

  • @moonmikalita
    @moonmikalita 12 годин тому +2

    মহান ৰতন টাটা এনে এজন মহান ব্যক্তি পাবলৈ হযতো বহু বছৰ অপেক্ষা কৰিব লাগিব প্ৰতিজন ভাৰতীয়ই, তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক 🙏

  • @NakulDasNakulDas-pk2nz
    @NakulDasNakulDas-pk2nz 6 годин тому +2

    Om Shanti ❤❤❤❤

  • @Princeborah33
    @Princeborah33 4 години тому +1

    Ratan tata❤❤

  • @SanjibRajbongshi-bt4re
    @SanjibRajbongshi-bt4re 14 годин тому +8

    আমাৰ মাজত সদায় অমৰ হৈ থাকিব 🙏

  • @riturajkalita3349
    @riturajkalita3349 6 годин тому +1

    Om Shanti Ratan Tata Sir, he is the diamond of India, we have lost our diamond of India, a humanitarian and great-hearted person, both the Dr APJ Abdul Kalam sir and Ratan Tata sir are the two diamond of India

  • @Jintu-j6q
    @Jintu-j6q 13 годин тому +10

    নিজৰ মানুহ ধুকালে মনত বহুত আঘাত পায়, কিন্তু বেলেগ ঢুকালে এনেই অলপ বেয়া লাগে পিছত ঠিক হৈ যায় কিন্তু দুজন মানুহ ঢুকোৱাত মোৰ মনটো বৰ বেয়া লাগিছে এজন জয়ন্ত দাস মানে অভিনেতা আৰু ৰতন টাটা
    Zubin দাৰ কিবা হলে কি হব😢😢 ভাবি পোৱা নাই😢😢

    • @devajitkalita1003
      @devajitkalita1003 5 годин тому +1

      হয় সকলোৰে দুখ লাগিছে। বুকু গধুৰ হৈ আছে সকলোৰে 🕊️🪔💐

  • @pranayshrestha5137
    @pranayshrestha5137 4 години тому +1

    Rip😢🙏🏼 (Return if possible)

  • @jiauddin3043
    @jiauddin3043 7 годин тому +1

    Really I feel Ratan Tata Because he is One And only In the world,, He is My Oll Time favourite person,,

  • @SonjayMurmu-s2s
    @SonjayMurmu-s2s 7 годин тому +1

    Always we remember him❤❤❤

  • @rijumonidutta1271
    @rijumonidutta1271 13 годин тому +1

    পৰিয়ালৰ সদস্য এজন হেৰুৱাৰ দৰে অনুভৱ কৰিছো😢
    ।।ওম শান্তি।।

  • @Shreeb17
    @Shreeb17 4 години тому +1

    Businessman buli kole ambani hotor kotha monole aahe,
    Ratan tata sir great man and kind hearted person ❤❤

  • @dhanjitgamer6093
    @dhanjitgamer6093 13 годин тому +3

    মহান ব্যক্তিজনৰ আত্মাই চিৰ শান্তি লাভ কৰক 😢

  • @DeepSarkar-eg2kq
    @DeepSarkar-eg2kq 14 годин тому +13

    Tq Ratan Tata sir om Santi 😔😔🥺🥺

  • @tirthajyotigogoi9942
    @tirthajyotigogoi9942 8 годин тому +1

    মহান আত্মাক আকৌ আমাৰ মাজতে জন্ম দিয়ক ❤

  • @sanjibkashyap5646
    @sanjibkashyap5646 13 годин тому +3

    RIP ,,The Legend 😢,, Dimpu bhai tomi Ratan Tata respect jonai tata car ekhn loa ,,2 khn car japanese lbo nalge

  • @rsaikia7525
    @rsaikia7525 13 годин тому +4

    Ratan tatai 80% daan kore jitu karone teu prithibir bhitarat dhani hobo nuwariley......tekhetar bohut heart touching ghotana ase jibur porhile mon bhori pore ..RIP Ratanji...shawdhare oshu Anjali jasilu😢😢😢

  • @Srikaushikdas
    @Srikaushikdas 14 годин тому +47

    Ambani morib lagisil ratan tat jagat.....Apunar atma xanti lov korok 🕉

  • @psbabagaming445
    @psbabagaming445 12 годин тому +3

    Teuk vogobane bonise a tenedore salute to Tata Sir Jamshed ji tata to Ratan TATA❤

  • @JIPahadiVlog-k8v
    @JIPahadiVlog-k8v 12 годин тому +2

    Form Guwahati

  • @PyaraKaal
    @PyaraKaal 4 години тому +1

    From Nalbari ❤

  • @prodipbhumij3518
    @prodipbhumij3518 10 годин тому

    ৰটন টাটাৰ আত্মাৰ সদগতি হওঁক 🙏 তেখেতৰ অৱদান উল্লেখযোগ্য। চিৰ জীৱন আমাৰ মাজত সজীৱ হৈ থাকিব ❤

  • @Priyangshu-
    @Priyangshu- 14 годин тому +12

    Dimpu da moi bhakhare bujabo pora nai😭😭😭 bohut beya lagise mon to😢 iman bhal manuh ejon dhukai gol😭🌺♥️♥️♥️♥️♥️

    • @Dragon-ew4rg
      @Dragon-ew4rg 13 годин тому

      Dimpuk koi ki bl hbo , e views r krne video bonaise poisa ghotise , dukh prakash koribo iar agt ki dorkar

    • @MigangkuliMigangkuli
      @MigangkuliMigangkuli 12 годин тому

      Ki valor kota boki aso Val manuh nomore nki 😂😂😂😂

    • @CryptoAssetS20
      @CryptoAssetS20 8 годин тому

      Same bro 😢

  • @mr.extremer6250
    @mr.extremer6250 14 годин тому +6

    Tata Is In Every Corner of India 🫡

  • @RikiGMR
    @RikiGMR 7 годин тому +5

    Kar kar beya lagise eta like kora

  • @rabnentertainment21
    @rabnentertainment21 11 годин тому +1

    Ratan❌ Ratna✅

  • @AziborRahman
    @AziborRahman 14 годин тому +9

    Rip Ratan tata❤❤

  • @assampressnuhma337
    @assampressnuhma337 10 годин тому +2

    রতন টাটা তার পরম আত্মা শান্তি পাওক।।।❤❤❤❤❤

  • @s-jitlifestyle7457
    @s-jitlifestyle7457 9 годин тому +1

    Legend never really dies ❤❤❤

  • @dekaboy0
    @dekaboy0 11 годин тому +1

    TATA r power no comparable 🎉

  • @Chisato_Nishikigii
    @Chisato_Nishikigii 14 годин тому +11

    Fly high🕊️🕊️ Ratan Tata from 🇨🇭🇨🇭 Switzerland

  • @biswajitbora3125
    @biswajitbora3125 4 години тому

    Dimpu daa ki Koba aru boyoxu house no kintu bhut dukh lgil aji 🎉🎉❤😢 Love from nogaon kampur big friend 🎉

  • @ankuraxom6771
    @ankuraxom6771 14 годин тому +8

    1:19 নাতিনীয়েক নহয়, নাতিয়েক কি যে কোৱা দিম্পু দা😢

    • @prosenjitpegu-fp6li
      @prosenjitpegu-fp6li 4 години тому

      Google ৰ সহায় লৈ জ্ঞান দিব চেষ্টা কৰিছে বেচেৰা কিয় ইমান সৰু কথাত লাগি আছে 😂

  • @Abhiassam-n9w
    @Abhiassam-n9w 14 годин тому +5

    Last বাৰ ৰতন টাটাক jai hind 🥹🫡🫡🫡

  • @SamarjitDas-t2t
    @SamarjitDas-t2t 13 годин тому +2

    Ajir amar mazor Hira ata nohowa hoi gol🎉🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤😢😢😢

  • @Rishie_ditss
    @Rishie_ditss 14 годин тому +9

    Love from golaghat ❤

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 14 годин тому +8

    Miss you😢😢😢TATA

  • @parthapratimkalita983
    @parthapratimkalita983 12 годин тому +1

    2:47 তেওঁ ভাৰত উভতি অহাৰ একমাত্ৰ কাৰণ তেওঁৰ আইতাক। মৃত্যু ৰ শেষ সময়ত আইতাকে ৰতন টাটা ক চোৱাৰ ইচ্ছা ৰাখিছিল , তাৰ বাবে তেওঁক ভাৰত মাতি অনা হ'ল। নহ'লে ভাৰত ৰ বাহিৰত এ কৰ্মৰত হৈ থাকিলে হেঁতেন । আইতাকৰ এই শেষ ইচ্ছা ৰ বাবে ভাৰতবাসী চিৰ কৃতজ্ঞ , যাৰ বাবে ৰতন টাটাৰ দৰে ব্যক্তিক ভাৰতে লাভ কৰিলে।

  • @anjalibrahma9958
    @anjalibrahma9958 14 годин тому +7

    Your great sir 👏

  • @raj.9127
    @raj.9127 14 годин тому +1

    অসম খনৰ কাৰণে বহুত কৰিছে তেওঁ বেয়া লাগিছে শুনি 😐

  • @UnknownFacts77777
    @UnknownFacts77777 14 годин тому +5

    Rip ratan tata ji❤😊

  • @AKONIBORA_707
    @AKONIBORA_707 12 годин тому +1

    🙏ঔম শান্তি 🙏আপোৰ আত্মাৰ শান্তি কামনা কৰিলো 🙏🕉️

  • @mohan2242
    @mohan2242 5 годин тому

    How he described Tata at starting, it was great ❤

  • @INKUMONI
    @INKUMONI 12 годин тому +1

    মই সেইবাবে tata punch কিনিছো কাৰণ মই মানুহজনক ভাল পাওঁ

  • @MunSaikia-r4o
    @MunSaikia-r4o 14 годин тому +4

    Ji koisa vi akdom thik❤❤❤

  • @1mikon
    @1mikon 9 годин тому

    বৰ দুখ লাগিছে।

  • @Gamer-k3i4m
    @Gamer-k3i4m 13 годин тому +3

    RIP Ratan Tata sir

  • @arnabtamuli7000
    @arnabtamuli7000 14 годин тому +5

    Write dimpu daa❤

  • @lachitborahofficial
    @lachitborahofficial 12 годин тому +1

    তেওঁ এজন দানবীৰ❤

  • @Pijush072
    @Pijush072 14 годин тому +11

    Ratan tata the emotional man 🥹

  • @AnnadaDevi-dq9qw
    @AnnadaDevi-dq9qw 13 годин тому +1

    চিৰ নমস্তস্যৈ বক্তি পতন টাটা। শান্তি শান্তি।

  • @dimbeswarborah4040
    @dimbeswarborah4040 12 годин тому

    তেখেতলৈ অশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ।

  • @PROYXYZ
    @PROYXYZ 12 годин тому +3

    🙏🏻 Sat Sat Naman Ratan Tata ji 🙏🏻

  • @Deva-cd6tr
    @Deva-cd6tr 11 годин тому

    ভাল মানুহ বোৰক ভগবানে আগতে লৈ যায় কিয়বা।

  • @r.atechmotivation556
    @r.atechmotivation556 14 годин тому +35

    From Dhubri

  • @Giantstar-Education
    @Giantstar-Education 14 годин тому +2

    Sir Ratan TATA is my Inspiration ❤

  • @assamgang-1425
    @assamgang-1425 14 годин тому +4

    Aaji mur feed t bohut reel ahil RIP ratan Tata moi bisshash nkru kintu atiya dimpu Dai video dile xosake ratan Tata nai buli jani bohut dukh hol😢😭

  • @pubggangster5525
    @pubggangster5525 14 годин тому +4

    Rest in peace 🪦 we lost Indian dimond 😊God bless him

  • @danswrangbaro8483
    @danswrangbaro8483 14 годин тому +4

    Such a great humble ❤❤

  • @tarundas2247
    @tarundas2247 11 годин тому

    বহুত নজনা কথা জানিব পাৰিলো। ধন্যবাদ দিম্পু

  • @AssameseMaker1
    @AssameseMaker1 10 годин тому +1

    Bohut beya lagi ase dintu ee ❤bohut bhal manuh ajon gusi gol😢

  • @BiswajitPegu-l4u
    @BiswajitPegu-l4u 14 годин тому +2

    Gone but never forgotten God Ratan Tata 😭😭😭

  • @BikashSarma-q5t
    @BikashSarma-q5t 9 годин тому +1

    Enekuwa byokti 1000 bosoror murot he jonmo loy tew ejon xohosrabdo purux

  • @rahultanti7656
    @rahultanti7656 14 годин тому +1

    He is 0 haters hero we love ratan tata ji

  • @Maina501.
    @Maina501. 13 годин тому +1

    Om Shanti 😢😢

  • @suprotim1.2k63
    @suprotim1.2k63 14 годин тому +6

    পূজা নহয়❌ৰাস মেইন✨কাৰণ আমি মাজুলীয়ান😇

  • @nayanmoninath9416
    @nayanmoninath9416 14 годин тому +4

    Moi apunak bohut val paw i love you dimpu da 💓💓💓💓

  • @Deepdarshan186
    @Deepdarshan186 14 годин тому +6

    Rest In Peace Sir 🕊️ 🙏

  • @dhanjitdas1506
    @dhanjitdas1506 12 годин тому +1

    First ajon manhur karone jak log nai puwa nah Katya kotha pati nai puwa but aih manhu jon or karone jatya news paisu eman beya lagi goise..😢😢😢

  • @isamuddinhoque6318
    @isamuddinhoque6318 6 годин тому +1

    Rip😢😢😢😢😢😢 really miss you

  • @damayantikhaund3062
    @damayantikhaund3062 10 годин тому

    Anekua feel hoise jen kunuba nijor mnuh ajon naikia hoi gol. Bohut bohut respect Ratan Rata loi.

  • @HemansuKhakhlari
    @HemansuKhakhlari 14 годин тому +6

    Love you dada

  • @riyazahmed9361
    @riyazahmed9361 9 годин тому

    Ratan Tata sir ...a man with 0 haters ...we'll miss him 😢

  • @dipankardas9267
    @dipankardas9267 7 годин тому

    Next TATA Dimpu tata hbo😊

  • @goldenassam2340
    @goldenassam2340 10 годин тому +1

    TATA respect button❤

  • @Jiiintu
    @Jiiintu 4 години тому +1

    😭