মোৰ কিন্তু চাকিগছিত যদি তেল থাকি যায় বিপদৰ আগজাননী দিয়ে , ৰৈ যোৱা তেলৰ চাকি মই নজলাওঁ। মোৰ এই ঘটনা তিনি বছৰ মানৰ পৰা হৈছে। আপোনালোকে কোৱা কথাবোৰ সকলো সচাঁ নহয় । আপোনালোকৰ কথা মানিবলৈ গৈ ওলোটা ফলহে পাওঁ । গতিকে প্ৰমাণ পোৱাৰ পিছতহে ভিদিৱ বিলাক দিয়ে যেন।
এটা কথা উল্লেখযোগ্য যে আপুনি
এই কামবোৰ কৰোতে আপুনি কিমান ভক্তিভাবেৰে
কৰিছে, আপোনাৰ মনটো কিমান একাত্ম অৰ্থাৎ
স্হিৰ মনেৰে কৰিছে লগতে স্হান,কাল পাত্ৰ বিশেষে
পূজা কৰাৰ পদ্ধতিৰ ওপৰতো আপোনাৰ ফলাফল আন সকলোৰে সৈতে পৃথক পৃথক হব পাৰে।
Moi prothome apunak nomaskar koru apuni jee giyan dile tar karone Thank you.👏🏻
যি সকলে ভিডিওটো বিস্বাক কৰে সেই সকলে Like কৰক
সুন্দৰ
😊😅🎉😂❤@@potema9405
❤❤❤❤❤❤your bbyeuhn until@@potema9405your😢 😢😢😢😢😢😢😢😊❤❤❤❤❤❤❤