এসাঁজ নিৰামিষ আহাৰৰ দাম ১০০০ টকা। ক'ভিডৰ চিকিৎসাৰ নামত লুণ্ঠন যোৰহাটৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ

Поділитися
Вставка
  • Опубліковано 18 жов 2024
  • ~ক'ভিডৰ চিকিৎসাৰ নামত লুণ্ঠন যোৰহাটৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বৰুৱা ছাৰ্জিকেল চেণ্টাৰৰ।
    ~চিকিৎসালয়খনত এসাঁজ নিৰামিষ আহাৰৰ দাম ১০০০ টকা আৰু আমিষ আহাৰৰ দাম ১৫০০ টকা।
    ~অক্সিজেন, ICUৰ প্ৰয়োজন নোহোৱা এজন সাধাৰণ ৰোগীৰ ৯ দিনত বিল আহিল ২,৯২,০০০ হাজাৰ টকা।
    ~ৰোগীৰ তেজ শোহা এই ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিল AJYCP।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 308

  • @sciencemedium4308
    @sciencemedium4308 3 роки тому +34

    সৰ্বনাশ কৰি দিছে চৰকাৰে অতি সোনকালে এইখন ban কৰি দিব লাগে।😓

  • @mwdwmfrucreation2382
    @mwdwmfrucreation2382 3 роки тому

    Super

  • @anjalkrbora713
    @anjalkrbora713 3 роки тому +33

    ইয়াৰ পাছতো health minister বহি থাকিব নালাগে।

  • @sudeeptaphukon9406
    @sudeeptaphukon9406 3 роки тому +23

    জীয়াই জীয়াই মানুহ মাৰিব দেই ...😢

  • @jabirhussain3485
    @jabirhussain3485 3 роки тому +26

    This hospital should be seal by Government of Assam & arrest the head of the management.

    • @JUG2023
      @JUG2023 3 роки тому

      Govt. also getting some percentage

  • @jaminidas1266
    @jaminidas1266 3 роки тому +64

    অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগে, অতি সোনকালে।

  • @KitchenSewali
    @KitchenSewali 3 роки тому +1

    মাননীয়,
    হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্রী অসম
    মূল্যবৃদ্ধিৰ ওপৰতো অলপ ধ্যান দিব, বস্তুৰ দাম বহুত বৃদ্ধি পাইছে। বহুত আশা কৰি ৰাইজে BJPক ভোট দিছে। ৰাইজৰ এই আশাত চেচা পানী নাঢালিব।
    পঢ়াশুনা কৰা লোকৰ বাবে তো চৰকাৰে বহুত আচনিৰ কথা চিন্তা কৰিছে, কিন্তু পঢ়াশুনা নকৰা লাখ লাখ নিবনুৱা আছে সমাজত, সিহতৰ বাবে কি আচনি হাতত লোৱাৰ কথা ভাৱিছে?

  • @biswajitmallick2961
    @biswajitmallick2961 3 роки тому

    Useful news for the people.

  • @khodezanazneen1768
    @khodezanazneen1768 3 роки тому

    Our New Govt must take action

  • @BGogoi-ft3wo
    @BGogoi-ft3wo 3 роки тому +12

    ভাল লোতিছে ৰাইজৰ পৰা
    ICU ৰোগিয়ে গম পালে
    লগে লগে মৰিব..🙁

  • @saviobarla422
    @saviobarla422 3 роки тому

    Val hoise

  • @dilipdas3025
    @dilipdas3025 3 роки тому +8

    হাই মানবতা এই প্ৰতিষ্ঠান বন্ধ কৰিব লাগে 💯💯💯

  • @dilipmahanta8479
    @dilipmahanta8479 3 роки тому +32

    চৰকাৰক আৰু প্ৰমাণ লাগিবনে।পিপিই কিটৰ দাম,নিৰামিষ ভাতৰ দাম চৰকাৰে ঘোষণা কৰক।

  • @anuragsarma2345
    @anuragsarma2345 3 роки тому +16

    চিকিৎসা বিভাগে এই হস্পিটেল বিলাক ক বন্ধ কৰি দিব লাগে। এই কাৰণে চৰকাৰি হস্পিটেল তে যাব লাগে।আমি সদায় চৰকাৰী হস্পিটেল লৈ জাও‌ ।একংখয় টকা বাহাদুৰি দেখায় জায় শেষত তাৰ পৰিণতিত এনেকুৱা হয়।

  • @rajusarma9691
    @rajusarma9691 3 роки тому

    Pl action against Nursing home Health Ministry

  • @munmunchoudhury978
    @munmunchoudhury978 3 роки тому

    Right.

  • @namin179
    @namin179 3 роки тому +28

    Govt should cancel the license of this hospital and should jail the head

    • @prasantagoswami1477
      @prasantagoswami1477 3 роки тому +1

      এইয়াহে আচল ডাক্তৰী বিদ্যা।সেইফালেই ভাল market দামী,নামী গাড়ীৰ।

    • @saratsaikia5494
      @saratsaikia5494 3 роки тому

      @@prasantagoswami1477 gggg

  • @purnimagogoi9724
    @purnimagogoi9724 3 роки тому

    তাৎক্ষনিকভাবে চিকিৎসালয়খনৰ অনুজ্ঞাপত্ৰ বাতিল কৰি চিকিৎসালয়ৰ কৰ্তৃপক্ষক দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে কেতিয়াও কোনেও আৰু ৰোগীৰ জীৱনক লৈ হেতালি খেলিব নোৱাৰে। আৰু যি গৰাকী ৰোগীৰ পৰা অন্যায়ভাবে টকা বেছিকৈ লৈছিল তেওঁক সকলো টকা ঘূৰাই দিয়াৰ ব্যৱস্থা যোৰহাট জিলা প্ৰশাসনে গ্ৰহন কৰিব লাগে।

  • @dopejp99
    @dopejp99 3 роки тому +9

    My father was also admited to NH Narayana hospital, Amingaon . We were charge 2,93,000 for 8 days. In this pandemic time, when people need help, these hospitals are just looting people who are in need.

    • @prasantagoswami1477
      @prasantagoswami1477 3 роки тому +1

      গৰু পোহে গাখিৰৰ বাবে।চিকিৎসালয় খোলে কিহৰ বাবে? কওকচোন কোনে জানে!

  • @spalltypevideos7158
    @spalltypevideos7158 3 роки тому +1

    Meri pitaji ko bhi yahan per Rakha tha 2 दिन ICU में ₹45000. और दवाई के नाम पर. ₹10000. डॉक्टर आएगा आएगा बोल के 2 दिन में इतना बिल बना दिया. और उसकी बात हम लोगों ने यहां से Dibrugarh medical College मैं एडमिट किया. प्लीज लोग यहां पर treatment करने के लिए मत जाए. तब अपने आप यह लोग सुधर जाएगी.

  • @skittle-chan8726
    @skittle-chan8726 3 роки тому

    Akol jurhat nohoi sibsager. Ghy. Sobote. Anekua hoise

  • @hemenboro856
    @hemenboro856 3 роки тому

    সোযোগ টোতু আমাৰ ৰাজ্য চৰকাৰৰ বাবেই পায় যদি আজি আমাৰ ৰাজ্যত স্বাস্থ্য বিভাগৰ ওপৰত ভালকৈ কাম কৰিলে হয় আৰু নতুন নতুন কৈ চৰকাৰী হস্পিতাল ৰাজ্যত বনালে হয় তেনে হলে এই ব্যক্তিগত হস্পিতাল সমুহে তেনেকৈ ৰাইজৰ পৰা লুটিব পাৰিলেহয় জানো । ৰাজ্যত কেইখন চৰকাৰী হস্পিতাল আছে তাৰ তুলনাত ব্যক্তি গত হস্পিতাল গণিয়েই শেষ কৰিব নোৱাৰি । তেনে হলে নুলিটিব কিয় ।

  • @digantaduttaddutta2798
    @digantaduttaddutta2798 3 роки тому +5

    এনেকুৱা প্ৰাইভেত নাৰচিংহোম বিলাকত চৰকাৰে মাহে মাহে investigation এটা কৰিব লাগে।

  • @RAHUL1975AMIN
    @RAHUL1975AMIN 3 роки тому

    HBS Sahab Zindabad 🙏

  • @ratultaro6391
    @ratultaro6391 3 роки тому

    এচাম লোকে কৰণাৰ সোযুগ লৈ বেবসায় ছলোৱাতো সত্য 🙏🙏🙏🙏🙏🙏

  • @BikashBharali
    @BikashBharali 3 роки тому

    Cancel the license of this medical

  • @nabajyotidihingia2600
    @nabajyotidihingia2600 3 роки тому

    কেৱল যোৰহাটতেই সীমাবদ্ধ নহয়....ব্যক্তিখণ্ডৰ প্ৰায়খিনি হাই-প্ৰফাইল হাস্পটালত একেই situation.

  • @bidyutbarman4443
    @bidyutbarman4443 3 роки тому +2

    এয়াই হৈছে অসম চৰকাৰ😡😡😡😡

  • @arupkumarchakrabartty4106
    @arupkumarchakrabartty4106 3 роки тому

    Juihat

  • @sanjoybasumatary3272
    @sanjoybasumatary3272 3 роки тому +15

    Direct Seal korok Hospital khn Jodi illegal kaam korise investigate korar pist

    • @nabadas984
      @nabadas984 3 роки тому

      Aha bar malikor korona hobo

  • @dipurava9628
    @dipurava9628 3 роки тому +5

    Cm should cancel there license 🙏

  • @dips2605
    @dips2605 3 роки тому +16

    bohut ase... aibur hospital

  • @bkp9774
    @bkp9774 Рік тому

    বৰুৱা কিলিনিক তৰা জানত, সাংঘাটিক কিলীনিক।

  • @xyz-cp7vp
    @xyz-cp7vp 3 роки тому

    OMG

  • @biswajitmazumder3389
    @biswajitmazumder3389 3 роки тому

    Cancel license and repay full amount and fine too

  • @jintugoswami477
    @jintugoswami477 3 роки тому +5

    Our new Govt should take appropriate steps

  • @dimbeswarbordoloi970
    @dimbeswarbordoloi970 3 роки тому

    হৰি বিঞ্চু কৰনা নামত দকাইত গোটেই পৃথিৱীখনত যি দেখিছো হস্পিতেললৈ ৰোগী নিবলৈ ভয় হৈছে কত পাম ইমান টকা এচাম লোকে এইটো পৰিবেশত ৰাস্তাত দূখীয়া লোকক আহি খাদ্য যোগান ধৰিছে মানুহে মানুহৰ বাবে কৰনা নেওচি যিমান পাৰে সিমান সহায়ৰ আগবঢ়াইছে আৰু মামাই ৰাতি টুপনি খতি কৰা পৰিশ্ৰম সব মাটি লগত মিলাই দিলি তহতৰ লখিয়া চিকিৎসক, হস্পিতেল থাকিলে কৰনা কেতিয়াও শেষ নহয়

  • @surajsonowal9339
    @surajsonowal9339 3 роки тому

    ভাল হৈছে, চৰকাৰ কাৰ ? নামি দামী চৰকাৰৰ দিনত ব্যক্তিগতেই হওঁক বা চৰকাৰীয়ে বিলেই হওঁক সেই বিল দামীয়েই হব নহয় জানো ?

  • @technicalaxom424
    @technicalaxom424 3 роки тому

    চকাৰলৈ অনুৰোধ অতি সোনকালেই অনুজ্ঞা পত্ৰ বাতিল কৰিব লাগে

  • @surabhibarman3488
    @surabhibarman3488 3 роки тому +2

    কেবল যোৰহাট নহয় গুৱাহাটী টো সেই একেই অবস্থা। চৰকাৰ কঠোৰ হোৱা উচিত।

  • @Bijoyroy29
    @Bijoyroy29 3 роки тому

    Immediately License cancel koribo lage 😭😭

  • @borahbhaskarxyz1822
    @borahbhaskarxyz1822 3 роки тому +6

    Need to seal the hospital immediately

  • @sagarmisra5874
    @sagarmisra5874 3 роки тому +3

    Hospital Khan kor para iman Power pale. Aaponaloke kukamat moi unsaaport Kara babe ata like diba plo. 👍👍👍
    👆
    👆
    👆
    🙏🙏🙏🙏🙏

  • @ranjitsonowal1058
    @ranjitsonowal1058 3 роки тому +1

    ২ লাখ ৯২ হাজাৰ টকাৰে ২০ জন কভিড ৰোগীক সুস্থ কৰিব পাৰিলে হেতেন ।

  • @p.saikia2530
    @p.saikia2530 3 роки тому

    মাৰা মাৰা আৰু মাৰা ,,,,খোৱা খোৱা আৰু খোৱা শুহি শুহি তেজ খোৱা,,,,,এই,,,,,জীৱন,,,,,,,,,তহঁতৰো এদিন আহিব ঐ এনে দিন লুণ্ঠনকাৰীহঁত

  • @jahangirmondal9630
    @jahangirmondal9630 3 роки тому +2

    Golden chance never comes again and again. All prices of essential commodities are going to touch the sky.

  • @Mompipathori.123
    @Mompipathori.123 3 роки тому

    চৰকাৰে কিয় মালিকক জেলত নিদিয়ে ?

  • @pranitadutta6422
    @pranitadutta6422 3 роки тому

    আচলতে নিয়মিত ভাৱে বিভিন্ন চিকিৎসালয়ৰ পৰা কৰুণা ৰোগীয়ে ভিডিঅ ফেচবুকৰ জড়িয়তে
    অচল স্বৰূপ দেখুৱাই আছে।
    এইবোৰ কেৱল সংবাদ মাধ্যমৰ যোগে হে নিৰাময় হব পাৰে। দুৰ্নীতি ৰোধিব লাগে।
    কৰুণা ৰোগী সকল ৰ মৃত্যুৰ এটা তদন্ত কৰিব লাগে। চিকিৎসা অভাৱতে বহুত ৰোগীৰ মৃত্যু হৈছে নেকি বাৰু????

  • @santoshborah6757
    @santoshborah6757 3 роки тому +13

    Belsha Mari ultai diyak medical

  • @belateepertin7118
    @belateepertin7118 3 роки тому

    HBS চৰকাৰৰ লুণ্ঠনৰ ভাল আৰম্ভ / Election Financier আছিলেই হবলা / দেখি যাওক /

  • @dassunil1864
    @dassunil1864 3 роки тому

    Kochu kota debo lage

  • @nm-bj3dk
    @nm-bj3dk 3 роки тому

    Medicity guwahati as well as many others in guwahati. People are dying helpless and they are sucking blood out of people

  • @bubulali1282
    @bubulali1282 3 роки тому

    অসম হয় অসম আৰু যে
    কি হব চাই থাক। Not Control

  • @davidgogoi6699
    @davidgogoi6699 3 роки тому

    Not only this, sob private nursing home same. It's the dirtiest business practises.

  • @ds9736
    @ds9736 3 роки тому

    Iat news d dekhuai thakile..nohobo...private hospitalr..uport sorkare action louk.....

  • @jahnuhazarika1498
    @jahnuhazarika1498 3 роки тому

    Health ministers action lole val pam

  • @bijudas5815
    @bijudas5815 3 роки тому +3

    Strict action should be taken against such organizations...as early as possible...

  • @marketznews2516
    @marketznews2516 3 роки тому

    Bidhan sobhat private practice bill pass korok...nohole luti luti manuh eneu mori thakibo...manuh basi jabo kintu toka hesh hoi mori jabo...talk show korok...joldi bill pass korok.

  • @pallabisaikiagogoi5956
    @pallabisaikiagogoi5956 3 роки тому +1

    ইহঁত ডকাইত হয়।

  • @manabdeka3200
    @manabdeka3200 3 роки тому +6

    Hospital khon bondh kori dia val

  • @Dammcare001
    @Dammcare001 3 роки тому

    Positive negative hoi goise issa mote negative positive hoi goise issa mote. Tar majote aibur asei.

  • @latamonipathak1558
    @latamonipathak1558 3 роки тому

    sob medicalotoei 3lac janene? dekhuwa babe dhonyobad. Guwahatir gat.pratiksha.appolo. khobor koribosuna

  • @pranjalborak.a2855
    @pranjalborak.a2855 3 роки тому

    পাইভেট চীকীটচালয় ক নাকি কোনে লগাব

  • @reels48
    @reels48 3 роки тому

    aru tenekuwa bohut hospital e kore এইবোৰ কাম যেনে নাৰেঙ্গীত থকা gate hospital তিনি দিনত 1lakh 90 thougend

  • @bodotechnical731
    @bodotechnical731 3 роки тому

    3 din logot 96 thousand in ayusundra super speciality hospital

  • @sopunjyotiporasor1309
    @sopunjyotiporasor1309 3 роки тому +1

    উচিত শিক্ষা লাগে আমি নৱপ্ৰজনমো এ দাবী কৰিছোঁ যোৰহাটৰ, স্বাস্থ্য মন্ত্ৰী আৰু ইয়াৰ অভিব্যবিক মন্ত্ৰীক

  • @indean5880
    @indean5880 3 роки тому +3

    Mor hajira 250 toka

  • @madhabdas1637
    @madhabdas1637 3 роки тому

    At first sheel the medical ...after take various action agaist them ....😵😵😵😵😵

  • @kangkandeka7650
    @kangkandeka7650 3 роки тому

    License bondha kori dibo lage anekua hospital buror.

  • @atuldeka8811
    @atuldeka8811 3 роки тому

    Guwahati eanakoi bohot lotise

  • @nabaassam699
    @nabaassam699 3 роки тому +1

    Sarkare hunkale action lobo lge...ane private hospital buror uporot

  • @Nitul344
    @Nitul344 3 роки тому

    Jaha.... Medical

  • @জয়আইঅসম-ঢ৯ফ

    ইহতে মানুহৰ তেজো উলিয়াই ৰাখিবলৈ কুন্থাবোধ নকৰে

  • @ratulsaikia2379
    @ratulsaikia2379 3 роки тому

    Aei khnt aneu bill bohut hoi

  • @chowdiponkanchoomgogoi8682
    @chowdiponkanchoomgogoi8682 3 роки тому

    এইখন চিকিৎসালয় বন্ধ কৰি দিৱ লাগে।

  • @SultanAli-wi9xb
    @SultanAli-wi9xb 3 роки тому

    Tar center bondo korok plz

  • @RajibKhan-rr2br
    @RajibKhan-rr2br 3 роки тому +1

    অখমত হৈছে কি 🇮🇳🇮🇳

  • @mrinalbaruah1869
    @mrinalbaruah1869 3 роки тому

    They should be license cancel

  • @ratuldekaraja7323
    @ratuldekaraja7323 3 роки тому +6

    Etokau dibo nalage enekua Hospital'k.

  • @RishiRaj-vs8tm
    @RishiRaj-vs8tm 3 роки тому

    Khub pitibo lage hospital r malikak

  • @bitusharma2928
    @bitusharma2928 3 роки тому

    Licence cancel koribo lage,as first as soon.

  • @pallabsaikia6993
    @pallabsaikia6993 3 роки тому

    Himanta sir kot ase

  • @prodipkrumarnath6835
    @prodipkrumarnath6835 3 роки тому

    Atiya private nursing home bilakor sadai bahana. Lakh toka kharsa korile o bhal treatment ata napai. Mor bhantir hathat bharikhan alop fuli kola pori jowat doctor a kole aito ata cancer or lakhyan Tai ai kothato suni loge loge Delhi gol aru Tate sikitsa Kori doctore Matra 200 tokar medicine dille aru aito kono cancer lakhyan nohoi buli kole. Aru ai 200 tokate bemar sirodin or karone bhal hoi gol. Kono bemar ata bhal ke dhariba noware.

  • @mriduldewri6069
    @mriduldewri6069 3 роки тому

    Aibur tu sob privat hospital t sole kintu aiburot saboloi koon police koon govt ment ase????????

  • @jintuarandhara6724
    @jintuarandhara6724 3 роки тому

    এই চিকিৎসালয় খন বন্ধ কৰিব লাগে

  • @AmirAli-cw7sr
    @AmirAli-cw7sr 3 роки тому

    Private Narsing bur bondho koribo Lage

  • @alpanatalukdar1310
    @alpanatalukdar1310 3 роки тому

    Hospital khonei bandho kori dibo lage.dokaitsob bohi ase

  • @nayangogoi3226
    @nayangogoi3226 3 роки тому

    Moja cm sr kot asa atia gm ni pua ne ha

  • @biswajitsingha3308
    @biswajitsingha3308 3 роки тому +2

    5 star Hospital 😂😂😂

  • @rajudas6089
    @rajudas6089 3 роки тому

    Coronavirus Has been organized a webinar

  • @rinkyhussain4483
    @rinkyhussain4483 3 роки тому

    Nilaj

  • @Praxanta
    @Praxanta 3 роки тому

    Aikhn Bandha kori dbo lage.........

  • @dipjyotidoloi9348
    @dipjyotidoloi9348 3 роки тому

    Bhator daam 10 toka.....kin2 KALONTO TAX=990 toka🤣🤣🤣🤣🤣

  • @montukachari8861
    @montukachari8861 3 роки тому

    Anugapatr batil koriboi lage

  • @biswajitsatola8313
    @biswajitsatola8313 3 роки тому

    Requested to the honourable health minister. Pl visit randomly to all nursing home for comparing of their different types of laboratory testing fee and others fees

  • @biswajitsatola8313
    @biswajitsatola8313 3 роки тому +1

    Maximum nursing home is like fish market. I also mention about Dibrugarh sanjibani nursing home about six months ago

  • @kaushiksarma2506
    @kaushiksarma2506 3 роки тому

    Sorkar aase xui,
    Enekua hospital t logai diyok jui😡😡😡

  • @bodoboy8715
    @bodoboy8715 3 роки тому

    Bondho Kari diok ai private hospital bilak

  • @mauri5545
    @mauri5545 3 роки тому

    Sei karonei dukhiya munh corona hoise buli janio hospital jabo nibichare

  • @neone4759
    @neone4759 3 роки тому

    GATE hospital of Guwahati charged 67,000 for a night from my uncle's family , uncle died at morning next day. He was a heart patient. Govt should take stringent action , and Cancel these Hospitals licence who r Blackmailing patients in the name of Hospitality.