Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
কোচঁ ৰাজবংশী হিচাপে নিজকে গৌৰৱ অনুভৱ কৰোঁ 🙏♥️♥️
ভাল লাগিছে অসমৰ বুৰঞ্জীমুলক ঠাই বিলাক দেখি,১২২৮ খৃীষ্টাব্দত কমতাপুৰৰ ৰজা পৃথুয়ে যুদ্ধত হৰুৱা সকল তুৰ্কী মুসলিম আছিল, তেওঁলোকে বখতিয়াৰ খিলজীৰ অধীনত তিব্বত আক্রমণ কৰিবলৈ পৃথু ৰজাৰ অনুমতি অবিহনে কমতাপুৰৰ মাজেৰে সোমাই আহিছিল। মোগলসকল ১৫২৬ খৃীষ্টাব্দতহে ভাৰতলৈ আহিছিল।
Njna kisuman kotha gom palu ... dhnyabad dada
❤❤
কোচ ৰাজবংশী 💛💛
এই কোচ সাম্ৰাজ্যৰ পৰাই আমাৰ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই নাইবা চুচেংফা ই অসমলৈ প্ৰথম বাৰৰ বাবে দুৰ্গা পূজা আনিছিল। চুচেংফাই এই দুৰ্গা মূৰ্তি বনাবলৈ শিকিবলৈ আহোম লোক এজনক পঠাইছিল আৰু তেখেতে কোচ বিহাৰৰ পৰা শিকি গৈ অসমত মূৰ্তি বনাইছিল আৰু প্ৰতাপ সিংহই প্ৰথম বাৰৰ বাবে অসমত দুৰ্গা মূৰ্তি পূজা কৰা প্ৰথা প্ৰচলন কৰিছিল। চুচেংফা অথবা প্ৰতাপ সিংহ আছিল আহোম সাম্ৰাজ্যৰ ১৭ নম্বৰ জন ৰজা। (১৬০৩-৪১)
Koch Bihar o axom t e asil tetya.british ru Bharat sorkar e bengal t milai dile
@@mdays6045 axomot nashil dangoriya . Aikhon Amar komotapur rajyar rajdhani ashil .
কোচবিহাৰ খন অসমৰ লগত চামিল হ’ব লাগে
outstanding bro
Nice.
Moja
Moja video Anedare Aru di thakiba
THANKSJOI I AXOM
সুন্দৰ ঠাই
ভাল লাগিল,
Proud to be a koch
🙏🙏
Dhanyabaad
Jai Maa
Good work bro
Very nice vedio /kamota puri histiry i like the vedio bro
কোচ জাতি হেং তংআমি অসমীয়া/বঙালী পৰিচয় এৰিব হ'ল আৰু কোচ পৰিচয় দিব লাগে
বৰ অসম এটা সময়ত আমি কোচসকলে চলাই আছিলো ৷ কালৰ কুটিল গতিতআজি আমি সকলো হেৰুৱালোঁ
হয় মাৰজাৰ agreementৰ পাছত আমাৰ কামতাপুৰ আধা অসমত পৰিল আৰু আধা পশ্চিম বংগত পৰিল
Koch hokole Das nilikhe
Xundor video
Proud to be a koch... valuable video...
Dhuniya lgile video tu dada aji 1st salu
Informative video
Bahut Val lagil vashkar da apuni aji bahu Val loga bostu ata Dangi dhorile
Hello vhaskar good effort.
👍
Boriya val lagil Aru asil kintu
ভাস্কৰ দা আপোনাক লগ কৰিবলৈ কি কৰিব লাগিব ?
👍👍
Wow extraordinary
1996ত বহুতো কলিতা মানুহ ST certificate লৈছিল কোচৰ নামত তেনেকৈ কোচ কলিতা জন্ম হৈছিল বুলি শুনিবলৈ পাও কথাটো সচা নিকি ?
একমত।
Proud to be a Rajbhangshi ❤Such a knowledgeable video. Thank you dada.
Koch jati Heng Tong
কোচ আৰু ৰাজবংশী সম্পূৰ্ণ বেলেগ। কোচসকল মংগোলীয় হয়।
What is Rajbongshi?
Kochbihar t sobe Rajbonshi poricoy diye karon twlok Koch rojar bongkho...aru axomot koch Rajbonshi
@Binodhar Creation aitu question tumi Kochbehar ot goi hudha
Nice
Jai silarai ...jai naranarayan
Hundar video Dada
As per historical evidence iit may be said that the Assamese language is originated in kochbehar , so kochbehar is the most important portion of greater Assam /Kamrup
Mojaa
Love from coochbehar ❤️❤️❤️❤️❤️❤️❤️❤️❤️
বহুত বহুত ভাল লাগে আপোনাৰ ভিদেও বোৰ চাই।বহুত কথা শিকিব পৰা জাই ।নজনা কথা বহুত শিকিব পৰা জাই 🙏🙏🙏❤️❤️
Very good video....
Thanks a lot 🙏 for the knowledge about our history ... Proud to be a Rajbangshi
Amar bari o gosanimari rajpat ar pasot video ta dekhi khup bhalo lagil 😊
Joy kamatapur ❤🔥
Maja video 👌👌
Nice pic
কোচবিহাৰ অসমৰ অংশ আছিল ।আৰু কোচবিহাৰত কোচসকলৰ আগতে বৰভুইয়া সকল আছিল।কোচসকল দুটা ভাগত ভাগ হল কোচ বিহাৰ আৰু কোচ হাজো
বৰ ভাল লাগিল ।
Nice video moja 🥰
Everyone should know, but we lost our identity, Largest caste of Assam are koch
Yeh brother Koch jati Heng Tong
Right
Nokobi... Boro keitae dekhile khongot kiba hoi jabo....
My house is at Kadamtala in coochbehar. Where are you now
Sikkim
Bhaskar da thank you
Ami coochbehar thaka dakci
Coochbehar t akl rajbari ase buli vabisilu......kin2 Bohut thai ase sabologiya.......
Yes
Dada aji logpai bhal lgil💖💖💖💖ghy j atal prkt lgplu aji😍😍anedore bhal content vdo hdai bnai jaok🌼
Nojona bohut kotha janilu...Val lagil
সুন্দৰ লাগিছে ❤️❤️❤️
5:51 back ground kotha khun....😂
সুন্দৰ ভাস্কৰ দা ,জৰাবাৰীৰ পৰা মৰম পঠালো
Val lagise de
বৰ্তমান উজনি অসমৰ বহুত কলিতা মানুহে নিজকে কোচ হিচাপে পৰিচয় দিয়ে কাৰণ যিহেতু কোচসকল অতি সোনকালেই জনজাতিকৰণ পাব তেতিয়া তেওঁলোকে বহুত সুবিধা পাব। কোচসকলৰ সংস্কৃতিৰ লগত সিহঁতৰ ০.০১%ও মিল নাই। অকণমান চকু ফুৰালেই দেখা পায়।
বহুত নজনা কথা জানিব পাই খুবেই ভাল লাগিল।❤️🙏
Great Bro Me need to Visit there so that I would knew my ancestors History
বহু অজানা অথচ সাংঘাটিক গভীৰ তাৎপৰ্য পূৰ্ণ তথ্য সমূহে , চিন্তাৰ এক ন দিগন্তৰ বাট মুকলি কৰিছে। স্বাভাৱিকতেই প্ৰশ্ন হয় তেনেহলে সেই অঞ্চলসমূহ কাৰ লগত অন্তৰ্ভূক্ত হব লাগিছিল আৰু হ'ল কাৰ লগত। ফলস্বৰূপে স্বগোষ্টীয় মানুহৰ মাজতে ক্ৰমাৎ ব্যৱধান বাঢ়ি গৈ আছে।এনে , সিদ্ধান্ত সমূহক কি বুলি কোৱা হ'ব, ঐতিহাসিক ভুল নে, ইচ্ছাকৃত সিদ্ধান্ত ?
Khub Val hoise dada 👍🙏🙏
❤️
ভাল লাগিলে দাদা
কোচবিহাৰ অসমত আহিব লাগে
Nalage axomat ahibole ami komotapur bisariso . Joy komotapur
Proud to be a kuch 😘❤️
ভাস্কৰ দা ধন্যবাদ
সুন্দৰ দাদা ❤
জয় আই কমতাLove u dada ভাল লাগিল চাই
ভাল লাগিল জানি,আপোনাৰ পৰা এনেকোৱা video য়ে আশা কৰো
Thanks
Mojja
Dada sound quality bur val koribo. And Keep the good work.
Proud to be a Rajbongshi
Jai aii axom
congratulations 300k...👍
পঞ্চদশ শতিকালৈ অসম নামৰ উৎপত্তি হোৱা নাছিল ৷ কুমাৰ ভাস্কৰ বৰ্মনৰ দিন বিশাল কামৰূপ ৰাজ্য আছিল যাৰ সীমা ম্যানমাৰ স্পৰ্শ কৰি থকাৰ লগতে নেপাল , ভূটান আৰু বৰ্তমানৰ বাংলাদেশৰ উত্তৰ পূৱ অংশও সোমাই আছিল ৷ 1206 চনৰ বখ্তিয়াৰ খল্জীৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা আছিল মহাৰাজ পৃথু ৷ তেখেতৰ ৰাজ্যৰ ভিতৰতো বৰ্তমানৰ বাংলাদেশৰ উত্তৰ পূৱ অংশ সোমাই আছিল ৷ পৃথুৰ ৰাজধানী আছিল উত্তৰ গুৱাহাটী ( পৃথুৱে বখ্তিয়াৰ খল্জীক সম্পূৰ্ণৰূপে তচনচ কৰি দিছিল ) এই গৌৰৱময় অধ্যায়ক বিশেষকৈ অসমৰ মানুহে উপেক্ষা কৰে ৷ কিছুমান অসমৰ নেতাই আহোমতকৈ মুছলমান আগতে কামৰূপত ( অসমত ) সোমাইছিল বুলি কৈ মহাৰাজ পৃথুৰ বীৰত্বৰ অপমান কৰে ৷
বহুত বহুত ভাল লাগিলে ভিডিও চাই ।
Thanks 👍
❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏✊✊🔥🔥
Congratulations🎉🎉 300k. Proud to be a Rajbangshi
Congratulations
Rajbongshi tu ki?
জয় কমতাপুৰজয় আই অসম
Congrage 300 k subscriber
দাদা ভাল লাগিলে ভিডিঅ চাই ।আৰু এনেকোৱা সুন্দৰ সুন্দৰ ভিডিঅ পাম বুলি আশা কৰিলো
Nice work dada
Thank you ❤️❤️
Next level video bhashkar da
Kochrajbongshi hisape gourob koru dada
ভাল লাগিল
Gd morning Dada ❤️ bhut val lagile video tu saii 🔥❤️❤️❤️
➡️ A serious Problem of HS Final Year Students: নমস্কাৰ দাদা...আমাৰ এইবাৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা ফেব্ৰৱাৰী/মাৰ্চত AHSECয়ে সম্পূৰ্ণ ১০০% পাঠ্যক্ৰমেৰে অনুষ্ঠিত কৰিব বুলি কৈছে । এইবাৰ কৰণাকালিন পৰিস্থিতিৰ বাবে 4/5 মাহ আগতে পাঠদান আৰম্ভ হৈছে এই কেইদিনত সম্পূৰ্ণ পাঠ্যক্ৰম শেষ কৰাটো কোনোভাবেই সম্ভৱ নহয় । য'ত CBSE য়ে ৩০% পাঠ্যক্ৰম হ্ৰাস কৰিছে SEBA য়ে ৪০% পাঠ্যক্ৰম হ্ৰাস কৰিছে....এইবাৰ চূড়ান্ত পৰীক্ষা হোৱাটো আমি সকলোৱে বিচাৰোঁ কিন্তু CBSE ৰ লগত সংগতি ৰাখি পাঠ্যক্ৰম হ্ৰাস কৰি পাতিলে ভাল হয় অন্যথা আমাৰ ফলাফল CBSEৰ তুলনাত যথেষ্ট বেয়া হ'ব আৰু ছাত্ৰ ছাত্ৰীৰ ওপৰত অত্যাধিক মানসিক চাপ পৰিব... আপুনি বিষয়টো ভালদৰে চাই AHSECৰ দৃষ্টিগোচৰ হোৱাকৈ Video এটা বনালে আমাৰ বাবে বৰ উপকৃত হব...ধন্যবাদ 🙏🏻
বনাম
কোচ সকল বেংগলী নেকি..... জনাব
Koch is koch not Bengali
কোঁচ সকল কেৱল কোচ হয় যি বহু লোকে কোচ ৰাজবংশী বুলি কয়। তেওঁলোক মূলত কমতাপুৰৰ অধিবাসী ।
Jai koch rajbongshir Jai From assam
Congratulations for 300k..
অতি সুন্দৰ 💚 ভাল লাগিল💚 ধন্যৱাত🙏 প্ৰনাম🙏 আৰু আশাৰে আগলৈ📸
Congratulations🎉🥳 daa
কোচঁ ৰাজবংশী হিচাপে নিজকে গৌৰৱ অনুভৱ কৰোঁ 🙏♥️♥️
ভাল লাগিছে অসমৰ বুৰঞ্জীমুলক ঠাই বিলাক দেখি,১২২৮ খৃীষ্টাব্দত কমতাপুৰৰ ৰজা পৃথুয়ে যুদ্ধত হৰুৱা সকল তুৰ্কী মুসলিম আছিল, তেওঁলোকে বখতিয়াৰ খিলজীৰ অধীনত তিব্বত আক্রমণ কৰিবলৈ পৃথু ৰজাৰ অনুমতি অবিহনে কমতাপুৰৰ মাজেৰে সোমাই আহিছিল। মোগলসকল ১৫২৬ খৃীষ্টাব্দতহে ভাৰতলৈ আহিছিল।
Njna kisuman kotha gom palu ... dhnyabad dada
❤❤
কোচ ৰাজবংশী 💛💛
এই কোচ সাম্ৰাজ্যৰ পৰাই আমাৰ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই নাইবা চুচেংফা ই অসমলৈ প্ৰথম বাৰৰ বাবে দুৰ্গা পূজা আনিছিল। চুচেংফাই এই দুৰ্গা মূৰ্তি বনাবলৈ শিকিবলৈ আহোম লোক এজনক পঠাইছিল আৰু তেখেতে কোচ বিহাৰৰ পৰা শিকি গৈ অসমত মূৰ্তি বনাইছিল আৰু প্ৰতাপ সিংহই প্ৰথম বাৰৰ বাবে অসমত দুৰ্গা মূৰ্তি পূজা কৰা প্ৰথা প্ৰচলন কৰিছিল। চুচেংফা অথবা প্ৰতাপ সিংহ আছিল আহোম সাম্ৰাজ্যৰ ১৭ নম্বৰ জন ৰজা। (১৬০৩-৪১)
Koch Bihar o axom t e asil tetya.british ru Bharat sorkar e bengal t milai dile
@@mdays6045 axomot nashil dangoriya . Aikhon Amar komotapur rajyar rajdhani ashil .
কোচবিহাৰ খন অসমৰ লগত চামিল হ’ব লাগে
outstanding bro
Nice.
Moja
Moja video Anedare Aru di thakiba
THANKS
JOI I AXOM
সুন্দৰ ঠাই
ভাল লাগিল,
Proud to be a koch
🙏🙏
Dhanyabaad
Jai Maa
Good work bro
Very nice vedio /kamota puri histiry i like the vedio bro
কোচ জাতি হেং তং
আমি অসমীয়া/বঙালী পৰিচয় এৰিব হ'ল আৰু কোচ পৰিচয় দিব লাগে
বৰ অসম এটা সময়ত আমি কোচসকলে চলাই আছিলো ৷ কালৰ কুটিল গতিতআজি আমি সকলো হেৰুৱালোঁ
হয় মাৰজাৰ agreementৰ পাছত আমাৰ কামতাপুৰ আধা অসমত পৰিল আৰু আধা পশ্চিম বংগত পৰিল
Koch hokole Das nilikhe
Xundor video
Proud to be a koch... valuable video...
Dhuniya lgile video tu dada aji 1st salu
Informative video
Bahut Val lagil vashkar da apuni aji bahu Val loga bostu ata Dangi dhorile
Hello vhaskar good effort.
👍
Boriya val lagil Aru asil kintu
ভাস্কৰ দা আপোনাক লগ কৰিবলৈ কি কৰিব লাগিব ?
👍👍
Wow extraordinary
1996ত বহুতো কলিতা মানুহ ST certificate লৈছিল কোচৰ নামত তেনেকৈ কোচ কলিতা জন্ম হৈছিল বুলি শুনিবলৈ পাও কথাটো সচা নিকি ?
একমত।
Proud to be a Rajbhangshi ❤
Such a knowledgeable video. Thank you dada.
Koch jati Heng Tong
কোচ আৰু ৰাজবংশী সম্পূৰ্ণ বেলেগ। কোচসকল মংগোলীয় হয়।
What is Rajbongshi?
Kochbihar t sobe Rajbonshi poricoy diye karon twlok Koch rojar bongkho...aru axomot koch Rajbonshi
@Binodhar Creation aitu question tumi Kochbehar ot goi hudha
Nice
Jai silarai ...jai naranarayan
Hundar video Dada
As per historical evidence iit may be said that the Assamese language is originated in kochbehar , so kochbehar is the most important portion of greater Assam /Kamrup
Mojaa
Love from coochbehar ❤️❤️❤️❤️❤️❤️❤️❤️❤️
বহুত বহুত ভাল লাগে আপোনাৰ ভিদেও বোৰ চাই।বহুত কথা শিকিব পৰা জাই ।নজনা কথা বহুত শিকিব পৰা জাই 🙏🙏🙏❤️❤️
Very good video....
Thanks a lot 🙏 for the knowledge about our history ... Proud to be a Rajbangshi
Amar bari o gosanimari rajpat ar pasot video ta dekhi khup bhalo lagil 😊
Joy kamatapur ❤🔥
Maja video 👌👌
Nice pic
কোচবিহাৰ অসমৰ অংশ আছিল ।আৰু কোচবিহাৰত কোচসকলৰ আগতে বৰভুইয়া সকল আছিল।কোচসকল দুটা ভাগত ভাগ হল কোচ বিহাৰ আৰু কোচ হাজো
বৰ ভাল লাগিল ।
Nice video moja 🥰
Everyone should know, but we lost our identity, Largest caste of Assam are koch
Yeh brother Koch jati Heng Tong
Right
Nokobi... Boro keitae dekhile khongot kiba hoi jabo....
My house is at Kadamtala in coochbehar. Where are you now
Sikkim
Bhaskar da thank you
Ami coochbehar thaka dakci
Coochbehar t akl rajbari ase buli vabisilu......kin2 Bohut thai ase sabologiya.......
Yes
Dada aji logpai bhal lgil💖💖💖💖ghy j atal prkt lgplu aji😍😍anedore bhal content vdo hdai bnai jaok🌼
Nojona bohut kotha janilu...Val lagil
সুন্দৰ লাগিছে ❤️❤️❤️
5:51 back ground kotha khun....😂
সুন্দৰ ভাস্কৰ দা ,জৰাবাৰীৰ পৰা মৰম পঠালো
Val lagise de
বৰ্তমান উজনি অসমৰ বহুত কলিতা মানুহে নিজকে কোচ হিচাপে পৰিচয় দিয়ে কাৰণ যিহেতু কোচসকল অতি সোনকালেই জনজাতিকৰণ পাব তেতিয়া তেওঁলোকে বহুত সুবিধা পাব। কোচসকলৰ সংস্কৃতিৰ লগত সিহঁতৰ ০.০১%ও মিল নাই। অকণমান চকু ফুৰালেই দেখা পায়।
বহুত নজনা কথা জানিব পাই খুবেই ভাল লাগিল।❤️🙏
Great Bro Me need to Visit there so that I would knew my ancestors History
বহু অজানা অথচ সাংঘাটিক গভীৰ
তাৎপৰ্য পূৰ্ণ তথ্য সমূহে , চিন্তাৰ এক ন দিগন্তৰ বাট মুকলি কৰিছে।
স্বাভাৱিকতেই প্ৰশ্ন হয় তেনেহলে সেই অঞ্চলসমূহ কাৰ লগত অন্তৰ্ভূক্ত হব লাগিছিল আৰু হ'ল কাৰ লগত। ফলস্বৰূপে স্বগোষ্টীয় মানুহৰ মাজতে ক্ৰমাৎ ব্যৱধান বাঢ়ি গৈ আছে।
এনে , সিদ্ধান্ত সমূহক কি বুলি কোৱা হ'ব, ঐতিহাসিক ভুল নে, ইচ্ছাকৃত সিদ্ধান্ত ?
Khub Val hoise dada 👍🙏🙏
❤️
ভাল লাগিলে দাদা
কোচবিহাৰ অসমত আহিব লাগে
Nalage axomat ahibole ami komotapur bisariso . Joy komotapur
Proud to be a kuch 😘❤️
ভাস্কৰ দা ধন্যবাদ
সুন্দৰ দাদা ❤
জয় আই কমতা
Love u dada
ভাল লাগিল চাই
ভাল লাগিল জানি,আপোনাৰ পৰা এনেকোৱা video য়ে আশা কৰো
Thanks
Mojja
Dada sound quality bur val koribo. And Keep the good work.
Proud to be a Rajbongshi
Jai aii axom
congratulations 300k...👍
পঞ্চদশ শতিকালৈ অসম নামৰ উৎপত্তি হোৱা নাছিল ৷ কুমাৰ ভাস্কৰ বৰ্মনৰ দিন বিশাল কামৰূপ ৰাজ্য আছিল যাৰ সীমা ম্যানমাৰ স্পৰ্শ কৰি থকাৰ লগতে নেপাল , ভূটান আৰু বৰ্তমানৰ বাংলাদেশৰ উত্তৰ পূৱ অংশও সোমাই আছিল ৷ 1206 চনৰ বখ্তিয়াৰ খল্জীৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা আছিল মহাৰাজ পৃথু ৷ তেখেতৰ ৰাজ্যৰ ভিতৰতো বৰ্তমানৰ বাংলাদেশৰ উত্তৰ পূৱ অংশ সোমাই আছিল ৷ পৃথুৰ ৰাজধানী আছিল উত্তৰ গুৱাহাটী ( পৃথুৱে বখ্তিয়াৰ খল্জীক সম্পূৰ্ণৰূপে তচনচ কৰি দিছিল ) এই গৌৰৱময় অধ্যায়ক বিশেষকৈ অসমৰ মানুহে উপেক্ষা কৰে ৷ কিছুমান অসমৰ নেতাই আহোমতকৈ মুছলমান আগতে কামৰূপত ( অসমত ) সোমাইছিল বুলি কৈ মহাৰাজ পৃথুৰ বীৰত্বৰ অপমান কৰে ৷
বহুত বহুত ভাল লাগিলে ভিডিও চাই ।
Thanks 👍
❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏✊✊🔥🔥
Congratulations🎉🎉 300k. Proud to be a Rajbangshi
Congratulations
Rajbongshi tu ki?
জয় কমতাপুৰ
জয় আই অসম
Congrage 300 k subscriber
দাদা ভাল লাগিলে ভিডিঅ চাই ।আৰু এনেকোৱা সুন্দৰ সুন্দৰ ভিডিঅ পাম বুলি আশা কৰিলো
Nice work dada
Thank you ❤️❤️
Next level video bhashkar da
Congratulations
Kochrajbongshi hisape gourob koru dada
ভাল লাগিল
Gd morning Dada ❤️ bhut val lagile video tu saii 🔥❤️❤️❤️
➡️ A serious Problem of HS Final Year Students: নমস্কাৰ দাদা...আমাৰ এইবাৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা ফেব্ৰৱাৰী/মাৰ্চত AHSECয়ে সম্পূৰ্ণ ১০০% পাঠ্যক্ৰমেৰে অনুষ্ঠিত কৰিব বুলি কৈছে । এইবাৰ কৰণাকালিন পৰিস্থিতিৰ বাবে 4/5 মাহ আগতে পাঠদান আৰম্ভ হৈছে এই কেইদিনত সম্পূৰ্ণ পাঠ্যক্ৰম শেষ কৰাটো কোনোভাবেই সম্ভৱ নহয় । য'ত CBSE য়ে ৩০% পাঠ্যক্ৰম হ্ৰাস কৰিছে SEBA য়ে ৪০% পাঠ্যক্ৰম হ্ৰাস কৰিছে....এইবাৰ চূড়ান্ত পৰীক্ষা হোৱাটো আমি সকলোৱে বিচাৰোঁ কিন্তু CBSE ৰ লগত সংগতি ৰাখি পাঠ্যক্ৰম হ্ৰাস কৰি পাতিলে ভাল হয় অন্যথা আমাৰ ফলাফল CBSEৰ তুলনাত যথেষ্ট বেয়া হ'ব আৰু ছাত্ৰ ছাত্ৰীৰ ওপৰত অত্যাধিক মানসিক চাপ পৰিব... আপুনি বিষয়টো ভালদৰে চাই AHSECৰ দৃষ্টিগোচৰ হোৱাকৈ Video এটা বনালে আমাৰ বাবে বৰ উপকৃত হব...ধন্যবাদ 🙏🏻
বনাম
কোচ সকল বেংগলী নেকি..... জনাব
Koch is koch not Bengali
কোঁচ সকল কেৱল কোচ হয় যি বহু লোকে কোচ ৰাজবংশী বুলি কয়। তেওঁলোক মূলত কমতাপুৰৰ অধিবাসী ।
Jai koch rajbongshir Jai
From assam