এই video টোৰ পৰা এটা কথা স্পষ্ট যে লৰাজন এজন স্বভিমানি লৰা নিজৰ খৰছ নিজে উলিয়াবলৈ কষ্ট কৰিছে । Exam back আছে কাৰণে ঘৰৰ পৰা help লোৱা নাছিল বুলি বোধ হয় । গ্ৰেজুৱেট হোৱাৰ পিছত কেতিয়াও ভাল নালাগে যে ঘৰৰ পৰা পইচা লবলৈ। বাকী খিনি বেলেগ বাৰু কিন্তু কৰ্ম জীৱনৰ সংগ্ৰাম এটি অতি ডাঙৰ সংগ্ৰাম। বহুত students আছে গুৱাহাটীত part টাইম ৰেপিড আৰু Zomato আদি কৰে। ৰেপিড চলকৰ কোনো এক্সট্ৰা benifit নাই only ভাৰা টো হেৱ তাকো ৰেপিড কোম্পানী আৰু তেল বহন খনৰ খৰচ আছেই
Ekdom thik kotha koise anekua police a hadharon jonotak bohut harassment kore kuno dokh nokorate ru hei manuh khini a mont ji aghat pai ata abhisap diye heya kintu hosakoi gaat lagi jay jar babe maximum police r lora suwali pongu hoi jonmo pay ba hihotor lora suwali a sur dokait hoy..moi nije dekhisu anekua hua tu..kuno din val nohoy.bapeke kora paap r fol tu lora suwali a pay😢😢
Bor bhal kotha kole apuni. Kintu mari pelale val jate tenekua harami police komi komi goi thakibo. Ajikali police word tu mauhe hunibo nibisare police maney kukkkurr bulihe goinno kore.....
ল'ৰা জনে শিক্ষিতৰ পৰিচয় দিলে আৰু পুলিচজনে নিজৰ শিক্ষাৰ চূড়ান্ত পৰ্য্যায়ৰ ব্যৰ্থতাৰ পৰিচয় দিলে।। চৰিত্ৰৰ বিকাশ নহ'লে তেনে শিক্ষা কোনো কামৰ নহয়। এনেবোৰ পুলিচ কর্মীক নিলম্বন নহয় কামৰ পৰা একেবাৰে বিদায় দিব লাগে।।
Right 👍
RIGHT
দুই দিন আগতে দিম্পু দাই কোন মই কোন তইত কোৱা কথাষাৰ সত্য হল
Right
apunar kothat ekmot
খুব সুন্দৰ আৰু ১০০% সচা কথা ৷আমাৰ মনৰ কথা কৈছা ৷ধন্যবাদ অবয়ব ৷জ্ঞানদ্বীপৰ দৰে লৰা ছোৱালক আমি শ্ৰদ্ধা কৰো
Hossai ❤
আৰক্ষী মনেই অসমৰ চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত গুণদা meximum পুলিচ হাৰামি চালা বহুত দন নিচিনা পাই
Right
Right 👍
Right bro
Thike koise dada
এনেকুৱা পুলিচ আমাক নালাগে আজিৰ হাৰামী পুলিচ
Police nhoi aibur aibur ghus khor johora polics hoi!
Dada apuni gikhini kotha kole hundred parcent sotyakotha, aponer kothay ami akmot.
i😮
@ChittaranjanRay-n4w thenk you dada 👍 👍
Xosa Ktha
Xsake dei👍
আমাক ৰক্ষক লাগে ভক্ষক নহয়।
👍👍
এই video টোৰ পৰা এটা কথা স্পষ্ট যে লৰাজন এজন স্বভিমানি লৰা নিজৰ খৰছ নিজে উলিয়াবলৈ কষ্ট কৰিছে । Exam back আছে কাৰণে ঘৰৰ পৰা help লোৱা নাছিল বুলি বোধ হয় । গ্ৰেজুৱেট হোৱাৰ পিছত কেতিয়াও ভাল নালাগে যে ঘৰৰ পৰা পইচা লবলৈ। বাকী খিনি বেলেগ বাৰু কিন্তু কৰ্ম জীৱনৰ সংগ্ৰাম এটি অতি ডাঙৰ সংগ্ৰাম। বহুত students আছে গুৱাহাটীত part টাইম ৰেপিড আৰু Zomato আদি কৰে। ৰেপিড চলকৰ কোনো এক্সট্ৰা benifit নাই only ভাৰা টো হেৱ তাকো ৰেপিড কোম্পানী আৰু তেল বহন খনৰ খৰচ আছেই
Akebare hossa koise❤
Thik koisa
পৃথিৱীৰ আটাইতকৈ danger পুলিচ আছে যদি অসম পুলিচ 🚨
চুৰ, দকাইত , গুণ্ডা 😂😂
চিৰ সত্য
Aw
💯right
100 % only Kolkata nojoi pura india
😂😂😂
বহুত দুখ লাগিছে, Gandeep তুমি সচা বাতেৰে আগবাঢ়ি যোৱা, ভগৱাৱনে সহায় কৰিব।
Absolutely Right ▶️,,, পুলিচে ভাল পোছাক পিন্ধা এজনক আপুনি আপুনি কে সম্বোধন কৰে আৰু আমাৰ নিচিনা সাধাৰণ কেইটাক তই বুলি সম্বোধন কৰে। কি হব আও।
The DGP will take action against the O /C
DGP must
আজি কালি অসম পুলিচ বহুত বেছি হৈছে।কাৰণ এই কিঠা পুলিচ নিলসম্বন নহয় দাইৰেক বিদাই দিব লাগে।কষ্ট কৰি চাকৰি পাইছে ।এই চাকৰিটো হডমান কৰি লৈয় যাব লাগে ।কাৰণ পুলিচৰ yuni porm কণ ৰেশ্পেক কৰিব হিকা।এটো নহয় যে হদিখাৰ পাইছে বুলি মানুহক ঐতাচৰ কৰিব । video tu sai bhal lagil❤❤❤। ডন্যবাদ
Apuner word bur vul hoise, Assamese language Tu hudhokoi likhibo hikook. Yani porm nohoi uniform. Baki khi ni............!!!!!!
আপুনি শব্দবোৰ শুদ্ধকৈ লিখকচোন।
ভাগৱ ডাঙৰীয়া আপোনাৰ পৰিয়ালৰ বাবে মহাপাপ অৰ্জন কৰিলে। এনে পুলিছৰ ল'ৰা ছোৱালীয়ে এসময়ত ড্ৰাগছ খাব,গুন্দাগীৰি কৰিব,বা এনে সন্তানেই পিতৃ মাতৃক বৃদ্ধ-বৃদ্ধা আশ্ৰমত ৰাখিব। কাৰণ পিতৃয়ে এই ফল ভুগিব লাগিব। উপায় নাই এইয়া যে ভগৱানৰ বিচাৰ।
Ekdom thik kotha koise anekua police a hadharon jonotak bohut harassment kore kuno dokh nokorate ru hei manuh khini a mont ji aghat pai ata abhisap diye heya kintu hosakoi gaat lagi jay jar babe maximum police r lora suwali pongu hoi jonmo pay ba hihotor lora suwali a sur dokait hoy..moi nije dekhisu anekua hua tu..kuno din val nohoy.bapeke kora paap r fol tu lora suwali a pay😢😢
Akmot tar ako Val nohoy
Aboyob যি বুজিলো পুলিচ ৰ মুৰব্বী বিষয়া সকলে ভাৰ্গবক সাৰপানী দি এনেবোৰ বৰ্বৰতা দেখুৱাবলৈ উৎসাহ যোগাইছিল পূৰ্বৰ ঘটনাবোৰৰ পৰাবুজা যাই ।
ছাত্ৰ হওঁক বা দেলিভাৰী কাম কৰা লৰাই হওঁক ব্যৱহাৰ টো ভাল কৰা উচিত। পুলিচ জনে ক্ষমা খুজিব লাগে লৰা জনক।
Thanks for covering this issue 🙏
আজি কালি পুলিচ সকলে কিয় নিজৰ parsonal problems হিচাপে লৈ মাৰা পিতা কৰে।পুলিচৰ কৰ্তব্য চালান কটা মাৰ পিত কৰা নহয়।সেই পুলিচ জনে উচিত শাস্তি পাব নে তেওঁক নীলম্বন কৰা সবনে।।
আৰক্ষী নামত কলংক, আৰক্ষীৰ পৰা ওলাই দিব লাগে , নিলম্বন কৰি দিব লাগে তেতিয়া হে এটা শিক্ষা মূলক উদাহৰণ হব
100% সঁচা কথা। আইন ৰক্ষক হৈ ভক্ষণ কৰা এই মূৰ্খ আৰক্ষী বিষয়া জনক একেবাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰি নিবনুৱা কি বুজাই দিব লাগে।
আমি পুলিচক সম্নান কৰো।ভয় নকৰো।কোনোবা পুলিচে মদি আমাৰ সৰলতাক যদি দুৰ্বলতা বুলি ভাবিছে ? তেনেহলে ভূল কৰিছে। জয় আই অসম।🙏
Police officer janak কঠোৰ শাস্তি দিব লাগে
প্ৰায় দেখা পাওঁ মানুহবোৰে সৰু সৰু কাম কৰা লৰা বোৰক বহুত বেয়া ব্যৱহাৰ কৰে। লৰা হৈ জন্ম লোৱাটোৱে যেনিবা পাপ কৰিলে তেনেকা লাগে। ঈশ্বৰে লৰা বোৰক আশীৰ্বাদ কৰক জীৱনত সফল হক ❤❤
পুলিচৰ এনে দাদাগিৰিয়ে অতীতৰ এটা দিনত মোৰ জীৱন বিষময় কৰি তুলিছিল ৷ বহু মূৰ্খ পুলিচে প্ৰমোচনৰ আশাত এনে নিকৃষ্ট কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে ৷অবশ্যে সকলো পুলিচ মূৰ্খ নহয় ৷ মুঠৰ ওপৰত পুলিচৰ এনে দাদাগিৰি বন্ধ কৰক ৷
পুলিচজনে বুঢ়া বয়সত অনুতাপ
কৰিব ৷
কেতিয়াবা পুলিচৰ ভয়ত গাড়ী এখন স্পীড চলাওটে দুৰ্ঘটনাত পতিত হয়।
Right.
ইমান ভাল কথা ক'লা বহুত ভাল লাগিল।ৰক্ষকেই ভক্ষকৰ পৰিচয় দিলে।
আাপোনাৰ কথাখিনি শুনি ভাল লাগিল ।❤❤❤❤❤
Tumar kothata agree koru dada 🙏
We Appreciate aboyob
We want Justice ⚖️⚖️⚖️⚖️⚖️⚖️⚖️⚖️⚖️⚖️
Post power Use কৰিছে ভাগৱ বৰুৱাই , public ধূলাই দিব লাগে লেঙটা কৰি ভাগৱ বৰুৱাক।
অসম আৰক্ষীক একদম বিশ্বাস কৰিব নোৱাৰি। আৰক্ষী কাৰো নহয়।
Ekdom Hosa kotha koisa brother ❤
অসমীয়া মানুহে হয়তু অদৰকাৰী কথাত বিতৰ্ক কৰি ভাল পায়। ৰাইজক অনুৰোধ জনালোঁ অদৰকাৰী কথা বাদ দি জাতিটোক ৰক্ষা কৰিব চেষ্টা কৰক। Supreme Court এ নাগৰিকৰ ভিত্তি বছৰ ১৯৭১ কৰাটো আইন সংগত বুলি কোৱাটো দুৰ্ভাগ্য জনক। অসমত অসম চুক্তি বাতিল কৰিবই লাগিব নহলে অসম হয়তো নাবছে। নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ কৰিবই লাগিব। এতিয়া যি খিনি লৰা ছোৱালীৰ বয়স ৪০ বছৰৰ তলত তেওঁলোকৰ জীৱনত সংঘাতিক সংকট নামি আহিব।
বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ জৰিয়তে অসমক বচাব নোৱাৰে। অসমত হয়তো অসমীয়া মানুহৰ জনসংখ্যা ৪০% আৰু বাংলাদেশী আৰু বাঙালী মানুহৰ জনসংখ্যা ৬০%। অলপ দিন পাছত যিহেতু অসমীয়া মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বহুত কমিছে, গতিকে অসমীয়া মানুহৰ জনসংখ্যা ২০% হব আৰু বাংলাদেশী মূলৰ মানুহৰ জনসংখ্যা ৮০% হব। এনে পৰিস্থিতিত বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ কোনো কামত নাহে। লগতে অসমীয়া মানুহে প্ৰতি পল প্ৰতি অনুপল নিজকে অসমীয়া বুলি প্ৰমাণ কৰিব লাগিব। ধৰক অসমীয়া মানুহে মাটি এডোখৰ কিনিব গৈছে, নিৰ্বাচন খেলিব গৈছে তেতিয়া নিজকে ১৯৫১ চনৰ আগৰ বুলি প্ৰতিটো Generation এ হয়তো প্ৰমাণ কৰিব লাগিব। লগতে বাংলাদেশী মূলৰ মানুহে কিবা বুদ্ধি কৰি তাৰ বাট ওলাই লব। এটা সময় আহিব ৫০ বছৰ ১০০ বছৰ ১৫০ বছৰ পিছত অসমীয়া লৰা ছোৱালীয়ে নিজকে অসমীয়া বুলি প্ৰমাণ কৰিব নোৱাৰিব documents (১৯৫১) ৰ অভাৱত। আৰু যেতিয়া আগলৈ যদি চৰকাৰ সলনি হয়, আৰু Fake Secular দল যদি চৰকাৰত আহে তেতিয়া নিয়ম সলাই দিব বাংলাদেশী মূলৰ মানুহৰ স্বাৰ্থত।
Crime কেনেকৈ নিয়ন্ত্ৰণ কৰিব? আপোনালোকে RTI কৰি ওলাই চাওক প্ৰতিখন জেল, পুলিচ থানা আদিত এচাম বিশেষ লোকৰ আধিপত্য আছে। ড্ৰাগছ ৰ বেপাৰ, চোৰ, ডকাইত, চোৰাং চিকাৰী, চোৰাং কাঠৰ বেপাৰী, ধৰ্ষণ কাৰী আদি। বাংলাদেশত হিন্দু মানুহক গছত, ৰেলিংত বান্ধি অত্যাচাৰ কৰিছে। কোনোবা আন্তজাৰ্তিক মানৱতা সংগঠনে, আন্তজাৰ্তিক মিডিয়া আদিয়ে মাত মতিছে জানো? বাঙালী মানুহৰ জনসংখ্যা অসমীয়া মানুহত কৈ বহুত বেছি তথাপিও কোনেও গুৰুত্ব দিয়া নাই। গতিকে অসমীয়া মানুহ বিপদত পৰিলে কোনেও সহায় কৰিব আগবাঢ়ি নাহে।
ডুবাই UAE ত লোকেল মানুহ মাত্ৰ ১১% বাকী সকলো বিদেশী। কিন্তু তাতে কেতিয়াও নাগৰিকত্ব নিদিয়ে, Work Permit হে দিয়ে। তাতে নিৰ্বাচন নহয় গতিকে তাৰ লোকেল মানুহ সুৰক্ষিত কিন্তু অসমত নিৰ্বাচন হয়। গতিকে অসমীয়া মানুহ কেতিয়াও সুৰক্ষিত নহব যদিহে নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ নকৰে? কমিটিয়ে কৈছে নিৰ্বাচনত কিছু আসন সংৰক্ষণ কৰিব অসমীয়া মানুহৰ বাবে কিন্তু যেতিয়া ৮০% ভোটাৰ বাংলাদেশী মূলৰ হব লগতে তেতিয়া এই আসন সংৰক্ষণ কৰা কাৰ্য্যৰ পৰা একো লাভ নহয় practically। মনত ৰাখিব অসমত বাংলাদেশী মানুহ অসমীয়া আৰু ভাৰতীয় ৰাজনৈতিক নেতা কিছুমানে সংস্থাপন কৰিবলৈ হয়তো সুবিধা কৰি দিছিল। তেওঁলোকৰ বাবে অসম ডাঙৰ নহয়, তেওঁলোকৰ কাৰণে গান্ধীজীৰ ছবি থকা কাগজহে বেছি ডাঙৰ আছিল চাগে। যোৰ পুৰি হাত পালে এতিয়া হাতো জলি আছে থাতপিও অসমীয়া মানুহে কিয় সাৰ পোৱা নাই?
আপোনালোকে যদি বিশ্বৰ ৰাজনীতি আৰু সমাজনীতি অধ্যয়ন কৰে তেতিয়া দেখিব ভাৰতীয় মূলৰ মুছলমান মানুহ থকা কেইখনমান ঠাই যেনে ডুবাই, পাকিস্তান, বাংলাদেশ আৰু কাশ্মীৰ। ডুবাই Successful কিয়নো সেইখন এখন disciplined society আৰু তাতে নিৰ্বাচন নহয়। কিন্তু আন দিশে পাকিস্তান, বাংলাদেশ আৰু কাশ্মীৰ তিনিখনৰে Indisciplined society আৰু নিৰ্বাচন হয়। অসমতো নিৰ্বাচন হয় আৰু Indisciplined society?? অসমৰ অৱস্থাও পাকিস্তান আৰু বাংলাদেশৰ দৰে হব পাৰে।
আমি আগতেও ৰাইজক কিছুমান কথাত সজাগ কৰিব চেষ্টা কৰিছিলোঁ কিন্তু ৰাইজে গুৰুত্ব নিদিয়ে চাগে। কিন্তু এইটো জীৱন আৰু মৰণৰ বিষয়। অলপটো চেষ্টা কৰা উচিত জাতিটোক বচাবলৈ। Fight with Brain, Courage and Honesty.
Please analyze and Share.
পুলিচ বিভাগত এনে লোকৰ দৰকাৰ নাই আৰু ইমানবোৰ পুলিচ ৰাখিও লাভ নাই অসমৰ লোকচান, ট্ৰেফিকৰ কাৰনে লাইট অন অফ কৰাত দুজন ৰাখক আৰু 50 কিলোমিটাৰ দুৰত্বত দুজন পুলিচ ৰাখক কাৰিকৰী দিশ উন্নত কৰক শিক্ষিত পুলিচ অসম উন্নতিৰ পথত।
পুলিচ ত কেৱল শাৰীৰিক আৰু পৰীক্ষা লোৱাৰ লগতে মানসিক ভাবে যেতিয়া এজন মানুহে কিমান সামৰ্থ্য আছে এইবোৰ নিৰ্ণয় কৰি হে চাকৰি এটা দিব লাগে বুলি ভাৱ হয়। কাৰণ পুলিচ ৰক্ষক হৈ থকা নাই ভক্ষক হে হোৱা পৰিলক্ষিত হয়।
Dipaligogoi🙏😭😭😭😭🙏
কেৱল পুলিচ বিষয়াই নহয় অসমৰ জন সাধাৰণেও এটা কথা জনা উচিত Zomato,repido,swiggy, ola, uber company কাম কৰা ল'ৰাবোৰ অশিক্ষিত নহয় এইবোৰ শিক্ষিত ল'ৰা অশিক্ষিত ল'ৰাই এইবোৰ কাম কেতিয়াও কৰিব নোৱাৰে। সেয়ে আপোনালোকে এইবোৰ ল'ৰাক মৰম চেনেহ কৰি উৎসাহিত কৰক।
Right❤
এনেকুৱা পুলিচক চাকৰিৰ পৰা দেখি পুনৰ নিবনুৱা কৰি নিবনুৱাৰ অৰ্থ বুজিবলৈ দিব লাগে। তেতিয়া গম পাব। ক্ষমতাৰ অপব্যৱহাৰ কৰি নিজকে Hero সজোৱা এনেবোৰ পুলিচৰ বিবেক নাথাকে।
এবাৰ এটা কথা ত এজন পুলিচ লৈ ফোন কৰিব লগা হৈছিল , পুলিচ জনে ফোনতে কৈছিল , আপুনি মোক ফিজিকেল পাইছে জানো , কথা সাৰ বুজি নাপালো কিন্তু আপমান পালো ।
এজন শিক্ষিত যুৱকে তিনি আলি বা চাৰি আলিত বহি আড্ডা মাৰি সময় অপচয় কৰাতকৈ পঢ়াৰ মাজতে সময় উলিয়াই "খাদ্য যোগান" ধৰি টকা উপাৰ্জন কৰা কাৰ্য অতি প্ৰশংসনীয় লগতে নৱ প্ৰজন্মৰ বাবে আদৰ্শনীয়ওঁ।
আৰক্ষী বিষয়াজন অসমীয়া ডেকা। তেওঁৰ ভুল অমাৰ্জনীয়। কিন্ত বিষয়াজনৰ মানসিক স্থিতি তথা তেওঁ কেনেকুৱা পৰিয়াল আৰু পৰিবেশৰ পৰা আহিছে সেইটোও অণুধাৱণ কৰা উচিত।
দোষীজনক শাস্তি দিলেই সমস্যাৰ সমাধান নহয়।
সামাজিক ব্যাধিসমূহ দূৰ কৰিবলৈ হলে আমি সামগ্ৰিক ভাৱে বিভিন্ন দিশ চালি জাৰি চাই উপযুক্ত ব্যৱস্থা হাতত লৱ লাগিব।
অৱয়ব, তোমাৰ চিন্তা ধাৰাক চ্যেলুট জনাইছোঁ।
এনে পুলিচ অফিচাৰৰ বাবে চৰকাৰ খন সাধাৰন লোকৰ আগত বেয়ালৈ গতি কৰে৷
Our CM SIR is Really a Great CM ..
we are feeling Proud Sir
অসমতে এজন অসমীয়া পুলিচ বিষয়াই এজন অসমীয়া উঠি অহা অসমীয়া ল'ৰাক ৰাজহুৱা স্থানত চূড়ান্ত অপমান কৰিলে।
ভুল হ'ব পাৰে ল'ৰাজনৰ কিন্তু ধৰি লৈ এনেকুৱা ব্যৱহাৰ কৰা কতো দেখা নাই,,মাৰানাস্ত্ৰ হাতত লৈ পুলিচক আক্ৰমণ কৰাও দেখিছোঁ আন ৰাষ্ট্ৰত,পুলিচে কৰায়ত্ত কৰি এনেকুৱা আক্ৰমণ কৰা দেখা নাই,,,, আমাৰ অসমত এখেত এজন বিৰাট পুলিচ বিষয়া ওলাল। ধন্যবাদ।
এই লৰাবোৰ সৰহভাগে পহাশুনা যোৰহাটতত দুই এজন পাইছোঁ এম এ এম কম চাকৰি নেপাই কৰিছে পুলিচ জনতকে কম পহাশুনা কৰা বুলি ভাবি লব নালাগে
মাজতে গোলাঘাটৰ পুলিচ বিষয়া এজনে ফৰেষ্ট ৰেঞ্জাৰ এজনক ভাবুকি দিছিল। কিন্তু, ক্ষমা খোজাতে শাস্তি সীমাৱদ্ধ হৈ থাকিল। সেইজনকো কঠোৰ শাস্তি হোৱা হ'লে এইবোৰ কমিলহেঁতেন।
দাদা গিৰি নহয় গুন্দা গিৰিৰ চুড়ান্ত অপকৰ্ম বন্ধ কৰিব লাগে বুলি ভাবো
100 ℅ Right
Bohut val kotha kola dada❤
Good Content Bro❤
মানুহৰ এনে কিছুমান মানসিক বিকৃতি থাকে যিটো অভিজ্ঞ মানসিক চিকিৎসকৰ বাহিৰে আনৰ চকুত ধৰা নপৰে। সেয়ে আৰক্ষী বৃত্তিত নিযুক্তিৰ পূৰ্বে দক্ষ চিকিৎসকৰ দ্বাৰা বিতং মানসিক পৰীক্ষা হ'ব লাগে। চাকৰি কালতো নিয়মীয়াকৈ এনে পৰীক্ষা হৈ থাকিব লাগে।সুসভ্য উন্নত দেশবোৰত এনে ব্যৱস্থা আছে। ভাগ্য ভাল আছিল যে ঘটনাটো ধৰা পৰিল। কি ঠিক- অনবৰতে আগ্নেয়াস্ত্ৰ লৈ ফুৰা এইসকলে কেতিয়াবা ডাঙৰ ঘটনা ঘটাই দিব পাৰে জনচক্ষুৰ আঁৰত !! কিছুমান মানসিক ৰোগী অতি খঙাল প্ৰকৃতিৰ, Short tempered, তেওঁলোকৰ ঠান্দা মগজ নাথাকে বাবে Intelligenceও অতি কম। এই বৃত্তিত এইবোৰ বদ-গুণ কাম্য নহয় । মানসিক বিকাৰ থকা পুলিচে ধৃত লোকক বৈজ্ঞানিক জেৰা কৰি সত্য উদ্ঘাটন কৰিব নোৱাৰে। হয়তো মাৰপিত কৰি কথা উলিয়াবলৈ যাওঁতে সমগ্ৰ তদন্তই বেবেৰিবাং হয় আৰু অপৰাধী হাঁহি হাঁহি হেলাৰঙে সাৰি যায় আইনৰ জালৰ পৰা। বিতৰ্কিত আৰক্ষী বিষয়াজন কেনে পৰিৱেশ ত ডাঙৰ-দীঘল হৈছিল, তেওঁৰ পৰিয়াল টোৰ সামাজিক সম্পৰ্ক কেনেকুৱা আছিল সেয়াও বিচাৰ্য ৰ বিষয়---এবছৰমান পূৰ্বে মোৰ ঘৰত চুৰি হৈছিল। যথেষ্ট Clue আছিল।পুলিচে ধৰি অনাজনক নিৰ্দিষ্ট ১০টা প্ৰশ্ন কৰাহ'লেই চোৰ জালত ফাচ খাই গ'ল হেঁতেন। কিন্তু কি কৰিব! পুলিচৰ ভোটা বুদ্ধি দেখি চোৰে হাঁহিলে আৰু মই মনৰ দুখত "পুলিচ আৰু অংক" নাম দি প্ৰবন্ধ এটাকে লিখি সান্তনা পালো।
Thank you for bringing up this issue 😢
দুখজনক কথা এয়ে যে যিটো সময়ত আমি পুলিচ দেখি safe feel কৰিব লাগে। তেনেকুৱাত আমি পুলিচ এগৰাকীক দেখি ভয় হে খাও। খাকি পোছাক দেখিলেই কিবা ভয় হে লাগে আজিকালি।। 😶😶
Vl lagil kothabur.
এনেকুৱা পুলিচ ক ৰাস্তাত সমাজৰ মাজত লজ্জিত কৰিব লাগে
ফেক এনকাউণ্টাৰবোৰত বাহ-বাহ দিয়া সমাজখনে আজি এইটো ঘটনাত দূখ কৰি লাভ নাই। হিমন্ত বিশ্বৰ চৰকাৰখনে বহুতো দুখীয়া ঘৰৰ ল'ৰাৰ জীৱন কাঢ়িলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালো আছিল- কেইটা ভূঞা এনকাউণ্টাৰ হৈছিল? মামা নামৰ পাগলটোৰ ক্ষমতাই মূৰত ধৰিছে। গতিকে, এই পানীমেটেকা পুলিচবোৰৰো উৎপাতটো বেছি হৈছে
6:14 mama always right ❤
Right
এজন দুজন পুলিচৰ বাহিৰে আমি সাধাৰণ ৰাইজে এজনো বেলেগ পুলিচক বিশ্বাস কৰিব নোৱাৰা হৈছো।
ৰাস্তাত যদি পুলিচ মৰিবলে যুঁজি পৰি থাকে তথাপিও মই নুথাও
পঢ়া লিখা মূৰ্খ হয় পুলিচ। বেছেৰা দুখীয়া লৰা কিবা কাম কৰি আছে কিবা problem থকাৰ কাৰণে ধনী লৰা থকা হলে টো পুলিচ টো এ ভৰি ধৰিলে হয় । দাদা গিৰি দেখাব আহিছে য়াক পুলিচৰ পৰা বহিষ্কাৰ কৰিব লগে জয় আই অসম
হেলমেট লগোৱা আছিল পুলিচ কৰ্মী জনে ধৰিব পৰা নাই। তেওঁ ভাবিছিল মীয়া হব পাৰে, কিন্তু নহল আৰু এতিয়া Singham ধৰা পৰিল 😢😅।
Moiu delivery kru Flipkart t xedina jdi lora jonor jegat moi holu hoi moi xei police 2r nak mukh vangi pelalu hoi....
Bor bhal kotha kole apuni. Kintu mari pelale val jate tenekua harami police komi komi goi thakibo. Ajikali police word tu mauhe hunibo nibisare police maney kukkkurr bulihe goinno kore.....
Good speech bro❤❤
Aiya ha news❤❤
নিলম্বনৰ নহয় দাইৰেক বিদাই দিব লাগে জয় আই অসমৰ বীৰ লাচিত সেনা অসমৰ 🙏🙏
অসমত অসমীয়া ল'ৰা , ছোৱালী সকলোক নিজৰ ডিচিপ্লেন বজাই ৰাখিবলৈ আহ্বান জোনালো।জাতে নিজৰ সন্মান ৰক্ষা পৰে।ডিচিপ্লেন ঠিক নহ'লে বেলেগে সন্মান নিদিয়ে আৰু বে ইজোতৎ কৰে।
Right 😢
Justice lage
আমাৰ নিচিনা মানুহে পালে সমানে সমানে ৰাজবাটতে বগৰা বগৰি লাগি যাম
Nice topic ❤
গুৱাহাটী মহানগৰত কমপক্ষেও ৬০/৭০% ল'ৰা ই নিজৰ পঢ়াৰ খৰচ নিজে বহন কৰে swiggy, Zomato, repido,ola, uber company লগত জড়িত হৈ।
Salute to Gyandip, media should bring all this topic more aggressively
Shame on assam police
ই ইমান অফিচাৰ কেলাইছে আমি ৰাইজে এনেকৈ এৰি দিব নোআৰিম। ই জন সমাজক কুকুৰ মেকুৰি বুলি ভাবিছে।ইআকো কুকুৰ মেকুৰিৰ দৰে ৰাইজে শাচতি দিব ই লাগিব।
আইন নজনা আৰক্ষীৰ প্ৰয়োজন নাই ।
Follow Assam Police for such kind of their actions. Police is there to help public not to show 💪power on streets. Yes handling criminal is different.
Bohut hundor vabe kotha khar tuli dhorar Babe thank you aboyob
POLICE= Public Officer for Legal Investigations and Criminal Emergencies..
Police এ কেতিয়াও জনসাধাৰণৰ লগত বন্ধু হিচাপে থাকিব নিবিচাৰে.. সদায় মানু্হক চুৰ, criminal দৃষ্টিৰে চাই..
মানুহৰ police ৰ প্ৰতি সদায়, প্ৰতিটো মুহূৰ্ততে ক্ষোভ থাকে.. Assam Police ক Behavior and Poilteness ৰ ওপৰত weekly training দিব লাগে..
We want justice #deliverylimited
#delivery
Take an action🎬 delivary company
সমস্যাৰ সমাধান কেতিয়াও মৰামৰি -হতাহতি-কাজিয়া-কতাকতিৰে-ভাবুকি আদিৰে সমাধান কৰিব নোৱাৰি.... সকলো বুজাবুজিৰে সঠিক ভাবে আগুৱাই গলেহে সকলো দিশত আগবাঢ়িব আৰু নো কি কম আমিতো সৰু মানুহ
অভদ্ৰ পুলিচ জন আমাৰ হাতত পৰিব লাগে।
Mura singi dm xai jon policek
কৰ্মৰ ফল লাভ কৰিব সাজু থাকক ভাৰ্গব বৰবৰুৱা।
Thanks you 👍👍👍👍👍
নিলম্বন কৰাত কৈ বৰ্খাস্ত কৰিব লাগিছিল।
Great Sir...Jai Hind
আচলতে এনেকুৱা কিছুমান মানুহৰ বাবে আজি সকলো চৰকাৰী কাৰ্যলৈসমূহ বা চৰকাৰী বিষয় সমূহৰ কাম বোৰ কৰিবলৈ কিবা কঠিন যেন লাগে । কামসমূহ হব নে নহব যেন লাগে । কিছুসংক চৰকাৰী বিষয়াই নিজকে বৰতো বুলি ভাবি লয় । এনেকুৱা ধৰণৰ বিষয়াক নীলম্বন কৰি Demotion কৰিব লাগে । অফিচাৰ to কনিষ্টবল।
Police jonr asorone ai2 poman kri dile je tekhetr maa deutake ki hikha dile. Tekhetor maa deutake atiya bhut proud feel krise.
Right 👌
মই এইটো কাৰণে flat polish ভাড়া নিদিওঁ
Rent নিদিয়ে আৰু ঘৰ দখল কৰি লব পাৰে
ছোৱালীও নাপায়।
@@prasantagoswami1477 family flat rent diou but not single one. Risk thake
কথাখিনি খুব ভাল লাগিল। কথাত যথেষ্ট ওজন আছে। সকলোৱে সুন্দৰ কৈ কথা ক'ব নোৱাৰে। সুন্দৰ মিষ্টি জোতা।
❤❤❤❤❤❤❤❤❤❤❤❤
Moi apunar video r babe rokhi asilu.. Thank you apunio cover korile ❤
বিষয়াজনক ৰাজহুৱাভাৱে ক্ষ্যমা খোজিব কৰণে দাবি জনাব লাগে।
Thanks ❤❤❤❤❤❤❤❤
Thank you
Good job
সঁচাকৈ ভাল কথা কৈছে।নমস্কাৰ।
You are right
Very good
100% agreed
Suspension is not a justice