সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ তৃতীয় বৰ্ষপুতি উৎসৱ II পদ্মশ্ৰী যাদৱ পায়েং II মুনমুনি পায়েং 🙏🏻

Поділитися
Вставка
  • Опубліковано 19 лют 2023
  • সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ তৃতীয় বৰ্ষপুতি উৎসৱ।
    ২৭/২৮/২৯ জানুৱাৰী ২০২৩
    দিচাংপানী, ডবা, বৰচহকী, লাইছেং পথাৰ।
    চৰাইদেউ অসম।
    আমাৰ অনুষ্ঠানটোৰ ২৯ তাৰিখে মুখ্য অতিথি আছিল পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েং দেৱ।🌳🌱 তেঁও আমাক গছ কিয় লাগে এই সম্পর্কে বহুখিনি দিহা-পৰামর্শ দিয়ে। তেওঁ আমাক যথেষ্ট প্রেৰণা আৰু উৎসাহ উদ্দীপনাৰ লগতে এনেধৰণৰ প্রকৃতিৰ প্রতি যি অৱদান, সেই মহৎ কৰ্ম সদায় আগবঢ়াই লৈ যাবৰ বাবে অনুৰোধ কৰে। আমি তেখেতৰ এই অনুৰোধ ৰক্ষা কৰি ভৱিষ্যতে এনেধৰণে প্রকৃতিৰ সৈতে একাত্ম হৈ কাম কৰি যাম বুলি কথা দিও। লগতে তেখেতে এই অনুষ্ঠানক দীর্ঘজীৱী কৰাৰ বাবে আমাক অনাগত দিনলৈ দিহা পৰামৰ্শ তথা সহায়- সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্রদান কৰে।
    উদযাপন সমিতি লগতে আমাৰ ওচৰৰ অঞ্চল সমূহৰ ৰাইজ আৰু অনুষ্ঠানত উপস্থিত সকলো ৰাইজে তেখেতক নিছে ওচৰৰ পৰা লগ পাই নথৈ আনন্দিত হৈছে লগতে পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েং দেৱৰ উপস্থিতিৰে আমাৰ অনুষ্ঠান খন আৰু সাফল্যমণ্ডিত কৰি তুলিলে।
    এই ক্ষণতে আমি অনুষ্ঠানৰ সকলো সদস্যই তথা কৰ্মকৰ্তাসকলে পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েং দেবলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।🙏🌱
    Munmuni Payeng New তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।🙏🌱🌿

КОМЕНТАРІ • 1