আৱাহন থিয়েটাৰ “মোৰ তেজ মোৰ মৰম” নাটকৰ কিছু দৃশ্যাংশ। পাঠশালাৰ পৰা

Поділитися
Вставка
  • Опубліковано 31 сер 2023
  • #assamese_theatre #prastutiparashar #assamesenewstoday #assamesevideo #beharbarioutpostcomedyvideo #jollywood #nalbari #raghupati #rengonitv #theatre
    এক নতুন অভিলেখৰ সৃষ্টি কৰি আৱাহনৰ এইবেলিৰ নাট্য যাত্ৰাৰ সফল আৰম্ভণি। পাঠশালাৰ ভগৱতী ক্ষেত্ৰত চলি থকা এইবৰ্ষৰ প্ৰথম খন মঞ্চ যাত্ৰাত ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে আমাক বাকৰূদ্ধ কৰি তুলিছে। ইতিমধ্যেই দৰ্শকৰ সমাদৰ লাভ কৰা "মোৰ তেজ মোৰ মৰম" নাটখনিৰ আজিৰ দৰ্শনী সমূহৰ টিকেট কালিয়ে শেষ হৈ যায়। প্ৰতিকুল বতৰকো নেওচি পাঠশালা বাসীয়ে হিলদল ভাঙি নাটক চাবলৈ ওলাই অহা দৃশ্যই আমাক আবেগিক কৰি তুলিছে। আৱাহনৰ প্ৰতি দৰ্শকৰ এই সঁহাৰি সদায় অটুট থাকক ।পাঠশালা বাসী ৰাইজলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
    #abahantheatre # morom

КОМЕНТАРІ •