Bengali Marriage Kolkata | Nishita Goswami
Вставка
- Опубліковано 7 вер 2024
- Hello friends,
Welcome back to my another video.
This video is special because it brings back the memories of a Bengali marriage.
Do check out the video and let me know if you like it in the comment section.
#nishitagoswami #assam #kolkata #marriage
1:15 Nila kori pelalu.....best moments on this vlog...👌😊😊
Beautiful family bonding ❤❤
Val lagile bàa video tu
Khub sundor lage seh baido vlog tuh.....
খুব সুন্দর হয়েছে
Darun💞💞
My hometown.....my Calcutta ....
Apunar loratu eman besi dhunia baaa❤
Dhuniaa..
Ba 1st comment ❤️❤️
🎉super
Dhunia❤️❤️❤️❤️
Darun 👌👌👌👌👌
Nice
❤❤❤❤❤
2nd coment
Nice ba dhuniya 🥰🥰
❤❤❤❤❤❤❤❤
Akhurr powali
Bengali buwari...👍
ইমান ধুনীয়া আপোনী l
Aapunak khub dhuniya lage dekhun o? Kio baru.
Bor val lagise vlog xon
Hy
Ki khobor sitli baa
Mem apuni dekhat sharmila tagor
Ba vindewk Dekha napaw kio
Ba apnr loraye bangali Kobo Jane be nai
আপুনি গোস্বামী মানে গোসাঁইৰ ছোৱালী। বিয়াৰ কথা শুনি হে আপোনাৰ বাবে এষাৰ কথা লিখিলোঁ। বিয়া বুলিলে মানুহে কিয় ইমানেই আনন্দ কৰে। প্ৰেম আৰু বিবাহ দুটা আকাশ আৰু পাতাল সমান দুৰত্বত। বিবাহ হ'ল দৈহিক মিলন ও সুখ লগতে নৱ প্ৰজন্মৰ উৎপত্তি।যিটো বস্তু পশু পখী জীৱ জন্তু সকলো বিলাকে কৰে। ক্ষন্তেকীয়া আনন্দ উপভোগ কৰে। প্ৰকূতিৰ নিয়ম বুলি ক'লে নহ'ব জীৱ শ্ৰেষ্ঠ মানৱে। মানুহে প্ৰেম কৰিব লাগে। নিগুন প্ৰেমৰ আহিলা হ'ল সৎ শৌচ ক্ষমা দয়া গিয়ান আৰু বিজ্ঞান। প্ৰেমময় ভক্তি ৰসেহে পৰম আত্মাৰ লগত একাতমক মহা মিলন ঘটায়। প্ৰকৃতিৰ পঞ্চ ভূতৰ তিনি গুণৰ মায়াত ছয় ৰিপু পঞ্চ ৰস নানান বিকাৰ ভোগী কামনা বাসনাৰ বলি হৈ গোটেই জীৱনটো ইন্দ্ৰীয় আসক্তিৰ বাবে বিবাহ পাশত আৱদ্ধ হয় জীৱ শ্ৰেষ্ঠ মানৱে পশুৰ দৰে।উঠিব নোৱাৰে অতিইনদীয় পববত মালাৰে। love is divine and ever green.love is staying in the heart and soul with maintenance by the Bain bodily love is not real and great.selfish and controled by nature. Human being going to be a god with his divine love and progressive mind
কলিকতাত বিয়াৰ উচাতন ইমান ৰমক জমক কোটি টকা খৰচ ভূগোল আনন্দ ।লাভ কি বিবাহ মানেই দৈহিক মিলন। প্ৰেমৰ গোন্ধ তাত আছে নে নাই। তেনে বিবাহ বিলাক মহিষী গোস্বামী সকলৰ নহয়। সকলো বিবাহ মানে প্ৰেম নহয় প্ৰেম জনমে জনমে বিবাহ বিচ্ছেদ হোৱাৰ কাৰণ নাই। ভাৰতৰ স্বাধীনতা পিছত নতুন প্ৰজন্মৰ উৎশূঙখ বিশূঙখল বেছি দেখিবলৈ পোৱা যায় মাছ প্ৰেমৰ অভাৱ। আপুনি অসমীয়া এগৰাকী প্ৰখ্যাত অভিনেত্ৰী। আপুনি গোস্বামী মহিলা বাবেই ভাগৱত পুৰাণ উপনিষদ গীতা আদি বিভিন্ন ধৰণৰ দৰ্শনৰ কথা কোৱা হয়। যি কোনো উপাইৰে জগতত প্ৰেমৰ নদীৰ জল সাগৰত ভৰাই দিয়ক অভিনয়ৰ যোগেদি সেই ই মহান কাম। ধন্যবাদ।
@a2zusipta
Nice
❤️❤️❤️