কাঁচিয়লি বেলি (Short Film) - Zubeen Garg | KK | Prasenjit | Nirmali S Bora | Ronald Hussain | 2023
Вставка
- Опубліковано 23 сер 2024
- DharmaShiva Production Presents কাঁচিয়লি বেলি #KasiyoliBeli
♬ CREDITS ♬
CASTS - PRASENJIT, SIDDHARTHA SHARMA, NIRMALI S BORAH, CHINMOY KOTOKI, MAHESH BORAH, DWEEP SHARMA, JATINJIT BORAH, ASHISH MALAKAR, SNEHA SAIKIA, SANJIB RANGHANG, KOILASH DAS, AMAN RONGHANG, MUNNA & DHARMENDRA CHETIA.
PRODUCED BY - DHARMENDRA CHETIA
DIRECTED BY - RONALD HUSSAIN
STORY - DHARMENDRA CHETIA
SCREENPLAY - PRANAB BHARALI
MUSIC - NAVA-BIKASH
DOP - BITORAJ KASHYAP
SOUND DESIGN - ANSHUMAN BORUAH
EDITING & COLOR - UDDIPTA KUMAR BHATTACHARYYA
PRODUCTION MANAGER - HIMEN BORAH
#ZubeenGarg #KK #Prasenjit #RonalHussain #NirmaliSBora #NewAssameseShortFilm2023
MUSIC LABEL - DHWANI RECORDS
© 2023 DHWANI RECORDS
◆ FOR MORE UPDATES ◆
► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
► FOLLOW US ON INSTAGRAM - / dhwanirecords
► FOLLOW US ON TWITTER - / dhwanirecords
► SUBSCRIBE OUR UA-cam CHANNEL - / dhwanirecords
সুন্দৰ চিন্তা,সুন্দৰ অভিনয়,আৰু সমাজত চলি থকা এক সচা কাহিনী ৰ উপস্থাপন।।ভাল লাগিল।আশা কৰো এনেকুৱা কাহিনী পুনৰ দেখিৱলে পাম।।ছুটি ছবি খনৰ সকলো লৈ কে শ্ৰদ্ধা ও ধন্যৱাদ জনাইছো।।
সঁচাকৈ বৰ ভাল লাগিল short film খন চাই ❤কি সুন্দৰ messege এটা সমাজলৈ আগবহাইছে🎉
এনেকুৱা লাগিল যেন মই আগৰ সেই মন জুৰ পেলোৱা অসমীয়া ছবি চায় আছো। সচাঁকৈ মনটো কিবা ওখল মাখল লাগি গ'ল। খুব সুন্দৰ.....
ভাল লাগিল চাই। দুজন উজ্জ্বল নক্ষত্ৰ প্রসেন দা আৰু নির্মালী বা। তেওঁলোকৰ অনুৰাগী লগতে তেওঁলোকৰ অভিনয় মোৰ সদায় প্ৰিয়। অনাগত দিনত তেওঁলোকৰ আৰু ভাল ভাল কাম দেখা পাম বুলি আশা ৰাখিলোঁ। তেওঁলোক অভিনয় জগতত সদায় জিলিকি থাকক।
সুন্দৰ পদক্ষেপ,দেহত চেতনা জগাই তোলা ৰ এক দৃঢ় প্ৰয়াস ॥ 🙏
পুৰণি জুবিন গাৰ্গ ❤️
সিদ্ধাৰ্থ দা মহেশ দা কি কম আৰু, সদাই প্ৰিয় হৈ থাকক💞 হৰেন চাৰৰ অভিনয় বৰ ভাল লাগিল🥺
বহুত ভাল লাগিল, সঁচাই আমাৰ অসমীয়া ডেকাই জীৱিকাৰ বাবে খেতি বাতি কৰাটো অতি আৱশ্যক ।
👉👉আমাৰ সমাজৰ মানুহবোৰ
একত্ৰিত হৈ থাকিলেহে সমাজখন
অতি খুনকলে উন্নত কৰিব পাৰিম।।
💝Love you Zubeen daa💝
এনেকৈয়ে কাহিনী বোৰৰ দ্বাৰা শিক্ষা দিব লাগে 😊❤ জুবিন দা প্ৰাণ ❤
👍❤
জয় জুবিন দা ❤️❤️ সোণৰ অসম
বহুত ভাল লাগিল storyটো চাই। যদি এনেকুৱা চিন্তাধাৰা লৈ সকলোঁ ওলাই আহে তেন্তে এদিন পথাৰো আমাৰ বজাৰো আমাৰ হব। জয় আই অসম
Jai zubeen da❤
কিমান কম, কিমান লিখিম আপোনাক! শেষ নহয় চোন আপোনাৰ জয়-গান....🥺❤️🎼সংগীত যদি ধৰ্ম হয়;জুবিন গাৰ্গ মোৰ ভগৱান....🙏😌🌏♥️
😊❤
👍♥️
Same re amar kolija hoi dada aru kolija mani mor bhuguban❤
@@kishordeka5582Q@£2y
😊
সুন্দৰ হৈছে ❤❤
সুন্দৰ message আগবহাইছে ৰাইজৰ বাবে 😊
কাঁচিয়লি বেলিৰ অভিনয় কৰুতা সকললৈ সিমাহিন মৰম যাচিলো 💕
Our Zubeen Da Rock (pothar amar bojar amar)❤❤❤🙌
আপোনাৰ মাতটো যেন সদায় একে হৈ থাকক||❤❤
খেতিয়ে আমাৰ পৰিচয়... জয় আই অসম 🙏
Love u Zubeen and Siddharth da ❤❤❤❤
😘❤️❤️❤️😍😘❤️❤️❤️সুন্দৰ❤️🔥
বহুত ধুনীয়া এখন চুটি ছবি নিৰ্মাণ কৰা বাবে বহুত বহুত ধন্যবাদ। সঁচাকৈয় আমি বিদেশত গৈ কিবা কাম কৰাতকৈ অসমতে থাকি অসমৰ মাটিতে যদি কিবা কাম কৰিব লাগে। আৰু এইখন চুটি ছবি এ আমাৰ নৱপ্ৰজনমক বহুত ডাঙৰ শিক্ষা দিলে। আৰু আমাৰ মৰম জুবিন দাকো ধন্যবাদ।
জয় জুবিন দা
ভাষা নাই জুবিন দা আপোনাক ধন্যবাদ দিব অন্তৰ চুই গল❤ love you zubeen da god bless you
এইয়াই আমাৰ মৰমৰ গাঁওবোৰ | ইয়াত কিমান যে আমিবোৰে নজনাকে লুকাই থাকে নিভাঁজ মৰমবোৰ | ❤❤❤ জুবিন দা উফ......❤❤❤
👍👍♥️
Waww amazing 😍..joy zubeen da ♥️
সুন্দৰ message আগবহালে ৰাইজৰ বাবে ❤❤ thnx❤
Wonderful film 🎉
KK daa hundor acting krise ❤️
Wow.... Gantu eman dhuniya❤
সুন্দৰ ভিদিঅ' লগতে ধুনীয়া এটা শিক্ষা❤Next part উলালে আৰু ভাল লাগিৱ বুলি আশা থাকিল 🥰
জয় জুবিন দা❤
love from jorhat AS03❤
Zubeen Daa ❤❤❤😍😍😍😍😍🔥🔥🔥🤟😎
কেচা মাতি গোন্ধ, উফ 🔥পথাৰ আমাৰ বজাৰ আমাৰ💙❤️💙
👍♥️
Ultimate ❤️oti hundar prodorkhan ....Bohut val lagil
Jai Zubeen daa❤🎉❤
Prasenjit da aro nirmali ba acting ami bohut bhal pau,, prasen da ,, nirmali ba acting bur jetiya theater ba fillm t dekha pau ekdom reyal jen lage👌N fillm khon moza lage ,,
Joi Zubeen daa ❤️🔥
Prasanjit daa and nirmali baa bohut dhuniya hoise❤
Mojja 🔥🔥
জুবিনদা 🙏❤️
Dhuniya lagise hokolu bur gaoliya poribekhh uffff🔥🔥
Love you zubeen daaaa❤❤❤❤❤
Ufff 😍😘 khub val lagil..... Zubeen dak dekhi aru besi val lagil 😘
পুৰণি জুবিন দা আকৌ উভতিল। । বহুত ভাল লাগিলে চাই। ।। প্ৰসেনজিত দাৰ অভিনয় সদায় প্ৰিয় নিভাঁজ অসমীয়াৰ সুগন্ধ বিচাৰি পাও । কেকে দাৰ কথানো কি কম । কাহিনীটো বৰ ধুনীয়া ।।
একদম আগৰ দিনবোৰ ঘূৰি অহা যেন অনুভৱ হৈছে ❤ জয় জুবিন দা ❤️
😊 বহুত বেছি এ ভাল লাগিল ধুনীয়া হৈছে।
Nice Message For This Short Flim ❤❤❤ Love You Zubeen Da 🫀❤️
সছাকৈ এক অনন্য চিন্তাধাৰা ।কৰ্মসূত্ৰে বহিৰাজ্যত থাকো যদিও ৰাতিপুৱাই ভিদিও তো চাই মনত এক অদম্য সাহস পালো ।
পথাৰ আমাৰ বজাৰ আমাৰ ।
জয় আই অসম
বৰ ভাল লাগিল, kk দা 😍😍
Good massage to Assamese society ❤
Super beautiful presentation , love from Bangalore. Thanks....
Good massage to the society ❤️🔥🔥🔥,
বহুত ভাল লাগিল সকলোকে প্ৰকৃত গাম্য জীৱনৰ পতভূমী।
Very nice ❤joy zubeen da ❤️
মন ভৰি গল,,,,,,,,,,,? 💪💪💪
Nice mojja lagise ❤❤❤❤
Wow.. barhiya
Bohut bhalagise video tu জই আই অসম
Kk da , prosenjit da and all acting mojaaa
Zubeen daa ❤
গাৱলীয়া পৰিৱেশ, জুবিন দাৰ গীত, সুন্দৰ অভিনয় । বহুত ভাল লাগিল । Love U Zubeen Da ❣️🙏
Pransanjit da my fv actor n Nirmali ba bht val lage..duijonor juti tu khub priyo ❤❤❤
Zubeen Garg Back ❤❤
❤
Zubeen da king 👑❤❤
জুবিন দা য'ত আৰু কি ক'ম ত'ত!😘🥰😍❤️❤️
Motivational short film.... Bohut vl lagile sai
Nice... Song ... Great massage to all new generation... Axomiya lora a kheti korile. Axom bohu ak baribo love you zubeen daa ❤
Zubeen da kkk mojaaa xundor ❤❤❤❤❤ aru ane vidu de joya
Xosai Bht Val lagil Next Episode Karone Wait Krim
Val lagil bohut 👍
সুন্দৰ 😊
Zubeeb da and rock zubeen da is back 💝💝👍👍 😍 mojjja
সুন্দৰ সুন্দৰ সুন্দৰ
খুব ভাল লাগিল চাই ❤
জয় জুবিন দা 😊❤
বহুত ধুনীয়া লাগিলে চাই 🥰🥰
Mozza de ❤😮😊
বহুত বেছি ভাল লাগিল ইমান ধুনীয়া story সকলোৰে অভিনয় উফ❤
Amazing zubeen da ....come back zubeen da
Welcome zubeen da... Enekua web series aru habo lage.
বহুত বহুত ভাল পালো চাই । ❤❤ ❤
💚💐
Val lagil dei..
Amar manuhbure aibur akol salei nhobo bujibou lgibo ❤
Prasenjit da horur porai priyo obhineta❤ bokakhat"t ahi dada ru nirmali bai raaijor logot mili hokoluke jimankhini amud dile ketiyau pahoribo nuaru.hokolure logot milibo pora byokti duyujon❤ love from Bokakhat❤❤
Bro moiu bokakhat r
অসমীয়া সমাজৰ ভাল এটা বাৰ্তা । 🔥♥️ আমাৰ খেতি আমাৰ বজাৰ🔥ভাল লাগিল চাই
হয় পথাৰো আমাৰ
বজাৰো আমাৰ।
জয় আই অসম 💕💕💕
সুন্দৰ প্ৰস্থাপন❤
Hundor concept...joy zubeendaa
SOCIALISM depicted finally by an Assamese short film ❤🎉
সুন্দৰ massage দিলে ভাল লাগিছে ❤❤❤❤
Hosakoi Bohut Bhal Lagil Song Tu Bohut besi bhal lagil
Bhut Duniya hoise ❤❤
কিমান ভাল লাগিল কথাৰে বুজাব নোৱাৰোঁ কাৰণ কথাত আবেগ নাথাকে ।।🥺❤
Sai buhut vall lagil ❤
Bohut val lagil Sai...❤️
khosa kai dhuniya lgise sai..😊
Wah ki xundor barta 🙏🙏🙏
love to see zubeen da❤️
𝙕𝙂 𝙢𝙖𝙞𝙣 💙💙
বহুত ভাল লাগিল ❤
Dhuniya 😊