Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Channel tu ji xokole subscribe kora nai, kori dibo..ru loratur channel tu aru dangor houk..takei bisaru... ❤️
Bohut bohut dhoniobaad 😊🙏
@@Homoyvery nice bro.
sure korim only xomoy Da❤
Homoy Da 114 Number Subscribers Moi hoy to xokoluwe Like kora 👍
Moi homoi dar channel 2k r pora Sai asu
সৰ্বপ্ৰথমে তোমাৰ মা দেউতা ধন্যবাদ জনাইছোঁ, ভগৱানৰূপত তোমাক জন্ম দিয়াৰ বাবে 🙏🥺🥹🥹
Dagr dgar UA-camre jote tote goi ki khai su kot furi su he bur Blog video bonai aru ata apuni ase jot ghuri ghuri dukhiya manuhok bisari hohai kore apunar likhiya youtuber bht Kom salute disu apunak 🙏
Share and subscribe....jimane besi subscriber aru views hbo himane homoy e besi besi manuhok mukhot hahi biringabo paribo...
❤
Right @@learnearn2554
@@learnearn2554 Akdom right kthaaa❤apuni amr anukua manuhoka ha hohai krbo lga ❤
Moi beleg UA-cam ro video nasao Mr Bitu aru Somoy Gogoi Video bur sao
👉সময় দাক ভাল পোৱা সকলে এটা Like কৰি যাবা❤❤❤
মানসিক চিন্তা বোৰ সত পথত ব্যৱহাৰ কৰা এজন মানুহ ৰূপী ভগৱান ❤
মন ভৰি যায় আপোনাৰ মানৱদৰদী কাম বোৰ দেখিলে❤🥰
সঁচাকৈ বৰ সুন্দৰ, ভাল লাগিছে তেওঁ লোকৰ ঘৰ খন হোৱা দেখি।
মানৱৰূপী ভগৱান সময় দা❤🙏
Dada June June monor pora val pai like ata Kori jaba...love you dada love from udalguri ❤❤🎉
নিস্বাৰ্থভাবে দুখীয়াক সহায় কৰা UA-camr জন ভাল লাগে সময় দা আপোনাক❤
সময় গগৈ এক ব্যতিক্ৰমী ইউটিউবাৰ যাৰ হৃদয়ত দূখীয়া দৰিদ্ৰৰ প্ৰতি মৰম,শ্ৰদ্ধা,সহায়, সাহস আদিৰে ভৰি আছে৷ কেৱল মানুহৰ প্ৰতিয়েই নহয় জীৱ,জন্তুৰ প্ৰতিও তেওঁৰ অসীম মৰম আৰু সহায়ৰ হাত আগবঢ়াই অহা পৰিলক্ষিত হৈছে৷ধন্য হওক তোমাৰ জীৱন৷
বহুত ভাল হৈছে আৰু আগবাঢ়ি যোৱা তোমাৰ প্ৰতিটো ভিডিঅ' ভাল লাগে
সচাঁই তুমি বহুত মহান তোমাক ভগৱানে সদায় কুশলে ৰাখক তাকে ভগৱানৰ ওচৰত কামনা কৰিছো❤❤।
সময় ভাইটিলৈ বহুত বহুত মৰম যাচিলো তিনিচুকীয়া ডাঙৰী চিৰিং পৰা ❤❤❤।
বৰ ভাল লাগিছে সময় বেটাআশিবাদ কৰিছো তোমাক যাতে আগবাঢ়নে মঙ্গলে ৰাখে❤❤❤❤🎉🎉🎉🎉🎉
সময় তুমি বহুত বহুত মহান। তোমাক ভগৱানে সহায় কৰিব।
Mr.Bitu aru Apuni hodai dhukhiya babe kam kori juwa god bless you ❤❤Like Samay.and Bitu
বহুত ধুনীয়া আপোনাৰ video বিলাক বহুত ভাল লাগে love from Jorhat ❤❤❤
কোনো ভাষা নাই ইমানেই সুন্দৰ সকলোবোৰ
Bohut vl lgil dada hdai sau apunar video .
দা দা আপুনি ইমান ধুনীয়া কাম বোৰ কৰি আহিছে সেই বাবে আপোনালৈ ধন্যবাদ ,
Homoy da zindabad ❤❤
Dimpu Murdabad
Homoy daak vl puabur.... aru axom kon vl pua xkolu like eta plz..❤❤
ভাল লাগি যায় তোমাৰ কামবোৰ দেখি।❤❤❤❤❤❤
সময় দা আপোনাৰ কামবোৰ বহুত ভাল লাগিছে আমি একো সহায় কৰিব পৰা নাই লাইক আৰু কমেন্ট কৰিছো।❤
ভাল লাগিছে ভগৱানে তোমাক কৃপা কৰে যেন ভগবান ওচৰত প্ৰাৰ্থনা জনাইছো❤❤
ভাল লাগিছে ঘৰখন।ভগবানে তোমাক আৰু শক্তি দিয়ক।
সছাইকৈ তোমি বহুত মহান সমর আগ বাহি যোরা
Dada tumi bohut val kam korisa love from jorhat
সুন্দৰ সময় দা আপোনাক ঈশ্বৰে মঙ্গল কৰক❤❤❤
সুন্দৰ হৈছে দেইই। আৰু কিমান ভালকৈ সাজিবা। ভগৱানে তোমাক কুশলে ৰাখক এই পৰোপকাৰী কাম বোৰ কৰিবলৈ।
Bht dhunia kam krise dei apuni
বেৰ বন্ধা পদ্ধতি টো আগতকৈ বহুত উন্নত হৈছে । বাকী তোমাক ইশ্বৰে ভালে ৰাখক ❤
কি কম আপোনাক কবলৈ ভাষা নাই। মাত্ৰ ভালে থাকক আপুনি সদায় । ❤❤❤
আপুনি সদায় ভালে থাকক। ভগৱানক সেইটো এ বিচাৰোঁ।❤❤❤
Humanity still alive. GREAT social works. Keep it up. GOD Bless you. Take care
Somay da moi apunar smile tur karone sao video bur val lage apunar kaam bur keep it up always spread smile ....❤❤❤
Apuni Mohan ❤❤❤❤❤❤ love from rangia.
তোমাক ভগবানে কুশল কৰক তাৰে কামনা কৰিলো।
তোমাৰ বাবেই দুৰ্ভগীয়া লোকবোৰ উপকৃত হৈছে। ভগৱানৰ আশিৰ্বাদ সদায় আছে তোমাৰ ওপৰত। আমাৰ গৌৰৱ তুমি সময়।
জীৱন টো আৰম্ভ কৰিছাহে দায়িত্ব লব পৰা হলাই ,আশা কৰো জুবিন দাৰ দৰে তোমাৰ নামাতোও মুখে মুখে থাকক মানুহৰ সময় "
কি নো কম মাট সদায় ভালে থাকে যেন নেদেখা জনৰ ওচৰত প্ৰাথনা
Congratulations 🎉 dada 🤗😚💟💗Going to 2 Lakh subscribers💓💞 God bless you dada💓
Val hoise dada ghor to..... agoloie ag bahi jua anekoie..val hbo❤❤❤
Bor vl lge apunar kam bur dekhi 👌👌
Homoy dak val puwa hkole like kora 👍🏿😊
Tuk like korile nu ki hb 😂 video 2 share and like kr
Hundor
Vl lagise ghor tu.....dada aruhh vl kam kore jua❤🎉
Homoy da apunak bohut bohut bohut bohut bohut bohut dhoynobad🥰
বহুত ভাল লাগিল ।
মই যোৰহাট তিতাবৰৰ পৰা। অসমৰ বিয়াগোম চৰকাৰে কৰিব নোৱৰা কাম কৰিচা। নেদেখা জনে কোশলে ৰাখক।
Dda mojja lagil vidiotu sai.bhut bhut dhoinobad
Bohut val lagile apunar video sai anekoi jate aguwai jaok god bless you 🥰 ❤❤
ভগবানে আপোনাক মংগল কৰক
সময় তুমি অনন্য❤
তুমি সদাই ভালে থাকা ভগৱানে মঙ্গল কৰক
Xmoi da apunak vgbane aru aguwai jable sakti dioyk
Mojja
Homoi dar babe ata ata like di jauk.... Manuhe manuhor babe❤
Homoy ki likhim vakha a ni .....Tumi a vogoban. God bless you homoy ❤❤❤❤❤ 🙏🙏🙏🙏🙏🙏🙏
Good job manuhor karone kaam ba sinta kora manuh khubei kom. God Bless you and carry on your journey. ❤
দুখীয়াৰ চাহিনচা❤❤
Xomoy dadar babe ata like kora❤
Apunar video Sai Val lage agole aru Val Val Kam kori juk ❤❤❤
Dhunia xomoy Da ❣️
Real Hero 😘💯✔️
Sob like kora❤
I proud of you 🙏
Love from Gulaghat ❤❤
সময় দা লগত যদি আৰু 100জনে লগ দিয়া হলে ভাবি চাওঁক দুখীয়া সকলো অভাৱ দুৰ হল হেঁতেন নহয় নে, সময় দা লগতে সময় দাৰ মাতৃ মানে খুৰি বিশেষকৈ শলাগ লবই লাগিব ভাল সংস্কাৰ দি যোৱা ভাল উপদেশ দি যোৱা প্ৰতিটো কামত সময় দাক সহাঁৰি জনোৱা মাতৃদেৱী লৈ চৰণত ধৰি প্ৰণিপাত জনালোঁ ❤ এদিন অসমৰ best UA-cam হৈ জিলিকি থাকক তাৰে কামনাৰে❤
বহুত ধুনীয়া সময় দা ❤️ আপোনাৰ দৰে আৰু বেলেগ দেখা নাই ভগৱানে সকলো ঠাইত আহি সকলোকে সহায় কৰিব নোৱাৰে কাৰণে আপোনাক ভগৱানে ইয়াৰ লৈ পঠিয়াইছে আপোনাক প্ৰণাম 🙏🫡❤️
আগুৱাই যোৱা সুন্দৰ হৈছে ।
বহুত ভাল কাম কৰিছা ভগৱানে ভালে ৰাখক
Apunar video sai bhut vl lage ❤❤best youtuber
Vl lgise da aru hodai Kori jbo
বহুত ভাল লাগিছে এনেদৰে কাম কৰি যোৱা ❤️
Bhout bohut val kam korise apuni vogobanor dore ❤❤❤❤❤❤❤❤
বহুত বহুত ধন্যবাদ সময়। তোমাৰ কাম দেখি মুখৰ ভাষা হেৰাই গৈছে।
আপোনাক লগ পাই বহুত ভাল লাগিল কিবা এটা মন টো ভাল লাগিলে আপুনি এনেদৰেই আগুৱাই যাওঁক ❤❤❤❤ আৰু আপুনি সদাই সুস্থ হৈ থাকে তাৰে কামনা কৰিলোঁ❤❤❤❤👍👍👍
Hosakoi bohut val lagil
Homoy da mon Tu khosai bohut val❤❤❤
তুমি ভালদৰে থাকা সদায় তাৰে কামনা ভগৱানৰ ওচৰত
Mojja lagise
বহুত বহুত বহুত ভাল প্ৰদশেপ Homoy@.
Bht youtuber dexiso kinto aapuni. Axon real hero... ❤❤❤❤❤❤❤
God bless you
Aijon kokar ghr xon bunuwa sabo moi apunar video r bohut wait kori asilo janene ❤love you xomoi da ❤
A Man... bhagwaan a ashirwad kork apunak.❤🔱
You are a great person ❤❤❤
তুমি দুখিয়া দৰিদ্ৰ কাৰনে ভগবান
Hodai anakoi kam kori juwa ❤❤❤❤❤❤tumk vogobane vla rakhok
Bohut val lagil 🙏❤
Sob ghart koi aito ghr mor bhut val lagise aru berborr Kami bhut dhuniya koi diya hoise ❤
Gud job homoy da my god bless you
Thanku baba from baksa god bless you long live
Homye da apni Imaan duniya kam Kori Goa sebahut bahut dhanyvad
Tumr video bur hodai saw val lage greet job homoy da
Hoyomdak assamor CM bonawok _Mama dukhiya manu hok sabo
Love you dada. Apunr video hdai sau
Love from dibrugarh khowang ❤❤
Hundor ❤
Channel tu ji xokole subscribe kora nai, kori dibo..ru loratur channel tu aru dangor houk..takei bisaru... ❤️
Bohut bohut dhoniobaad 😊🙏
@@Homoyvery nice bro.
sure korim only xomoy Da❤
Homoy Da 114 Number Subscribers Moi hoy to xokoluwe Like kora 👍
Moi homoi dar channel 2k r pora Sai asu
সৰ্বপ্ৰথমে তোমাৰ মা দেউতা ধন্যবাদ জনাইছোঁ, ভগৱানৰূপত তোমাক জন্ম দিয়াৰ বাবে 🙏🥺🥹🥹
Dagr dgar UA-camre jote tote goi ki khai su kot furi su he bur Blog video bonai aru ata apuni ase jot ghuri ghuri dukhiya manuhok bisari hohai kore apunar likhiya youtuber bht Kom salute disu apunak 🙏
Share and subscribe....jimane besi subscriber aru views hbo himane homoy e besi besi manuhok mukhot hahi biringabo paribo...
❤
Right @@learnearn2554
@@learnearn2554 Akdom right kthaaa❤apuni amr anukua manuhoka ha hohai krbo lga ❤
Moi beleg UA-cam ro video nasao Mr Bitu aru Somoy Gogoi Video bur sao
👉সময় দাক ভাল পোৱা সকলে এটা Like কৰি যাবা❤❤❤
মানসিক চিন্তা বোৰ সত পথত ব্যৱহাৰ কৰা এজন মানুহ ৰূপী ভগৱান ❤
মন ভৰি যায় আপোনাৰ মানৱদৰদী কাম বোৰ দেখিলে❤🥰
সঁচাকৈ বৰ সুন্দৰ, ভাল লাগিছে তেওঁ লোকৰ ঘৰ খন হোৱা দেখি।
মানৱৰূপী ভগৱান সময় দা❤🙏
Dada June June monor pora val pai like ata Kori jaba...love you dada love from udalguri ❤❤🎉
নিস্বাৰ্থভাবে দুখীয়াক সহায় কৰা UA-camr জন ভাল লাগে সময় দা আপোনাক❤
সময় গগৈ এক ব্যতিক্ৰমী ইউটিউবাৰ যাৰ হৃদয়ত দূখীয়া দৰিদ্ৰৰ প্ৰতি মৰম,শ্ৰদ্ধা,সহায়, সাহস আদিৰে ভৰি আছে৷ কেৱল মানুহৰ প্ৰতিয়েই নহয় জীৱ,জন্তুৰ প্ৰতিও তেওঁৰ অসীম মৰম আৰু সহায়ৰ হাত আগবঢ়াই অহা পৰিলক্ষিত হৈছে৷
ধন্য হওক তোমাৰ জীৱন৷
বহুত ভাল হৈছে আৰু আগবাঢ়ি যোৱা তোমাৰ প্ৰতিটো ভিডিঅ' ভাল লাগে
সচাঁই তুমি বহুত মহান তোমাক ভগৱানে সদায় কুশলে ৰাখক তাকে ভগৱানৰ ওচৰত কামনা কৰিছো❤❤।
সময় ভাইটিলৈ বহুত বহুত মৰম যাচিলো তিনিচুকীয়া ডাঙৰী চিৰিং পৰা ❤❤❤।
বৰ ভাল লাগিছে সময় বেটাআশিবাদ কৰিছো তোমাক যাতে আগবাঢ়নে মঙ্গলে ৰাখে❤❤❤❤🎉🎉🎉🎉🎉
সময় তুমি বহুত বহুত মহান। তোমাক ভগৱানে সহায় কৰিব।
Mr.Bitu aru Apuni hodai dhukhiya babe kam kori juwa god bless you ❤❤
Like Samay.and Bitu
বহুত ধুনীয়া আপোনাৰ video বিলাক বহুত ভাল লাগে love from Jorhat ❤❤❤
কোনো ভাষা নাই ইমানেই সুন্দৰ সকলোবোৰ
Bohut vl lgil dada hdai sau apunar video .
দা দা আপুনি ইমান ধুনীয়া কাম বোৰ কৰি আহিছে সেই বাবে আপোনালৈ ধন্যবাদ ,
Homoy da zindabad ❤❤
Dimpu Murdabad
Homoy daak vl puabur.... aru axom kon vl pua xkolu like eta plz..❤❤
ভাল লাগি যায় তোমাৰ কামবোৰ দেখি।❤❤❤❤❤❤
সময় দা আপোনাৰ কামবোৰ বহুত ভাল লাগিছে আমি একো সহায় কৰিব পৰা নাই লাইক আৰু কমেন্ট কৰিছো।❤
ভাল লাগিছে ভগৱানে তোমাক কৃপা কৰে যেন ভগবান ওচৰত প্ৰাৰ্থনা জনাইছো❤❤
ভাল লাগিছে ঘৰখন।ভগবানে তোমাক আৰু শক্তি দিয়ক।
সছাইকৈ তোমি বহুত মহান সমর আগ বাহি যোরা
Dada tumi bohut val kam korisa love from jorhat
সুন্দৰ সময় দা আপোনাক ঈশ্বৰে মঙ্গল কৰক
❤❤❤
সুন্দৰ হৈছে দেইই। আৰু কিমান ভালকৈ সাজিবা। ভগৱানে তোমাক কুশলে ৰাখক এই পৰোপকাৰী কাম বোৰ কৰিবলৈ।
Bht dhunia kam krise dei apuni
বেৰ বন্ধা পদ্ধতি টো আগতকৈ বহুত উন্নত হৈছে । বাকী তোমাক ইশ্বৰে ভালে ৰাখক ❤
কি কম আপোনাক কবলৈ ভাষা নাই। মাত্ৰ ভালে থাকক আপুনি সদায় । ❤❤❤
আপুনি সদায় ভালে থাকক। ভগৱানক সেইটো এ বিচাৰোঁ।❤❤❤
Humanity still alive. GREAT social works. Keep it up. GOD Bless you. Take care
Somay da moi apunar smile tur karone sao video bur val lage apunar kaam bur keep it up always spread smile ....❤❤❤
Apuni Mohan ❤❤❤❤❤❤ love from rangia.
তোমাক ভগবানে কুশল কৰক তাৰে কামনা কৰিলো।
তোমাৰ বাবেই দুৰ্ভগীয়া লোকবোৰ উপকৃত হৈছে। ভগৱানৰ আশিৰ্বাদ সদায় আছে তোমাৰ ওপৰত। আমাৰ গৌৰৱ তুমি সময়।
জীৱন টো আৰম্ভ কৰিছাহে
দায়িত্ব লব পৰা হলাই ,
আশা কৰো জুবিন দাৰ দৰে তোমাৰ নামাতোও মুখে মুখে থাকক মানুহৰ সময় "
কি নো কম মাট সদায় ভালে থাকে যেন নেদেখা জনৰ ওচৰত প্ৰাথনা
Congratulations 🎉 dada 🤗😚💟💗Going to 2 Lakh subscribers💓💞 God bless you dada💓
Val hoise dada ghor to..... agoloie ag bahi jua anekoie..val hbo❤❤❤
Bor vl lge apunar kam bur dekhi 👌👌
Homoy dak val puwa hkole like kora 👍🏿😊
Tuk like korile nu ki hb 😂 video 2 share and like kr
Hundor
Vl lagise ghor tu.....dada aruhh vl kam kore jua❤🎉
Homoy da apunak bohut bohut bohut bohut bohut bohut dhoynobad🥰
বহুত ভাল লাগিল ।
মই যোৰহাট তিতাবৰৰ পৰা। অসমৰ বিয়াগোম চৰকাৰে কৰিব নোৱৰা কাম কৰিচা। নেদেখা জনে কোশলে ৰাখক।
Dda mojja lagil vidiotu sai.bhut bhut dhoinobad
Bohut val lagile apunar video sai anekoi jate aguwai jaok god bless you 🥰 ❤❤
ভগবানে আপোনাক মংগল কৰক
সময় তুমি অনন্য❤
তুমি সদাই ভালে থাকা ভগৱানে মঙ্গল কৰক
Xmoi da apunak vgbane aru aguwai jable sakti dioyk
Mojja
Homoi dar babe ata ata like di jauk.... Manuhe manuhor babe❤
Homoy ki likhim vakha a ni .....Tumi a vogoban. God bless you homoy ❤❤❤❤❤ 🙏🙏🙏🙏🙏🙏🙏
Good job manuhor karone kaam ba sinta kora manuh khubei kom. God Bless you and carry on your journey. ❤
দুখীয়াৰ চাহিনচা❤❤
Xomoy dadar babe ata like kora❤
Apunar video Sai Val lage agole aru Val Val Kam kori juk ❤❤❤
Dhunia xomoy Da ❣️
Real Hero 😘💯✔️
Sob like kora❤
I proud of you 🙏
Love from Gulaghat ❤❤
সময় দা লগত যদি আৰু 100জনে লগ দিয়া হলে ভাবি চাওঁক দুখীয়া সকলো অভাৱ দুৰ হল হেঁতেন নহয় নে, সময় দা লগতে সময় দাৰ মাতৃ মানে খুৰি বিশেষকৈ শলাগ লবই লাগিব ভাল সংস্কাৰ দি যোৱা ভাল উপদেশ দি যোৱা প্ৰতিটো কামত সময় দাক সহাঁৰি জনোৱা মাতৃদেৱী লৈ চৰণত ধৰি প্ৰণিপাত জনালোঁ ❤ এদিন অসমৰ best UA-cam হৈ জিলিকি থাকক তাৰে কামনাৰে❤
বহুত ধুনীয়া সময় দা ❤️
আপোনাৰ দৰে আৰু বেলেগ দেখা নাই
ভগৱানে সকলো ঠাইত আহি সকলোকে সহায় কৰিব নোৱাৰে কাৰণে আপোনাক ভগৱানে ইয়াৰ লৈ পঠিয়াইছে আপোনাক প্ৰণাম 🙏🫡❤️