Borluitor Dupare | Nahid Afrin | Abdul Malik | Alaap dudul Saikia | Zikir

Поділитися
Вставка
  • Опубліковано 5 вер 2024

КОМЕНТАРІ • 1,1 тис.

  • @Debajitdutta785
    @Debajitdutta785 5 місяців тому +15

    ইমান ভাল লাগিছে গানটো এক দিনৰ কাৰণে শুনিব মন যায় ❤❤❤❤❤😔😭😭 এই গানটোৰ কাৰণে এটা লাইক 👍🏻💝

  • @zeshika5431
    @zeshika5431 4 роки тому +103

    বৰ সুন্দৰ হৈছে নাহিদ.... শঙ্কৰ আজানৰ এইখন বৰ অসমৰ অৱস্থা দেখি অন্তৰে আজি কান্দি উঠিছে...অসমীয়া লোকসংস্কৃতিৰ অংগ এই জিকিৰ মোৰ খুব প্রিয়......

  • @ayatahidulchannel4883
    @ayatahidulchannel4883 5 років тому +172

    নাহিদ তোমালৈ বহুত বহুত অন্তৰৰ পৰা দুৱা কৰোঁ আৰু আগুৱাই যোৱা।
    আজি এই গীতটিৰ জৰিয়তে আমাৰ অসমৰ যি সকল লোকৰ মনত ভুল মনোভাৱ আছিল সেইবোৰ অন্তত অকণ মন হলেও আঁতৰ হব বুলি মই ভাবো ।
    ধন্যবাদ আব্দুল মালিক দাদা আৰু নাহিদ ।

    • @hemantaborah2192
      @hemantaborah2192 3 роки тому +3

      m

    • @alauddinahmed1683
      @alauddinahmed1683 6 місяців тому +1

      জিকিৰ টো ভাল লাগিছে , তাতে নাহিদ আফ্ৰিনৰ সুৰ বহুত ভাল লাগিছে । কিন্তু ইয়াতে এটা কব লগীয়া আছে , আমি সৰু হৈ থকাৰ পৰাই শুনি আহিছোঁ , শঙ্কৰ আজানৰ দেশ বুলি । কিন্তু এতিয়াৰ শাসন কালত দেখোন শঙ্কৰ মাধৱৰ দেশ বুলিহে শুনা পাও । কিছু মানুহে আজান নামটো নোহোৱা কৰিব চেষ্টা কৰি আছে । সঁচা টো সদায় সঁচাই , তাক যিমান লুকুৱাব বিচাৰিলেও নহব , এদিন নহয় এদিন ওলাবই । শেষত আব্দুল মালিক ডাঙৰীয়া আৰু মৰমৰ নাহিড আফ্ৰিন লৈ শুভেচ্ছা যাছিলো , আগলৈ যাতে আৰু আগুৱাই যোৱা তাৰে কামনাৰে , ধন্যবাদ ।

  • @mrinmoypaban7529
    @mrinmoypaban7529 5 років тому +169

    অতি সুন্দৰ । এইয়াই আমাৰ অসম । জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি অসমীয়া ।

    • @BlackWhite-ku2qy
      @BlackWhite-ku2qy 3 роки тому +1

      Hoi🥰

    • @abidurrahman8956
      @abidurrahman8956 3 роки тому

      োোোোোোৈোৈোোোোোোোোোোোোোো

    • @abidurrahman8956
      @abidurrahman8956 3 роки тому

      োোোৈোোোোোোৈোোোৈোোোোোোৈোোোোোোোোো

    • @abidurrahman8956
      @abidurrahman8956 3 роки тому

      @@BlackWhite-ku2qy োোোোোোৈ

    • @abidurrahman8956
      @abidurrahman8956 3 роки тому

      োোোোোৈোৈ

  • @mintubaishya6462
    @mintubaishya6462 2 роки тому +16

    কি কম অবৰ্ণণীয় শত শত প্ৰণাম একতাৰ এনাজৰী সদায় যুগমীয়া হৈ ৰ ওক। প্ৰেমবোৰৰ হৃদয়ে হৃদয়ে স সজীৱ হৈ থাকক । 🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾 আল্লাহ ঈশ্বৰ একেজনে নেজানি মুৰুখে কৰে পৰ।

  • @pankajbarua6419
    @pankajbarua6419 5 років тому +206

    এটা সৰু ছোৱালীৰ কণ্ঠত যদি এনে মনোভাৱ সৃষ্টি হয় তেনেহলে ডাঙৰ বোৰৰ চিন্তা পৰিধি ভাবি চাবৰ সময় সমাগত।

  • @staraxom2937
    @staraxom2937 5 років тому +94

    ভাতৃত্ববোধৰ এনাজৰী ।নাহিদ আফ্ৰিন ভনীলৈ বহুত শুভেচ্ছাঁ জনালোঁ ।আব্দুল মালিক ডাঙৰীয়ালৈও ।

  • @meherbadsha6977
    @meherbadsha6977 3 роки тому +11

    ভাল লাগিল_জিকিৰ টু,,আমি সদায় মিলাপ্রিতিৰে এই সোনৰ অসমত জীয়াই থাকিম!👬❤🥀

  • @lisandeka4627
    @lisandeka4627 4 роки тому +12

    Bohut dhuniyaa hoise... Joi aai axom

  • @allassamesemanindra4176
    @allassamesemanindra4176 5 років тому +111

    গভীৰ কণ্ঠ । এই খন শংকৰ আজানৰ দেশ । হিন্দু-মুছলিম আমি সকলোয়ে এইখন দেশৰে সন্তান ।

  • @srcomedyclub1278
    @srcomedyclub1278 4 роки тому +5

    Sob cmnt bilak pohisu pohi Bhut val lagise Aya hl axom Nd axomr r anajori Hindu muslim bhai bhai we are all assamese ....Nahid Always Great nd ur Voice very sweetness

  • @roseahmedofficial745
    @roseahmedofficial745 5 років тому +37

    বহুত ভাল লাগিলে জিকিৰ টো শুনি ।।।।। এয়া আমাৰ শংকৰ আজানৰ দেশ।।।নাই কোনো ভেদা ভেদ বহুত ভাললাগিছে 🤲🤲

  • @harenborah4086
    @harenborah4086 4 роки тому +42

    এই অমিয়া সুৰ যেন সদায়েই শুনিবলৈ পাও।ঈশ্বৰে তোমাক কৃপা কৰক। প্ৰয়াস অব্যাহত ৰাখা। শুভেচ্ছাৰে।

  • @PunomDeori-gq9cy
    @PunomDeori-gq9cy 6 місяців тому

    অনন্য ‌জিকিৰ। তোমালৈ আৰ্শীবাদ।আগুৱাই যোৱা।

  • @apurbajyoti.deka.12
    @apurbajyoti.deka.12 5 років тому +40

    অতি সুন্দৰ গান 👌👌👌 আমিতো সকলোৱে অসমীৰ সন্তান সদায় সকলোৱে লগত মিলি জুলি থাকিব লাগে । হৃদয় চুই গল ।

  • @pranjisaikia6405
    @pranjisaikia6405 5 років тому +15

    অতি সুন্দৰ গাইছা নাহিদ

  • @gonesh1994
    @gonesh1994 5 років тому +50

    অতি সুন্দৰ জিকিৰ.. কৃষ্ণ=আল্লাহ

  • @parbinsultana2581
    @parbinsultana2581 3 роки тому

    Bhtt vl lagil xni jikir2...

  • @abhinashdutta676
    @abhinashdutta676 5 років тому +22

    সকলো মানুহৰ হাত দুখন, চকু দুটা, কাণ দুখন, ভৰি দুটা,,সকলো মানুহে খাই বৈ জীয়াই আছো, তাৰ পিছতো ধৰ্মৰ নামত ইমান গোড়ামী কিহৰ,ধৰ্মৰ নামত কৰি থকা বেয়া কাম বিলাক সকলোৱে এৰি দিব লাগে,, জয় আই অসম,

    • @dipjoybaruah3845
      @dipjoybaruah3845 3 роки тому +1

      তূমি ধুনীয়া কথা লিখছা এইলৈ আমি আগৱাই জাৱ লাগিৱ কাৰন এতিয়া যাগুৰত হৱ লাগিৱ সমুষত আহিছে উঠিপৰি সকো এক হৈ আগুৱাই সময় আহিছে ্।

    • @sikhamonichoudhury8391
      @sikhamonichoudhury8391 Рік тому +1

      সুন্দৰ ভাৱে মনৰ ভাৱ উপষ্হাপন কৰিছে আপুনি।

  • @jubichoudhury1235
    @jubichoudhury1235 2 роки тому

    বৰ ধুনীয়া হৈছে 🌷🌷🌷👍

  • @ruprekhalala6630
    @ruprekhalala6630 5 років тому +159

    অতি সুন্দৰ...তাতে তোমাৰ মাত টো বৰ গহীন গহীন লাগিছে একদম গানটোৰ ভাষাৰ দৰেই...আৰু আগবাঢ়ি যোৱা...

    • @murshidaaktar3802
      @murshidaaktar3802 3 роки тому +2

      Masum

    • @jahanarabegam9282
      @jahanarabegam9282 3 роки тому +1

      অসমৰ ঋঢোউ গোঈথ আৰু নাৰিকল আৰু ইয়াৰ ইয়াৰ পিছত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱালৈ মনোনীত হৈ অসমৰ ঋঢোউ 🌌🌃💫🤲

    • @reenaborah2423
      @reenaborah2423 2 роки тому

      সুন্দৰ👌👌👌❤️❤️❤️

    • @jahanarabegam9282
      @jahanarabegam9282 2 роки тому

      Eid Mubarak 🕌🌃🌌🤲🕋

    • @jahanarabegam9282
      @jahanarabegam9282 2 роки тому

      @@murshidaaktar3802 Eid Mubarak 🕌🌃🌌🕋🤲

  • @durlovjyotibhuyan9282
    @durlovjyotibhuyan9282 4 роки тому +2

    বৰ সুন্দৰ হৈছে জিকিৰ তোমাৰ কনঠত নাহিদ। ভগৱান, আল্লাই মংগল কৰক তোমাক

  • @pranab_b_assamboy8458
    @pranab_b_assamboy8458 3 роки тому +11

    তুমি বহুত ভাল গান গাইছা। 💞💞💞

  • @rightmohitanupamsaikia3277
    @rightmohitanupamsaikia3277 Рік тому

    Hundar. Bohut dinor murot val zikir ata hunilu

  • @user-oi1no4sx4f
    @user-oi1no4sx4f 3 роки тому +5

    অতি সুন্দৰ❤️❤️❤️❤️

  • @Banglacinemabuzz
    @Banglacinemabuzz Місяць тому

    ধুনীয়া এটি অসমীয়া গীত 😊

  • @gohainbitul6570
    @gohainbitul6570 2 роки тому +10

    বহুত ধুনীয়া হৈছে নাহিদ , এই জিকিৰেই হৈছে অসমীয়া জাতিৰ সমন্বয়ৰ প্ৰতীক । জয় আই অসম

  • @rupalibhuyan8075
    @rupalibhuyan8075 3 роки тому +45

    অতি সুন্দৰ নাহিদ ভগবানে তোমাক সদায় সহায়ক হ ওক।বিহু আৰু ৰমজানৰ মাহতে তোমাক হিয়া ভৰা আশিবাদ কৰিছো, সদায় ভালে থাকা❤️

  • @rikta__malitha
    @rikta__malitha 3 роки тому +10

    মাশাআল্লাহ 👌❤️

  • @hellohi2002
    @hellohi2002 4 роки тому +2

    Eyaai hoise amar oxam.

  • @Swargadeo
    @Swargadeo 2 роки тому +3

    Khundor gaan, sweet n melodious voice, keep our axomiya culture live 👍

  • @purobimoran5473
    @purobimoran5473 3 місяці тому

    সুন্দৰ, এইয়াই আমাৰ অসম দেশ।

  • @ShekhAbdullah-dz4yq
    @ShekhAbdullah-dz4yq 5 років тому +63

    এইখন শংকৰ আজানৰ দেশ । (জিকিৰ)গানটো অতি সুনদৰ হৈছে।Nahed afreen hamesa qeyem rahe

  • @Samin-ip7vl
    @Samin-ip7vl 8 місяців тому

    গানৰ কথা ভাল গোৱাৰ ভাল ।শুভেচ্ছা জনালো

  • @pallabsonowal380
    @pallabsonowal380 3 роки тому +6

    অতি hundor....😍

  • @dilipali5127
    @dilipali5127 2 роки тому

    Dhuniya lagil khuni ata Bihu husari khunibor mn asil 2mar

  • @publicmirroraxom
    @publicmirroraxom 4 роки тому +23

    সছাকে অন্তৰখন চুই গল এই জিকিৰ শুনি
    আমি হিন্দু মুছলমান ভেদা ভেদ নকৰি সকলোৱে মানুহ হৈ জিয়াই থাকিলে পৃথিৱীখন যে আৰু কিমান সুন্দৰ লাগিলে হেতেন ৷ নাহিদ তুমি তুমি আগোৱাই যোৱা আমি দুৱা কৰিম ইনছাললাহ

  • @anandakakati1521
    @anandakakati1521 5 місяців тому

    Many many thanks to you and followers for the best zikir suria song thata means of unity between the hindus and the muslims

  • @debajitsarma1546
    @debajitsarma1546 5 років тому +10

    Ki kom bhaha nai Mon sui gol extraordinary lyrics.....

  • @siddarthaphukon2122
    @siddarthaphukon2122 Рік тому

    Love from শিৱসাগৰ❤️❤️❤️❤️❤️

  • @sagarikadevchoudhury3508
    @sagarikadevchoudhury3508 5 років тому +88

    Pratidin time t hunilu tmr eitu song mozah hoise

    • @lailabegum1178
      @lailabegum1178 5 років тому

      Sagarika DevChoudhury Nahi aru agile Jana Dua korisu

    • @anuskatanishka3367
      @anuskatanishka3367 4 роки тому

      Nice zikir.... bohut vl lagise nahid 👌👌👌👌👌👌👌

    • @Sohidul.lv.3k
      @Sohidul.lv.3k 4 роки тому

      অসমী আইৰ, আমি সকলোৱে সন্তান।।

    • @thulungaboro1511
      @thulungaboro1511 4 роки тому

      Hosakoi

  • @manosibaruah2352
    @manosibaruah2352 Рік тому

    Very spiritual , Nahid you are best singer God bless.

  • @babirajahmed6500
    @babirajahmed6500 5 років тому +5

    গানটো বহুত ভাল লাগিছে তোমাৰ কণ্ঠত নাহিদ ,আগুৱাই যোৱা An miles to go.... গানটো মোৰ জেঠা ৰঙিয়াৰ আব্দুল মালিকে লিখা ।

  • @bhubanduarah303
    @bhubanduarah303 4 роки тому

    Bahut bhal lagise bahut bahut dhanyabad janaisu anandat chakulu boi goise*

  • @abinashtalukdar606
    @abinashtalukdar606 5 років тому +73

    বহুত বহুত ধন্যবাদ তুমালৈ
    Your voice is always inspiring me

  • @educationcompany.6793
    @educationcompany.6793 2 роки тому

    Khub sundar jikir. Mon ice ice hoi jai.

  • @abdulawal3039
    @abdulawal3039 4 роки тому +5

    কি যে মধুৰ ভাষা আমার অসমীয়া ভাষাটো শুনিলেই কলিজাটো থম খাই যায় । এই শংকৰ আজানৰ অসমৰ অসমীয়া ভাষাটো চিরতরে রৈ থাকে যেন ইয়ারে কামনা মহান আল্লাহৰ ওচৰত ।

  • @blogesly7060
    @blogesly7060 2 роки тому +5

    সোন্দৰ জিকিৰ অতি সোন্দৰ....... শ্ৰী কৃষ্ণ অল্লা ই মংগল কৰক সকলোৰে
    তুমিও আগুৱাই যোৱা

  • @sangitakalitabora5346
    @sangitakalitabora5346 5 років тому +10

    ভাল লাগিল বৰ লুইতৰ দুয়োপাৰে

  • @rukhsanahaque7680
    @rukhsanahaque7680 6 місяців тому

    Beautifully sung ... Mashallah ❤

  • @homelibrary4267
    @homelibrary4267 5 років тому +10

    জিকিৰ বহুত শুনিছোঁ কিন্তু আজি প্ৰথমবাৰৰ বাবে ইমান সুমধুৰ কণ্ঠত জিকিৰ শুনিলোঁ তুমি আৰু বহুত আগুৱাই যোৱা ভন্টি

  • @assamboys2882
    @assamboys2882 2 роки тому

    Moja ❤️❤️❤️ bhut duniya lagise

  • @ArupSarmah143
    @ArupSarmah143 5 років тому +65

    Wow,,,,💞Bhut bhal lagil Jikir Gan2 Xuni🙏.😱👍

  • @hirokjyoti2848
    @hirokjyoti2848 4 роки тому

    Hundor anakua geet bur hunile monbur khub Val laga

  • @kartikrajbongshi2
    @kartikrajbongshi2 5 років тому +7

    Another name of excellence... NAHID

  • @YOUR_P18
    @YOUR_P18 3 роки тому

    Bahut dhunia hoise Nahid baa

  • @balendas4259
    @balendas4259 Рік тому +6

    অতি সুন্দৰ । অতি মনোমোহা । সমণ্ব্য়ৰ এয়াই কটকটীয়া অনাজৰি । নাহিদ তোমাৰ মংগল কামনা কৰিছোঁ ।

  • @dateb9638
    @dateb9638 8 місяців тому

    Khunile khuniea thakibo mon jaii❤❤❤❤❤❤❤❤❤❤

  • @user-fg3do5gm9s
    @user-fg3do5gm9s 2 роки тому +3

    ❤️❤️❤️❤️❤️🍃🍃🍃🍃😇😇Joi Jogot Juru Sonkor Dev ❤️Joi Guru Madhob hoi❤️❤️❤️🙏🙏
    Fokir Sahab 🙏

  • @TilaknathTilaknath
    @TilaknathTilaknath 25 днів тому

    Bohut dhunia lagise dai❤❤ I love jikir proud to be Assamese ❤❤

  • @jakariaansari1067
    @jakariaansari1067 4 роки тому +3

    Bohut dhuniya gaisa.
    Axom aamar matri bhumi.kisumanor kothat aahi aami nijor majote xingsuk hoi golu.aami xokoluye mili thakilehe deshor unnoti xadhon hobo.
    We are all one.

  • @rafsanjaniahmed487
    @rafsanjaniahmed487 4 роки тому

    ধুনীয়া নাহিদ আগবাঢ়ি যোৱা

  • @husainali3863
    @husainali3863 4 роки тому +6

    Tq so much nahid .
    May God bless you .

  • @TahirKhan-rw1dc
    @TahirKhan-rw1dc 4 роки тому

    Nahid ba xosake bohut val lagise Aru aguai jua

  • @lakshmikalita2470
    @lakshmikalita2470 5 років тому +14

    সুন্দৰ জিকিৰ গীত । ভিডিও হ'লে আৰু বেছি ভাল লাগিল হেঁতেন । জিকিৰ গীত বহু দিনৰ মূৰকত শুনিলোঁ । অসমৰ সম্পদ এনেকুৱা গীত বিলাক আমাৰ সংগীত শিল্পী সকলে গাব লাগে । ধৰ্মীয় গীত মাতে সমাজখন সদায়েই পবিত্ৰ আৰু সুস্থ সবল কৰি ৰাখিব পাৰে ।

  • @bhubaneswarbarman4675
    @bhubaneswarbarman4675 Рік тому

    বহুত বেছি ভাল লাগিলে গান ত❤❤❤

  • @pranabjyotidas3890
    @pranabjyotidas3890 5 років тому +5

    bohut dhunya zikir, khuni bohut Val lagil, tate aru Nahid or voice ! It's outstanding....

  • @Jerifa388
    @Jerifa388 Рік тому +1

    Mojja Nahid afrin

  • @chandramakalita7856
    @chandramakalita7856 5 років тому +5

    Ekdm first class song dr Nahid😘

  • @user-ln6ei3wv7c
    @user-ln6ei3wv7c 8 місяців тому

    Beautyful song❤ bhut vl lage

  • @jiyauddinansari4639
    @jiyauddinansari4639 3 роки тому +17

    You are the future best singer of Assam

  • @kurbanhussain7239
    @kurbanhussain7239 2 роки тому

    Super zikir by Nahid Afrin so good.

  • @konwardipensmemory9993
    @konwardipensmemory9993 5 років тому +5

    ভাল লাগিল । সুন্দৰ চিন্তা ।

  • @moinulhoque1061
    @moinulhoque1061 3 роки тому +1

    ইমান ভাল লাগে যে মই প্ৰতিদিনেই এবাৰকৈ শুনো

  • @jorhatassamdiary1476
    @jorhatassamdiary1476 3 роки тому +3

    Moja Nahid ❤️❤️ happy Ramzan mubarak

  • @najrulsortfunny1594
    @najrulsortfunny1594 2 роки тому +1

    I am banglai musulman so nice jikir

  • @assamesevlogdipankardas7354
    @assamesevlogdipankardas7354 2 роки тому +30

    আমি হিন্দু আৰু মুছলমান সকল ভাই ভাই। বহুত ভাল লাগিছে নাহিদ বা । মই হাজোৰ লৰা হয় ।

    • @iamaindiangirl8827
      @iamaindiangirl8827 Рік тому +2

      Tumi Hindu taina☺️ Ami Muslim amaro lagise amra to akei taina.😊😊

  • @atikurrahman5098
    @atikurrahman5098 4 роки тому

    Bohut dhunai hoisea

  • @udoythengal
    @udoythengal 5 років тому +357

    কি হিন্দু কি মুছলমান আমাৰ দেশ অসম আমি একেলগে থাকিব লাগে
    বাকি ভাল লাগিল 👋👋

  • @farihajaman3274
    @farihajaman3274 3 роки тому

    Nahid baa tomar jikir khoni bohot val lagil agoloike aru thonia thonia jikir jate khonibo pao tare kamona thakil

  • @rekiburjaman9064
    @rekiburjaman9064 5 років тому +7

    গীতৰ কথা সচাই অপূৰ্ব ...😊😊😊😊

  • @paragjyotiborah799
    @paragjyotiborah799 2 роки тому

    মালিক চাৰৰ ৰচিত আৰু সুৰত নাহিদৰ কণ্ঠই সচাকৈ এক সুকীয়া মাদকতা দি গল ৷

  • @ranjitdas9064
    @ranjitdas9064 2 роки тому +3

    জিকিৰটো শুনি - সঁচা কৈয়ে ভাল লাগিল। সুন্দৰ গীত... অতি সুন্দৰ প্ৰদৰ্শন ... নাহিদ, তোমালৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল ।
    শুভ কামনাৰে ...

  • @dharmendradas2847
    @dharmendradas2847 4 роки тому

    Bohut vl lagil de. Akebare mon sui juwa gan . Anadora amar asomiya r anajoridal bandhi rakhok

  • @ImranHussain-br4ui
    @ImranHussain-br4ui 3 роки тому +9

    Jikir❤️ , Nahid ❤️, Hindu Muslim unity ❤️, Assam❤️

  • @karimahmed133
    @karimahmed133 Рік тому +2

    Borhiya.bordhuniya hoise. Nahid Tumi aguwai jowa. Axomor naam raushan kora. Joy aai Axom.

  • @ddvb7458
    @ddvb7458 5 років тому +17

    Xosake gaan tu xuni mon xuii gol.. superb 😘😘

  • @manojkrhazarika3422
    @manojkrhazarika3422 5 років тому

    বৰ সুন্দৰ হৈছে ।

  • @dilwarhussain2253
    @dilwarhussain2253 3 роки тому +5

    Very nice .

  • @mamonirava6122
    @mamonirava6122 2 роки тому

    অতি সুন্দৰ 👍🥰🤗

  • @rishicreation6508
    @rishicreation6508 5 років тому +3

    nice song.. Tumi hodai eituye sesta kori juwa Nahid.. jate amar akhomiyar majot kunu vet bhab nathake.. loved song ❤️❤️

  • @alexprincerd1797
    @alexprincerd1797 5 років тому +1

    Dhuniya

  • @user-ty1ij3eh5v
    @user-ty1ij3eh5v 5 років тому +5

    বহুত বহুত ভাল লাগিল।🙏🙏

  • @deepmoniborah2625
    @deepmoniborah2625 5 років тому

    Moja hoise. Moi Zikir gaan bohut bhal pau

  • @sanakyaboruah3119
    @sanakyaboruah3119 5 років тому +45

    ৰৈ যাব এই গীত৷ কালজয়ী হ'ব৷

  • @apurbadutta4261
    @apurbadutta4261 4 роки тому

    Eman val lagise bhonti ...tumi aaguwai juwa

  • @nachidaparbin5810
    @nachidaparbin5810 5 років тому +9

    Awesome. .jikir. .bht vl lgil Nahid

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 2 роки тому +2

    Best Dr.Abdul Malik

  • @villageinaxom3066
    @villageinaxom3066 5 років тому +7

    সময় উপযোগী গীত বহুত ভাল লাগিল।।

    • @SohidulOfficial730
      @SohidulOfficial730 6 місяців тому

      Kije kuwa na. Eitu kihor akou homoy upojogi hol. Piriye Piriye choli oha amar honskriti. Pahorisa neki. Ami amar honskriti pahori he jabo loisu.

  • @rahenabegum4172
    @rahenabegum4172 4 роки тому +1

    Duniya jikir logte manujoni duniya